LIVE | Exclusive | ADREৰ চাকৰিৰ বাবে কলেজৰ অধ্যাপকে সংগ্ৰহ কৰিছে ধন | N18L

Поділитися
Вставка
  • Опубліковано 18 лис 2024

КОМЕНТАРІ • 529

  • @ranjitadeori6018
    @ranjitadeori6018 Місяць тому +110

    ইন্টানেট বন্ধ কৰি পৰীক্ষা পতা আৰু টকা লেনদেন কৰা মাজৰ ৰহস্য ভিক্ত ৰ দাসে বহুত আগতে ফাদিল কৰিছিল

    • @a_kvlogs2707
      @a_kvlogs2707 Місяць тому +2

      দুখৰ বিষয় আমি বহুতকষ্টৰে সন্তানক লিখা পঢ়া কৰাইছো। গতিকে এনেকুৱা ঘোছখুৰ মানুহক মুখ্য মন্ত্ৰী ডাঙৰীয়াই কঠোৰ ডন্ড দিবলাগে্

    • @Mili_Army123
      @Mili_Army123 Місяць тому +1

      Jacket pindise aitu purona video hoi sage😂😂

  • @goodstudent3608
    @goodstudent3608 Місяць тому +103

    শুনিবলৈ বেয়া হলেও সত্য যে পইচা দিয়াবোৰে আগতে প্ৰশ্ন কাকত পাইছিল।

    • @bhanudeka4719
      @bhanudeka4719 Місяць тому +2

      হয় চাগে

    • @NipaBora-g5n
      @NipaBora-g5n Місяць тому +2

      Ako exam hbo lage aneke hole hbo neki

    • @NirmolRay1996
      @NirmolRay1996 Місяць тому +2

      যদি গমেই পোৱা আগতে টকা লোৱা বুলি কিয় ভাইৰেল কৰি নিদিলা????এনেই পেকপেকাই থাকি কি লাভ???প্ৰমাণ সহকাৰে ভাইৰেল কৰিব লাগে।।

    • @Ak8111
      @Ak8111 Місяць тому

      Right 👍👍 knk ki korim bht hard practice kori asu

  • @charumonihazarika8332
    @charumonihazarika8332 Місяць тому +24

    যি বোৰে টকা দিব পাৰে তাৰে চাকৰি হব ।। আমাৰ টকা দিব ও নাই আৰু সেই কাৰনে আমাৰ ল'ৰা ছোৱালীএ চাকৰিও নাপায় পৰীক্ষা ভাল হ'লেও।।

  • @bipulborah2193
    @bipulborah2193 Місяць тому +94

    দালাল বিলাক আচলতে চৰকাৰৰ ফালৰ পৰা সেউজ সংকেত পাই নেকি?

  • @bandanagayan1929
    @bandanagayan1929 Місяць тому +43

    এইবিলাক এতিয়াৰ নহয় আগৰ পৰাই চলি আছে

  • @monuwarabegam5708
    @monuwarabegam5708 Місяць тому +1

    বিজেপি দিনত কোনো এটা বিভাগ নাই জে দুনিতি হোৱা নাই

  • @rajibbora1813
    @rajibbora1813 Місяць тому +8

    ইমান গৰমত জেকত কাৰণ মালখিনি ভৰাব লাগিব

  • @binoynath9605
    @binoynath9605 Місяць тому +84

    ঘটনাটো কেতিয়াৰ হয়। কাৰণ এই গেলা গৰমত তেওঁলোক কোট,জেকেত পিন্ধি আছে দেখোন।

  • @TiKha199
    @TiKha199 Місяць тому +4

    অফলাইন পৰীক্ষা পাতিলে এনেকৈ হৈয়েই থাকিব,,ইমান যদি নিয়াৰিকৈ পৰীক্ষা পাতিব বিচাৰে তেন্তে অনলাইন নাপাতে কিয়,,, এইবোৰ সকলো চৰকাৰৰ বুদ্ধি 😊😊

  • @bhairabbora677
    @bhairabbora677 Місяць тому +53

    এনেও চাকৰি পাম বুলি আশা নকৰো কাৰন মই ছিলেকছন হৈও আজিলৈকে চাকৰি নাপালো গতিকে দাদালক ধন নিদিলে চাকৰিও নাপা কৈ কামেই নাই

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Місяць тому

      এনেও চেৱাৰ question paper ফাদিল হোৱাৰ উদাহৰণ আছে ।এতিয়াও question paper পৰীক্ষাৰ আগত ফাদিল হোৱা নাই বুলি কেনেকৈ কব ।

    • @NirmolRay1996
      @NirmolRay1996 Місяць тому +1

      আপোনাৰ কি কাৰণ সেইটো আপুনিহে জানিব।।কিন্ত মোৰ লগৰ এজন চিপিএমত কাম কৰে।।তেও নিজে গম নাপায় যে তেওৰ চাকৰি হৈছে নে নাই।।কিন্ত তেও এপইণ্টমেণ্ট লেটাৰ আনিব নোযোৱাৰ বাবে ফোন কৰি মাতিছে পুলিছে।।।এতিয়া কামাণ্ডো গ্ৰেড 4 ত চাকৰি কৰি আছে।।গতিকে ম ই বিশ্বাস নকৰো আজিৰ দিনত যে টকাৰে চাকৰি পায়।।।কিছুমানে কব পাৰে বিৰোধী সকলে সেইটো ম ই নাভাৱো।।।চৰকাৰৰ বেয়াবোৰ বেয়া বুলি কম আৰু ভালবোৰ ভাল বুলিয়েই কম।।।

    • @NirmolRay1996
      @NirmolRay1996 Місяць тому

      আপোনাৰ কি কাৰণ সেইটো আপুনিহে জানিব।।কিন্ত মোৰ লগৰ এজন চিপিএমত কাম কৰে।।তেও নিজে গম নাপায় যে তেওৰ চাকৰি হৈছে নে নাই।।কিন্ত তেও এপইণ্টমেণ্ট লেটাৰ আনিব নোযোৱাৰ বাবে ফোন কৰি মাতিছে পুলিছে।।।এতিয়া কামাণ্ডো গ্ৰেড 4 ত চাকৰি কৰি আছে।।গতিকে ম ই বিশ্বাস নকৰো আজিৰ দিনত যে টকাৰে চাকৰি পায়।।।কিছুমানে কব পাৰে বিৰোধী সকলে সেইটো ম ই নাভাৱো।।।চৰকাৰৰ বেয়াবোৰ বেয়া বুলি কম আৰু ভালবোৰ ভাল বুলিয়েই কম।।।

    • @NirmolRay1996
      @NirmolRay1996 Місяць тому

      আপোনাৰ কি কাৰণ সেইটো আপুনিহে জানিব।।কিন্ত মোৰ লগৰ এজন চিপিএমত কাম কৰে।।তেও নিজে গম নাপায় যে তেওৰ চাকৰি হৈছে নে নাই।।কিন্ত তেও এপইণ্টমেণ্ট লেটাৰ আনিব নোযোৱাৰ বাবে ফোন কৰি মাতিছে পুলিছে।।।এতিয়া কামাণ্ডো গ্ৰেড 4 ত চাকৰি কৰি আছে।।গতিকে ম ই বিশ্বাস নকৰো আজিৰ দিনত যে টকাৰে চাকৰি পায়।।।কিছুমানে কব পাৰে বিৰোধী সকলে সেইটো ম ই নাভাৱো।।।চৰকাৰৰ বেয়াবোৰ বেয়া বুলি কম আৰু ভালবোৰ ভাল বুলিয়েই কম।।।

    • @nabanitarabha5271
      @nabanitarabha5271 Місяць тому

      Right

  • @JuiDey-f2s
    @JuiDey-f2s Місяць тому +2

    Exactly I also want justice....we r eligible but didn't get last year also I gave this exam but I didn't got why I also don't know I m not a poor students ....so I ask to cm sir??

  • @rubusena6392
    @rubusena6392 Місяць тому +1

    Ki hob mama. Kihor veku vaona daily Facebook life ahi siori thaka.

  • @ripjyotinath9331
    @ripjyotinath9331 Місяць тому +1

    এশৰ ভিতৰত এশ পালেও কাম নহব এনেকৈ যদি পইছাৰ দিব নোৱাৰা 😢
    আজিৰ‌ সমাজ কলৈ গতি কৰি আছে বাৰু 😠😠

  • @divinesarma494
    @divinesarma494 Місяць тому +8

    পৰীক্ষা ভাল লিখিলে কি হ'ব, এইবিলাক আগৰে পৰা চলি আছে, মেধাৱী ছাত্ৰ ছাত্ৰী সকলে জীয়াতু ভুগিব লাগিব। অভিভাৱক হিচাপে আমাৰো বৰ চিন্তা হৈছে।

  • @dipakkumarbora4348
    @dipakkumarbora4348 Місяць тому +16

    এই কেইটাক candidet,r হাতত গতাই দিয়ক.

  • @MofidurRohman-u5n
    @MofidurRohman-u5n Місяць тому +36

    এই দাদালক চাকৰিৰ পৰা বিদায় দিব লাগে আৰু জেলত ভৰাই থব লাগে 😡😡

  • @habibullahhoque5305
    @habibullahhoque5305 Місяць тому +1

    2019 চনৰ TET পৰীক্ষাত Room ৰ দুই এজন পৰীক্ষাৰ্থীয়ে OMR খালি জমা দিছে

  • @AmritRamciyari
    @AmritRamciyari Місяць тому

    পাব্লিকে এহেকা দিয়াতোৱেই উচিত হ'ব ।

  • @Bhaskarfirst
    @Bhaskarfirst Місяць тому +1

    With action now

  • @KalpanaBorthakur-iq5dg
    @KalpanaBorthakur-iq5dg Місяць тому +1

    মেধাবী সকলৰ বৰ দুখ লগা অৱস্থা হৈছে।

  • @KaushalyaChutia
    @KaushalyaChutia Місяць тому

    Justice vl hobo lage

  • @NabinKachari
    @NabinKachari Місяць тому +1

    নিকা নিযুক্তি হব বুলি কোৱা চৰকাৰে এতিয়া এইবোৰ শুনিছো কি। মেধাবী ছাত্র ছাত্রী ভৱিষ্যতৰ জীবন কি হব।

  • @indirasaikia4429
    @indirasaikia4429 Місяць тому

    মেধাৱী সকলৰ বৰ দুখ লগা অৱস্থা হৈছে।

  • @kp23456
    @kp23456 Місяць тому +2

    অধ্যাপক জনক অতি শীঘ্ৰে ই কৰায়ত্ত কৰিব লাগে

  • @AnimaHazarika-e5g
    @AnimaHazarika-e5g Місяць тому

    এনেকৈ যদি টকা দিলে চাকৰি হয় তেন্ত আমাৰ লৰাই মূৰ ঘমাই পঢ়ি পৰীক্ষা দিয়াতকৈ ঘৰত বহি থকা ভাল ।

  • @rubusena6392
    @rubusena6392 Місяць тому +1

    Victor das real manuh. Jijone hosa katha koi teukei jelt vorai

  • @BijuDas-s6p
    @BijuDas-s6p Місяць тому

    Quick action must be

  • @Viviana31022
    @Viviana31022 Місяць тому +1

    চৰকাৰে exam পতেই কিয় টকা লৈ Direct চাকৰি দিয়ক।

  • @rajinaaktara108
    @rajinaaktara108 Місяць тому

    Ak bihito bebosta lbo lgey jate next time ketiya anekuwa kaam nhoi...krn bht student ase aamar majot j nijor kosto ru medar bhitit job pbo ...tar mjt anekuwa teacher hoi ai2 kaam kriley...student k ki hikha dibo...

  • @chaoticpranjal5971
    @chaoticpranjal5971 Місяць тому

    medical

  • @dipanjalimonjai6186
    @dipanjalimonjai6186 Місяць тому +10

    প্ৰকৃততে এই ধন সংগ্ৰহৰ দৃশ্য ঠাণ্ডা দিনৰনে/বৰ্তমানৰ

    • @goodstudent3608
      @goodstudent3608 Місяць тому +3

      মই শুনামতে aplly কৰাৰ পিছতে টকা লেন দেন হৈছে, বহুতে দিছে কিন্তু প্ৰমাণ অবিহনে একো কৰিব নোৱাৰি, মাজে মাজে ধৰা খাই ও আছে

    • @deepjyotihrishikesh
      @deepjyotihrishikesh Місяць тому

      হয়।
      ভিডিও এতিয়াৰ নে।
      আচৰিত।
      চাকৰিৰ কাৰণে হৈনে নহয়।

    • @deepjyotihrishikesh
      @deepjyotihrishikesh Місяць тому

      ​@@goodstudent3608হয়।
      ধৰাই দিলে দিয়াৰ সময়ত ধৰাই দিব লাগিব।
      কিন্তু মনে মনে দি পিছত proof থাকিলেও অপৰাধ সমানে হব।
      চাকৰি ৰ নামত পইচা লোৱা আৰু দিয়া সমান অপৰাধ।
      দিয়া ৰ সময়ত পুলিচক জনাই দিব লাগে তেতিয়া হব।
      কিন্তু দি পেলাই মনে মনে থাকি পিছত কলে সমানে অপৰাধ।।

    • @deepjyotihrishikesh
      @deepjyotihrishikesh Місяць тому

      @@dipanjalimonjai6186 এই বিলাক মিছা বাতৰি প্রচাৰ কৰাটো অপৰাধ।
      ভিডিও ত পইচা লোৱা মানে চাকৰি ৰ নামত লোৱা নেকি।
      এই বিলাক পুৰণি ভিডিও।
      কিবা বেলেগ কামৰ হব পাৰে।
      কোনো সঠিক নোহোৱাকে বাতৰি কৰা অপৰাধ

  • @SonaBorah-ul4pt
    @SonaBorah-ul4pt Місяць тому

    আমি টকা দিব নোৱাৰাৰ ফলত চাকৰি ও নাপাম আৰু পৰীক্ষাত বহিবলৈ বয়স আৰু নাই বহুত বেয়া লাগিছে

  • @JitenDas-m2l
    @JitenDas-m2l Місяць тому +3

    Media men should be punished if the said news is not proved.

  • @bitumoniburagohain732
    @bitumoniburagohain732 Місяць тому

    Skill test r krne practice korim vbisilu etiya nkru ru..ei prof tuk thik se punishment dibo lge...kolongko he teacher r nmt

  • @chinmoydas4475
    @chinmoydas4475 Місяць тому +31

    গৰমৰ দিনত কোট জেকেট পিন্ধি আছে যে ফটোখন ঠাণ্ডাৰ দিনৰ নেকি? নে কোনোবা নাটকৰ নায়কৰ দৃশ্য। যদি প্ৰমাণিত হয় উচিত শাস্তি প্ৰদান কৰক।

    • @bidyutkalita1190
      @bidyutkalita1190 Місяць тому +5

      Rooom t AC thake

    • @ihatepolitics9799
      @ihatepolitics9799 Місяць тому +5

      Ukil bilak dekhn gorom thanda sob somoy kola coat pindhi thake

    • @utpalsaikia3138
      @utpalsaikia3138 Місяць тому

      Ac room ot bohi ase hey karone 😮😮😮

    • @Kickass22
      @Kickass22 Місяць тому

      Fake video🤣 Maro mujhe maaro

    • @leonrava5483
      @leonrava5483 Місяць тому

      @@bidyutkalita1190 bahirot tu gorom ase no bhai

  • @AfiaKhatun-t9u
    @AfiaKhatun-t9u Місяць тому

    Ami. Exam disu. Bhut. Kosto. Kori. Amak. Sakori. Dibloi. Anurodh. Jonaisu. CM. Sir. Please

  • @debajitborah6983
    @debajitborah6983 Місяць тому +1

    এইবোৰক জেললৈ পঠাই দিয়ক না। নোৱাৰিলে আমাক গতাই দিয়ক।

  • @ashimjyotikaman3663
    @ashimjyotikaman3663 Місяць тому

    Ai news dekhuwa photo khan ketiyar
    wenter session r hoi Jen lagise cuot jeket pindhise dekhun atiya sun bhut gorom clear hob lage

  • @bipulborah4960
    @bipulborah4960 Місяць тому +5

    এই বিলাকক উৎচিত ব্যবস্থা ল'ব লাগে , চৰকাৰৰ বদনাম কৰিব বিচাৰে বা চৰকাৰৰ ব্যক্তি ও থাকিব পাৰে ..... সন্দেহ !

  • @biswajitsvlogs7898
    @biswajitsvlogs7898 Місяць тому

    মিচাও হব পাৰে।

  • @ApurbaBora-j5g
    @ApurbaBora-j5g Місяць тому +9

    আমাৰ ইয়াত বহত দুখিয়া মানূহে চাকৰি পাইচে

    • @NirmolRay1996
      @NirmolRay1996 Місяць тому

      নিশ্চয়।।

    • @angshumanhazarika8384
      @angshumanhazarika8384 Місяць тому

      ​@@NirmolRay1996অই মাকচাই কাৰ হৈ ওকালতি কৰিছ

    • @BKTechAssam100
      @BKTechAssam100 Місяць тому

      Tur deutai cm r ghrt kam korisil sage aikarone paise

  • @sofikulislam7533
    @sofikulislam7533 Місяць тому +4

    শুনি থাকো, হাতত প্ৰমান নাই,যি সকলে ঘোস দি চাকৰি লয়,তেওঁলোকৰ বলে পৰীক্ষাৰ বহীত একো লিখিব নালাগে ।

  • @dinanathnarah8397
    @dinanathnarah8397 Місяць тому +1

    এতিয়া জাকেত পিন্দা সময় জানো মই বাতৰিটো এচিয়াৰ নহয় যেন পাওঁ ।

  • @bijulikumar2767
    @bijulikumar2767 Місяць тому

    টকা নিদিলে চৰকাৰী চাকৰি নাপাই কাৰণ মই তিনিবাৰ চৰকাৰী চাকৰিৰ বাবে ইন্টাৰভিউ দিছিলো, টকা নিদিয়া বাবে আজিলৈকে নহল

  • @sameerdeka5893
    @sameerdeka5893 Місяць тому

    Mama zindabaad❤❤❤❤❤❤❤❤❤❤

  • @DilipKataki
    @DilipKataki Місяць тому

    বৰ দুখ লাগিছে , বেচেৰাই লোকক চাকৰি দিবলৈ গৈ নিজৰেই চাকৰিৰ থৰক বৰক অৱস্থা । বেচেৰাই টকা চুই পোৱা নাছিল চুই চাইচিলহে মাত্র লেঠা লাগিলেই হে ভগৱান ৰক্ষা কৰা ।

  • @PabitraChowPabitraDihingiaBoru
    @PabitraChowPabitraDihingiaBoru Місяць тому +4

    হিমন্তই বেপাৰ মেলিছে..!

  • @mrokrarider1234
    @mrokrarider1234 Місяць тому

    Omg 😱😱

  • @ushadas1841
    @ushadas1841 Місяць тому

    দিয়া কেটাও কম নহয় দে, ওপৰৰ মাল জৰিত আছে ইয়াত , নামত পৰীক্ষা পাতে চৰকৰে , কষ্ট কৰি পৰীক্ষা দি কি লাভ হল

  • @nomalkr.daimari8064
    @nomalkr.daimari8064 Місяць тому

    নিশ্চয় ডিচেম্বৰত হ'ব পাৰে।

  • @saharuzzamanbarbhuiya4459
    @saharuzzamanbarbhuiya4459 Місяць тому

    Opps....hopeless....Iman kosto kore selu 😭😭

  • @toward_Success
    @toward_Success Місяць тому +11

    ইয়াৰ চাকৰি খাব লাগে

  • @pradipbasumatary4080
    @pradipbasumatary4080 Місяць тому

    Why not immediately arrested.

  • @aratigohain5885
    @aratigohain5885 Місяць тому +3

    এই কেইটাক ৰাইজৰ আগট গটাই দীয়ক।আইনৰ পৰা বাচি যাব।

  • @bkp9774
    @bkp9774 Місяць тому +7

    কি নাম, কাৰ হৈ সংগ্ৰহ কৰিছে ধন, পাৰে যদি আমক কৈ দিলে ভাল হয় ।

  • @ManamohanBarman
    @ManamohanBarman Місяць тому +1

    কৰ পৰা বনালে কোনে বনালে কোনে টকা লৈছে কোনে দিছে কোনে ভাইৰাল কৰিলে এই সকলোবোৰ চৰকাৰে তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰক,

  • @Hori-yg1on
    @Hori-yg1on Місяць тому

    Aitu winter session r vedio...jacket ase,cout ase😮😮😮

  • @sabitamuchahary9015
    @sabitamuchahary9015 Місяць тому

    Immediately grapter koribo Lage.

  • @suravisvlogsdiary
    @suravisvlogsdiary Місяць тому

    Val nlge enekua hole manuh r kosto enei jai dei

  • @swapanboro4646
    @swapanboro4646 Місяць тому +9

    ইবালাক চৰকাৰৰে নেতা।
    আমিবোৰ পৰিক্ষা দি পাছকৰি চাকৰি পাম বুলি আশাপাতি ৰৈ আছোঁ ধেত কি চৰকাৰৰে, , , ,

  • @susmitadas937
    @susmitadas937 Місяць тому +1

    আমাৰ লগৰ এজনীয়েও pabo karon Tai দেউতাক উৎপল দত্তৰ মানুহ😌Tai kokoyekoku sakori dise next year

  • @MahanandaPegu-cj8sy
    @MahanandaPegu-cj8sy Місяць тому

    এই জন ক ফাঁচী দিয়াৰ দাবী কৰিব লাগে ।

  • @sumandas-gl5hy
    @sumandas-gl5hy Місяць тому +4

    Kindly govt take action plz

  • @mitalidasvlogs4995
    @mitalidasvlogs4995 Місяць тому +9

    তাৰ চাকৰি যোৱা বিচাৰোঁ আমি বহুত দুখ কষ্টেৰে অভাৱ নেওচি পৰীক্ষা দিব গৈছিলো। আমাৰ room ত ২৫ জনৰো অধিক ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ অহা নাই হয়টো সিহঁতৰেই চাকৰি হ'ব চাগে যি দেখিছোঁ।

    • @sunitborah475
      @sunitborah475 Місяць тому

      O hai..

    • @bulubarhoi4569
      @bulubarhoi4569 Місяць тому

      সোনকালেই চৰকাৰে ব্যৱস্হা কৰক, আগতে adre টো চাকৰি কৰি থকা সকলক cancel কৰক

  • @surenboruah4758
    @surenboruah4758 Місяць тому

    CM sir apuni Goalpara college professor jonok ki dicission lob?

  • @monalishaburagohain4071
    @monalishaburagohain4071 Місяць тому +3

    আমাৰ ল'ৰা ছোৱালী য়েপঢ়ি মাথা মাৰি পৰীক্ষাত অৱতীৰ্ণ হৈছে ঘৰখনৰ এটা চাকৰিৰ বাবে আনহাতে ধনী দালাল বোৰে টকাৰ ‌ খেল কৰিছে। অতি সোনকালেই এনে টকালোভী লোকক চাকৰিৰ পৰা নিলম্বিত কৰি মূখ্যমন্ত্ৰী মহোদয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰি নিকা নিযুক্তি প্ৰদান কৰিব।
    যি প্ৰাৰ্থীৰ বাবে এই খেল হৈছে তেওঁ লোকক নিলম্বিত কৰক

  • @sknithik2315
    @sknithik2315 Місяць тому

    গৰমত জেকেট

  • @jayaborah2926
    @jayaborah2926 Місяць тому

    টকা লোৱা আৰু টকা ঘোচ দিয়া দুটাই সমানে অপৰাধী। এতিয়া আইন প্ৰশাসনে হে কি ব্যৱস্থা লয় সেইটোহে লক্ষনীয় হৱ।

  • @JadavGogoi-od8de
    @JadavGogoi-od8de Місяць тому

    উৰ্চিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেতিয়াহে অপৰাধিয়ে শিক্ষা পাব।

  • @Rokcybhai-v7i
    @Rokcybhai-v7i Місяць тому

    সাঙবাদিক জনক প্ৰথম গ্ৰেপ্তাৰ কৰক।

  • @nirubora3660
    @nirubora3660 Місяць тому

    ছাত্ৰ ছাত্ৰীক নিতী শিক্ষা দিয়া অধ্যাপক জনে শিক্ষা ভৰিৰে মোহাৰি তলত পাৰি বহি আছে ।

  • @NazmulHoquealam
    @NazmulHoquealam Місяць тому

    Aneke

  • @dhirendradoley1108
    @dhirendradoley1108 Місяць тому

    Question paper বা কিমান বিক্ৰী কৰিলে ? মিছা মোনা মামা বা কি কিয়

  • @jamesmoshahary8743
    @jamesmoshahary8743 Місяць тому

    Very bad experience in exam because some teachers help students

  • @BKTechAssam100
    @BKTechAssam100 Місяць тому

    Amar CM sirk di diok aru parile tekhetor News live channel loiu di dibo

  • @birinchiedits
    @birinchiedits Місяць тому

    যদি সচা হয়, তেন্তে কৰায়ত্ত কৰি উচিত শাস্তি দিয়া উচিত।

  • @NipaBora-g5n
    @NipaBora-g5n Місяць тому

    Ami dukhiya manuhbur saikrne sdai dukhiya hoi thku..

  • @pratimdevi8759
    @pratimdevi8759 Місяць тому

    কি যে এসৱ নহয় !

  • @anjanbora880
    @anjanbora880 Місяць тому +1

    আমাৰ এইফালে ইমান ঠাণ্ডা আহা নাই বাৰু।। কোন জেগাত ইমান ঠাণ্ডা আহিল বাৰু জেকেত লগাই আছে যে।। Eny ru news নাই কাৰণে যি তি বজাই দিছে ৰো ন soboi একে ।।।

  • @DebenchandraRabha
    @DebenchandraRabha Місяць тому

    Dismiss from service.

  • @PubaliDutta-y4q
    @PubaliDutta-y4q Місяць тому +1

    Exam pota sob...veku vawna......nibonuar logot gedari e hoi ase...ki nika exam o ....sob toka r bolot e making hoi ase...amibur pohi exm d morisu

  • @JyotishDoley-qo5jp
    @JyotishDoley-qo5jp Місяць тому

    Namot hai adre exam sob booking a hol sage. Akha nai aru atu sorkar ro ku atu ata nomuna hai kiman ba kot ke kori le aru sage.

  • @lohitbordoloi9342
    @lohitbordoloi9342 Місяць тому

    পইচা তুলিবলৈ কেনেকৈ সাহস পাইছে সেইটোহে ৰহস্যজনক।চৰকাৰৰ ভিতৰত কোনোবা নাথাকিলে ইমান সাহস কোনেও কৰিব নোৱাৰে।

  • @rimjimnath558
    @rimjimnath558 Місяць тому

    যি সঁচা সি সদায় সঁচা

  • @deepjyotihrishikesh
    @deepjyotihrishikesh Місяць тому +3

    চাকৰি ৰ নামত পইচা লোৱা আৰু দিয়া সমানে অপৰাধ।
    ধৰাই দিলে দিয়াৰ সময়ত ধৰাই দিয়ক।
    কিন্তু মনে মনে পইচা দি পিছত কৈ লাভ নাই।
    কাৰণ সমানে অপৰাধী আইন মতে।

  • @quithmarak8324
    @quithmarak8324 Місяць тому +1

    Arrest korok

  • @NeelUtpol
    @NeelUtpol Місяць тому

    Hospital bed he ase dekhun sider roomt. Aru eikeijone emn gromot jacket pindhi ase j

  • @anilboruh4407
    @anilboruh4407 Місяць тому

    কিয় এৰেষ্ট কৰা নাই।

  • @CulturalTapestryNEE
    @CulturalTapestryNEE Місяць тому

    It must have been during winter season

  • @Bigbossjhvfuik
    @Bigbossjhvfuik Місяць тому +2

    বাতৰিটো কিমান সত্য অসত্য নাজনো.... কিন্তু এইবিলাক নাম যে প্ৰথম আহিব সেইটো দৃঢ় বিশ্বাস মোৰ😢😢😢😢😢

  • @না...না...না
    @না...না...না Місяць тому

    প্ৰাথম তেওক বৰখাস্ত কৰিব লাগে

  • @bilashkumardas6476
    @bilashkumardas6476 Місяць тому

    চৰকাৰৰ যদি এনেকুৱা খোপা ধিলা অৱস্থা হয় তেতিয়া হলে আমাৰ লৰা ছোৱালী বোৰে আৰু কত পাব চাকৰি। বহুত আশা কৰিছিলোঁ এই বাৰ মোৰ লৰাতুই চাকৰি পাব।

  • @ManaranjanKalita-r4n
    @ManaranjanKalita-r4n Місяць тому

    গ্ৰেপ্টাৰ কিয় কৰা হোৱা নাই ? ঘোষ দিয়া সকলক আগতে গ্ৰেপ্তাৰ কৰক ৷

  • @bidyutra
    @bidyutra Місяць тому

    Langha kori ৰাস্তাত ঘূৰাই ঘূৰাই মাৰক তাহাঁতক

  • @PrafullaDeka-y1f
    @PrafullaDeka-y1f Місяць тому

    মূখ্য মন্ত্ৰী মহোদয়ৰ নিকা অসমৰ সপোনৰ ভাষণ কি হ'ল? নে তেওঁ চকুত কাপোৰ বান্ধি কাণত তুলা ভৰাই লৈছে ।

  • @rnath353
    @rnath353 Місяць тому

    Katia jacket pinda tanda ... Ahil

  • @krishta7649
    @krishta7649 Місяць тому

    Eyak dkhai ki hbo...he is just a medium...who is behind him tak dhorok...we all knw blame convert kora jabo

  • @Sameer2023-h3n
    @Sameer2023-h3n Місяць тому

    AC room holeo jacket nipindhe nhoi ei goromot😢 ki case?

  • @molinadas9009
    @molinadas9009 Місяць тому +11

    Toka vag hobo cm r logot ..

  • @nibirmerebhai872
    @nibirmerebhai872 Місяць тому

    Moi ata ktha buji nai powa kisumn a j exam t bohi answer bohit ako nilikha koi gusi ahe tar mane ki