Guwahati News : ড্ৰাগছৰ কৰাল গ্ৰাসত মহানগৰীৰ হেঙেৰাবাৰীৰ লিচুবাগান অঞ্চল N18V

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • Guwahati News | ড্ৰাগছৰ কৰাল গ্ৰাসত মহানগৰীৰ হেঙেৰাবাৰীৰ লিচুবাগান অঞ্চল।
    * এটা দিনতেই ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা ১০জন ড্ৰাগছ আসক্ত যুৱক, ২ যুৱতীক আটক স্থানীয় ৰাইজৰ।
    * মাজনিশা লিচুবাগান অঞ্চলত ড্ৰাগছক লৈ উত্তপ্ত পৰিস্থিতি।
    #News18Assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #guwahatinews #guwahati #drugssmuggling
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 259

  • @Fastgaming_07
    @Fastgaming_07 9 днів тому +70

    তহঁতি media বোৰে লৰা হলে মুখ খন open দেখুৱাই দিঅ কিন্তু ছোৱালী হলে মুখ খন ধাকি দিঅ criminal সদাই criminal e kela swali ki criminal hbo nware neki

  • @achyutbaruah9111
    @achyutbaruah9111 10 днів тому +46

    ৰাইজ সজাগ হ‌ওক .... smart police এ কি ক'ৰিব আমি নাজানো 🙏

  • @himantagogoi407
    @himantagogoi407 9 днів тому +15

    ছোৱালী জনিৰ‌ মুখ খন কিয় দেখুৱায় দিয়া নাই , ল'ৰাই এটাই কিবা এটা ভুল কৰিলে চব দেখাই
    দিব কিন্তু ছোৱালী জনিক কিয় দেখুৱায় দিয়া নাই

  • @NibaranNath-bx4ee
    @NibaranNath-bx4ee 8 днів тому +5

    এই মহিলা সকলক চৰকাৰে ৰাইজ মেল পাতি সন্মান প্ৰদৰ্শন কৰাৰ উপৰিও পুৰস্কাৰ প্ৰদান কৰা উচিত।

  • @ratulgowala6988
    @ratulgowala6988 7 днів тому +6

    ৰাইজ এক হওঁক। পুলিচ উপৰত বিশ্বাস নাই। পুলিচক টকা লাগে

  • @MoinaBaruah-m2x
    @MoinaBaruah-m2x 10 днів тому +26

    Apuni khanapara ahibo dada anakuwa news aru bonabo pare police gom pai but aku nokore

  • @mbharali2627
    @mbharali2627 3 дні тому +4

    খোৱা বা লোৱা সকল গ্ৰাহক। খুচুৰা বিক্ৰী কৰা ( RETAILER )সকল ক'ত? ; WHOLESALER. ক'ত ? , DISTRIBUTOR ক'ত ?, PRODUCTION ক'ত হ্য়?

  • @JIRI138
    @JIRI138 10 днів тому +39

    মহানগৰৰ লিচুবাগানতে নহয় প্ৰতিতো ৰাস্তা,প্ৰতিতো গলিতে পোৱা যায়,গুৱাহাটি ৰেল ষ্টেচনৰ পৰা মালিগাঁও ষ্টেচনলৈতো সকলো সময়তে মুকলি ভাবে লৈ থকা দেখা যায়

    • @Meghgaming-x45
      @Meghgaming-x45 10 днів тому +1

      1i😮
      😅😅😅

    • @amitabhbhattacharjee1181
      @amitabhbhattacharjee1181 9 днів тому +1

      Amar Birubari Udoypur anchalot Ramkrisna Mission Road bye no. 1 ,kisuman Lora aru ejoni soali e pray 24 ghantai drug bikri kori thake, Police e sab dekhe, kintu eko nokorey.

  • @user-ev7wm1ir7g
    @user-ev7wm1ir7g 9 днів тому +14

    মই ভাবো সমাজ খনক আধ্যাত্মিক ভাৱে সজাগ কৰিব লাগিব।

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr 10 днів тому +11

    আমাৰ ইন্টিলিজেন বিভাগবোৰ বন্ধ হৈ আছে নেকি ধৰিবলৈ তান।গৃহবিভাগটো একেবাৰে পুতৌলগা। এই পুলিচৰ মানুহৰ ল'ৰা-ছোৱালীবোৰেও যে এই ফাণ্ডত পৰিব পাৰে তেওঁলোকে নিজেই জনা উচিত। খালি টকাৰ পিছত নহয় অলপ দেশৰ মঙ্গলৰ কাৰণেও কাম কৰক।

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 10 днів тому +10

    কিছুমানৰ কাৰণে জহন্নামে গৈছে সমাজখন...!

  • @rexuniversal5254
    @rexuniversal5254 7 днів тому +4

    It's time that North East declare War against drugs to save our young generations before its too late.
    ❤ love, peace and brotherhood to all.

  • @hafizchoudhury5573
    @hafizchoudhury5573 10 днів тому +10

    Thanks news

  • @saminkalita6658
    @saminkalita6658 День тому +1

    অসম আৰক্ষীয়ে পাৰিব নে গুৱাহাটী মহানগৰ খন অপৰাধ মুক্ত কৰিবলৈ?

  • @nayanchoudhury7124
    @nayanchoudhury7124 8 днів тому +1

    অপ্ৰিয় হলেও এটা সঁচা কথা কওঁ প্ৰথমে কম দামত ড্ৰাক্স দি আসক্ত কৰাই ।তাৰ পাছত যেতিয়া নিচা এৰিব নোৱাৰি ড্ৰাক্স কিনিব টকাৰ অভাৱ হই তেতিয়া এই ছোৱালী বোৰৰ লগত দেহৰ বেহা চলাই বুলি মোৰ ধাৰণা হই ।

  • @BhupenNATH-jo7vw
    @BhupenNATH-jo7vw 3 дні тому +1

    এনেকোয়া ৰাইজ হে লাগে❤❤❤

  • @kaustovgoswami4531
    @kaustovgoswami4531 10 днів тому +6

    Madam..... You are shortlisted.... For next ticket

  • @birenburagohain8132
    @birenburagohain8132 9 днів тому +2

    তুমি তোমাৰ পুত্ৰক শাস্তি দিয়া, তাতে সি তোমাক শান্তি দিব, এনে কি, তোমাৰ প্ৰাণক আনন্দিত কৰিব।

  • @ronjimoran8346
    @ronjimoran8346 9 днів тому +1

    Good , This is the beauty of our Guwahati. Police will do their duty after apprehension them by public.

  • @MrinalPhukan-wc2zi
    @MrinalPhukan-wc2zi 12 годин тому +1

    Drug saller,drug addict ক Direct গুলীয়াই দিব লাগে ,হি যি নহওঁক , Government ki ঘেন্তা কৰি আছে ,

  • @debojitdaimari8180
    @debojitdaimari8180 10 днів тому +5

    Bohut unprofessional reporter,

  • @kashhhhhhhhhhhhhhh
    @kashhhhhhhhhhhhhhh 2 дні тому +1

    Society change hobo lagibo ....ajon. Dujon dhori laav ni..........parenting vaal hobo lagibo ...........lora suwali jonmo huar dinor pora expectation rakha bondho koribo laage ............

  • @akhilakhil8863
    @akhilakhil8863 2 години тому +1

    ইয়াক আগত কৰায়ত্ব কৰক

  • @jayantadassbipo5541
    @jayantadassbipo5541 10 днів тому +7

    Oi reporter dada.manuhor kthabur akan mn hunibi .nijor ktha burok koi thka.

  • @humenbhuyan4088
    @humenbhuyan4088 9 днів тому +6

    ব্লাৰ কিয় কৰিছ কেলা 😠

  • @GirishDeka-ff5vi
    @GirishDeka-ff5vi 10 днів тому +10

    Khanapara t pai

  • @runubaruah60
    @runubaruah60 8 днів тому +1

    গাৰ নোম শিঁয়ৰি উঠে ড্ৰাগছ সেৱন কৰা অধঃপাতে যোৱা যুৱতীসকলৰ কথা ভাৱিলে।

  • @dipmoniborah9074
    @dipmoniborah9074 4 дні тому +1

    চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানৰ কাষতে ভাং বিক্ৰী কৰি থাকে । আজি লৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে । দিন ৰাতি কথা নাই , বহু নিশালৈ উঠি অহা সৰু সৰু লৰা দুৰৰ পৰাই ভাং খোৱাৰ বাবে বাইক গাড়ী লৈ অহা যোৱা কৰি থাকে । মাজতে এবাৰ পুলিচ আহিছিল , হয়টো টকা পইছা দি পুনৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে । পৰিতাপৰ কথা যে যি গৰাকীয়ে এই ব্যৱসায় কৰি আছে তেওঁ অৱসৰ প্ৰাপ্ত আৰক্ষী উপ পৰিদৰ্শক ।
    আৰক্ষীৰ বৰমূৰীয়া জি পি সিং ৰ বাসগৃহ ৰ পৰা ২০০ মিটাৰ মান হে হব । তেখেতে ব্যৱস্থা লব পাৰিব নে ।

  • @NE16843
    @NE16843 8 днів тому +2

    Plz Be aware , the time for awaken, save Assam from every where conspiracing to destroy young generation of Assam, every day through transport n other Vehicle drugs coming in Assam,,only in Manipur, 60000 drugs economy,n in other state also 40 50 it's spreading market of Assam n other NE

  • @souravcreation8812
    @souravcreation8812 3 дні тому +1

    policek olp poisa khuwai dile tat investigation koribo najai ..raijai koribo lgibo sob 💪

  • @MotivationalFever-mm2ot
    @MotivationalFever-mm2ot 2 дні тому +1

    I.P.S. Anand Mishra sir bhal asil....

  • @LSharma-nm8yb
    @LSharma-nm8yb 4 дні тому

    ঘৰুৱা পৰিবেশ আৰু লগ সংগ বেয়া হলে মানুহে ড্ৰাগছৰ গ্ৰাসত পৰে।

  • @JINNATALI-u9k
    @JINNATALI-u9k 10 днів тому +2

    অলিয়ে গলিয়ে ইমান মদৰ দোকান থকা সত্ত্বেও কিয় ড্ৰাগছ সেৱন কৰিব লাগে,,

  • @protimasharma5882
    @protimasharma5882 10 днів тому +4

    Drugs khua manuhr gat dukh nai..dukh ase drugs bika bilalkor..dukh ase drugs bonua aru bepar kora luk hokolr....Sorkare nijor lavor babe drugs bondho nkorai hei krne dukhi yat sorkaru ase

    • @rexuniversal5254
      @rexuniversal5254 7 днів тому +1

      Theek koise apuni. 🙏
      Let us join hands and give support to create awareness about this evil. Let us save our young generations before it's too late.
      It's Time that the whole of North East declare War against drugs to clean our society. ❤ love, peace and brotherhood to all. 🙏

  • @Mjoop225
    @Mjoop225 4 дні тому +1

    It's very sensitive issue stop drugs safe child. It's like as wild fire

  • @pain02209
    @pain02209 3 дні тому +1

    Basistha natun bazar ot bohut ase drags lua

  • @dhunbora8815
    @dhunbora8815 3 дні тому

    Vl lagise buwari maiki bur ❤

  • @air33-ias53
    @air33-ias53 2 дні тому +1

    Bar Club buror khub soley sage... Hunisu

  • @nisantarider
    @nisantarider 9 днів тому +1

    Aneka news he dibo Lage👍👍

  • @Farhan99916
    @Farhan99916 8 днів тому +2

    10:30 best part 😂😂 ki vhaka koise atua

  • @rabinkumarroy6473
    @rabinkumarroy6473 День тому +1

    পুলিচ জৰিত আছে? যেন লগে

  • @KhogenMoram
    @KhogenMoram 9 днів тому +1

    আমাৰ তিনিচুকীয়া ডুমডুমা কৰ্দইগুৰি অঞ্চললৈ অহক কিমান বেয়া দিশত গল এবাৰ অঞ্চললত অনুশীলন কৰিলে গৰম পাব

  • @sunandaborah8177
    @sunandaborah8177 11 годин тому +1

    স্মাৰ্ট পুলিছৰ কাম নাই ।মুখ খন দেখাই নিদিয়ে কিয় ?

  • @dworker6409
    @dworker6409 10 днів тому +4

    Guwahati t bahut ase

  • @ujjaldeka115
    @ujjaldeka115 9 днів тому +4

    dispur thana oc ki ghanta kori aso ?

  • @SIDHU4K
    @SIDHU4K 10 днів тому +3

    Parents responsible for this
    Her mother is creating politics to save her

  • @binod7477
    @binod7477 10 днів тому +5

    Balor siori siori koi aso drugs drugs buli ,,,,khi ajoni swali hoi johorie nijei nakhale tu Tak nebesile hoi,,,khei khua lora swali burei bea

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg 9 днів тому +1

    ড্ৰাগছ সেৱন কৰা সকলক ধৰি লাভ নাই। ড্ৰাগছ বিক্ৰী কৰা সকলক ধৰিব লাগে। আৰু সমাজে বয়কৎ কৰিব লাগে। তথাপিও যদিহে বিক্ৰী ব্যৱসায় যদি বন্ধ নকৰে তেতিয়া হলে ৰাইজে বিশেষ উপায় অৱলম্বন কৰি তেনে বেপাৰী বিলাকক ইহ সংসাৰৰ পৰা বিদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে।

  • @rakashdas9087
    @rakashdas9087 8 днів тому +1

    চি এম চাৰ অসমিয়া জাতিতো বাচি থাকিবলৈ দিয়ক আপোনালোকে চাই আছে দয়া মৰম নাই আপোনালোকৰ পুলিচ প্ৰশাসনে কি কৰি আছে

  • @sabitadas6782
    @sabitadas6782 3 дні тому +1

    Suwali jni mukhon j blur krili lra to mukh kio nai kra tahoti ki blg niki

  • @albertsangma9443
    @albertsangma9443 День тому

    Good 👍👍👍👍👍

  • @DigantaGogoi-z6f
    @DigantaGogoi-z6f 2 дні тому +1

    Assamr trand hoi gol, drug lwa ru bare bare rehabilitation centre jwa.. 😂 drugs bondho nohoi .. hokolu addiction center bondho korok... Drug, alcohol khai morok... Tatiya hokolu thik hoi jabo....

  • @user-ng5xh6si6v
    @user-ng5xh6si6v 3 дні тому +1

    yak dekhile gam powa jai drugs lowa ne nohowa

  • @manaskamalbora7033
    @manaskamalbora7033 10 днів тому +5

    Drugs chicken r lgt khai dada ...veg drugs u ase .

  • @rakashdas9087
    @rakashdas9087 8 днів тому +1

    অসমৰ চুকে কোনে চলি আছে দ্ৰাগছৰ বেহা লাজ লাগে ৰাইজে কি কথা কৈ আছে চৰকাৰ শুই আছে

  • @tie4621
    @tie4621 3 дні тому +1

    11th standard girls knows where drugs can be bought , easily she can find out drugs pedlars, but our police despite enough state machineries despite launching many mission, many operation against drugs still unable to eradicate drugs from society.

  • @Bikashdas-y5v
    @Bikashdas-y5v 4 дні тому +1

    Ganatrantar choturthbo sambho eibilak..ghyr xbte durgs py, kio nuware apunaloke cover krba..poisa py sge..

  • @bipulborah2193
    @bipulborah2193 10 днів тому +1

    আৰে কি ফালতো কঠা কব আহিছে, ৰাইজে ব্যৱস্থা গ্ৰহণ নকৰিলে ড্ৰাচ নিৰাময় কৰিব নোৱাৰে চৰকাৰে। ছোৱালী কেইজনীক চৰ সোমাব লাগে।

  • @Amantu755
    @Amantu755 10 днів тому +6

    Aunty joni pura misa koi asay ... Dam sure ... The way she talk ... She lie..

  • @papu3556
    @papu3556 6 днів тому +1

    আজিহে গম পালে নেকি Guwahati t draksh বিকিছে বুলি,,,,

  • @MunaRoy-r7g
    @MunaRoy-r7g 2 дні тому +1

    Raij sajag howk, joy naari samaj,

  • @user-ng5xh6si6v
    @user-ng5xh6si6v 3 дні тому +1

    Aibor gan gai lav nai ...... Ami keijan mane lag lagi aji ratiouwai drugs agent ajank dhari dispur police k gatai disilo .... Handhia khabar palo j 25 hajar taka lai police tak ari dile .... Atia prasna hai. Ami ki pilice k disilo ...,???

  • @offluffy22
    @offluffy22 8 днів тому +1

    Sir police poisa khai ari dia aru iyat police o link ase sage so dekha napai aibur

  • @assamthoughts9072
    @assamthoughts9072 2 дні тому

    ছবেই যে GENDER EQUALITY ৰ কথা কৈ থাকে.... এই লৰাটোৰ মুখখন দেখুৱাই দিছ আৰু ছোৱালীজনীৰ মুখখন ঢাকি দিছ কিয়?
    আইন সকলোৰে বাবে সমান বোলে অকৌ... অসমত Hipocracy ( কূটনীতি) ৰ অভাৱ নাই সঁচাকে!!!

  • @RafiqulIslam-rd1oe
    @RafiqulIslam-rd1oe 10 днів тому +2

    Parents hakalaru bahut dukh ase..

  • @NarayanJariwal
    @NarayanJariwal 2 дні тому +1

    Poliseor dhanda kene ko hobo dhorile drugs babokhai

  • @soneswardeka8963
    @soneswardeka8963 День тому

    Dispur buli nohy panzabari to ase bohut ase eyat ami sobore adhikar ase

  • @chayandas3461
    @chayandas3461 8 днів тому

    ❤❤ nari Shakti dhanyvad

  • @JitumoniBarman-mq7fp
    @JitumoniBarman-mq7fp 10 днів тому

    Good ❤❤❤❤

  • @mandeepsarma8150
    @mandeepsarma8150 4 дні тому

    drugs bondho koribo laage, very good decision but ban alcohol also

  • @gauravjyotiarts8697
    @gauravjyotiarts8697 9 днів тому +2

    Police xui ase.disturb nokoribo

  • @jgoswami95
    @jgoswami95 4 дні тому +1

    নাম কলে photo কিয় দেখাই নিদিয়ে lll তাই kela vip নেকি

  • @Spn-sb5to
    @Spn-sb5to 9 днів тому +1

    Guwahati railway station r pora fancy bazar loi train line a di khuj karhi jab tetia tetia dekha pab kimn manuhe draks loi ase

  • @ArpaBaruah-q2e
    @ArpaBaruah-q2e День тому

    Hosa kotha

  • @bijoydeka9134
    @bijoydeka9134 9 днів тому +1

    Encounters Kari ses karile val. Pisoloi kom hobo.

  • @harshvardhan2544
    @harshvardhan2544 8 днів тому

    ❤❤❤❤❤

  • @RameshSharma-vu6si
    @RameshSharma-vu6si 9 днів тому +1

    Ma'am said geda... Humaki dise... Encounter kar oye

  • @HiteshkumarKumar-nz8ep
    @HiteshkumarKumar-nz8ep 9 днів тому +1

    কমিচনৰ টকা সোমাল কিজানি ?

  • @mdfakir9424
    @mdfakir9424 9 днів тому +1

    Miss neepa khatun Miss jongli begom ki korila tomalokey

  • @Saath_Chale_toh_Jeetenge
    @Saath_Chale_toh_Jeetenge 3 дні тому

    Sobeii gom pai Drugs kot pai,, only BJP sorkaror paltu police aru Hemanta Biswasharmah CM najane,, gom napai,, only dialogue baji,, eiibilak manuh Axomia khilonjia hoi,,, ki korise hihotir karone?? Big question

  • @MadhujyaDas460
    @MadhujyaDas460 14 годин тому

    10:19

  • @DibjyotiTaid
    @DibjyotiTaid 10 днів тому +1

    Chandmari bridget college students sigaret bang kai take

  • @dhritysarmah9762
    @dhritysarmah9762 9 днів тому +1

    Ihote akou khabo moi kotha xuniye gm paisu

  • @ApulicaOfficial
    @ApulicaOfficial 9 днів тому +1

    Shame on you Dispur police

  • @indiragogoi7691
    @indiragogoi7691 9 днів тому +1

    Assam hekh

  • @gdeka4695
    @gdeka4695 10 днів тому +5

    সাংবাদিক ডাঙৰীয়া জেহাড মানে অসমীয়াত কি বোলে কব নেকি

  • @bhaviks5213
    @bhaviks5213 10 днів тому +1

    Jehad word tu kio iman use kore etu news channele? Ki bujabo bisarise??

  • @mandeepsarma8150
    @mandeepsarma8150 4 дні тому

    medicine je khai apuni, paracetamol ki hoi xeitu study kori saabo suun.... I am not promoting drugs but don't be conservative minded also. Okoman plus minus suwa tu usit. Substance is not the guilty, the one who overconsume substance is guilty

  • @bhargabkalita3982
    @bhargabkalita3982 День тому

    Sigrateor packet loi thaka baidew kntu khatra ase ki hahi... 😄😄😄😄😄😂😂😂

  • @pratulrabha3236
    @pratulrabha3236 5 днів тому +1

    Urta Assam

  • @brojenray5921
    @brojenray5921 9 днів тому +1

    লৈছে ভালে হৈছে মৰক।কিয় বাতৰি ত দিব লাগে।নাজানে নেকি? বেছি দিন যে নাবাছে।

  • @ujjaldeka115
    @ujjaldeka115 9 днів тому +1

    drugs khuai miai ddi dile assamiakn😅😅😅😅 a mozzzza😢

  • @user-zi6tz6du7b
    @user-zi6tz6du7b 8 днів тому +1

    Film aru real life eke hol

  • @ANY.CONTAIN
    @ANY.CONTAIN 9 днів тому

    Olp Kapur jur val pindhi news agt ulabo lage maaii

  • @user-bx5oq7pr8c
    @user-bx5oq7pr8c 4 дні тому

    Makor koth tu hosa

  • @mandeepsarma8150
    @mandeepsarma8150 4 дні тому

    drugs'otke besi bhaal psychoactive substance buli kobo... because sugar is also drugs if you study science.....

  • @MKROFFICEAL
    @MKROFFICEAL 9 днів тому

    ১০০% অভিভাৱকৰ গাত ভুল আছে প্ৰথমৰ পৰা শাসন নকৰে যেতিয়া বেয়া হয় তেতিয়া কেইদিনমানৰ ৰ পৰা শাসন কৰে। ।

  • @mdfakir9424
    @mdfakir9424 9 днів тому +1

    Smart police bah bah sundor vai himantoo sarma bah bah BJP Bah bah

  • @Ubiniban
    @Ubiniban 3 дні тому

    ৰাইজ এ ধৰি দিৱ লাগে

  • @MotivationalFever-mm2ot
    @MotivationalFever-mm2ot 2 дні тому

    Assam police eku koriboi nuare.. laaz'r kotha.. DGP kaam ni