The First Assamese to Clear UPSC in Assamese Medium | IAS Harish Sonowal | # Podcast # CareerClass

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • The First Assamese to Clear UPSC in Assamese Medium | IAS Podcast
    Join us in this inspiring episode of our podcast as we sit down with the first Assamese individual to clear the UPSC examination in the Assamese medium. Discover the challenges, triumphs, and unique experiences of this trailblazing journey.
    Our esteemed guest shares invaluable insights, preparation strategies, and motivational anecdotes that will resonate with every aspiring UPSC candidate. Whether you're preparing for the civil services exam or seeking inspiration, this conversation is packed with wisdom and practical advice.
    Key Highlights:
    - Overcoming language barriers in the UPSC examination
    - Effective study techniques and resources
    - Personal anecdotes and motivational stories
    - The significance of cultural identity in competitive exams
    Don't miss this enriching dialogue, set in our cozy, book-filled studio, reflecting a perfect blend of tradition and modernity. Subscribe and stay tuned for more inspiring stories and expert advice on our channel!
    🔔 Subscribe for more insightful content!
    👍 Like and Share if you find this helpful!
    💬 Comment your thoughts and questions below!
    #UPSC #IAS #assamesemedium #podcast #SuccessStory #motivation #civilservices #upscpreparation #Inspiration#careerclass#apsc#assamcareer

КОМЕНТАРІ • 242

  • @simantajsaikia
    @simantajsaikia Місяць тому +61

    What a simple gentleman! There isn’t slightest hint of arrogance in his personality despite the talent he possesses. May God give him a long life

  • @PongkhiBorsaikiaminivlog
    @PongkhiBorsaikiaminivlog Місяць тому +41

    আমাৰ সোনোৱাল জনগোষ্ঠীৰ গৌৰৱ ❤️🌷লগতে অসমৰ গৌৰৱ ❤️🙏 ভালে থাকক চাৰ😊

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Місяць тому +41

    প্ৰাক্তন আই এ এছ বিষয়া শ্ৰীযুত হৰিষ সোনোৱালদেৱৰ লগত হোৱা এই সাক্ষাৎকাৰটি বৰ ভাল লাগিল। এজন অতি সহজ সৰল নিৰহঙ্কাৰী ব্যক্তি তেওঁ, তেওঁৰ কথা-বতৰাবোৰে তাকেই প্ৰমাণ কৰিলে। এটি সাধাৰণ পৰিয়ালৰ ব্যক্তি হৈয়ো তেওঁ আই এ এছৰ নিচিনা পৰীক্ষাত উত্তীৰ্ণ হৈ দেশৰ, জাতিৰ সেৱা কৰিলে তাৰ বাবে তেখেত সঁচাকৈ ধন্যবাদৰ পাত্ৰ।

    • @CareerClass-in
      @CareerClass-in  Місяць тому

      Thank you.

    • @jonkey20
      @jonkey20 Місяць тому

      Bota k horu kalor kotha aru Hudibo dibo lagi sila bohut moja moja kahini asila hahi mat bikhai gol hola

  • @anantapayeng3185
    @anantapayeng3185 Місяць тому +24

    অসমীয়াত এনেকুৱা কেৰিয়াৰ সম্বন্ধীয় চৰ্চা খুব কমেইহে পোৱা যায়।
    ধন্যবাদ @ career class।

  • @yatrawithnitulnandanregon7786
    @yatrawithnitulnandanregon7786 Місяць тому +21

    তেখেতৰ সৰলতাই আমাক দুগ্ধ কৰিলে । ইমান সফল ব্যক্তি হোৱাৰ পিছতো অহংকাৰৰ ভাব কথা-বতৰাৰ মাজেদি দেখা নাপালোঁ । Civil servants বা চৰকাৰী বিষয়াৰ চাৰিত্ৰিক বৈশিষ্ট এনেকুৱাই হ'ব লাগে । অনুষ্ঠানটি চাই থাকোঁতে এখন উপন্যাস পঢ়ি থকাৰ নিচিনা লাগিল । শেষত ছাৰৰ সু-স্বাস্থ্যৰ কামনা কৰিলোঁ ।

    • @GaurabSaikia-lt5yz
      @GaurabSaikia-lt5yz Місяць тому +1

      মুগ্ধ কৰিলে

    • @PrbinChutia
      @PrbinChutia Місяць тому

      দুগ্ধ মানে গাখীৰ।মুগ্ধ মানে আনৰ প্ৰতি আকৃষ্ট হোৱা।বোধ কৰোঁ, অনিশ্চাকৃত ভুল। ধন্যবাদ।

  • @satyanathdeori2900
    @satyanathdeori2900 Місяць тому +32

    বহুতো নজনা কথা শিকিলোঁ। ধন্যবাদ বাইদেউ।🙏 আপোনাৰ এই অনুষ্ঠানৰ পৰা আমাক অনুপ্ৰানিত কৰিছে। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো।

  • @lakhyaheerarajkhowa9786
    @lakhyaheerarajkhowa9786 Місяць тому +5

    ছাৰ আমাৰ ঘৰৰ ওচৰৰ, খুবেই সহজ সৰল পৰিয়ালৰ পৰা UPSC ৰ দৰে কঠিন পৰিক্ষাত সুক্ষ্যাতি লাভৰ বিষয়ে সৰুকালৰ পৰাই মা-দেউতাৰ মুখত শুনি আহিছোঁ, আজি তেওঁৰ মুখৰ দ্বাৰা ইমান সাৱলীল ভাৱে পুনৰ শুনিব পাই ভাল লাগিল, সহজ সৰল তেওঁৰ মাক-দেউতাকৰ উচ্চাকাঙ্ক্ষী মন আৰু কষ্ট বৰ আঁদৰণিয় আৰু আদৰ্শৰ, ছাৰৰ সুদীৰ্ঘ আৰু সুন্দৰ সুসাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিলোঁ ❤😊

  • @rohandeka6954
    @rohandeka6954 Місяць тому +6

    Sri Sonowal Sir was the MD of ATCL for 2 terms I was an employee of ATCL under his custody. He was like a God for Assamese people.

  • @movimovi9654
    @movimovi9654 Місяць тому +10

    বৰ ভাল লাগিল অনুষ্ঠানটি চায় । ধন্যবাদ যাচিলো প্ৰযোজক সকলক । তেনেকুৱা অনুষ্ঠান ধাৰাবাহিক ভাৱে প্ৰচাৰ কৰিলে নবপ্ৰজন্মই অনুপ্ৰাণিত হব , তাত সন্দেহ নাই । আচলতে স্থানীয় অসমীয়া TV চেনেল বিলাকেও তেনেকুৱা অনুষ্ঠান মাজে মাজে প্ৰচাৰ কৰিব পাৰে । সোণোৱাল চাৰৰ
    দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @girishphukan2290
    @girishphukan2290 Місяць тому +8

    সোনোৱাল চাৰৰ অধিনত কাম কৰাৰ
    সৌভাগ্য হোৱাত গব্ব’ অনুভৱ কৰোঁ ৷
    চাৰ এগৰাকী অতি নিষ্ঠাবান বিষয়া
    আছিল ৷তেখেতৰ সুস্বাস্থ্য কামনা
    কৰিলোঁ ৷

    • @PrbinChutia
      @PrbinChutia Місяць тому

      গবব নে গৰ্ব ?

  • @momasvlog6238
    @momasvlog6238 Місяць тому +7

    শ্ৰীযুত হৰিষ সনোৱাল দেৱ অসম গৌৰৱ। তেখেতৰ কথাখিনি শুনি বৰ ভাল লাগিল ।

  • @jugalbaruah6201
    @jugalbaruah6201 Місяць тому +3

    I had the privilege to work under sonowal sir for some years. During the Assam Tea Corporation days when ATC was defunct this wizard of a gentleman took over ATC and managed to bring it back on track his hardwork saved and upgraded lives of many poor garden workers who were ignored. Today if ATC is still in picture of Assam it is only because of sir. He has planted more than 700 hectares of tea plants that is equivalent to 3 small tea gardens. I salute this man for his unconditional work towards Assam Tea Plantations

  • @kunjanmech5757
    @kunjanmech5757 Місяць тому +16

    অতি সুন্দৰ, অতি সুন্দৰ।
    বহুত বেছি ভাল লাগিল চাৰৰ সাক্ষাৎকাৰটি চাই। বৰ অনুপ্ৰাণিত হলো, বৰ ভাল লাগিল।

  • @Barbi-ky4xw
    @Barbi-ky4xw Місяць тому +3

    আপোনালোকৰ পৰা বহুত খিনি উপকৃত হৈছোঁ, যদিওঁ মই বৰ্ত্তমান একাদশ মান শ্ৰেণীৰ ছাত্ৰী তথাপিও এতিয়াৰ পৰাই প্ৰস্তুতি চলায় আছোঁ আৰু নজনা কথা বোৰ শিকিছোঁ এই চেনেল টোৰ যোগেদি ।
    অশেষ ধন্যবাদ,
    আমাৰ দৰে ছাত্ৰ - ছাত্ৰী সকলৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে এয়াই বহুত ।
    শিকি আছোঁ আগলৈও এনেকৈয়ে শিকি যাম ।

    • @CareerClass-in
      @CareerClass-in  Місяць тому

      Thank you and best of luck for your future.

  • @KaSiYali
    @KaSiYali Місяць тому +11

    এগৰাকী চহা মানুহ তেখেত।
    বৰ ভাললাগিল আলোচনাটি।

  • @rajivthengal6407
    @rajivthengal6407 Місяць тому +4

    বহুত ভাল লাগিল----টেঙাখাতলৈ গৈছো---ছাৰে পঢ়া হাইস্কুলখন দেখিছোঁ ।

  • @rangmandas
    @rangmandas Місяць тому +37

    অসমীয়া ভাষাত মেইনছ লিখা বহুতেই এতিয়াও হীনমন্যতাত ভুগে। এই ভিডিঅ'টোৱে সেইসকলৰ মনত বল দিব। ভাষাটো যে কেৱল জ্ঞান উপস্থাপনৰ মাধ্যমহে সেয়া হৰিশ সোণোৱাল ছাৰে প্ৰমাণ কৰি থৈছে। সাক্ষাতকাৰটো বৰ ভাল পালোঁ।

    • @bikashbaishya-bl5fr
      @bikashbaishya-bl5fr Місяць тому +1

      Kio??? Assamese medium t likhi clear karibo nuware nki???????

    • @BM-cq8ft
      @BM-cq8ft Місяць тому

      English r bade UPSC board member y Blg language k importance y nidiye 100 ta 1 hindi student select hoi.

    • @GoingforwardBB
      @GoingforwardBB Місяць тому

      ​@@bikashbaishya-bl5fr Ai prosnotu tumi nijk xudha ..Anok xudhibo nalage ..

    • @bikashbaishya-bl5fr
      @bikashbaishya-bl5fr Місяць тому

      @@GoingforwardBB nijok xudhile nohobo nohoi 😊........ Moi 2029 t hai dim......... First attempt

    • @GoingforwardBB
      @GoingforwardBB Місяць тому +3

      @@bikashbaishya-bl5fr exam tu tumi nije diba nhoi janu…. Gotike kuntu medium t comfort tumi nije decide kribo lagibo Atiyar pora..

  • @bimald1
    @bimald1 Місяць тому +3

    আড়ম্বৰহীন কিন্তু ভব্য, সাৱলীল, শ্ৰুতিমধুৰ আৰু নানা তথ্য- উপদেশসমৃদ্ধ এটা সৰ্বাংসুন্দৰ সাক্ষাৎকাৰ।

  • @thecrunchlator2500
    @thecrunchlator2500 Місяць тому +11

    Its time to unite people. The people of Assam needs to unite.

  • @prahantasarmah
    @prahantasarmah Місяць тому +3

    নজনা কথাৰ শিকাৰ লগতে বহুত উৎসাহ পাইছোঁ । যাৰ দ্বাৰা আগৱাঢ়িবলৈ সুবিধা হ’ব

  • @DilipGogoi-fc8uu
    @DilipGogoi-fc8uu Місяць тому +2

    সাক্ষাৎকাৰ টো শুনিবলৈ পায় বহুত ভাল লাগিল। আপোনাৰ জৰিয়তে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ

  • @ourkitchen825
    @ourkitchen825 Місяць тому +6

    Moi jimanok log paisu dekhisu Sonowal kokai , Bai hokol jiman a dngr manuh nhok teuluk hohoj horol ,down to earth people hoi thkibo ❤️

  • @hrishikeshdutta9959
    @hrishikeshdutta9959 Місяць тому +3

    The people from our parents' Era who cleared these APSC IPS UPSC were genuinely Sharp in studies unlike today's UPSC APSC IAS IPS people who buy questions papers and cheat the exam

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 Місяць тому +3

    কোনো ব্যক্তিৰ জীৱনৰ সফল পৰিঘটনাৰ নিজ মুখে কৰা বৰ্ণনা শুনি বৰ ভাল পাওঁ ৷ সাক্ষাৎকাৰ ভাল হৈছে ৷

  • @babatu9957
    @babatu9957 Місяць тому +3

    Crack 2 time UPSC, Hats off sir.

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Місяць тому +7

    বহুত বহুত ভাল লাগিল অতি সুন্দৰ আপোনাৰ আদৰ্শ লৈ আৰু দহ জন ওলাই আহক,ককাই ভাই সকলো ঘৰৰ শিক্ষিত কটনীয়া হয় পুনৰ নমস্কাৰ জনালোঁ 🙏

  • @janarddansenapati8904
    @janarddansenapati8904 Місяць тому +1

    এখন ঠাই ৰ , এখন সমাজ , ৰাজ্যৰ , দেশৰ বিশেষ মানৱ সম্পদ - এই সকল ব্যক্তি । যাৰ পদাংক আজিৰ নতুন প্ৰজন্ম‌ই অনুকৰণ কৰাতো অতি গুৰুত্বপূৰ্ণ । ইমানেই সুখী আৰু গৌৰৱ বোধ হল যে মনত , এনেকুৱা অতি সহজ সৰল ব্যক্তিত্বৰ মাজত দেশ সমাজৰ পৰিচালনা যন্ত্ৰৰ দায়িত্ব সুচাৰুভাৱে পালন কৰি আজি অৱসৰ হৈ সুখী সহজ সৰল জীৱনতে বাট বোলাত । প্ৰথম জন অসমীয়া I A S বিষয়া হিচাবে জানিব পাৰি সুখী হলো । ছাৰৰ সুস্বাস্থ্য , দীৰ্ঘায়ু কামনা কৰিলোঁ ❤❤❤❤

  • @raisulislam9370
    @raisulislam9370 Місяць тому +1

    বহুত দিনৰ মুৰত আকৌ আপোনাক লগ পোৱাৰ নিচিনা লাগিল । আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিলো ।

  • @chintunath7450
    @chintunath7450 Місяць тому +5

    বহুত বেছি ভাল লাগিলে ।
    সুন্দৰ অনুষ্ঠান বাইদেউ 👍

  • @budheswarsaikia3103
    @budheswarsaikia3103 Місяць тому +4

    Val lagil,I pray to God for healthy life of Sonowal Sir.

  • @Sandhyaaaaaaaaaaaaaa
    @Sandhyaaaaaaaaaaaaaa Місяць тому +2

    ❤ ইমান এজন সহজ সৰল ব্যক্তি❤

  • @personalstruggle9404
    @personalstruggle9404 Місяць тому +5

    বহুত ভাল লাগিল। বৰ সৰল মানুহ

  • @krishnapriyabaruah8892
    @krishnapriyabaruah8892 Місяць тому +10

    সোণোৱাল ছাৰক বহুত দিনৰ মূৰত দেখি আগৰ আমাৰ প্ৰাগজ্যোতিষ স্কুললৈ মনত পৰি গল, ছাৰ আমাৰ স্কুলৰ স্বতাধিকাৰী আছিল ❤❤❤

    • @ProbinBasu-z8x
      @ProbinBasu-z8x Місяць тому

      He is my owner eor ghon bagharbarit house no466

  • @IndeswarSonowal-su1nq
    @IndeswarSonowal-su1nq 6 днів тому

    Thank u Taye Madam,
    Best wishes to u for your remarkable step, Madam. I'm sure of your success.
    God bless u, Ma'am.
    C.Sonowal
    PGT ( Eng), retired
    GWH

  • @NNG-SINGER
    @NNG-SINGER Місяць тому +8

    চাৰ আমাৰ ওচৰৰ মানুহ ।তথাপি আমি তেখেতৰ বিষয়ে জনা নাছিলো ।আজিবৰ ভাৰ লাগিলইমান সৰল মনৰ মানুহ জনৰ সাক্ষাৎকাৰটো চাই।🙏🙏

  • @charusmitadeka7597
    @charusmitadeka7597 Місяць тому +2

    খুউব সুন্দৰ আৰু সময়োপযোগী বাৰ্তা ❤❤❤

  • @moyureegogoi8743
    @moyureegogoi8743 Місяць тому +5

    Bht duniya podcast ❤ Thank you.

  • @user-EDENBORO
    @user-EDENBORO Місяць тому +17

    Now someone will say that he got IAS in ST quota

    • @Sukanya123-jf3fk
      @Sukanya123-jf3fk Місяць тому

      Sihote vbise sage upsc exam tu scl clgr scholarships or admission t help kra type quota

    • @Holaaa325
      @Holaaa325 Місяць тому +3

      ​@@Sukanya123-jf3fkkio upsc reservation nai nki 🥴 ebar general cut and st cut off sabo sun

    • @lilyborah9186
      @lilyborah9186 Місяць тому +1

      ​@@Holaaa325British or time ot apuna luke j rojar nisina e asile. Dhoni aru sob dhoronor hudiba loisile tetia st sc burok ki sukore saisile baru moha khoi. Etia Karma hoi aitu.

    • @Sukanya123-jf3fk
      @Sukanya123-jf3fk Місяць тому

      @@Holaaa325 mur cmnt tu apunar muror uporere goise sage buji pua nii apuni .........upsc apsc aibur exam luck t pass kri jua exm nhy okol omr di pass kri jua exm nhy iat caste r ktha ahi a npre hoe olp mark kom besi hoe but general student khini a mains t ji question answr kribo sai2 st sc student a kribo aibur kthat debate apunalukr nisina mnuhe kore

    • @chaggansfan7697
      @chaggansfan7697 Місяць тому

      @@Holaaa325 agree

  • @user-fp6ud8ym5k
    @user-fp6ud8ym5k Місяць тому +3

    Great man, High thinking, simple living and excellent program. Thanks.

  • @fajakiralom8995
    @fajakiralom8995 Місяць тому +4

    বহুতো নজনা কথা শিকিলোঁ ❤❤ ধন্যবাদ মেম

  • @amarjyotikonwar2385
    @amarjyotikonwar2385 Місяць тому +2

    Such a simple nd pure person❤

  • @jibakantaboruah9140
    @jibakantaboruah9140 Місяць тому +1

    What a simple IAS officer.

  • @aparajitaphukan1371
    @aparajitaphukan1371 Місяць тому +2

    Bohut bhal lagil , GOD BLESS SIR 🙏

  • @bitudas5757
    @bitudas5757 Місяць тому +2

    খুৱ সুন্দৰ জীপাল অনুষ্ঠান,,,উপকৃত হ'লো

  • @nibeditadevi7389
    @nibeditadevi7389 Місяць тому +5

    বহুত বহুত ভাল লাগিল🙏🙏🙏

  • @BIPULGOGOI
    @BIPULGOGOI Місяць тому +4

    বহু খিনি নজনা কথা জানিব পাৰিলো । ভাল লাগিল ।

  • @manshi_offcial
    @manshi_offcial Місяць тому +7

    Ma'am next IAS Narayan konwar r ata podcast bonabo sn....tekhetu axomiya medium r asil

    • @CareerClass-in
      @CareerClass-in  Місяць тому

      Noted

    • @copycat9593
      @copycat9593 Місяць тому

      Etiya kam nai axomiyat...... APSC CCE te top rank npy aru UPSC CSE..!!

    • @jibakantaboruah9140
      @jibakantaboruah9140 Місяць тому

      ​@@copycat9593ajir dinot amar Axomiya bhakha, culture, buranji uporot eku dokholei nai. Aan aan subject burotu aamar ekei gati. Gotike ami medium adi buror uporot dukh japi di nijor weekness dhakiboloi try Karu.

  • @RajooSonowal
    @RajooSonowal Місяць тому +1

    সমৃদ্ধ আৰু সুখী হলো ।

  • @muhikantanath6591
    @muhikantanath6591 Місяць тому +2

    Pranam sir,you are really great with your great personality

  • @pobontamuli4168
    @pobontamuli4168 Місяць тому +3

    অসাধাৰণ পাণ্ডিত্যৰ গৰাকী যদিও ইমান সহজ সৰল !
    ছাৰ ! আপোনালৈ অন্তৰৰ নৃভি কোনোৰ পৰা সহস্ৰ প্ৰনাম 🙏🙏
    আপুনি সদায় কুশলে থাকক আৰু সকলোৰে অনুপ্ৰেৰণা হৈ থাকক।।
    পুনম বাইদেউ! আপোনাৰ ব্যক্তিত্ব খুবেই আৰ্কষনীয় । আপোনাৰ ভিডিঅ' বোৰ আমি সদায় চাও !!

  • @KatiRamBaro-r7i
    @KatiRamBaro-r7i Місяць тому +1

    Beautiful and very much encouraging interview.

  • @mitrakhidowarah4218
    @mitrakhidowarah4218 7 днів тому

    সুন্দৰ অনুষ্ঠান।। উপকৃত হ'ব পাৰিম নিশ্চয়।।

  • @DipakGogoi-uz2ir
    @DipakGogoi-uz2ir Місяць тому +2

    সুন্দৰ সাক্ষাৎকাৰ।ভাল কাম কৰিছে।

  • @filmyhindimoviewebseris8667
    @filmyhindimoviewebseris8667 Місяць тому +2

    এক সুন্দৰ অনুষ্ঠান🙏

  • @jurideka699
    @jurideka699 Місяць тому +1

    Although he was i a s very simple and noble

  • @-RanjuDoley20
    @-RanjuDoley20 Місяць тому +4

    An important program Ma'am ❤❤❤❤

  • @xoxo4675
    @xoxo4675 Місяць тому +5

    সুন্দৰ অনুষ্ঠান ❤

  • @g.h.sikdar3564
    @g.h.sikdar3564 Місяць тому +5

    Thank you Sir and ma'am

  • @info10
    @info10 Місяць тому +2

    Worth watching ..thank you so much for the interview

  • @lakhyal
    @lakhyal Місяць тому +2

    What a personality ❤

  • @royalvlog434
    @royalvlog434 Місяць тому +3

    Long live Tribal people🎉🎉🎉🎉

  • @moromiwood7952
    @moromiwood7952 23 дні тому

    Enka dhoronor podcast sabole pai montu bhal lage.

  • @nalinpangging3434
    @nalinpangging3434 Місяць тому +3

    ভাল লাগিল ❤❤

  • @Sunukonwarofficial
    @Sunukonwarofficial Місяць тому

    bor dhuniya Podcast thank you career class ❤

  • @mousumisonowal9571
    @mousumisonowal9571 Місяць тому +4

    বৰ ভাল লাগিল

  • @pronabpritt
    @pronabpritt Місяць тому +3

    বৰ ভাল লাগিল ❤

  • @KD-dj1iq
    @KD-dj1iq Місяць тому +3

    Bohut val session

  • @monsterassam2672
    @monsterassam2672 Місяць тому +3

    I think biswanath Chariali r Gohpur subdivision asil !! Eitu Oxomyot Gohpur subdivision notun ke hoisil plus Kolabari gaon khonu Gohpur te

  • @JayPegu321
    @JayPegu321 Місяць тому +3

    Congratulations...❤❤❤

  • @rajc27
    @rajc27 Місяць тому +3

    What a session 🙌❤

  • @lopabaruah2771
    @lopabaruah2771 Місяць тому +4

    Such an inspiration❤

  • @NabajitDas-rk5en
    @NabajitDas-rk5en Місяць тому +1

    Living Legend❤

  • @hima_boro
    @hima_boro Місяць тому +2

    খুব ভাল লাগিল তেখেতৰ কথাবোৰ

  • @bhadrakantadas6101
    @bhadrakantadas6101 Місяць тому

    God bless IAS Sonowal sir.

  • @assamtv0.548
    @assamtv0.548 Місяць тому +2

    বহুত বেছি ভাল লাগিল!!

  • @ProbudhMahali
    @ProbudhMahali Місяць тому +2

    Congratulations sir

  • @monsoomsonowal7504
    @monsoomsonowal7504 Місяць тому +1

    Best interview,

  • @jyotishnadaimari7940
    @jyotishnadaimari7940 Місяць тому +2

    Great.sonuwal sir

  • @chimpineog6730
    @chimpineog6730 Місяць тому +4

    Val lagil dai ❤

  • @ChakradharSaud-qq1rj
    @ChakradharSaud-qq1rj Місяць тому +2

    Rally a inspirational video.

  • @digantadeka7201
    @digantadeka7201 Місяць тому +1

    Mozzza ❤❤❤ ajihe 1st salo aponar channel❤

  • @Biplabfix
    @Biplabfix Місяць тому +1

    Congratulations ma'am 20k subscribe ❤

  • @himanibanikya8168
    @himanibanikya8168 Місяць тому

    দেখিশুনিি বৰ ভাল লাগিল❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @ashokrajkhowa2343
    @ashokrajkhowa2343 Місяць тому +3

    অতি সুন্দৰ

  • @sauravborah482
    @sauravborah482 Місяць тому +2

    Bht besi vaal lagil ❤❤❤

  • @ritulphukan8362
    @ritulphukan8362 Місяць тому +1

    Mozaaaa lagil

  • @Maajaan-m6h
    @Maajaan-m6h Місяць тому +2

    ❤❤

  • @allone2175
    @allone2175 Місяць тому +1

    Very good interview

  • @shyamsaikia6541
    @shyamsaikia6541 Місяць тому

    Khub val lagil in

  • @sanjuctadutta8611
    @sanjuctadutta8611 Місяць тому +3

    Great 👍🏻

  • @birusonowal1202
    @birusonowal1202 Місяць тому +2

    👏👏

  • @kishorkumarnath28
    @kishorkumarnath28 Місяць тому +2

    HATS OFF SIR SALUTE TO YOU SIR

  • @Bhunomali
    @Bhunomali Місяць тому +3

    Horur pora Moi Assamese medium ot pohi atiyai postai su mam😢😢😢 pise atiya moi UPSC r karone zero pora start kenekoi korim English medium Book 📚😢

    • @Holaaa325
      @Holaaa325 Місяць тому +1

      First English improve kra baki coaching lua hoi jabo

  • @shriatiramrabha9388
    @shriatiramrabha9388 Місяць тому +3

    সাৰ গৰাকীক চৰকাৰে আজিও বিচাৰি নেপালে ।
    বাইদেউ জনিক আহ্বান জনালোঁ যাতে ইয়াতকৈ better publication হয়

  • @ranjeetpegu5925
    @ranjeetpegu5925 Місяць тому

    অতি সুন্দৰ সাক্ষাৎকাৰ।

  • @BoraNilash
    @BoraNilash Місяць тому +1

    Val lagil ❤

  • @rubulkachari1164
    @rubulkachari1164 Місяць тому +2

    Nice video 👍

  • @hiramonidas7457
    @hiramonidas7457 Місяць тому +2

    ❤❤❤❤❤vl lgile ma'am

  • @purveeporag
    @purveeporag 29 днів тому

    অনুপ্ৰেৰণা দায়ক

  • @akhilgogoi1869
    @akhilgogoi1869 Місяць тому +1

    Val lagil