Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
!অতি সুন্দৰ।
ধন্যবাদ
কৃষ্ণ আই সকল বহুত বহুত সুন্দৰ লাগিছে , 🙏🙏🙏🙏❤❤😂
Joy guru Shankar Krishna Krishna outstanding
বহুত ভাল লাগিল চাই ❤️👍👌
Amar bamunpukhari maharakh❤❤❤
Dhuniya Lagise
১০৪বছৰত ভৰি দিয়াবলৈ সক্ষম হোৱা বামুণ পুখুৰীৰ মহাৰাসভাগৰ অতীত আৰু বৰ্তমানৰ কৰ্ম কৰ্তা, ভক্তি প্ৰাণ শিল্পী সকল আৰু অঞ্চলৰ ৰাইজলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো। এইখিনিতে সেইসকল পূৰ্বজলৈ মনত পেলাবই লাগিব যে ১০৪ বছৰৰ আগতেই কিমান কষ্টকৰ যাত্ৰা কৰি মাজুলীলৈ গৈ ৰাসৰ গীত নৃত্য বাদ্য সংলাপ অভিনয় শিকি, মনত ৰাখি, এচামক সেই শিক্ষা দান দি, উত্তৰাধিকাৰ হিচাপে পোৱা এই পৰম্পৰা দি গ'ল। এই খিনিতে মনলৈ অহা দুটামান প্ৰসঙ্গ নজনাই নোৱাৰিলো - দোষ নধৰে যেন। ৰাস বা মহাৰাস বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাসক্ৰীয়া বা কেলিগোপাল নাটভাগৰ গীত নৃত্য বাদ্য সংলাপ আৰু আছূতীয়া পৰিবেশন কলা খিনিহে বুজিছিলোহঁক। আজিকালি ৰাসক্ৰীয়াৰ আগৰ শিশুলীলা, কালীয়দমন আৰু পাছৰ কংস-বধ খণ্ডও যোগ দিয়া হ'ল। হ'লেও ৰাসক্ৰীয়া ভাগেই মূল। আপোনালোকৰ গীত অতিশয় শুৱলা সুৰীয়া আৰু মনপৰশা হৈছে, শলাগিছো। যদিও মহাপুৰুষ জনাৰ ৰচনাৰ নহয় এনেকুৱা গীতসমূহৰো, কেৱল মনোৰঞ্জনৰ বাবে, আজি কালি চৰ্চা পৰিবেশন বহুলভাৱে কৰা হবলৈ ধৰিছে। এনে ধৰণৰ গীতসমূহকে ৰাসলীলা বা ৰাসক্ৰীয়াৰ গীত বুলি চলাই দিয়া হৈছে আৰু নতুন প্ৰজন্মইও শিকিছে। এনেদৰেই মহাপুৰুষজনাৰ মহান সৃষ্টিৰাজী আমি পৰিবৰ্তন কৰা আৰম্ভ কৰিলোৱেই। কেৱল মনোৰঞ্জনৰ বাবে এনে কৰা হৈ থাকিলে অদূৰ ভৱিষ্যতে যিকোনো পুঁজিপতিয়ে বৃহৎ পুঁজি বিনিয়োগ কৰি নিত্য নতুন গীত ৰচনা কৰি, নিত্য নতুন কলা-কৌশল প্ৰয়োগ কৰি, অধিক মুনাফাৰ আশাত, ৰাসলীলা বুলি ব্যৱসায়িক নৃত্য গীত বাদ্য সংলাপ আদি চলাই দিলে কিহৰ ভিত্তিত কোনে বাধা দিব পাৰিব? তেনেকুৱা লাভৰ বাবে হোৱা প্ৰতিযোগিতাৰ পৰিস্থিতিত পবিত্ৰ সত্ৰ সমুহে নিঃস্বাৰ্থভাবে ৫/৬শ' বছৰ ধৰি মাতৃ যশোদাই প্ৰাণকৃষ্ণক বুকুত বান্ধি লালন-পালন কৰাৰ দৰে সত্ৰীয়া সংস্কৃতিভাগ ধ্ৰুপদী সংগীতৰ এটি স্বকীয় বৈশিষ্ট্যতাপূৰ্ণ সুকীয়া থূল হিচাপে পৰিগণিত কৰোৱাই ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত কৰোৱালেহি সেই সত্ৰীয়া সংগীতৰ অন্তৰ্ভুক্ত মহাৰাসৰ স্বকীয়তা বৈশিষ্ট্যতা কিবা বাকী থাকিবগৈনে? আজি কালি ইউটিউবতে মানুহৰ পৰা চকুৰ পচাৰতে পশুপক্ষী, পশুপক্ষীৰ পৰা মানুহ হৈ যোৱা যাদুৰ ভিডিঅ' প্ৰদৰ্শন হৈ আছে। নিজ চকুৰে তেনে পৰিবেশন চোৱাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ মুখাশিল্প চাবলৈ কোনোবা আহিবনে? নিজৰ স্বকীয়তা ৰক্ষা কৰি মহাপুৰুষীয়া নাটভাগৰে গীত নৃত্য বাদ্য সংলাপ অভিনয়েৰে ৰাসক্ৰীয়া নাট ভাগ উপস্থাপন কৰি জগতক প্ৰদৰ্শন কৰিব নোৱাৰিনে, ইত্যাদি বিষয়সমূহ ভাবিবৰ সময় হৈ গ'ল। আৰু বৰ্তমানৰ পৰিবেশন বিলাকৰ পৰা বাছনি কৰি কোন ভাগ মহাপুৰুষজনাৰ সৃষ্টি ৰাসক্ৰীয়া নাটৰ অবিকৃত শুদ্ধ পৰিবেশন বুলি অন্যলোকক দেখুৱামহঁক? পূৰ্বপুৰুষসকলে শিকি অহাৰ সময়ত এনে গীতসমূহ ৰচনাই হোৱা নাছিল নিশ্চয়। বিনম্ৰ আহ্বান - জাঁজী বামুণ পুখুৰীয়া ৰাইজেই দেখুৱাই দিয়কচোন মহাপুৰুষীয়া কৃষ্টি সংস্কৃতি কেনেকৈ শুদ্ধভাবে লালন-পালন কৰি আছে।
ঐতিহাসিক বামুণপুখুৰী নিজৰ ঠাইখনি়ৰ ৰাস সদায়ে প্রিয় ।। লগৰীকেইজনীকো ভাল লাগিচে দেখা পাই 🤗
Bohut dhunia lagise❤❤❤
Very good ❤
Sundar maghranjani ba ❤❤❤❤
সুন্দৰ ৰাস💖💥
ভাল লাগিল৷❤❤
ভাল লাগিল সকলো লৈকে অভিনন্দন জনালো
Val.hoise.singning is.very.nice
Thankyou🙏🙏🙏
বামুণপুখুৰী ৰাস আৰু সকলো শিল্পী কলা কৌশলীৰ লগতে মেঘৰঞ্জনী মেধিও লৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো বহুত বহুত -->
Val lagil ❤❤❤❤❤❤😊
Our bamunpukhuri ❤❤
❤❤❤
Amr bamunpukhuri ❤❤
ধুনীয়া নাচ পৰিবেশন।
Dhunia ❤
Our bp❤❤❤
Very nice from all side.
Mojjjaa ❤❤❤🎉🎉
Best.ofthe.all.thsnks.
VERY NICE NATURAL HOISE ..
Mojja video 😮😅
Hundor hoise ❤❤❤
Val lagil
Bohut dhunia lagise
বৰ সুন্দৰ হৈছে ।
Meghranjini ba❤
Singing👍👍
Majulir baa aan aan Majulir usor-pazporor Rakhor bohut drisyoi bhal nalage. Besi lehamia hoy geet aru dialoguehomuh. Rakhor gaambhrijjata aru akorkhoniata imaan nothoka jen lage.Amar iaar dore ati akorkhonio nohoy! Eituei hosa.
Khub hundor hoise❤❤
bor bhal lagil
ৰাধে ৰাধে।
Eijonik bohut dinor murat dekhisu o..val lagil..❤from majuli
Gaan Kune gaise oo pgl hoi goisu xuni❤❤❤❤❤❤❤❤❤
Moi kintu de imn moja voice
Thank you so much 🙏❤
🙏💖
khub hundar hoise ❤
Gan kintu gaise de imn moja voice moi Bahu bar hunisu ❤❤❤@sumitsaikiaofficial2991
Bhut val hoise
Radha Joni bor hundar lagesa
Super
Very nice
Sundor
🙏🙏🙏
104 bosor rt vori dela ❤
Miss krisu bia hoi ohar pora apun jega dkhor rakh sb jboi pra ni
🙏
80% hoise
Khanamukh rakh r video ase nki
amar usarat nai
কৃষ্ণৰ বনমালাত সেউজীয়া ৰং ক'ত?
Bhal kot kot hoise heitu diwk ,heitu sawk,beatu kiya sai prothome apunaluke🙏akhamiya hongskiti agbahi jaba nibisareni apunaluke....
কংসৰ video tu debo....
Konkho video lage ne
Our bp❤
!অতি সুন্দৰ।
ধন্যবাদ
কৃষ্ণ আই সকল বহুত বহুত সুন্দৰ লাগিছে , 🙏🙏🙏🙏❤❤😂
ধন্যবাদ
Joy guru Shankar Krishna Krishna outstanding
বহুত ভাল লাগিল চাই ❤️👍👌
ধন্যবাদ
Amar bamunpukhari maharakh❤❤❤
Dhuniya Lagise
ধন্যবাদ
১০৪বছৰত ভৰি দিয়াবলৈ সক্ষম হোৱা বামুণ পুখুৰীৰ মহাৰাসভাগৰ অতীত আৰু বৰ্তমানৰ কৰ্ম কৰ্তা, ভক্তি প্ৰাণ শিল্পী সকল আৰু অঞ্চলৰ ৰাইজলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো। এইখিনিতে সেইসকল পূৰ্বজলৈ মনত পেলাবই লাগিব যে ১০৪ বছৰৰ আগতেই কিমান কষ্টকৰ যাত্ৰা কৰি মাজুলীলৈ গৈ ৰাসৰ গীত নৃত্য বাদ্য সংলাপ অভিনয় শিকি, মনত ৰাখি, এচামক সেই শিক্ষা দান দি, উত্তৰাধিকাৰ হিচাপে পোৱা এই পৰম্পৰা দি গ'ল। এই খিনিতে মনলৈ অহা দুটামান প্ৰসঙ্গ নজনাই নোৱাৰিলো - দোষ নধৰে যেন।
ৰাস বা মহাৰাস বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাসক্ৰীয়া বা কেলিগোপাল নাটভাগৰ গীত নৃত্য বাদ্য সংলাপ আৰু আছূতীয়া পৰিবেশন কলা খিনিহে বুজিছিলোহঁক। আজিকালি ৰাসক্ৰীয়াৰ আগৰ শিশুলীলা, কালীয়দমন আৰু পাছৰ কংস-বধ খণ্ডও যোগ দিয়া হ'ল। হ'লেও ৰাসক্ৰীয়া ভাগেই মূল। আপোনালোকৰ গীত অতিশয় শুৱলা সুৰীয়া আৰু মনপৰশা হৈছে, শলাগিছো। যদিও মহাপুৰুষ জনাৰ ৰচনাৰ নহয় এনেকুৱা গীতসমূহৰো, কেৱল মনোৰঞ্জনৰ বাবে, আজি কালি চৰ্চা পৰিবেশন বহুলভাৱে কৰা হবলৈ ধৰিছে। এনে ধৰণৰ গীতসমূহকে ৰাসলীলা বা ৰাসক্ৰীয়াৰ গীত বুলি চলাই দিয়া হৈছে আৰু নতুন প্ৰজন্মইও শিকিছে। এনেদৰেই মহাপুৰুষজনাৰ মহান সৃষ্টিৰাজী আমি পৰিবৰ্তন কৰা আৰম্ভ কৰিলোৱেই। কেৱল মনোৰঞ্জনৰ বাবে এনে কৰা হৈ থাকিলে অদূৰ ভৱিষ্যতে যিকোনো পুঁজিপতিয়ে বৃহৎ পুঁজি বিনিয়োগ কৰি নিত্য নতুন গীত ৰচনা কৰি, নিত্য নতুন কলা-কৌশল প্ৰয়োগ কৰি, অধিক মুনাফাৰ আশাত, ৰাসলীলা বুলি ব্যৱসায়িক নৃত্য গীত বাদ্য সংলাপ আদি চলাই দিলে কিহৰ ভিত্তিত কোনে বাধা দিব পাৰিব? তেনেকুৱা লাভৰ বাবে হোৱা প্ৰতিযোগিতাৰ পৰিস্থিতিত পবিত্ৰ সত্ৰ সমুহে নিঃস্বাৰ্থভাবে ৫/৬শ' বছৰ ধৰি মাতৃ যশোদাই প্ৰাণকৃষ্ণক বুকুত বান্ধি লালন-পালন কৰাৰ দৰে সত্ৰীয়া সংস্কৃতিভাগ ধ্ৰুপদী সংগীতৰ এটি স্বকীয় বৈশিষ্ট্যতাপূৰ্ণ সুকীয়া থূল হিচাপে পৰিগণিত কৰোৱাই ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত কৰোৱালেহি সেই সত্ৰীয়া সংগীতৰ অন্তৰ্ভুক্ত মহাৰাসৰ স্বকীয়তা বৈশিষ্ট্যতা কিবা বাকী থাকিবগৈনে? আজি কালি ইউটিউবতে মানুহৰ পৰা চকুৰ পচাৰতে পশুপক্ষী, পশুপক্ষীৰ পৰা মানুহ হৈ যোৱা যাদুৰ ভিডিঅ' প্ৰদৰ্শন হৈ আছে। নিজ চকুৰে তেনে পৰিবেশন চোৱাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ মুখাশিল্প চাবলৈ কোনোবা আহিবনে? নিজৰ স্বকীয়তা ৰক্ষা কৰি মহাপুৰুষীয়া নাটভাগৰে গীত নৃত্য বাদ্য সংলাপ অভিনয়েৰে ৰাসক্ৰীয়া নাট ভাগ উপস্থাপন কৰি জগতক প্ৰদৰ্শন কৰিব নোৱাৰিনে, ইত্যাদি বিষয়সমূহ ভাবিবৰ সময় হৈ গ'ল। আৰু বৰ্তমানৰ পৰিবেশন বিলাকৰ পৰা বাছনি কৰি কোন ভাগ মহাপুৰুষজনাৰ সৃষ্টি ৰাসক্ৰীয়া নাটৰ অবিকৃত শুদ্ধ পৰিবেশন বুলি অন্যলোকক দেখুৱামহঁক? পূৰ্বপুৰুষসকলে শিকি অহাৰ সময়ত এনে গীতসমূহ ৰচনাই হোৱা নাছিল নিশ্চয়। বিনম্ৰ আহ্বান - জাঁজী বামুণ পুখুৰীয়া ৰাইজেই দেখুৱাই দিয়কচোন মহাপুৰুষীয়া কৃষ্টি সংস্কৃতি কেনেকৈ শুদ্ধভাবে লালন-পালন কৰি আছে।
ঐতিহাসিক বামুণপুখুৰী নিজৰ ঠাইখনি়ৰ ৰাস সদায়ে প্রিয় ।। লগৰীকেইজনীকো ভাল লাগিচে দেখা পাই 🤗
ধন্যবাদ
Bohut dhunia lagise❤❤❤
ধন্যবাদ
Very good ❤
Sundar maghranjani ba ❤❤❤❤
ধন্যবাদ
সুন্দৰ ৰাস💖💥
ভাল লাগিল৷❤❤
ধন্যবাদ
ভাল লাগিল সকলো লৈকে অভিনন্দন জনালো
Val.hoise.singning is.very.nice
Thankyou🙏🙏🙏
বামুণপুখুৰী ৰাস আৰু সকলো শিল্পী কলা কৌশলীৰ লগতে মেঘৰঞ্জনী মেধিও লৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো বহুত বহুত -->
ধন্যবাদ
Val lagil
❤❤❤❤❤❤😊
ধন্যবাদ
Our bamunpukhuri ❤❤
❤❤❤
Amr bamunpukhuri ❤❤
ধুনীয়া নাচ পৰিবেশন।
Dhunia ❤
Our bp❤❤❤
Very nice from all side.
Mojjjaa ❤❤❤🎉🎉
Best.ofthe.all.thsnks.
VERY NICE NATURAL HOISE ..
Mojja video 😮😅
Hundor hoise ❤❤❤
ধন্যবাদ
Val lagil
ধন্যবাদ
Bohut dhunia lagise
ধন্যবাদ
বৰ সুন্দৰ হৈছে ।
Meghranjini ba❤
Singing👍👍
Majulir baa aan aan Majulir usor-pazporor Rakhor bohut drisyoi bhal nalage. Besi lehamia hoy geet aru dialoguehomuh. Rakhor gaambhrijjata aru akorkhoniata imaan nothoka jen lage.Amar iaar dore ati akorkhonio nohoy! Eituei hosa.
Khub hundor hoise❤❤
ধন্যবাদ
bor bhal lagil
ধন্যবাদ
ৰাধে ৰাধে।
Eijonik bohut dinor murat dekhisu o..val lagil..❤from majuli
Gaan Kune gaise oo pgl hoi goisu xuni❤❤❤❤❤❤❤❤❤
Moi kintu de imn moja voice
Thank you so much 🙏❤
🙏💖
khub hundar hoise ❤
ধন্যবাদ
Gan kintu gaise de imn moja voice moi Bahu bar hunisu ❤❤❤@sumitsaikiaofficial2991
Bhut val hoise
ধন্যবাদ
Radha Joni bor hundar lagesa
Super
Very nice
Sundor
🙏🙏🙏
104 bosor rt vori dela ❤
Miss krisu bia hoi ohar pora apun jega dkhor rakh sb jboi pra ni
🙏
80% hoise
Khanamukh rakh r video ase nki
amar usarat nai
কৃষ্ণৰ বনমালাত সেউজীয়া ৰং ক'ত?
Bhal kot kot hoise heitu diwk ,heitu sawk,beatu kiya sai prothome apunaluke🙏akhamiya hongskiti agbahi jaba nibisareni apunaluke....
কংসৰ video tu debo....
Konkho video lage ne
❤❤❤
Our bp❤
Very nice
Very nice