প্ৰতি মাহে প্ৰায় ৬০হেজাৰ টকাৰ ঢকুৱা প্লেট বিক্ৰী কৰে পিতৃ আৰু জীয়ৰীয়ে | areca leaf plate business
Вставка
- Опубліковано 7 вер 2024
- প্ৰতি মাহে প্ৰায় ৬০হেজাৰ টকাৰ ঢকুৱা প্লেট বিক্ৰী কৰে পিতৃ আৰু জীয়ৰীয়ে | areca leaf plate business in assam
দৰিদ্ৰতাৰ পৰা পৰিত্ৰান পাবলৈ এই মানুহজন নাইকীয়া হৈছিল গাঁৱৰ পৰা ৷ উপাৰ্জনৰ পথ বিচাৰি গৈ তেওঁ উপস্থিত হৈছিলগৈ মুম্বাইত ৷ মুম্বাইত গৈ কৰিছিলগৈ চিকিউৰিটি গাৰ্ডৰ চাকৰি ৷ অধিক উপাৰ্জনৰ বাবে এদিন তেওঁ শ্ৰমিক হিচাবে কাম কৰিছিল এটি ঢকুৱা প্লেট বনোৱা কাৰখানত ৷
কিন্তু ঢকুৱাৰ প্লেটৰ ব্যৱসায় দেখি সলনি হ’ল তেওঁৰ মন ৷ মাত্ৰ তিনিমাহ দিন কাম কৰাৰ পাছতে তেওঁ নিজেই ঢকুৱা প্লেটৰ ব্যৱসায় কৰা আশাৰে ৰাওনা হ’ল ঘৰলৈ ৷
এতিয়া নিজৰ ঘৰতে এখন চালিৰ তলত তেওঁ চলাই আহিছে ঢকুৱা প্লেট উৎপাদনৰ ব্যৱসায় ৷
: গহপুৰৰ বাকৰি দলনি গাঁৱৰ সোমনাথ ভৰালীৰ জীৱনৰ কাহিনী এয় ৷ দৰিদ্ৰতাক জয়ী কৰিবলৈ দেউতাকক সংগ দিছে তেওঁৰ স্নাতক ডিগ্ৰীধাৰী জীয়ৰী প্ৰমিলাই ৷
এতিয়া প্ৰতি মাহে প্ৰায় ৬০হেজাৰ টকাৰ ঢকুৱা প্লেট বিক্ৰী কে পিতৃ আৰু জীয়ৰীয়ে ৷ গহপুৰ গোগামুখৰ উপৰি অৰুণাচল প্ৰদেশৰ পাছিঝাটলৈকে বিক্ৰী হয় এওঁলোকে উৎপাদন কৰা ঢকুৱা প্লেট |
contact number of sumnath 9365751238
uparjan.in
Very good job
Great salute both of you father daughter...you people example for many others🤩💐
সুন্দৰ পদক্ষেপ দাদা আপোনালোকৰ উপাৰ্জন চেনেলটো মই প্ৰথমৰ পৰাই চাই আছোঁ।
Nice show this every manufacturer of Assam.
সুন্দৰ পদক্ষেপ, শুভেচ্ছা জনালোঁ
THANKS
Hundor
ভাল লাগিল,, মাছৰ floating feed বনোৱাৰ বিষয়ে এটা ভিডিঅ দিয়ক ।
Very good, self helf job
Great job.
Very nice.....keep it up...never look back
বৰ ভাল লাগিল
Carry on Nituda
সুন্দৰ পদক্ষেপ খুৰা।
Vary. Good
Good job khura 👍🏻
Dhuniya....
Very nice 👍
Dhuniya
Great job dada keep it up..👍
Best wishes
Good news
I love bussines
Good
Nice
Creative....
Bohut Val lagil
Good job dada👍
Very Nice
Xundar podaxep👍
Bhal lagil ....💖💖💖
Khura bohut vl lagil video2 sai 🙏🙏
Wow nice 👍👍👍👍
Moja
Delhi pra keneke anile... Kimn price lole janib parim nki
মেচিন তু দাম কিমান হব জনাব চুন মৰিগাঁও পৰা কৈচু 👏
🙏🙏🙏🙏
Val lagil video to sai good job
Where is this place ?? I wanted to visit
Moja kaam
Is it in pasighat???
Val lagil
আগবাঢ়ি যাওঁক ব্যৱসায়ৰ যোগেদি🙏
Val lagil..apunalik dangor babokhayi howk.. Mur xubhasa thakil.. Apunalukor accent tu Napali jan lagil..
Bohut val.........
Your voice is not properly audible
Machine tur dam kimn pre
Nice, বহুত, ভাল লাগিল আপোনাৰ ফোন নাম্বাৰতো দিবচোন।
Non pollutionel business
Kiman toka missing to
Moyu বংলোৰতে আছোঁ হয় এইটো চাই কিবা কৰিব পাৰি নেকি বুলি ভাবি আছিলোঁ।ভাল কৰিছে।
1sr view
Fn number 2 pm ni khura jonr
এই মেছিনটো আনিবৰ বাবে কেনেকৈ আৰু ক'ত যোগাযোগ কৰিব লাগিব? এইখিনি আমাক আপোনাৰ সহায় লাগে।
Jodi ai manuh jonk sorkare ba bank help kore titiya hole bht aguwa jab parib.
Bhai ghyt r jikhon flyover asomiya contractor anil Das e korise tar eta interview loba sun.
Dada apunr nam ber to deok moy machine to logo besari su
Profit kekua hoi per plate jonabo.?
আমি আসাম থেকে বলছি, যদি সেইল করার জায়গা পেতাম তাহলে অনেক পণ্য উৎপাদন করতে পারতাম, আমাদের এলাকায় কাঁচামালের অভাব নেই!
Dada mok hikabone ?
Dada moi chabua machine tu kot pam kiman tka please jonab
💕💖💖👍👍
Dada apuner number to dibo nake moi korem buli vabsu
দাদা ফোন নম্বৰ দিব ভালপালো
দাদা জনৰ ফোন নম্বৰ টো অনুগ্ৰহ কৰি দিব
ভাল লাগিল দাদা নবাৰ টো দিব সোণ আপোনাৰ
Bor val lagil se dada
Dada dise bonuwa manuh jonr number ase nki
Dada cntct koribo parim nk
মেচিন কত পোৱা জাব
Gakhir bikri nai hua nki
Dibo sorkara , nija korok ji kora , akha nokorai vhal
বহুত ভাল লাগিল,
উৎসাহজনক ভিডিঅ, কিন্তু ভিডিঅ বিলাক ১০ মিনিটৰ ভিতৰত বা তাতকৈ কম হ'লে ভাল হয়!!!
Dada aponar seneltu 1st ar pora sai asu Bohut val pae khura jonor nambart contect kori dib paribo neki
Dada jonor phone no2 dibo sun... Vl lagil sai
Ph no tur pam ni dada jonor
Manuh jonr nambrtu dib nke
Mor o kribo mon gol
Apunar lukor chenal tut address tu homporna ke dile valpam dada please address details and contract details thanks..
Address tu dibone?
Tekhetor number to diba ...parile please
Aa
Bohut borhia ...
Ph numbar pam nake
মেচিনতোৰ দাম কিমান জনাবচোন।
কোৰ পৰা কৈছে !
আপুনিও লব বিছাৰে নেকি
Umn lob disaru
ময়ো আনিব বিছাৰো এদিন ওলাবা আপুনি আৰু মই জাম কলকতা ? অসমত পোৱা নাজায় এইবিলাক মেছিন ! আপোনাৰ ঘৰ কুন খন জিল্লাত বাৰু ' জদি আনিব বিছে তেতিয়া হলে ওলাবা ? মোৰ লগত কম্পানিৰ নাম্বাৰ মোৰ তাত আছে আপুনি গলে মোৰো অলপ সুবিধা হয় ! আৰু আপোনাৰো সুবিধা হব ? জদি জাব বিছাৰে ফোন নাম্বাতো দিব !
@@HappyLife-ob5ro ai2 k plate buuness tu Val nki
Phone number tu dibo naki ?
Dada phone number tu dibosun
Moiu korim buli vabisu contact number dibosun