Gaurav Gogoi News: কোন কোন নেতাক কংগ্ৰেছে দললৈ আদৰিব, কাৰ কাৰ ক্ষেত্ৰত থাকিব বাধা!

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • কোন কোন নেতাক কংগ্ৰেছে দললৈ আদৰিব, কাৰ কাৰ ক্ষেত্ৰত থাকিব বাধা। কংগ্ৰেছ এৰি যোৱা সকলৰ প্ৰত্যাৱৰ্তনত থাকিব নেকি কোনো গাইডলাইন? APCCৰ পৰৱৰ্তী ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত এই ক্ষেত্ৰত লোৱা হব নিৰ্দিষ্ট ৰণনীতি। কিন্তু কিহৰ ভিত্তিত প্ৰস্তুত হব গাইডলাইন। স্পষ্টকৈ কলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে
    #assamesenews #nd24news #nd24live #nd24assamese #livenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

КОМЕНТАРІ • 326

  • @Rubulgogoi209
    @Rubulgogoi209 Місяць тому +102

    শুদ্ধ সিদ্ধান্ত । এনে কৰিলেহে ৰাজনৈতিক দলৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িব ।

  • @digantachangmai1076
    @digantachangmai1076 Місяць тому +104

    গৌৰব গগৈ ডাঙৰীয়াৰ কথাত আমি একমত

  • @rajusaikia2328
    @rajusaikia2328 Місяць тому +151

    আমি যোৰহাটৰ কংগ্ৰেছ কৰ্মী সকলে বৰ ভাল পাইছো গৌৰৱ গগৈ জিন্দাবাদ

    • @manavk4088
      @manavk4088 Місяць тому +11

      Leader holei enekua hobo lagei..... 🎉🎉🎉

    • @AbdulKalamAzad-v4s
      @AbdulKalamAzad-v4s Місяць тому +2

      Gaurav gogoi cm hle bhal hbo amr manuh honkhya logu manuh burok sc st obc reservation lgee ami pressure dim...Madrasa t fund lgee Gaurav Gogoi amr hero Insaallah

    • @biki456
      @biki456 Місяць тому

      1966 r electoral certified copy ase na tor??? ​@@AbdulKalamAzad-v4s

    • @jakirhussain-uu2ic
      @jakirhussain-uu2ic Місяць тому

      11¹1

    • @jakirhussain-uu2ic
      @jakirhussain-uu2ic Місяць тому

      11¹111

  • @jibonjyotidutta622
    @jibonjyotidutta622 Місяць тому +76

    সুন্দৰ ডিচিচন | বিপদৰ বন্ধুহে প্রকৃত বন্ধু | নিৰ্বাচনৰ সময়ত দল বাগৰা লোকক পুনৰ আদৰিব নেলাগে |

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a269 Місяць тому +37

    খুৱ সময়োপযোগী সিদ্ধান্ত লৈছে

  • @mrinaldoley8883
    @mrinaldoley8883 Місяць тому +43

    ৱিপদৰ সময়ত থকা জন হে বন্ধু ৱিপদৰ সময়ত আতৰি যোৱা ৱোৰক দলত আকৌ স্থান দিৱ নালাগে আকৌ কংগ্ৰেছ দলৰ ক্ষতি হৱ

  • @bishnubaruah1270
    @bishnubaruah1270 Місяць тому +39

    এই সকলক মামাই আকৌ পঠাই দিছে কংগ্ৰেছ ত চোৰাংচোৱা গিৰি কৰিবলৈ।

  • @dadugogoi5548
    @dadugogoi5548 Місяць тому +18

    সুন্দৰ পদক্ষেপ । এই দুমুখীয়া সাপক ( যেনে -- ৰানা, সূৰুয, ন্ত,ৰূপজ্যোতি) আদিক কংগ্ৰেছ দলে ঠাই নিদিয়া ভাল ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому +27

    2:00 যি সকলৰ"নাম উল্লেখ কৰিলে"সেই সকলৰ নাম আমি কংগ্ৰেছ প্ৰেমী সকলে শুনিবই নোৱাৰো।শুনিলেই গা পোৰণি দেৱনি লাগি যায়। কেইটামান টকাৰ লোভত যে ইমান বিশ্বাস ঘাটকতা কৰিছিল মনত পৰিলেই খঙে মূৰৰ চুলিৰ আগ পায়গৈ। সেই সকলক কং গ্ৰেছ প্ৰেমী জনতাই কাহানিও ক্ষমা নকৰে।এই ডলাৰ বগৰী;বিশ্বাস ঘাটকী;ক্ষমতালোভী;অকৰ্মণ্য;টকাৰে পাহাৰ বনাব বিচৰা;বগাভাত দেখি লৰ মৰা;ধন"লোভী বোৰক বিজেপি বিৰোধী দলত ললে কংগ্ৰেছ মিত্ৰজোট নিশ্চয় বিপদত পৰিব!

  • @PankajHazarika-d3y
    @PankajHazarika-d3y Місяць тому +13

    সঠিক আৰু শুদ্ধ সিদ্ধান্ত।আবৰ্জনাবোৰ পুণৰ চপাব নালাগে।আবৰ্জনাবোৰ দাষ্টবিনতে থাকক।

  • @Aditygogoi123
    @Aditygogoi123 Місяць тому +30

    একদম চিধাই কথা,,

  • @bhabensaikia5028
    @bhabensaikia5028 Місяць тому +9

    কংগ্ৰেছ দলৰ এইটো সুন্দৰ পদক্ষেপ ৷ এইকেইজনক পুনৰ কংগ্ৰেছত ললে 2026 ত কংগ্ৰেছৰ আসন কমিবহে ৷ বিজেপিলৈ গৈছিল বৰ ডাঙৰ বিষয় বাব পাম বুলি ৷ এতিয়া এই সকলৰ বিজেপিৰ একেবাৰে পিছৰ ফালেও ঠাই নাই ৷ এই সকলৰ এতিয়া না জল না স্থল অৱস্থা ৷

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Місяць тому +12

    সিদ্ধান্ত ভাল হৈছে।

  • @hemprasadbordoloi2020
    @hemprasadbordoloi2020 Місяць тому +10

    বাকী দলেও এনে সিদ্ধান্ত ল'ব লাগে ।ব্যতিৰেকে নিৰ্বাচনত ৰাইজে শূণ্য সহনশীলতা প্ৰদৰ্শন কৰিব লাগে ।

  • @chandanprasadmahanta3593
    @chandanprasadmahanta3593 Місяць тому +11

    Good decision.

  • @pikugogoi746
    @pikugogoi746 Місяць тому +5

    দল বাগৰা লোকক স্থান দিবই নালাগে ৷সঠিক সময়ত সঠিক সিদ্ধান্ত

  • @kaushikbaruah9771
    @kaushikbaruah9771 Місяць тому +8

    সঠিক সিদ্ধান্ত,,, সেই গদ্দাৰ বিলাকক আকৌ ললে দলটো ৰাইজৰ ৰোষত পৰিব। তৃণমূল কৰ্মী সকলক লৈ আগবাঢ়ক,, গাদ্দা ৰ সকলক লৈ nhy

  • @jyotibikashgarg8609
    @jyotibikashgarg8609 Місяць тому +5

    কংগ্ৰেছৰ পৰা যোৱা বোৰৰ পুনৰ কংগ্ৰেছত প্ৰৱেশ কৰিব দিয়া নহ'ব।
    যেনে RanaGoswami, ManashBora,Mama,Hazarika AngkitaDutta BrismitaGogoi

  • @mofidrohman6393
    @mofidrohman6393 Місяць тому +6

    গৌৰৱ গগৈয়ে বৰ ভাল কথা কৈছে।👍👍👍👍👍BJPত যে এই দল বাগৰা কেইজনৰ সন্মান নাই এতিয়াহে গম পালে।😁😁😁

  • @RONAK_PRO_GAMING465
    @RONAK_PRO_GAMING465 Місяць тому +8

    Right.Decition
    And.strong.Voice

  • @JIRI138
    @JIRI138 Місяць тому +3

    সুন্দৰ,বৰ ভাল সিদ্ধান্ত লৈছে ,এই ফফলাকান্ত বোৰক লৈ কোনো লাভ নাই ইহঁত সুবিধাবাদী হে

  • @ArshwadAli-x9k
    @ArshwadAli-x9k Місяць тому +10

    দল বা গুৰা নেতাসকল কংগ্রেছত ললে আমি কংগ্রেছক ভোট নিদিওএৰি দিম

  • @narayanduttagupta4322
    @narayanduttagupta4322 Місяць тому +6

    ভাল কথা ভাল সিদ্ধান্ত।নেতা এনে কোৱা হ'ব লাগে।

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko Місяць тому +4

    গৌৰৱ গগৈয়ে ভাল কথা কৈছে ..এই সকলক দলত লব নালাগ.এই বোৰ চোৰ

  • @prasantasaikia8758
    @prasantasaikia8758 Місяць тому +5

    ঠিকেই কৈছে এওঁলোকক ঘুৰাই লোৱাটো একেবাৰে অনুচিত

  • @user-st2tt1wv8w
    @user-st2tt1wv8w Місяць тому

    ঠিক কথাই কৈছে, কংগ্ৰেছৰ পৰা যোৱা ব্যক্তি আকৌ কিয় কংগ্ৰেছৰত ঘুৰি আহিব ।

  • @Kiran-si2bf
    @Kiran-si2bf Місяць тому +3

    ভাল কথা,বহুত ভাল লাগিল আপোনাৰ লোকৰ কথা শুনি ,

  • @nabajitkalita
    @nabajitkalita Місяць тому +3

    ১০০%শুদ্ধ সিদ্ধান্ত।

  • @dipankardutta3319
    @dipankardutta3319 Місяць тому +4

    গুচি যোৱাবৰক আকৌ উভতাই আনিলে কিন্ত ভাল নহ'ব...

  • @manujyotidihingia8652
    @manujyotidihingia8652 Місяць тому +2

    সুন্দৰ

  • @duldipSaikia
    @duldipSaikia Місяць тому

    গৌৰৱ গগৈ দাঙৰীয়া আমি বচাৰো শিক্ষিত যুৱক সকলক, কিন্তু শিক্ষাৰ জ্ঞান ওপৰিও সামাজিক, দুখীয়াৰ দুখ, বেদনা, নৱপ্ৰজনমৰ ভবিষ্যত, জাতিৰ প্ৰতি মৰম, বিভিন্ন সমস্যা সমাধানৰ লক্ষ্য, আৰু ৰাজ্য, দেশৰ প্ৰতি মৰম। তেনেকুৱা সকল ব্যক্তিক জনতাই ৰাই দিয়া দেখিবলৈ পাইছো। জনতাই দ'ল নাচায়, ব্যক্তি জনৰ,,,,,,।

  • @nivasaikia2249
    @nivasaikia2249 Місяць тому +2

    Good news❤❤❤❤

  • @user-rx9qc2gl8w
    @user-rx9qc2gl8w Місяць тому +5

    গৌৰৱ গগৈৰ নিচিনা নেতাৰ বৰ্তমান অসমত লাগে ।

  • @nilutpaldas8659
    @nilutpaldas8659 Місяць тому +3

    100% Good decision

  • @user-sx7kr6oe2m
    @user-sx7kr6oe2m Місяць тому +2

    VERY GOOD DISITION

  • @sahi357
    @sahi357 Місяць тому +4

    We politely request not to take back these leaders

  • @user-qp2vg2ne2r
    @user-qp2vg2ne2r Місяць тому +2

    এবাৰ বিশ্বাস ঘাটক কৰা ব্যক্তিক পুনৰ দলত লব নালাগে

  • @alokdutta5907
    @alokdutta5907 Місяць тому

    কংগ্ৰেছক ঠগ,প্ৰৱঞ্চনা কৰি দল বাগৰি যোৱা দলত পুনৰ স্থান দিবই নালাগে গতিকে কংগ্ৰেছ দলে এইয়া সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছে বুলি কব পাৰি ।

  • @missingprogramcennel8039
    @missingprogramcennel8039 Місяць тому +3

    আমিয়ো কৈছো আতৰি যোৱাবোৰ আনিব নালাগে

  • @hafijursikder9104
    @hafijursikder9104 Місяць тому +6

    বি, জে, পিলৈ যোৱা বিলাক নিব নালাগে । ৰিপুন বৰা আহিলে নিব লাগে । ছাগলীটো যাতে কংগ্রেসেৰ নামে নিব নোৱাৰে ।

  • @debenborsaikia4624
    @debenborsaikia4624 Місяць тому +3

    Very good decision .

  • @mainudavi9510
    @mainudavi9510 Місяць тому +2

    ম ই এজন দলীয় নেতা হৈ কৈছো এয়া গৌৰব গগৈৰ মহান পদশেপ

  • @romenshyam906
    @romenshyam906 Місяць тому +3

    Very good

  • @ranjanagogoi4569
    @ranjanagogoi4569 Місяць тому +1

    Very
    Good. Step. Thanku

  • @sahi357
    @sahi357 Місяць тому +3

    Sundar decision

  • @rajkamalgogoi
    @rajkamalgogoi Місяць тому +1

    নতুন যুৱ প্ৰজন্ম অথবা নতুন মুখক সুবিধা দিয়া উচিত।

  • @user-bx8gv2ct2i
    @user-bx8gv2ct2i Місяць тому +2

    Well done 👍👍👍

  • @commandolovers2.036
    @commandolovers2.036 Місяць тому +1

    Right decision❤❤❤❤

  • @deepbanerjee5042
    @deepbanerjee5042 Місяць тому +2

    Ekdam thik siddhanta❤❤❤ loboi nalage

  • @AdarshrajSingh-pt8mm
    @AdarshrajSingh-pt8mm Місяць тому +1

    Smrity rekha
    Gourav gogoi and cong..k thank
    Very good diçision re no entry.❤❤❤❤❤

  • @dipikaborah3755
    @dipikaborah3755 Місяць тому +1

    ভাল সিদ্ধান্ত৷

  • @jamunaray4032
    @jamunaray4032 Місяць тому +3

    R Goswami M Bora B Gogoi A Dutta k kunpodhyo ahibo dbo nalage

    • @jibonjyotidutta622
      @jibonjyotidutta622 Місяць тому +1

      ৰাণা গোস্বামী বিস্মিতা গগৈ অংকিতা দত্ত আদিক পুনৰ কংগ্রেছত নলব |

  • @SarifuddinAhmed-so7ff
    @SarifuddinAhmed-so7ff Місяць тому

    গৌৰৱ গগৈ ঠিকেই কৈছে। এই নেতাসকলক পুনৰ যোগদান কৰিলে দল দুৰ্বল হ'ব। তাৰোপৰি বিজেপিৰ চিবিল ভাল নথকা লোককো লৱ নালাগে।

  • @deadlydrax2711
    @deadlydrax2711 Місяць тому +1

    Good discussion of Gourav Gogoi. Reform congress very carefully.

  • @nayan.pushpavlog
    @nayan.pushpavlog Місяць тому +1

    Good Steps sir

  • @ramnathborah7356
    @ramnathborah7356 Місяць тому +2

    Joiytu juwan Joiytu Kisan CONGRASS INDIA Alaines Jindabad

  • @ParagSharma-zz5jh
    @ParagSharma-zz5jh Місяць тому +1

    চাৰ,যোগদান,কৰোতে,চায়,বিচাৰি,লব,লাগে

  • @jayadass2681
    @jayadass2681 Місяць тому +1

    বহুত ভাল পদক্ষেপ।

  • @user-pf3cc4ur4p
    @user-pf3cc4ur4p Місяць тому +2

    এইসকল সাপ আকৌ খুটিব আমি সঁচা অৰ্থত আৰু বিপদৰ দিনৰ পৰা আছু ল'ব নালাগে।

  • @khabirbhuyan5357
    @khabirbhuyan5357 Місяць тому +2

    Good Decision

  • @user-sv3ir8fd2z
    @user-sv3ir8fd2z Місяць тому +1

    Moja...

  • @user-hl9kq7hx1d
    @user-hl9kq7hx1d Місяць тому

    Dada Congress party Apunare nahoi Amare.kunu manu Dole bagora karone Congress is my hart

  • @AbulKasem-bd3zp
    @AbulKasem-bd3zp Місяць тому +1

    Good Disison 💯

  • @surendrasurendra6163
    @surendrasurendra6163 Місяць тому

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।

  • @walltexer3547
    @walltexer3547 Місяць тому

    বিপদৰ সময়ত এৰি যোৱা মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে।কাৰণ এওঁলোক সুবিধাবাদী

  • @parthapratimdas354
    @parthapratimdas354 Місяць тому

    বিস্ময়, অঙ্ক, মান, ৰান এতিয়া গ্ৰাছ ৰুট কৰ্মীবিলাকৰ ওচৰলৈ দৌৰক

  • @bijoythakur4583
    @bijoythakur4583 Місяць тому +2

    Good disision

  • @upanandaborah168
    @upanandaborah168 Місяць тому +1

    Wel decision.

  • @farukhussin5010
    @farukhussin5010 Місяць тому

    এইবোৰ লগত থাকিলে,,,,,দল আৰু তলত জাব

  • @gunjalkalita7187
    @gunjalkalita7187 Місяць тому +1

    Good decision

  • @SantiSangma-ig8uj
    @SantiSangma-ig8uj Місяць тому +1

    Very good decision

  • @Uko7pra
    @Uko7pra Місяць тому +1

    100,% RIGHT

  • @lovetravelling..4702
    @lovetravelling..4702 Місяць тому

    Good decision..Tene korile akol congress party nohoi bohutore mindset change hobo..Aru grassroot level or pora bohut tyag kora manuhe kostor hufol pabo moi bhabu

  • @BijitBorah-th9gz
    @BijitBorah-th9gz Місяць тому +1

    Gourav gogoi ✊🔥

  • @gobinbhuyan2158
    @gobinbhuyan2158 Місяць тому +1

    Good 👍👍

  • @shashigogoi7245
    @shashigogoi7245 Місяць тому +1

    Moja

  • @dipagogoi9673
    @dipagogoi9673 Місяць тому +1

    ধন্যবাদ গৌৰৱ গগৈ জিন্দাবাদ

    • @AbdulKalamAzad-v4s
      @AbdulKalamAzad-v4s Місяць тому

      Eaoo cm hlee amr krne o bhal...sc st obc reservation muslim k o lgibo..minorities rights logot Madrasa fund...Insaallah Congress govt hbo

  • @dibyagogoi7823
    @dibyagogoi7823 Місяць тому

    সেই নিধক কেইটাক পুনৰ ল'ব নালাগে।সিহঁতে কংগ্ৰেছ লৈ আহি কংগ্ৰেছৰ পতন ঘটাবলৈ হে চেষ্টা কৰিব। দলৰ গোপনীয়তা সদৰী কৰি বিজেপি দলৰ লগত মিলি থাকিব। যোৰহাট লৈ মোদী অমৃত কেম্পিংত অহা দেখি বিজেপি চৰকাৰ চিৰস্থায়ী হ'ল বুলি ভাবিয়েই তেওঁ লোক গৈছিল চিন্তা নকৰিব অসমত হিমন্ত চৰকাৰ সদায় থাকিব,হিমন্তৰ পাছত ৰিণিকী মূখ্যমন্ত্ৰী হ'ব ।ৰিণিকী পাছত পুতেক হব।হিমন্ত ই এটা ভিডিঅ'ত গৌৰৱৰ লগত তেওঁকথা নাপাতে সৰু ল'ৰা তেওঁৰ লৰাইহে পাতিব বুলি কৈছিল। সেই কাৰণে ভাবিছো পুতেক মন্ত্ৰী হ'ব বুলি। তেতিয়া কংগ্ৰেছ এৰি যোৱা সকলৰ বাবে ভাল হ'ব
    ।ছি: ইমান লেতেৰা ৰাজনীতি ৭৫বছৰীয়া জীৱন কালত দেখা নাই দেই।

  • @KIRANSAIKI
    @KIRANSAIKI Місяць тому +1

    Good decision

  • @rajibsaikia1261
    @rajibsaikia1261 Місяць тому +2

    Good step

  • @AjitHazarika-uc5qb
    @AjitHazarika-uc5qb Місяць тому +1

    Good ❤❤❤❤

  • @Rana-hg8hg
    @Rana-hg8hg Місяць тому +1

    বিজেপি দলত যোগদান কৰা সকল পুনৰ কংগ্রেচ দলত যোগদান কৰিলে কংগ্রেচ দল গেলিব গৈ

  • @hiteshbarman46
    @hiteshbarman46 Місяць тому

    Bhal hoise.....xei bilakok lole bahute kintu beya pabo

  • @jiyajiya6386
    @jiyajiya6386 Місяць тому +1

    Right Gogoi

  • @jitutapanborah844
    @jitutapanborah844 Місяць тому

    সুন্দৰ পদক্ষেপ

  • @user-nq5kb7dh4y
    @user-nq5kb7dh4y Місяць тому +1

    Gourav da right

  • @user-df4hv7dc8t
    @user-df4hv7dc8t Місяць тому +1

    Good news

  • @BashistaHajang
    @BashistaHajang Місяць тому +1

    Oti honder padakhe loise.gorab gogoi zindabad.

  • @priyankabaruah2311
    @priyankabaruah2311 Місяць тому +1

    Thik korise . Gelaxopa gotai nomoribo. Congress ba aan dolor MLA xokolok bidhanxovat hahibthokahe dekho. Atia kihor dhorforoni.

  • @bijandutta9598
    @bijandutta9598 Місяць тому +1

    Right decision...

  • @pegu6282
    @pegu6282 Місяць тому +1

    Ei hokolok Jodi akw biswash t lole raijeu beya pbo

  • @minapatiri7350
    @minapatiri7350 Місяць тому +1

    Right gogoi

  • @SantonuChetia-ud7gh
    @SantonuChetia-ud7gh Місяць тому

    Hundor

  • @manjitnath8025
    @manjitnath8025 Місяць тому +1

    Nice

  • @krishnaroy3955
    @krishnaroy3955 Місяць тому +3

    Biswas Ghat kora ai Neta burak ako Jadi Dalat Join koribo dia Congress ar ako bea din aru Bisingkhal habo

  • @bitupandas8667
    @bitupandas8667 Місяць тому

    সুন্দৰ চিন্তা কৰিছে

  • @minhajahmedmazumder5699
    @minhajahmedmazumder5699 Місяць тому +1

    Good decision Congress party

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho Місяць тому

    ১৯৯৯চনৰ। পৰা কংগেছ একো এটা নোপোৱাকৈ দলতো ধৰি ৰাখিছু আমি ত্ নমু কৰমি হৈ কোনো দলত জোৱা নাই। আমি সই সকল নেটাক। আমাৰ ফালৰ পৰা সেই বোৰ জাৱৰ থুপুৰাই নলবা আমিও গৈৰব গৌগ ডীঙৰীয়া লগত এক মত

  • @pranabhazarika6579
    @pranabhazarika6579 Місяць тому

    Val kotha kole .anekuwa hobo lage party r manuh bur.

  • @NishantaNayan
    @NishantaNayan Місяць тому +1

    Now Congress is most powerful🎉❤