দিহানাম ক'ৰ পৰা আহিল ? দিহানাম বিচাৰক গোলাঘাটৰ জয়ন্তদেৱে কি কলে | Dihanam bisarok jayanta ujja

Поділитися
Вставка
  • Опубліковано 4 жов 2024

КОМЕНТАРІ • 23

  • @LekhikaGogoi-y8j
    @LekhikaGogoi-y8j 3 місяці тому +3

    কথাখিনি বৰ সুন্দৰ কৈ কলে বহুত ভাল লাগিল। এনেদৰে দিহাপৰামশ দি যাব উঠি অহা প্ৰজন্মক কৃষ্ণ 🙏

  • @lakhikalita8394
    @lakhikalita8394 28 днів тому +1

    বৰ সুন্দৰ লগিল মাফ্ কৰিব পূৰষ মহিলা দিঢ়া নুবুজিলো

  • @DevakantaGogoi-kh2gz
    @DevakantaGogoi-kh2gz 24 дні тому +1

    গোৱৰ্ধন পৰ্বতত গোৱা দিহাভাগ বা প্ৰথম দিহাভাগ পুৰষেহে গাব পাৰে বুলিতো গুৰুজনাই উল্লেখ কৰি গৈছে নেকি বাৰু!দিহা আৰু ঘোষা গুৰুদুজনাৰ সৃষ্টি বুলিহে আমি অজ্ঞানীয়ে জানো।বাকীখিনি গুৰুতপূৰ্ণ কথাকে কৈছে আপুনি ।ভাল লাগিল ।কৃষ্ণ।

    • @pranjoldutta7038
      @pranjoldutta7038 22 дні тому

      সত্য যুগত দিহানাম আছিলে নে নাই, ‌গুৰু জনা কলি যুগত অৱতাৰ ধাৰণ কৰিছে, খোল তাল নৃত্য সংস্কৃতি গুৰুজনাৰ সৃষ্টি বুলি জানো। দিহানাম ভাগ গুৰুজনাৰে সৃষ্টি, কিন্তু সত্য যুগত এইভাগ দিহা নাম গাইছিলে বুলি কি প্ৰমাণ আছে।

  • @JugaDuwari
    @JugaDuwari 9 днів тому

    এই ভাক দিহানাম আমাৰ লখিমপুৰ কদম ৰংপুৰ জৰাধৰা গাওঁত আমাৰ ককা আৰু আজো দিনৰ পৰা চলি আছে।

  • @dimpisaikia8658
    @dimpisaikia8658 3 місяці тому +1

    সুন্দৰ লাগিল কথা কেইটা শুনি ৷

  • @DevakantaGogoi-kh2gz
    @DevakantaGogoi-kh2gz 24 дні тому +1

    খোল ঢোলৰ আদিৰ ক্ষেত্ৰতো দেখোন ঠাই বিশেষে বেলেগ।এক হোৱাতো সকলোতে অৱশ্যে ভাল।

  • @BIKASHBORAH-y5x
    @BIKASHBORAH-y5x 25 днів тому

    ধুনীয়া

  • @joyaborah-ni3by
    @joyaborah-ni3by 3 місяці тому +1

    Sibsagart dehanamr kormahala pateboly anurudh korelu .(Joysagar)

  • @sayanikachetia1083
    @sayanikachetia1083 27 днів тому

    Hundrar

  • @ParthoSaikia-x7y
    @ParthoSaikia-x7y 28 днів тому +1

    কিনো গাইছে,কিনো কৈছে, একো বুজাই নাই পিতাই । কি বিচাৰক অ। ক'ৰ কথা কি কৈছে। 😂😂

  • @HopunorKareng-ih3ln
    @HopunorKareng-ih3ln 4 місяці тому +2

    🙏

  • @abhijitdas4892
    @abhijitdas4892 18 днів тому

    কত লিখা আছে প্ৰথম দিহা বুলি আমাক দেখাব আপুনি জানিব

  • @MohanGogoi-xq6yu
    @MohanGogoi-xq6yu 2 місяці тому

    নামত লিংগৰ বিচাৰ ।নামৰ কিতাপখন কিনিলে মাতাৰ নে মাইকীৰ বাবে চাব লাগিব।

  • @MadanChutiya
    @MadanChutiya 3 місяці тому +10

    Bap jona diha nam manenu ki jenekoi bhagawat path kirton path nam ghukha path bargeet bhauna khul prasang nam prasang aadi gurujana nijar sistryraji porampora eat tilmanu sandeh nai kintu dihanamor parampara bisaea jonale bhal pam aaru ee Thai bisese kio amil hoi hei bisoeo jonabosun

  • @poragmoniadityasaikia
    @poragmoniadityasaikia 4 місяці тому +1

    চাৰ দিহানামৰ ভাগ আছে জানো মহিলা দিহা পুৰুষৰ দিহা বুলি? দিহানাম দিহানামেই আৰু।

    • @pranjoldutta7038
      @pranjoldutta7038 22 дні тому

      কথাটো মণ কৰিব লগীয়া। কিন্তু, আমাৰ নামঘৰ সমুহত যেতিয়া বৰসবাহ পালন কৰা হয় তাত বাপ সকলে বৰ দিহা নাম পৰিবেশন কৰে। হৰি এ...ৰাম হৰি ৰাম ৰাম , এ ভায়া ৰাম নাৰায়ণ, এনে সমুহ সৱহুৱা দিহা গাই,। মহিলা গাৱ নাপাই বুলি আমি ক'তো পোৱা নাই,,

  • @pranabjyotihazarika1479
    @pranabjyotihazarika1479 3 місяці тому +1

    কিছুমান বিচাৰক থাকিলে প্ৰতিযোগিৰ সংখ্যা কমে😅😅😅😅😅😅😅😅😅😅

  • @jagotborahbihuwa4271
    @jagotborahbihuwa4271 2 місяці тому

    Ai jonar Kath basi bahut apart panditar katha

  • @priyankahazarika7810
    @priyankahazarika7810 2 місяці тому

    নিজে ৰচনা কৰি এবাৰ গাই সোনোৱাব চোন..

  • @mintusaikia9382
    @mintusaikia9382 4 місяці тому

    Hakoli apuniai jane.

  • @TukheswarLalung-i6t
    @TukheswarLalung-i6t 18 днів тому

    Joukar nisinaa he Laagise bonth kor