Jayanta Nath - Mur prem (মোৰ প্ৰেম)

Поділитися
Вставка
  • Опубліковано 2 жов 2024
  • Listen to Mur Prem from the album "Buku Bhori". Out everywhere - bfan.link/buku...
    Stream -
    Spotify - open.spotify.c...
    JioSaavn - www.jiosaavn.c...
    Wynk - wynk.in/u/BTaM...
    Gaana - gaana.com/albu...
    Baahi - baahi.xomoy.co...
    Hungama Music - www.hungama.co...
    UA-cam Music - • Album - Buku Bhori
    Apple Music - / buku-bhori-ep
    Amazon Music - music.amazon.c...
    Audio Credits -
    Title - Mur Prem
    Assamese Title - মোৰ প্ৰেম
    Singer - Jayanta Nath
    Author - Jetban Barua
    Composer - Jayanta Nath
    Album - Buku Bhori
    Label - Telescope Records
    Video Credits -
    Video by JILI
    [jilientertainm...]
    Lyrics -
    মোৰ প্ৰেম মোৰ গান
    সুখ দুখৰ তপত উমান
    মোৰ প্ৰেম মোৰ গান
    ফুলৰ মেলাত অগ্নিস্নান
    প্ৰেমৰ আকুলতা গুণগুণ গানে গানে
    গানৰ স্বকীয়তা ৰুণজুণ প্ৰেমে প্ৰেমে
    পাই হেৰুৱালো ভাঙিব নোৱাৰিলোঁ
    বিশেষ জনৰ অভিমান
    মোৰ প্ৰেম মোৰ গান
    ফুলৰ মেলাত অগ্নিস্নান
    সুখৰ মুখা পিন্ধি আহে দুখ নাজানিলোঁ
    দুখৰ মুখা পিন্ধি আহে সুখ নুবুজিলোঁ
    জয় পৰাজয়ে লুকাভাকু খেলিলে
    জীৱন বাটত অবিৰাম
    মোৰ প্ৰেম মোৰ গান
    ফুলৰ মেলাত অগ্নিস্নান
    শ্ৰুোতাৰ মৰমেহে আজীৱন দিলে প্ৰেৰণা
    গীতৰ সভাবোৰে পাহৰাই মনোবেদনা
    তথাপি নিজান পৰত কেতিয়াবা
    হও বিৰহত ম্ৰিয়মান
    মোৰ প্ৰেম মোৰ গান
    ফুলৰ মেলাত অগ্নিস্নান
    মোৰ প্ৰেম মোৰ গান
    সুখ দুখৰ তপত উমান
    মোৰ প্ৰেম মোৰ গান
    ফুলৰ মেলাত অগ্নিস্নান
    #JayantaNath #BukuBhori #MurPrem
    Follow Jayanta Nath
    Website - www.jayantanat...
    Facebook - / imjayantanath
    Instagram - / imjayantanath
    Twitter - / imjayantanath

КОМЕНТАРІ • 3