ঘৰৰ পশ্চিম দিশত কি ৰাখিলে ঘৰ খনৰ বাবে মঙ্গলআপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমিধান

Поділитися
Вставка
  • Опубліковано 15 січ 2025

КОМЕНТАРІ • 26

  • @indirabasumatary1704
    @indirabasumatary1704 Рік тому +5

    Bor val Gyan bohut val lagil

  • @jibonjyotidutta622
    @jibonjyotidutta622 Рік тому +2

    ভাল লাগিল

  • @kalpanasenguptabaruah5180
    @kalpanasenguptabaruah5180 Рік тому

    Bor bhaal lagil. Dhannyabaad jonalo 🙏🏻

  • @sagarjukti2289
    @sagarjukti2289 Рік тому

    Bhal lagil👍👍👍

  • @RonneoGaming.
    @RonneoGaming. Рік тому +3

    Sir , আপোনাক ঘৰত লগ কৰিব পাৰিমনে।

  • @RonneoGaming.
    @RonneoGaming. Рік тому +1

    🙏
    Sir , আপোনাক ঘৰত লগ কৰিব পাৰিমনে।
    🙏

  • @KusumBora-ni7qq
    @KusumBora-ni7qq Рік тому

    ;hal lagil

  • @jibonbhuyan6847
    @jibonbhuyan6847 Рік тому +1

  • @MonjuKhanikor
    @MonjuKhanikor 2 місяці тому

    Manju khanikor .
    Dada apunak janabo bisaru je amar gharto dokhin fale mukh kori ase kinto japana khandokhin pubor majat aase tar babe kiba okhubidha hoba neki janabosun .

  • @santaramdeka3015
    @santaramdeka3015 7 місяців тому

    Daksin pashar door ki colour haba Lage janabason .

  • @minudas8743
    @minudas8743 11 місяців тому

    Namaskar sir 🙏Sir husband wife r photo kuntu dishot rakhibo lage🙏

  • @dimpulduarah235
    @dimpulduarah235 Рік тому

    South mukhi ghor tr uport vidio diyok diya sun

  • @basudevprasadchakraborty1691

    Apuni Bastur oporot kiba Kitap likhise jodi jonabo Dada...

  • @rimaboruah858
    @rimaboruah858 Рік тому +1

    ছাৰ ২০২৩ চনৰ ঘৰ নিৰ্মানৰ শুভ দিন আৰু নিয়মৰ বিষয়ে জনাবচোন

  • @dipikaborah3830
    @dipikaborah3830 Рік тому

    Moi apuni dia poramorsho mote jiman paru koribo saw kintu kisuma koriboloi hubidha hoi sir mur ghor khonot tokar bohit problem hoi ase sir ki korile ai homoisya homadhan hobo jonabo sun moi apunar program tu hodai saw

  • @DharmaKantaBania-v3o
    @DharmaKantaBania-v3o Місяць тому

    South at ayna rakhiba parina

  • @ৰিজুমণীচেতিয়া

    দত্ত ছাৰ নমস্কাৰ 🙏আমাৰ ঘৰটো উত্তৰ পশ্চিম দিশত মুখ্য দোৱাৰ খন আছে , আৰু আমি পাতল সেউজীয়া ৰঙৰ পর্দা লগাই থৈছোঁ গোটেই উত্তৰ পশ্চিমৰ ফালে। এতিয়া আমি সেই ফালে কি ৰঙৰ পৰ্দা লগাব লাগিব ? কৃপা কৰি সমাধান দিব ছাৰ 🙏🙏

    • @sranichangmai8109
      @sranichangmai8109 Рік тому +1

      উত্তৰ পশ্চিম সদায় বগা ব্যৱহাৰ কৰিব আৰু পাতল বস্তু ৰাখিব

  • @biswabrahmanda3164
    @biswabrahmanda3164 Рік тому

    পশ্চিম মুখি ঠেক-দিঘলীয়া মাটি কিন্তু পুৱফালে(মাটিদুখৰৰ পিছফাল)দক্ষিণৰ পৰা উত্তৰলৈ এটা জান(সৰু নৈ) বৈ গৈছে আৰু মাটিডুখৰ ঈশান কোনত এজোপা ঔতেঙা গছ আৰু বাহ গছ আছে(ঠিক জানটোৰ কাষতে) সমাধান বিচাৰিলো

  • @kamalachetia6301
    @kamalachetia6301 Рік тому +1

    🙏ছাৰ ঘৰৰ ভিতৰত ফেছা সোমালে ভাল নে বেয়া জনাব চোন

  • @sewalibaruah2736
    @sewalibaruah2736 Рік тому

    চাৰ মই‌ আপোনৰ‌ নিয়মিত দশক।‌মই‌ঘৰ টোত ৰঙা টিংপাত মাৰিব খোজিছো মাৰিব পাৰিম নে অনুগ্ৰহ কৰি জনাবচোন। আৰু দক্ষিণ ফালৰ উৱালত কি ৰং দিলে ভাল হ'ব জনাবচোন।,

  • @kabitachoudhury4954
    @kabitachoudhury4954 Рік тому

    ছাৰ, husband wife ৰ ফটো কোনফালে লগালে ভাল?

  • @jibonbhuyan6847
    @jibonbhuyan6847 Рік тому

    পশ্চিম মুখি ঘৰৰ গিৰিলত কি ৰং লগাব পাৰি

  • @borahgaminghandle
    @borahgaminghandle Рік тому +4

    Sir আপোনাক ঘৰত লগ কৰিব পাৰিমনে। .

  • @borahgaminghandle
    @borahgaminghandle Рік тому +2

    Sir , আপোনাক ঘৰত লগ কৰিব পাৰিমনে।