আপোনালোকৰ অনুৰোধত এটা বিশেষ পৰিয়ালক লগ কৰিব আহিলো

Поділитися
Вставка
  • Опубліковано 25 тра 2024

КОМЕНТАРІ • 780

  • @Gaming_Galaxy123
    @Gaming_Galaxy123 Місяць тому +347

    Axom ot bohut UA-camr ase kinto homoy da nisina val Kam nuneu kora nai like ata kora dya ❤❤❤

    • @DEVAR270
      @DEVAR270 Місяць тому +27

      Bikash dimpu aiblk sipra nijor ghr business korat lagi ase blg manuh k ghanta help nokore

    • @ZGFANS-lg5un
      @ZGFANS-lg5un Місяць тому +10

      তেওঁলোক অকল UA-camr he belek aku nohoi🤮 homoy da ajon সৎ মানুহ আমি টকা দি সহায় কৰিব নোৱাৰিলেও সাহস দি যাবলৈ চেষ্টা কৰিম আপোনাক ❤️

    • @DEVAR270
      @DEVAR270 Місяць тому

      @@ZGFANS-lg5un hole u imn Toka ase axomor raize uthaise tewlokok alp tu axomor duxiya manuh bilk k help koribo pare. jibilak r ghr tu u bhalke nai tenekuwa manuh bilk k ..kio xeixini koribo nuware niki ..ata video t nai buli kole 10-20 hazar uthe aru sponsership thakile ata sponsership t 80hajar-1lakh Aram se ahe alp tu help koribo pare ..

    • @t-gamers007
      @t-gamers007 Місяць тому +4

      ​@@DEVAR270Sualir lgt selfie uthibo jaane xihote baki ako najane

    • @DEVAR270
      @DEVAR270 Місяць тому +1

      @@t-gamers007 thik

  • @parthamixarsassam6762
    @parthamixarsassam6762 Місяць тому +55

    সঁচাই মানৱতাৰ একমাত্ৰ নিদৰ্শন কেৱল তোমাৰ দৰে এজন মহান ব্যক্তি।

  • @dhanjitdas6694
    @dhanjitdas6694 Місяць тому +39

    বাইদেউ জনীলৈ বহুত ধন্যবাদ কনমানী জনীৰ পঢ়াৰ দ্বায়িত্ব লোৱাৰ বাবে ।

  • @junmonichiringduwarah1504
    @junmonichiringduwarah1504 Місяць тому +54

    তোমাক ঈশ্বৰে মানুহৰ ৰুপতহে পৃথিৱীলৈ পঠিয়াইচে আচলতে তুমি মানবৰূপি ঈশ্বৰ 🙏🙏🙏

  • @amarjyotinath2878
    @amarjyotinath2878 Місяць тому +223

    অসমত আপোনাৰ দৰে মহান UA-camr মই দ্বিতীয়জন দেখা নাই😊

  • @RashmiKonwar
    @RashmiKonwar Місяць тому +177

    মোৰ ভিডিও চোৱাৰ লগতে অনুৰোধ ৰক্ষা কৰাৰ বাবে বহুত বহুত ধন্যবাদ সময় ।প্ৰথমবাৰ তোমাৰ সৈতে এনে এটা কামৰ সৈতে জড়িত হৈছোঁ । নিজকে সৌভাগ্যবান বুলি ভাবিম । ভগৱানে তোমাৰ মংগল কৰক 🙏

  • @munmisaikia3079
    @munmisaikia3079 Місяць тому +50

    তুমি সঁচাই মহান বহুত কোটি পটি মানুহ দেখিছোঁ কিন্তু তোমাৰ দৰে সাহসী , উদাৰ আৰু আনৰ বাবে কাম কৰা মানুহ কটো দেখা নাই ভগৱানে তোমাক সদায় কীপা কৰক ❤❤

  • @PrabinaKonwar
    @PrabinaKonwar Місяць тому +17

    সোণৰ অসমৰ প্ৰজেক্টৰ লগতে ভাইটি তুমি হীৰা হৈ ৰোৱা। আৰু আগুৱাই যোৱা সোণ ছটিয়াই দিয়া। ভগৱানে তোমাক সদায় কুশলে ৰাখক।

  • @bijulibarmansaikia7583
    @bijulibarmansaikia7583 Місяць тому +22

    ভগৱানে তোমাক এই পৃথিৱীলৈ মানুহক সহায় কৰিবলৈ এ পঠিয়াইছে। সঁচাকৈয়ে তুমি মহান, তুমি মানুহ ৰূপী ভগৱান।। তোমাৰ তুলনা নাই।। তুমি দীৰ্ঘায়ু হোৱা আৰু অসহায় মানুহৰ কাৰণে কাম কৰি যোৱা। কাৰণ Homoy. মানুহৰ বাবে ❤❤❤❤

  • @dilipgorh2921
    @dilipgorh2921 29 днів тому +3

    ভক্তি ভৰা ঽদয়ৰে আপোনাকক ধন্যবাদ জনালো ভগৱানে ভক্তি ভৰা ঽদয়ৰে আশীৰ্বাদ কৰক ভাল কাম কৰাত 🙏🙏🙏।

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Місяць тому +4

    শিক্ষয়িত্ৰী গৰাকী লৈ বহুত বহুত আশীৰ্বাদ থাকিল

  • @bharati__gogoi
    @bharati__gogoi Місяць тому +5

    ভগৱানে তোমাক আৰু শক্তিশালী কৰি আগুৱাই যাবলৈ সাহস দিয়ক🙏🙏

  • @ruhanboruah861
    @ruhanboruah861 Місяць тому +8

    দাদা আপুনি এজন মহান ব্যক্তি❤

  • @akhomiabwarigolaght8808
    @akhomiabwarigolaght8808 Місяць тому +24

    তোমাৰ কাম ছাই ভগবানৰ উচৰত পাথনা কৰিছো তুমি জেন সদাই ভালে থাকা আর এনে দৰে আগোই জোৱা

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l Місяць тому +8

    সময় শতকোটি আশীৰ্বাদ। ঈশ্বৰে মঙ্গল কৰক সময়।তুমাৰ অৱদান অসীম। সদায় তুমাৰ লগত।

  • @user-wx5lc1wq5h
    @user-wx5lc1wq5h Місяць тому +16

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @pallabkumar5515
    @pallabkumar5515 Місяць тому +16

    সদায় আছোঁ আপোনাৰ লগত ❤আগুৱাই যোৱা সদায় দাদা

  • @SimitiGogoi
    @SimitiGogoi Місяць тому +7

    সময় ভাইটি তোমালৈ বহোত বহোত মৰম আৰু আশীৰ্বাদ থাকিল। তুমি আৰু আগোৱাই যোৱা ভগবানে তোমাক কুখলে ৰাখক।

  • @jurideka3994
    @jurideka3994 Місяць тому +2

    You are really great, doing so much for the poor people . I salute you and your work. Keep it up.

  • @manalishamedhi4684
    @manalishamedhi4684 Місяць тому +11

    Apunar personality k salute korisu Homoy daa, moro anekua koi manuhk hohai krib mn jai ,kintu moi atia student aru mor nijr needy bstu khini pabole o bhut taaan hoi , adin nissoy hei din ahib ji mk alp holeo samorthoban kori tulib.. Bhut duroloi aguai jaok apuni.

  • @munmichetia1862
    @munmichetia1862 Місяць тому +9

    ভগবানে তোমাৰ মংগল কৰক ভাইটি❤❤

  • @user-in5dj8lb5o
    @user-in5dj8lb5o Місяць тому +9

    Tumi hosai mohan tumak log pabo mon Jai ooo aamar fale aahiba iyatu bohut aase Jak tumar bohut dorkar hoise homoi

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw Місяць тому +8

    ভগৱানে তোমাক সদায় কুশলে ৰাখক ❤

  • @06babluvlogs12
    @06babluvlogs12 Місяць тому +12

    Homoy da apunak moi beleg koi hohai koribo nuaru ...jode keteaba durot gari solai jabo lage muk kono moi goi dem ❤

  • @nikumoni8813
    @nikumoni8813 Місяць тому +2

    Bhut vl korisa vogobane khokti diyok 👍

  • @Dubu_with_mom
    @Dubu_with_mom Місяць тому +3

    তুমি ভালে থাকা। এনেদৰে ভাল কাম কৰি যাবলৈ❤

  • @user-pc4fc8yn9g
    @user-pc4fc8yn9g Місяць тому +2

    Asomot jiman UA-camr takilehu apunar tkoi hohayota nai❤❤

  • @NipaBoruah-bu7op
    @NipaBoruah-bu7op Місяць тому +2

    সুন্দৰ পদক্ষেপ ।সময় ৰ এই মহানুভৱতাক শ্ৰদ্ধা জনাইছো।

  • @bijoytaid212
    @bijoytaid212 Місяць тому +4

    শতকোটি প্ৰণাম্ জনাইছোঁ । ভগৱানে আগুৱাই যাবলৈ শক্তি দিয়ক।

  • @jyotirajkashyap5542
    @jyotirajkashyap5542 13 днів тому +1

    কাৰোবাৰ ভুলৰ শাস্তি আনকোনোবাই পাব ল'গা হয়। যদি সেই ল'ৰা জনে নামাৰিলে হয় আজি চাগে ল'ৰা জন বা ল'ৰা জনৰ পৰিয়ালে ইমান শাস্তি ভুগিব নালাগিল হয়। ধন্যবাদ সময় দাদা আপুনি বহু দুৰ আগুৱাই যাওঁক আপুনি নৱ প্ৰজন্মৰ আদৰ্শ।বহুতৰ বাবে আপুনি জীয়াই থকাৰ প্ৰেৰণা আপোনাৰ বাবে লিখি শেষ কৰিব নোৱাৰিম দাদা,মাথো ভালে থাকক আপুনি।🙏🙏🙏

  • @pranjaljyotideka4717
    @pranjaljyotideka4717 Місяць тому +20

    Apunar gpay poisakhini payment korar pasot message diyar system tu nai je. Message di taka khini apuni xohai kori thoka kountu kamor babe disu kheitu kotha jonabo parile val hoi. Apuni sai lobo abar bikhoytu. Dhanyabad Apunar val kamor babe. Assamot apuni adorkho blogger 🙏

  • @chayanikadhunu9522
    @chayanikadhunu9522 Місяць тому +4

    ভগৱানে আশীৰ্বাদ কৰক তোমাক সময় দা.....🙏🙏
    সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ।❤️❤️🙏🙏

  • @dipengogoi5076
    @dipengogoi5076 Місяць тому +4

    তোমাৰ কমৰ আৰু মানৱীয়তাৰ
    অসম মুখ্যমন্ত্ৰী চুকুত পৰিব লাগিছিল
    সঁচাই বহুত সুন্দৰ কাম কৰি আছাৰ
    ভগৱানে সহায় কৰক। তোমাৰ ভিডিঅ' সঁচাই বহুত ভালাগে চাই।

  • @phbhaskar8100
    @phbhaskar8100 Місяць тому +1

    আপুনাক বহুত ধন্যবাদ । আপুনাক ভগবানে আৰু শক্তি দিয়ক।
    মই তিনিচুকীয়া , ধলাৰ হয়

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w Місяць тому +9

    কৰিবলে লোৱা সকলোতে তুমি জয়ী হোৱা

  • @dipaliranghang6520
    @dipaliranghang6520 Місяць тому +3

    Bahut val lagil

  • @gmail2446
    @gmail2446 Місяць тому +1

    Tumi bohut bhal kaam kori asa ..❤❤ vogoban tumak bhale kukhole rakhok

  • @DEV_BROKEN
    @DEV_BROKEN Місяць тому +3

    Dadar logote khei baidew joni loyu bht bht ___❤! Hats off to you! ❤

  • @MintuphukanMintuphukan
    @MintuphukanMintuphukan Місяць тому +2

    তোমাৰ মানৱতা অতুলনীয়।কি কম ভাষা নাই ,সুখী হোৱা।

  • @juliranisarmajuli5031
    @juliranisarmajuli5031 Місяць тому +7

    অভিনন্দন সময়, তোমাৰ ভাল হওঁক

  • @user-ol3sr5iw1c
    @user-ol3sr5iw1c Місяць тому +2

    Vaity tumak vogobane manuh rupot pothaisehe,kintu monob dorodi ajon vogoban, essorok parthona jonisu hodai tumak kukhole rakhok❤❤❤❤😂😂

  • @Makhanboruahs-lifestyle
    @Makhanboruahs-lifestyle Місяць тому +1

    বৰ সুন্দৰ পদক্ষেপ। ❤ভগৱন্তই আৰু আগবঢ়াই লৈ যাওক আপোনাক। ❤

  • @himasreejunakduttajunakdut1195
    @himasreejunakduttajunakdut1195 Місяць тому +3

    Bohut youtuber a only khua pendha fura ai bura dakhai thka kintu dada apune g to km koresa hsai manebo logea.. Proud of you bro...

  • @user-vq3oo4dh4c
    @user-vq3oo4dh4c Місяць тому +2

    Jai shree Ram Jai Hanuman 🙏💐 ভগৱান সহায় হওঁক

  • @hemalatachetia3765
    @hemalatachetia3765 Місяць тому +7

    এইটো ভিদিঅ দিয়া ,সময় বাবাটো ,,তোমাক বহুত বহুত আৰ্শীবাদ দিছো ,,ভগৱানে তোমাক আগুৱাই যাবলৈ সহায় কৰিব। ।ছোৱালীজনীৰ দায়িত্ব লোৱা বাইদেউ গৰাকীক ধন্যবাদ জ্ঞাপন কৰিলো ।।এইয়াই মানৱতাৰ❤❤

  • @ayangko2467
    @ayangko2467 Місяць тому +6

    All time favourite homoy da ❤🎉

  • @sabitrisaikia2373
    @sabitrisaikia2373 Місяць тому +3

    শুভেচ্ছা থাকিল সময় ।আশীৰ্বাদ কৰিলো ভবিষ্যত আৰু আগবাঢ়ি যোৱা

  • @user-cz1cf4my3p
    @user-cz1cf4my3p Місяць тому +39

    Xomoy daar korone ata like ❤

  • @adhipegu1745
    @adhipegu1745 Місяць тому +1

    Bohut bohut vhal lagil dada

  • @lifecapturedprasanta07
    @lifecapturedprasanta07 Місяць тому +2

    Help this kind of people... God bless all and keep safe

  • @mrbablu5865
    @mrbablu5865 Місяць тому +1

    ভগৱানে আৰু আগুৱাই নিয়ক সময় দা ❤️❤️love from North Lakhimpur

  • @rombharombha9122
    @rombharombha9122 Місяць тому +1

    Baidew joni bor val hohoj horol deii really☺️🙏

  • @LakshiiChoudhury-rm1ts
    @LakshiiChoudhury-rm1ts Місяць тому +2

    তুমি বহুত ভাল কাম কৰি আছা দাদা😊

  • @kuladeepdas7076
    @kuladeepdas7076 Місяць тому +1

    সময় দাই সময় সলনি‌‌ কৰিব। আপোনাৰ অন্তৰখন বিশাল দাদা্ ।

  • @diptiagarwal8445
    @diptiagarwal8445 Місяць тому +2

    এবাৰ ডিব্ৰুগড় নাজিম ছাৰ ওচৰত দেখাই চাব পাৰিলে হয় লৰা জন।ভাল হৈ যাব সম্পূৰ্ণকৈ মোৰ ঘৰৰ ওচৰতে মই ছাৰ লগত কথা পাতি দিব পাৰিম আৰু যিমান খিনি পাৰোঁ সহায় কৰিম মোৰ ফালৰ পৰা।

  • @BanajitBoroBanajitBoro
    @BanajitBoroBanajitBoro Місяць тому +5

    Homoy da aguai jua, May God Bless you ❤

  • @Manash_64
    @Manash_64 Місяць тому +6

    Human Welfare Society, Nazira..
    Ei NGO tue lora jonor treatment t help koribo paribo..

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 22 дні тому

    ঈশ্বৰে তোমাৰ সু-স্বাস্থ্য ব্ৰতী ৰাখক। সদায় যাতে আগুৱাই যাব পাৰা।

  • @user-ig3zz8vg7w
    @user-ig3zz8vg7w Місяць тому +2

    Teacher gorakik bht blessing thanks ❤

  • @Aspirant98741
    @Aspirant98741 Місяць тому +6

    God bless you 🙏

  • @MAINA33
    @MAINA33 Місяць тому +1

    Homoy daa ❤. Hunkle 1.milion subscribe kori dibo lage.. Emn dhuniya kam kori goise support koribo lage..

  • @bhagyashribordoloi5071
    @bhagyashribordoloi5071 Місяць тому +4

    সময় দা আপোনাৰ video চাই কান্দি গৈছোঁ।😢 ৰশ্মি বাকো thanks 🙏👍🏻 বহুত ভাল এটা কাম মোৰো এনেকুৱা কাম কৰি ভাল লাগে । আপোন ও সদায় সুস্থ হৈ থাকিব happy and smile কৰি থাকিব😊❤

  • @user-mc4bn5by2z
    @user-mc4bn5by2z Місяць тому +1

    আপোনাক ভগৱানে ভালে ৰাখক। এনেধৰনে মানুহক সহাই কৰিবলৈ দাদা।❤

  • @ParulDutta-md6vg
    @ParulDutta-md6vg Місяць тому +2

    সময়! তোমালৈ বহুত বহুত শুভাশিষ আছে। ❤লক্ষ্যৰ পৰা বিচলিত নহবা।

  • @BMGardening-GS22
    @BMGardening-GS22 Місяць тому +2

    Congratulations Homoy for your hardwork 👍👍👍👍

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 Місяць тому +2

    বহুত বহুত বেছি ভাল লাগিল 👍 ধন্যবাদ সময়, ভগৱানে তোমাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 🙏

  • @sinkuburagohain6723
    @sinkuburagohain6723 Місяць тому +3

    Homoi da sadiyar proa morom jasilu logote vale thakok God bless you ❤❤❤❤❤

  • @abhijeetgogoi1704
    @abhijeetgogoi1704 Місяць тому +5

    val lagil bohoot dada

  • @dimpeesrecipevlogs1161
    @dimpeesrecipevlogs1161 Місяць тому

    সমাজৰ আদৰ্শৱান এজন ভাল মনৰ প্ৰিয় ব্যক্তি আপুনি।আগুৱাই যাওক এনেকৈ সদাই । ভগৱানৰ আৰ্শীৱাদ সদাই আপোনাৰ লগত 👍👍👍😍

  • @Biplovs.
    @Biplovs. Місяць тому +1

    বহুত বহুত প্ৰণাম সময় দা❤

  • @dmjboy8730
    @dmjboy8730 Місяць тому

    দাদা আপোনাক বহুত বহুত ধন্যবাদ ,সাধাৰণ মানুহৰ অনুৰোধত আপুনি এনেকৈ যি দুখীয়া মানুহবোৰক সহায় কৰিছে সেইয়া সঁচাই আমি সলাগ লব লগীয়া,আমাৰ এই সাধাৰণ মানুহৰ মৰম,ভাল পোৱা, আৰ্শীবাদ আপোনাৰ লগত সদাই থাকিব,আপোনাৰ কৰ্মত আপুনি অটুট থাকক,সফল হব এদিন,মনৰ আশাবোৰ পূৰ্ণ হওঁক তাৰে কামনা কৰিলোঁ।
    মোৰ এটা সাধাৰণ অনুৰোধত আপুনি ধেমাজী,মৰিধল, সুবাহি অঞ্চলৰ এটা গাঁওৰ অঞ্চলত আহি যি সহায় হাত আবঢ়াইছে হেইয়া সঁচাই অতুলনীয়।

  • @promanandapatir4932
    @promanandapatir4932 Місяць тому

    Apunar nisina manuhok paboloi bohut থান এই পৃথিৱীত homoy দা❤❤❤ love from majuli

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw Місяць тому +2

    অভিনন্দন সময় সদায় ভালে থাকা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏

  • @JMili21
    @JMili21 Місяць тому +1

    ককাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ।

  • @pradiphandique9005
    @pradiphandique9005 Місяць тому +1

    Good step. Help this familly any ono

  • @madhabidevi9585
    @madhabidevi9585 Місяць тому +1

    Many many thanks both of you

  • @ritamonidas7072
    @ritamonidas7072 Місяць тому

    বহুত বহুত ধন্যবাদৰ লগতে ভগৱানে আপোনাক ভাল কৰক🎉🎉🎉🎉🎉

  • @_axomia_
    @_axomia_ Місяць тому +1

    God bless you and that teacher❤️❤️❤️God bless You Ma'am🙏🏻

  • @trishnahazarika9376
    @trishnahazarika9376 8 днів тому

    Teacher goraki ye jitu koise je suali jonik poham buli.. teur kotha motei kam krileii hol aru ❤

  • @DhomonRabha
    @DhomonRabha Місяць тому

    Dada apunaloi buhot bohuot dhoyon no bad. aaponni vogoban.thanks,

  • @bullettrain112
    @bullettrain112 Місяць тому

    Best utuber of North East... Salute you bro🎉🎉🎉🎉

  • @BORGOSS4473
    @BORGOSS4473 Місяць тому +1

    Tq homoi da aaru baido gorakik ..je tair poha huna dayitro loise aaru tair ghor khon bonaboloi agbahi ahar babe dea

  • @IndrajeetRoy-cy1ic
    @IndrajeetRoy-cy1ic Місяць тому +4

    Homoy dar nisina hyto ditio jon nai.. Moi jona,mte.. Xoday jen sustho thake take kamona, krisu

  • @aleesha475
    @aleesha475 Місяць тому +2

    Homoi da our favorite UA-camr❤🙏🙏🙏

  • @dwipjyotibaro6007
    @dwipjyotibaro6007 Місяць тому +1

    Bohut val Kam Kari asa tumi....God bless u

  • @user-gm9il6rg4t
    @user-gm9il6rg4t 25 днів тому

    Thankyou,,,aru aguwai juwa

  • @manash12145
    @manash12145 Місяць тому

    Thank you brother, God bless you...

  • @dipankargogoi2975
    @dipankargogoi2975 Місяць тому

    Good work gentleman ❤

  • @niharikaVlog7382
    @niharikaVlog7382 Місяць тому

    Homoy dada apunar dore iman vl xokole iman vlkoi buji loua anekua aji r dint kuno nai apuni xodai vl thakok dada ❤️🙏love u ❤️

  • @muzahidrohman5196
    @muzahidrohman5196 7 днів тому

    Apunar video aji 1st time salu.. proud of you... Bhal kam kotiase apuni

  • @meeragohain9595
    @meeragohain9595 Місяць тому

    Bohut val kam korise, Monor pora salute korisu ❤

  • @anjumanikalita3693
    @anjumanikalita3693 Місяць тому

    Bohut vl km krise apuni ❤you are great

  • @user-kr5jw3sj5o
    @user-kr5jw3sj5o Місяць тому

    Aponak bohut bohut danya baed diso vogobana aponak kohla rakhok

  • @user-wl4fe6rt9f
    @user-wl4fe6rt9f Місяць тому +2

    দাদা আপোনাৰ video চাই বহুত ভাল লাগে 🙂 স্বাৰ্থপৰ পৃথিৱীত নিস্বাৰ্থ ভাৱে সহায় কৰা blogger হিচাপে আপোনি মোৰ প্ৰীয় । আপুনি আগবাঢ়ি যাওক

  • @monpegu1409
    @monpegu1409 18 днів тому +1

    Im bhut happy daa apunar kam deki❤❤

  • @dipengogoi5076
    @dipengogoi5076 Місяць тому

    সুন্দৰ পদক্ষেপ 👍 লৈছে
    বেয়া লাগিল সৰু ছোৱালী জনীলৈ
    তোমাৰ ভগৱান কৃপাৰ‌ কৰক আৰু
    সমাজৰ বাবে ভাল কাম কৰি আগবাঢ়ি যাবলৈ।

  • @dhunukolizasaikia9705
    @dhunukolizasaikia9705 Місяць тому

    Dada lgt. Baideo gorakiku bhut bhut dhoinobad disu.. Aeikhini ho hai kora karane... Vl lagil baideo

  • @jayashriborah9719
    @jayashriborah9719 Місяць тому

    অসমলৈ মোৰ হিয়াভৰা মৰম আশীৰ্বাদ জনালোঁ । তোমাৰ নাম যেনেকুৱা তুমিও তেনেকৈ সময়ৰ লগত সংগতী ৰাখি মহান কামবোৰ কৰি যোৱাত ঈশ্বৰ সকলো সময়তে তোমাৰ লগত থাকক ।

  • @MEMERS.ADDA.
    @MEMERS.ADDA. 23 дні тому

    Homoy da apunr nisina kam jodi 1M ,,2M ,. Thoka UA-camrs bure krile hoi aji amar axom khn bohut aguwai gol hoi manhuouk okol banpani holei j help kribo lge tenukua kotha nhoi ..belg bure okol gari loi bike loi flex kre kintu apuni bht bhl korise homoy da proud of you ..❤

  • @Akuniverse-w5h
    @Akuniverse-w5h Місяць тому +2

    Your work inspiration of all people bro