হিমন্ত বিশ্বই কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে আনন্দ মিশ্ৰই। ‘হিমন্ত বিশ্ব শৰ্মাতকৈ মই বেছি গেৰুৱা’
Вставка
- Опубліковано 21 тра 2024
- #BREAKING ‘মোৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিবলগীয়া হৈছে’। হিমন্ত বিশ্বই কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে আনন্দ মিশ্ৰই। ‘হিমন্ত বিশ্ব শৰ্মাতকৈ মই বেছি গেৰুৱা, ‘দল বাগৰা নেতাসকলে এতিয়া দলত দপদপাই আছে’।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
আনন্দ মিশ্ৰ জিন্দাবাদ।নিলাজৰ লাজ থাকিলেহে।
আনন্দ মিশ্ৰ ভদ্ৰলোক আৰু কথা বতৰাতে তাৰ উমান পায়। এনে লোকক বিজেপিলৈ আহিব নিদিয়ে মামাৰ গোষ্ঠীৰ নেতা সকলে। তেনেহলে মাফিয়া হে লাগে নেকি ?
চাব্বাচ আনন্দ মিশ্ৰ জী। মাত্র কেইটামান বছৰ অসমত থাকিয়েই সকলোবোৰ বুজি উঠিলে। আনন্দ মিশ্ৰৰ জয় নিশ্চিত।
আনন্দ মিশ্ৰই ঠিকেই কৈছে ।
মামাই নিজে নিজৰ মান সন্মান হেৰোৱাইছে।কিয় নো বিহাৰত গৈ আনন্দ মিশ্ৰক জোকাই ল'ব লাগে
Take koi jadhowa
দিল্লী য়ে মামাক নচুৱাই আছে। নিৰ্লজ মিছা কথাৰ আশ্ৰয় লৈছে হেৰিৰ দালালৰ দৰে। ভাল মানুহ ক আহিবলৈ দিব ভয় কৰে।
আনন্দ মিশ্ৰ ভাল মানুহ।
নিজৰ কোনো নিৰ্দিষ্ট ঠাই নথকা মানুহে যিদৰে পগলা দৰে ঘুৰি ফুৰে ঠিক তেনেদৰে হিমন্ত ঘুৰি ফুৰিব লগা হৈছে কত গ'লে বাচিব
Central change mama to goio jeail
এওঁ যি কৈছে ১০০% সঁচা কৈছে । আনন্দ মিশ্ৰ জিন্দাবাদ ।
চিনি নোপোৱা মানুহ(আনন্দ মিশ্ৰ) জনক মামাই ভয়ত শংকিত হৈ পৰিছে।😆😆😆
সত্য কথা, ব্যক্ত কৰিছে, মিশ্ৰ ডাঙৰীয়াই, ।
আনন্দ মিশ্ৰৰ দেৱ এজন ভাল মানুহ
আনন্দ মিশ্ৰ ঠিক কথা কৈছে 👍👍👍👍👍
সচা কথাই কৈছে আনন্দ মিশ্রই |
Mamak বিহাৰত লপা থপা দিব বুলিহে ভাবিছিলো৷
দিব লাগিছিল কেলা , থপৰা বদলাই দিব লাগিছিল ।
😂😂😂
Mojaaa disee Ananda Mishrai
Vry good Anand Mishra Sir.... Val dise apuni amar Himu Mamak. Mojaaaaaa vry nice.
থিক কৈছে যেন লাগে।অসমতো থিক তেনেই অৱস্হা,পুৰণি সদস্য
আৰু নতুন সদস্যৰ মাজত সংঘাত
আৰাম্ভ হৈছে।
Ananda miswa zindabad
Anand Mishra sir jindabad
Axomot khelile Axom ot o jikile hoiiii
আনন্দ মিশ্ৰ জিন্দাবাদ জিন্দাবাদ
এও কথা পৰাই প্ৰমাণ হয় যে দূনীতি বিৰুদ্ধে যুদ্ধ কৰি আছিল আনন্দ মিশ্ৰ ই ,বাধা পোৱা বাবেই হয়টো চিকৰি এৰিলে
We want justice for junmoni rabha
Right Anand Mishra sir.....👌👍🙏
আনন্দ মিশ্ৰ জিন্দাবাদ।
Ananda Mishra Zindabad
Anand sir jindabaad
নিলাজৰ লাজ লাগিছে আনন্দ মিশ্ৰ জিনদাবাদ
Anand Mishro Zindabad 🤗💪🇮🇳🤗🤗🤗
হয় ঠিকেই, জন-গণে ভাল পালে ভোট এনেয়েই দিব। ভোট কিনিবলৈ
হিমন্তবিশ্বৰ নিচিনাকৈ টকাৰ প্ৰয়োজন নহয়।
Himantau.taka.kut.pai.bhutkinibale.aibur.kartaka.aponar.mur.nahaijanu
Hemontor a টকা আছে না belegr নাই না
Mja Val lgise Anand Mishra ji
Joy hobo sir
Sir jai hind. Bharat Mata ki Jai
নিজৰ চৰিত্ৰ ঢ়াকি আনৰ উপৰত শেন চকু পৰা এজন মানুহ কেনে হ'ব পাৰে।ৰাইজে নজনা নহয়।চৈৰাচাৰি একছত্ৰী প্ৰলোভনৰ পলিতিক্স কৰি কিমান দিন টিকিব।গোটেই ব্ৰহ্মাণ্ডৰ হাও পাত তাৰ গাতেই লাগিব,সাতে পাঁচে বাৰ হৈ এক্কেবাৰে মুখৰ ফালে ওলাব।।
খুব পিতিব লাগে ইহঁতক, হলোৱ এছাৰি কুবাব লাগিব ।
Anand mishra sir zindabad ❤❤❤
Annand sri long love bpf zindabaad❤❤❤
আনন্দ মিশ্ৰ টকা ক'ত পাইছে নিৰ্বাচন খেলিবলৈ সেইটো বিষয়ে কোৱাৰ আগতে বিজেপিয়ে টকা ক'ত পাই সেইটোও ক'ব লাগিছিল...সেইটো বিষয়ে মামা ক'ব নোৱাৰিব কাৰণ ৰাইজে গম পায় Electoral_Bond_Scam ৰ কথা।
Right
@@rupapegu123 ষ্টেট বেংকৰ বণ্ড লৈছে, সেই টকা বোৰ কাৰ, বেংক টো কাৰ ? নৰেন, হেমন্ত ৰ বাপেকৰ নেকি ।
Jindabad Anand Mishra Jindabad
এইখন এখন প্ৰাক ৰচিত নাটক , দুয়ো মিলি সকলোকে নচুআইছে
Hobo pare
Right
ok mojja
শুদ্ধ কথা কৈছে আনন্দ ই , ছব গম পাই যে তেওঁ
Mozaa dise...👍👍
Val dile dei aytu 😂😂😂😂
আনন্দ মিশ্ৰ জিন্দা বাদ।
Anand Mishra jindabad
Misra ❤
Anan ❤🎉❤🎉
Thanks Anand Mishra.Well done..
God bless you sir 100// right
Namaste Annad Mishra you are 100% Right
God bless you Sir🙏
Anand Mishra Sir U R. Great ..... From Assam....
আনান্দ্ মিশ্ৰা জিন্দাবাদ
চিমু মোমাই চিছলীয়া
Best wishes sir
Very nice misra khub jaro
Satch ka sath khuda hei sir❤❤go forward
Right ❤
Excellent
Henont guli Mar he has black money of the assam
Very good.
Very correct answer.
Sir aap pise mat hatiye .....🙏 Jai shree ram🙏
সুন্দৰ মন্তব্য
Anand Mishra sir really great man❤️❤️
Welcome to Assam mishra sir🙏🏻
Right.
আনন্দ মিচৰাই বিহাৰত ঠাই পোৱা নাই নেকি।
Best. of. luck
Best wishes to Ananda Mishra ji.very well said
Absolutely right you bro i salute tu you
A Mishra right
ঠিকে কৈছে ব্যৱসায়ীৰ পৰা লাখ লাখ টকালৈ নিবাচন খেলিছে
Himanta-Jayants-Pijush
Tini mama gut khai
Kukuror koni poori khai.
এয়া সত্য কৈছে
প্ৰকৃত bjp মানুহখিনি আঁতৰি আহিছে ন bjp ৰ উৎপাতত ।
ন বিজেপি মানে ভগনীয়া কংগ্ৰেছী,
Aanand Mishra ❤❤❤
Anon misara zindaba
The real hero❤️
Anand Mishra mojja disa
💯
Yes yes
Anand mishrs, your right bro.
Mama go back.
Jukor mukhot chun poril
Sir apuni nirdoliya hoi thakok
Anand Mishra yai thikei koise.
Nice sir love from charaideo.. Sonari. ❤❤❤❤
Good luck sir
Lalb nai mama
Anand Mishra should contest against HEMANTA SHARMA
Super
Respect to sir Anand Mishra sir
Joy Anand Mishra Ji,
From Assam
আনন্দ মিশ্ৰ এজন ভাল মানুহ। হেমন্ত বিশ্ব শৰ্মাৰ কি দৰকাৰ আছিল বিহাৰত গৈ মন্তব্য দিবলৈ।
जीतेगा तू जीतेगा आनंद मिश्रा जीतेगा ❤️💪🚩
মিশ্ৰৰ আশ্লিয়ত ওলাই পৰিল
Solidd
Great
আনন্দ মিশ এজন সত্য আৰু শুদ্ধ অন্তৰৰ লোক।
আনন্দ মিশ্ৰ বৰ সাহসী প্ৰাক্তন আৰক্ষী বিষয়াআৰু তীক্ষ্ণ মেধা বুদ্ধিৰ।কথা বতৰাতো তেওঁ বৰ মাৰ্জিত আৰু সদাচাৰী। মামাৰ তেনে সহ্যগুণৰ অভাৱ। মামা বৰ দাম্ভিক , প্ৰতিশোধ লিপ্সু আৰু ঈৰ্ষা পৰায়ন।
Anand mishra Right