বিহু সম্ৰাজ্ঞীক লৈ বিতৰ্ক কৰিলে | সেই বিহুত ৫ বছৰৰ লৈ অংশ লব দিয়া নহব | বৰষাৰাণী বিষয়াই কি কলে |

Поділитися
Вставка
  • Опубліковано 8 вер 2024
  • বিহু সম্ৰাগ্ৰীক লৈ বিতৰ্ক কৰিলে | সেই বিহুত ৫ বছৰৰ লৈ অংশ লব দিয়া নহব | বৰষাৰাণী বিষয়াই কি কলে |
    #sk_jubahomaj
    📌গুৱাহাটী বিহু সন্মিলনীৰ ২০২৪ বৰ্ষৰ বিহু সম্ৰাজ্ঞী, বিহুৰাণী, বিহু কুঁৱৰীৰ ফলাফল ঘোষণা।
    📌ধেমাজিৰ শিৰোশ্ৰী শইকীয়ালৈ বিহু সম্ৰাজ্ঞীৰ সন্মান।
    📌ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাইলৈ বিহুৰাণী বঁটাৰ খিতাপ।
    📌ডিব্ৰুগড়ৰ ৰিতুপৰ্ণা দাসলৈ বিহু কুঁৱৰীৰ খিতাপ।
    📌চিৰঞ্জীৱ বৰ্মণে শ্ৰেষ্ঠ ঢুলীয়াৰ বঁটা, যদূমণি গগৈয়ে শ্ৰেষ্ঠ পেপুৱৈৰ খিতাপ লাভ কৰে।

КОМЕНТАРІ • 35

  • @anuragkashyapcreation8060
    @anuragkashyapcreation8060 4 місяці тому +10

    কথাখিনি বৰ ভাল লাগিল শুনি বা । একেবাৰে সত্য।

  • @hii01
    @hii01 4 місяці тому +1

    ঋতু r নামে নাজানে আৰু বিহু সম্ৰাজ্ঞী হব আহে😂😂😂

  • @apurbadeka6823
    @apurbadeka6823 4 місяці тому +58

    তেতিয়াৰ কথা বেলেগ আছিল বা। কিন্তু আজিকালি আগৰ নিছিনা হৈ থকা নাই যেন অনুভৱ হয়। কিয়নো ঋতুৰ নাম কব নোৱাৰা জনীয়ে বিহু সম্ৰাজ্ঞী উপাধি পোৱাটো কিবা এটা মানি লব অলপ অসুবিধা হৈছে। যিটো প্ৰশ্নৰ উত্তৰ এজন সৰু লৰা বা এজনী সৰু ছোৱালীয়েও জানিব।

    • @sliceoflife1600
      @sliceoflife1600 4 місяці тому +1

      Okol proshno uttor sai nidie. Sirushree e bhal nasise

    • @rupusentertainment8050
      @rupusentertainment8050 4 місяці тому

      Tnte agr bsr qsn r babe ty u kyo roi gol jdi only nas r uprt dle hoi সন্মান tu lajr ktha ritu keitar nm Njna tu​@@sliceoflife1600

    • @apurbadeka6823
      @apurbadeka6823 4 місяці тому

      @@sliceoflife1600 যদি কেৱল বিহু নৃত্যৰ ভাল, বেয়া প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়ে ফলাফল দিয়ে। তেন্তে প্ৰশ্নৰ শিতান ৰখাৰ কোনো প্ৰয়োজনে নাছিল।

    • @JMVlogs526
      @JMVlogs526 4 місяці тому +1

      সচাকৈ 😊

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 4 місяці тому +13

    বৰষা বা আপোনাক বহুত বহুত বেছি ভাল পাওঁ ❤ আপোনাৰ স্পষ্ট কথাবোৰৰ বাবে আপোনাক ভগৱানে মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 🥰🙏🙏

  • @MND.Hazarika
    @MND.Hazarika 3 місяці тому

    Apunak kiba ata bhal lage❤😊🎉🎉 3:24 3:24

  • @sushilkonwar7012
    @sushilkonwar7012 4 місяці тому +6

    মই কোন -- কেতিয়াও নকওঁ -- কিন্তু কাৰৰোঁ প্ৰতি -- আক্ষেপ নাই -- জানিও একো নাজানো -- বহুত দেখিলোঁ -- নিজৰ নিজৰ চিন্তাধাৰা --

  • @z..z1858
    @z..z1858 4 місяці тому +1

    যদি সচাঁকৈয়ে নিকা হয়, তেন্তুে বিছাৰকৰ মনত ভয় ভাব কিয় থাকে বৰষা বা?? আপোনাৰ সময়ৰ কথা বেলেগ আছিল, তেতিয়া সকলোৱে কিবা এটা পাবলৈ বহুত কষ্ট কৰিছিল। কিন্তু আজিকালি সকলো সহজলভ্য হৈছে যে।

  • @monjurikagogoi1406
    @monjurikagogoi1406 4 місяці тому +5

    নেউঠনি কপাহ ৰ গুটি গুচোৱা যন্ত্ৰ। গছৰ পৰা কপাহ চিঙি আনি আমি নেউঠনী ৰ যোগেদি গুটি পৃথক কৰিছিলোঁ

  • @HopunorKareng-ih3ln
    @HopunorKareng-ih3ln 4 місяці тому +6

    Bohut morom jasilu Borokha ba❤❤❤

  • @HopunorKareng-ih3ln
    @HopunorKareng-ih3ln 4 місяці тому +6

    Val lagil ba

  • @godgaming636
    @godgaming636 4 місяці тому +1

    🙏🙏

  • @sumayaDM
    @sumayaDM 4 місяці тому +2

    আমুকা নুবুলি আমুকি বুলিব...আমুকা পুংবাচক শব্দ

  • @sobitamech
    @sobitamech 4 місяці тому +1

    val lagil tumak ba❤❤

  • @karabidas-gn1iw
    @karabidas-gn1iw 4 місяці тому +1

    Best host

  • @user-qc8op6co5j
    @user-qc8op6co5j 4 місяці тому +1

    Bohut val lagil baa❤❤❤❤

  • @jumandeka1818
    @jumandeka1818 4 місяці тому +1

    Happy rangali bihu bahut Val Iagil katha khani

  • @bhara898
    @bhara898 4 місяці тому +1

    Bohut vll lagil baa ❤

  • @ankurkalita7577
    @ankurkalita7577 4 місяці тому +3

    Kun sonot Barsha Bai bihu samragi t participate korisil baru??

  • @meghalisenapati6498
    @meghalisenapati6498 4 місяці тому +3

    অমুকা-অমুকী ।

  • @bokulboruah837
    @bokulboruah837 4 місяці тому +1

    Natasha,ba,Val,lagil

  • @Notavailable-z3e
    @Notavailable-z3e 4 місяці тому +10

    Apunr dinr ktha beleg asile hoitu tatya bias result ndiye but ajikali aibur common and aitu result r pora gom pua goise 💯 bias hoise result t

  • @tanvimalakar825
    @tanvimalakar825 4 місяці тому +1

  • @meghalisenapati6498
    @meghalisenapati6498 4 місяці тому +1

    একেবারে সচা কথা

  • @GitaliBoruah-qt9vn
    @GitaliBoruah-qt9vn 4 місяці тому +9

    Buji npalu ritu name kaita njona suali joni knakoi winer hol😢

  • @kumudphukan5640
    @kumudphukan5640 4 місяці тому +4

    সলসলিয়াকৈ কোৱা কথাখিনি শুনি ভাল লাগে ।কিন্তু শব্দ এটা অমুকাৰ ঠাইত অমুকী কোৱা হ'লে আৰু শ্ৰুতি মধুৰ হ'ল হেতেন ।

  • @HimaSarmah-dl2yv
    @HimaSarmah-dl2yv 4 місяці тому +1

    Brasha ba

  • @S.M.8439
    @S.M.8439 4 місяці тому +3

    অমুকী

  • @karabidas-gn1iw
    @karabidas-gn1iw 4 місяці тому +1

    Kio nohol

  • @jiyandeka11
    @jiyandeka11 4 місяці тому +2

    ritu keitare nam kba nourilee kneke bihu samragi hoi