Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সাংবাদিক জন মৰিগাঁওৰ জিতুমনি দাস । এখেতৰ শব্দৰ উচ্চাৰণ অতীজৰ পৰাই বেয়া , আৰু জীৱনত কেতিয়াও কথাবোৰ স্পষ্ট ন'হবই কিজানি । দূখ লাগে কেতিয়াবা এনেকুৱা অসমীয়া ভাষাৰ অশুদ্ধ উচ্ছাৰন শুনিলে । সুন্দৰ কন্ঠৰ অধিকাৰী সুনিতা খুড়ীলৈ বহুত শুভকামনা থাকিল । 😊🙏😊
Aguyai jaok .asirbad korise.
দা...মিনী🙄🙄 ইচকেল🙄🙄 অখআ🙄🙄নাই আৰু কিবা বাকী থাকিল নে
Kothaxar.xuni.bhal.lagise.sunitak.aguwai.niyok.tare.kamona.korisu.aru.oti..axare.sunitar.geet.xuniboloi.ami.bat.sai.asu.thonyobad
আপোনী আৰু আগুৱাই যাওক। তাৰেই আৰ্শিৱাদ কৰিছো মই।
Baidew aguai jauk suvessa thakil, god bless you
সুনীতাক এই সুযোগ দিয়াৰ বাবে সংগীত পৰিচালক ডাঙৰীয়াক বহুতো ধন্যবাদ। মানুহ গৰাকীৰ শিল্পী প্ৰতিভা প্ৰকাশ হওক এয়ে আশা।
ঔ সাংঘাতিক সাংবাদিক ককাই কথা কেইটা অলপ স্পষ্টকৈ ফুটাই কবলৈ ছাগলীৰ জিভা খাব চোন ।
চেষ্টা কৰক বাইদেউ ।আমাৰ আশীৰ্বাদ আছে
সুনিতা নবৌৰ কণ্ঠটো ভিতালী বাইদেউৰ লগত অলপ মিল আছে।ভাল লাগিছে আপোনাৰ কণ্ঠৰ গীতবোৰ শুনি। কিন্তু সাংবাদিক জনে ডামিনী শব্দটো উচ্চাৰণ ভালকৈ কৰিব পৰা নাই।এটা শব্দকে দুটাৰ নিচিনা উচ্চাৰণ কৰিছে।
অতি সুন্দৰ অতি মনোমহা
বঙ্গৰ পৰা ৰাণু মণ্ডলক হিমেশ ৰেশমিযাই মুম্বাইলৈ নিলে আৰু তাত ৰাণু মণ্ডলক হিন্দী ছবিত গান গাবলৈ সুবিধা দিলে। গতিকে আমাৰ কম বযসীযা সুনিতাই কেলেই নোৱাৰিব। সকলোৱে তেওঁক উতসাহিত কৰক। টিভিত ওলাই থকা বহুতো গায়িকাত কৈ সুনিতাই ভাল গাইছে। কণ্ঠৰ জোৰ আছে। তালিম কৰিব লাগিব কিন্তু ।
কথাষাৰ শুনি ভাল লাগিল, সোনকালে গীত শুনিবলৈ পাম
Nice
I hope she will sucess in futures
আৰ্শিৱাদ থাকিল আপোনাৰ লৈ মোৰ
Bhut val lahise
সুনিতা।বাইদেওলৈ।অভিন্দন।জনালো।হাঁহিটো।সদায়।ৰাখিব।
My newsr reporterjonor word bur bahut bhool jene Daminitu Da mini aru Baidewtu Baido aru bht. Shudhakoi kobosun vl lagiba.
I'm, very, proudfilll,,to, her, songs, l, God, blessed, him,
Best of luck nobou
Good very good....
Niranjan
দা - মিনি নহয় দামিনী , বাতৰী পঢ়োতে উচ্ছাৰন শুদ্ধ হব লাগে
Val korise
Great
মানুহজনে দা মিনি বুলি কেলেই হাঁহিটো ওলাই যায় যে মোৰ..........
Vl gai dai ahpuni suneta bai
কৰ সাংবাদিক এইজন মৰিগাঁৱৰ নেকি
আপোনাৰ শব্দ উচাৰন ভাল নহয় ৷ ভাষাবোৰ কওঁতে শুদ্ধ কৈ উচাৰন কৰি কব লাগে ৷ বেয়া শুনি ৷
makor gorbhorporae kunu hiki nahe.....lahe lahe hiki jabo sob😊
mur huni bhal lagil
Very very nice
Good
উচ্ছাৰণ বোৰ শুদ্ধ কৰিবলৈ যত্ল কৰিলে ভাল হয় বহুত বেয়া শুনা গৈছে।
akha aa nohoi akhara
Sunita Agbahi jua asirbad thakil
Very Good
Da/mini Aaro Damini parthakiya ki
B Luck
Kothabur alap hudhokoi kole Val hoi. R letter tuk alap value diok... Ama...tuma..... Aibur word r past r ase...
Prativara aguai jua bhagabana adin saba
K c das nagaon dhing
thanks
The mini nhoi damini he hbo
Moja hobo moromor bow Joni ujol jibo kamona korilu
দা-মিনি নহয় । দামিনী।
্্
The mini nokoba o beta
.
Reporter Jon eman pronounce bea.asomia vasa eneke nokoi dei
The-mini 😁😁.. o vaii 😂😂
😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
Nite pegu,
Ki ha hagbadik jon jokor jokor lagisa .baru tu bau monor tu mono amartu amaa ৰ tu ni naki haa
খবৰটো জানিবলৈ পায় ভাল লাগিল .....মৰিগাঁও লৈ সেই আগৰ দিনবোৰ ঘূৰি আহিছে ... !! যিসময়ত ভৱেন্দ্ৰনাথ শইকীয়া চাৰে গৈ বাহৰ পাতি চ্যুটিং কৰিছিল.... মৃদুলা বৰুৱা, নিপন গোস্বামী, অৰুণ গুহঠাকুৰতা আহি মৰিগাঁও ভীৰ কৰিছিল হি .......সুনীতা পাটৰ বৌলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।
Ki da- mini
দা - মিনী 🙄🙄🙄🤣🤣
বহুত বহুত ধন্যবাদ , চুমিতা পাতৰ বাইদেউৰ কণ্ঠত দামিনী কথাছবিৰ নতুন গীতটি শুনিবলৈ বহু আগ্ৰহেৰে বাট চালোঁ । বাইদেউৰ কণ্ঠৰ সচাই শলাগ লব লগীয়া ।
একো ভাল নাগাই..লাজ পাব লাগিচিল..
অসমৰ মানুহ বোৰে কিবা এতা সোনিবহে লাগে পাগল হৈ যায়...এই বাঘিনি জনিয়ে কি বাল দল গাব জানেনো...তেতু ফলা মাত...মতা মনুহৰ দৰ্ে..

খবৰটো জানিবলৈ পায় ভাল লাগিল .....
মৰিগাঁও লৈ সেই আগৰ দিনবোৰ ঘূৰি আহিছে ... !! যিসময়ত ভৱেন্দ্ৰনাথ শইকীয়া চাৰে গৈ বাহৰ পাতি চ্যুটিং কৰিছিল.... মৃদুলা বৰুৱা, নিপন গোস্বামী, অৰুণ গুহঠাকুৰতা আহি মৰিগাঁও ভীৰ কৰিছিল হি .......
সুনীতা পাটৰ বৌলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।