চুনিতা পাটৰ - Sunita Pator First Time in Studio || মিতুৰাণীৰ সৈতে 'ধ্বনি' || 'Dhwani' with Miturani

Поділитися
Вставка
  • Опубліковано 23 сер 2024
  • চুনিতা পাটৰ - Sunita Pator First Time in Studio || মিতুৰাণীৰ সৈতে 'ধ্বনি' || 'Dhwani' with Miturani
    #SunitaPator
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh

КОМЕНТАРІ • 2,3 тис.

  • @skbassamvloger5938
    @skbassamvloger5938 4 роки тому +34

    খুব ভাল লাগিল সুনিতা পাটৰ বাইদেউ ৰ কাৰণে এটা লাইক 👍💤

  • @porismitagogoi3327
    @porismitagogoi3327 4 роки тому +66

    দৰিদ্ৰতা কেতিয়াও প্ৰতিভাক বাধা দি ৰাখিব নোৱাৰে।এটা সময়ত ই নিজেই প্ৰতিস্ফুট হয়।তাৰ সঠিক উদাহৰণ পাতৰ বাদেও। এইখিনিতে আপোনাৰ প্ৰতিভাক চিনাকি কৰাই দিয়া জনকো ধন্যবাদ। আপোনাৰ সন্মুখত এতিয়া এটা সোণালী ভৱিষ্যত।সুপৰিকল্পিত ভাবে আপুনি আগুৱাই যাওক।মই ভাবো ই আপোনাক জীৱন যুদ্ধতো আগুৱাই নি সমাজত প্ৰতিষ্ঠা কৰিব।আমাৰ শুভ ইচ্ছা আছে আপোনালৈ।

    • @smile5432
      @smile5432 4 роки тому +1

      মানুহৰ জীৱনত ভাল সময় এবাৰ, দুবাৰ আহে কিন্তু সেয়া সময়ৰ গতিত অহংকাৰ হৈ নপৰিলে সমাজ খনে ✍️✍️✍️।
      শুভেচ্ছা থাকিল বাইদেউ

    • @bhanitarabha7950
      @bhanitarabha7950 4 роки тому

      Du niya hoise baidew

    • @bassking1060
      @bassking1060 4 роки тому

      Very nice...

    • @binodsaikia436
      @binodsaikia436 4 роки тому

      Dhunia

    • @achintapatra8914
      @achintapatra8914 4 роки тому

      Nice

  • @rudrabora251
    @rudrabora251 4 роки тому +14

    অতি সুন্দৰ,খুড়ী আপুনি আগুৱাই যাওঁক আৰু আপোনাৰ সপোন বাস্তৱায়িত হওক তাৰে কামনা কৰিলোঁ।

  • @moinucreation85
    @moinucreation85 3 роки тому +5

    বাইদেউৰ কন্ঠৰ তুলনা নাই ৷ God gifted .আপনালৈ অশেষ শুভকামনা ৷

  • @akhomiyabuwarid9714
    @akhomiyabuwarid9714 4 роки тому +72

    বা নবৌ সচায় আপোনাৰ কন্ঠটো বহুত ধুনীয়া আশীবাদ কৰিলো যাতে আপুনি আগুৱাই যাওক তাৰেই কামনা

  • @jda9828
    @jda9828 4 роки тому +268

    আজি হে ভাল লাগিছে খুড়ীক..... বাদ্য যন্ত্ৰৰ লগত গীত শুনিবলৈ পাই। ধন্যবাদ ডি ৱাই 365

    • @robinpagag1909
      @robinpagag1909 4 роки тому +2

      বাইদেউ আপোনাৰ গীতৰ কণ্ঠ ভাল। ভবিষ্যত আগোবাই যোৱাৰ কামনা কৰিলোঁ।

    • @Junalibordoloi6363
      @Junalibordoloi6363 4 роки тому +2

      মজাৰ তালিয়া

    • @nipandeori6041
      @nipandeori6041 4 роки тому

      @@robinpagag1909 1

    • @rkengineer5696
      @rkengineer5696 4 роки тому

      ua-cam.com/video/AiM8ZIid4nY/v-deo.html

    • @julisaikia9379
      @julisaikia9379 3 роки тому +1

      @@Junalibordoloi6363 7

  • @prabinbaruah6863
    @prabinbaruah6863 4 роки тому +29

    এজনী বিবাহিতা বোৱাৰী, দুটি সন্তানৰ মাতৃ, এটি দুখীয়া কৃষক পৰিয়ালৰ গৃহিণী । কিন্তু এটি চহকী কণ্ঠৰ অধিকাৰী । কোনো দিন সঙ্গীতৰ আনুষ্ঠানিক শিক্ষা নথকা এগৰাকী মহিলাই তেওঁৰ সুললিত কণ্ঠৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰিলে । সঁচাকৈ আচৰিত হ'বলগীয়া কথা । তেওঁৰ উন্নতি কামনা কৰিলোঁ । সকলোৱে তেওঁক উতসাহিত আৰু সহায় কৰক যাতে তেওঁ কিছু আনুষ্ঠানিক শিক্ষা ও লব পাৰে । আৰু বহুতো আগুৱাই যাব পাৰে ।

  • @pranitapaul1759
    @pranitapaul1759 4 роки тому +5

    খুব সুন্দৰ অন্তৰ আত্মা চুইজোৱা কণ্ঠ, যিমান সুনিলেও আমনি নেলাগে বাৰ বাৰ সুনি থাকিবলৈ মন যায়

  • @shikhadutta6245
    @shikhadutta6245 4 роки тому +63

    বৰ সুন্দৰ কন্ঠ ৷এক সুপ্ত প্ৰতিভা আগুৱাই নিয়াৰ বাবে বিকাশ পাটৰ দেৱলৈ অশেষ ধন্যবাদ লগতে DY365 লৈও ধন্যবাদ জনালোঁ ৷

  • @arnabdas4631
    @arnabdas4631 4 роки тому +64

    মাজা লাগছে বাইদেউ , বাইদেউ আপুনি আগুৱাই যাওক ,উজ্বল ভবিস্যত কামনা কৰিলো ,

  • @kolijacreation4182
    @kolijacreation4182 4 роки тому +171

    ৰাণুমণ্ডল আ আ কৰি হেৰাই গল, হেৰাই যাব দিয়ক আমাৰ একো আহে নাযায় । কিন্তু আমাৰ অসমৰ পতিভা সদায় থাকিব লাগিব ।

  • @kalpanagogoi7831
    @kalpanagogoi7831 4 роки тому +5

    Voice is really so sweet...god bless her😘😘😘

  • @nabajyotidas3046
    @nabajyotidas3046 4 роки тому +28

    কবলৈ ভাষা নাই।
    বহু ভাল লাগিছে।
    আশা কৰোঁ আপোনাৰ কন্ঠ গান আৰু।
    শুনিব পাম।
    বুলি

  • @rockon6456
    @rockon6456 4 роки тому +50

    perfect voice.... so sweet.. thats call Hidden talent...

  • @Pizza-buggo
    @Pizza-buggo 4 роки тому +25

    অতি সুন্দৰ.|জন্মগত প্ৰতিভা |কিছুমান গায়কে গীত গাওঁতে কষ্ট কৰা যেন লাগে কিন্তু তেখেতে আলাসতে গোৱা দেখা গল |ভগৱান প্ৰদত্ত কন্ঠ |

  • @user-cr4gy1ud1m
    @user-cr4gy1ud1m 2 місяці тому +1

    কি কম ভাষা নাই like এটা কৰি দিয়ক 👍💗♥️

  • @padmasaikia7210
    @padmasaikia7210 4 роки тому +30

    বহুত ভাল লাগিছে, আগ বাঢ়ি যোৱাত সহায় কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো 🙏

  • @moneswartaid3351
    @moneswartaid3351 4 роки тому +26

    আপোনাৰ কন্ঠ শুনি পাগল হলো । ইমান প্ৰতিভাশালী ! এই যাত্ৰাৰ পথ এৰি নিদিব । Good luck

  • @jkklnjbvv
    @jkklnjbvv 3 роки тому +1

    OMG !!
    অতুলনীয় ..!!
    মৌ পৰশা প্ৰতিভা ।

  • @niyorssuperfine9520
    @niyorssuperfine9520 4 роки тому +4

    ইয়াত Dislike দিয়া কেইজনে আচলতে আনৰ উন্নতি সহ্য কৰিব নোৱাৰে। ইমান ধুনীয়া গান গাইছে বাইদেউৱে। বাইদেউৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @user-rj1rg5lk2x
    @user-rj1rg5lk2x 4 роки тому +59

    Bahut bahut dhuniya voice baideo r babe 10000 bar like like like karilu

  • @welding9313
    @welding9313 4 роки тому +17

    বাইদেউ কণ্ঠত মিঠা যাদু আছে।আগুৱাই যাক । যাদু কৰি কণ্ঠ নিগৰি আহে বাইদেউ কণ্ঠত।Dy365 ধন্যবাদ ইমান সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ।

  • @rishijun1800
    @rishijun1800 4 роки тому +6

    আগুৱাই যাওঁক বাইদেউ,,,, আপোনাৰ কণ্ঠ সচাকৈ বহুত সুন্দৰ,,,ভগৱানে আগুৱাই যোৱাত সহায় কৰক আপোনাক,,,প্ৰাৰ্থনা কৰিছোঁ,,,,🙏🙏

  • @somainabasumatary8127
    @somainabasumatary8127 4 роки тому +4

    Really so Sweet voice sunita ba.... keep it up.... 🎶🎶🎶❣️❣️❣️❣️❣️

  • @oobey6342
    @oobey6342 4 роки тому +763

    বাইদেউৰ কন্ঠই হৃদয় চুই যোৱাৰ বাবে লাইক কৰিব

  • @tulyachutia3973
    @tulyachutia3973 4 роки тому +17

    প্ৰতিটো গীতেই বৰ সুন্দৰকৈ গাইছে...আপুনি আগবাঢ়ি যাওক তাৰে শুভ কামনা জনালো...

  • @narenborah6979
    @narenborah6979 3 місяці тому

    আহ কি সুন্দৰ বাইদেউ আগবাঢ়ি যাওক আমাৰ শুভেচ্ছা আছে ঈশ্বৰৰ আশীৰ্বাদ পাই থাকক।

  • @sanjoysahu
    @sanjoysahu 4 роки тому +6

    Melodius and fine voice. May Almighty bless you.

  • @___puja_9247
    @___puja_9247 4 роки тому +18

    Kot asele o emn din ...emn dhunia kontho ...wah 🙂🙂🙂😘😘 bahot dhunia gaise ❤️❤️❤️❤️

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 4 роки тому +13

    ক'বলৈ ভাষা নাই বাইদেউ। আপুনি আগুৱাই যাওক তাৰে কামনা কৰিলো।

  • @maheshkurmi504
    @maheshkurmi504 4 роки тому

    Mur sokulu dudhari boi ahil tekhetor jadukori konthot. Iman dhuniya pratibha sunita patar baideu apunar.
    Special thanks for:- 1)Bikash Patar Dada. 2)DY375 Family. & 3) All Assam news media.

  • @naturaldesigner1004
    @naturaldesigner1004 4 роки тому +62

    "বিচাৰিছো কাষতে তোমাক" গীতটি খুবেই টান গীত গীতটি বৰ সুন্দৰ কৈ পৰিবেশন কৰিছে বাইদেউয়ে

  • @moromideori2067
    @moromideori2067 4 роки тому +63

    অতি সুন্দৰ কণ্ঠ..আগবাঢ়ি যোৱা কামনাৰে... ঈশ্বৰে মংগল কৰক আপোনাক

  • @rajeevborah5873
    @rajeevborah5873 4 роки тому +32

    Best female voice I ever hard in Assam ..god bless her and pray for Her success

    • @pradippatar7271
      @pradippatar7271 4 роки тому +1

      সৢুনিতা বাইদেউ মৰিগাৱঁৰ গৌৰৱ , তেখেতৰ দীৰ্ঘায়ু কামনাকৰিলো..

    • @riyarahman2124
      @riyarahman2124 2 роки тому

      Good voice

  • @sumitrapatir387
    @sumitrapatir387 3 роки тому

    Sunita baideuk manibo lagibo.ghorot eku subida nupuwakoi emankhini parise. Bohut bohut dhanyabad. Baideu.

  • @arpanagoswami4249
    @arpanagoswami4249 3 роки тому

    ইমান ভাল লাগিছে বাইদেউ মোৰ চকুলো বাগৰিছে ।ভগৱানক প্ৰাৰ্থনা জনালো আপুনাৰ প্ৰতিভা ক সন্মান জনাই ছু। আপোনাক এইদৰে ওলাই অনা মানুহ জনক ধন্যবাদ।লগতে তেখেতক আপুনি কেতিয়াও নাপাহৰিব।

  • @moromideori2067
    @moromideori2067 4 роки тому +52

    অলপ ভিতালী বাৰ দৰেই লাগে কণ্ঠটো..বিশেষকৈ এই বিচাৰিছো কাষৰতে...গানটো গাওঁতে..বহুত বহুত ভাল লাগিছে

    • @jayantadeori1855
      @jayantadeori1855 4 роки тому +2

      হয় হয় কিনতু তাতকৈ ভাল লাগিছে

    • @arunbaruah1241
      @arunbaruah1241 4 роки тому +2

      হয়, বহুখিনি মিল আছে। ভিটালী দাসে গোৱা বিহুগীত গালে হয়তো ধৰিবই নোৱাৰিব...

    • @binoynath9605
      @binoynath9605 4 роки тому +2

      প্ৰথমে ভালে লাগে পিছলৈ ৰাণুমন্ডলৰ দৰে প্লোপ হয় নেকি ?

    • @arunbaruah1241
      @arunbaruah1241 4 роки тому

      @@binoynath9605 হয়, একে কেইটা গীত শুনি থাকিলে আমনিও লাগেগৈ...

    • @rkengineer5696
      @rkengineer5696 4 роки тому

      ua-cam.com/video/AiM8ZIid4nY/v-deo.html

  • @pranjalkumar.7513
    @pranjalkumar.7513 4 роки тому +9

    অসমৰ লতা মংগেছৰ 🙏🙏🙏🙏 বহুত বহুত শুভেচ্ছা থাকিল আগলৈ যাওক

  • @subantideori2094
    @subantideori2094 4 роки тому +1

    কন্ঠ শুনি পাগল হৈ গৈছো ।ইমান সুন্দৰ কন্ঠ ।কবলৈ ভাষা নাই ।আগুৱাই যোৱাৰ সুভকামনা থাকিল ।

  • @dipakbora4867
    @dipakbora4867 8 місяців тому

    😊thank you you dy uncommon singer for Assam 100 bless her

  • @puranjoydas7589
    @puranjoydas7589 4 роки тому +25

    সুন্দৰ লাগিছে বাইদেউ কন্ঠত গীতসমূহ শুনি,,,,।

  • @rushmikadas
    @rushmikadas 4 роки тому +5

    ইমান ধুনীয়া কণ্ঠ।তেওঁৰ ভাইৰেল হোৱা গীতটো শুনিছিলো।শ্বেয়াৰো কৰিছিলোঁ।আগুৱাই যাওঁক তেওঁ।ভাল সুবিধা পালে বহুত ভাল লাগিব।

  • @nagench.baishya4486
    @nagench.baishya4486 Рік тому

    কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ সংগীতৰ ইমান সুন্দৰ প্ৰতিভা সুব কমেইহে দেখা পোৱা যায় ৷ শিল্পী গৰাকীলৈ অশেষ ধন্যবাদ আৰু আশীবা’দ থাকিল ৷ তিখেতৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ৷

  • @Sanjay66570
    @Sanjay66570 4 роки тому +8

    আপাদত সেই গান 🎧🎤🎶ভালোবাসা দিচ্ছি বাংলাদেশের ঠেকে

  • @user-sn2yc8co2w
    @user-sn2yc8co2w 4 роки тому +28

    সুন্দৰ কণ্ঠ। আপোনি অসমৰ বুকুত আজীৱন জিলিকি ৰওঁ‌ক, তাৰ বাবে ভগৱানৰ ওচৰ প্ৰাৰ্থনা কৰিছো।

  • @johnmanibarman5630
    @johnmanibarman5630 4 роки тому +19

    Its realy amezing voice,i m crying whn i hear her songs

  • @sarojinidutta5058
    @sarojinidutta5058 Місяць тому

    সুন্দৰ গাইছে,শিকি পেলাইও গাব নোৱাৰে জন্মগত প্ৰতিভা,ভাল লাগিল শুনি

  • @blulifeproduct1676
    @blulifeproduct1676 4 роки тому +3

    সুন্দৰ কণ্ঠ ।ভগৱানে আপোনাক আগলৈ আগবাঢ়ি যাবলৈ শক্তি দিয়ক ।

  • @soon3047
    @soon3047 4 роки тому +14

    খুবেই সুন্দৰ কণ্ঠ। আৰু আগুৱাই যাওঁক তেখেতলৈ আন্তৰিক শুভকামনা থাকিল।

  • @mithileshniber8992
    @mithileshniber8992 4 роки тому +13

    বাইদেউ ইমান ধুনীয়া কন্ঠ আপোনাৰ ।
    আশা কৰো আপুনি বহুদূৰ আগবাঢ়ি যাব।

  • @pranjalkalita4908
    @pranjalkalita4908 4 роки тому +1

    amezing..এইবোৰ হৈছে ৰিয়েল তেলেণ্ট,।গুৰুৰ ওচৰত নোযোৱাকৈ নিজৰ চেষ্টা এনেকুৱাঁ‌ এজন হে থাকে।SO REALY GREAT..বহুত বহুত ধন্যবাদ অসমৰ বহুত কষ্ঠ শুনিলোঁ‌ । এইতোমাৰ এই প্ৰ্তিভা চেষ্টা ভাল লাগিল

    • @gunoprovasaikia2764
      @gunoprovasaikia2764 4 роки тому +1

      Dy 365ৰলৈ বহুত বহুত ধন্যবাদ সূনিটা বাইদেউক এই দিয়াৰ বাবে লগতে তেখেতক উজ্বল ভৱিষ্যতৰ কামনা কৰিলো এই সুৰৰ যট্টা আগবঢ়ায় নিয়ক ধন্যবাদ

  • @bituponsonowal5698
    @bituponsonowal5698 4 роки тому +8

    বৌ'ৰ কণ্ঠত সৰস্বতিৰ বিৰাজমান 😘😘😘

  • @purabinath2465
    @purabinath2465 4 роки тому +34

    আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @musiclover-mr3wx
    @musiclover-mr3wx 4 роки тому +32

    মোৰো মন যাই এনেদৰে আগবাহি যাবলৈ । আপোনাৰ গান ভাল লাগিল বাইদেউ আৰু আগবাহি যাওঁক ।

    • @swapnalideka6019
      @swapnalideka6019 4 роки тому +1

      2mi o gaan goa neki raktim

    • @himuworld7054
      @himuworld7054 4 роки тому

      akhetak anusthanalai niyar babastha karak

    • @namitarajbongshi8997
      @namitarajbongshi8997 4 роки тому

      Tmi o ata gan ulioya

    • @musiclover-mr3wx
      @musiclover-mr3wx 4 роки тому

      মোৰ মায়ে গাই ভাল পাই মই ও গাও ওচৰত ফাংচন পাতিলে ।হলেওঁ মই ঢোল বজাই ভাল পাওঁ ।

  • @tileswarburagohain2265
    @tileswarburagohain2265 4 роки тому

    বাইদেউ কিমান সহজ সৰল সেয়া বাইদেউ কথাখিনিতে প্ৰকাশ পায় আৰু বাইদেউ সুৰ কি কম অতি সুন্দৰ ..আপুনি আগুৱাই যাওক আপোনাৰ ইমান সুন্দৰ প্ৰতিভা সকলোৱে গম পাওক আৰু আপোনাক দেখি এনেকোৱা আথিকভাৱে দুৰবল বহুতো মানুহ আছে ইয়াৰ পৰা inspire হ'ব start to end voice too good ..god bless you all the very best go ahead go ahead

  • @gobinboratech3032
    @gobinboratech3032 4 роки тому +3

    Bohut dhuniya... truly amazing 👌🥰

  • @santabeautyvideo5300
    @santabeautyvideo5300 4 роки тому +4

    আজি হে ভাল লাগিছে খুড়ীক বাদ্য যন্ত্ৰৰ লগত শুনিব ধন্যবাদ Dy365
    So sweet beautiful voice

  • @NiranjanNarzari
    @NiranjanNarzari 4 роки тому +5

    Really Excellent O Baidwr Voice... Baidw Aagbarhi Jawk ...
    Zubeen Da🙏... Papon Da🙏...Babu Da🙏...Aru Hokalu Khongitar Logat Jarito Khilpi Khakalaloi Anwrudh 🙏Amar Sunita Baidwk Aagway Loi Jawak 🙏🙏🙏.. Jai Aai Axom..

  • @podmadas2823
    @podmadas2823 4 роки тому +2

    সুন্দৰ পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো

  • @sweetythakuria386
    @sweetythakuria386 4 роки тому

    Bahut bahut Val padakhep ,bikhekoiBikas patar dhanyabad r Patra. Sunita Ba r babe Bikas ekhan natun prithibir janmadata .

  • @krishnasvlogs5293
    @krishnasvlogs5293 4 роки тому +10

    Amazing voice 👌👌 God bless her 🙏

  • @ushabali1559
    @ushabali1559 4 роки тому +10

    বৰ ভাল লাগিল। আগুৱাই যাওক ভাইদেউ। DY365ক ধন্যবাদ।

  • @villagevlog1314
    @villagevlog1314 4 роки тому +2

    লুনা সোণোৱাল বাইদেউৰ গীতটো অতি সুন্দৰ কৈ গাইছে , এই অনুষ্ঠান টো বহুত বহুত ভাল লাগিছে । বাইদেউ আপুনি আৰু আগুৱাই যোৱা অসম ৰাইজে আপোনাৰ গীত শুনিব বুলি আশা থাকিল।

  • @tankeswarrabha2609
    @tankeswarrabha2609 4 роки тому

    অমৃতৰ সমান কণ্ঠ। শুনিলেই শুনি থাকিবলৈ মন যায়।চুনিতা পাটৰ বাইদেউ আপোনাৰ গানবোৰ শুনি বৰ ভাল লাগিছে। বিশেষকৈ লুনা সনোৱাল বাইদেৱে গোৱা গীতটো আপোনাৰ কণ্ঠত।DY365ক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @sikshaanazari5382
    @sikshaanazari5382 4 роки тому +34

    সুন্দৰ বাইদেউ, মোৰো ঘৰ মৰিগাঁও তেই হয়,আমাৰ মৰিগাঁওৰ কাৰণে গৈৰৱৰ কথা.

    • @basantiboro909
      @basantiboro909 4 роки тому +1

      Moi morigaonr hoi vl lgil baa jonik dxi amr atiya morigaon baxi lbl dbo pari 😜

    • @sikshaanazari5382
      @sikshaanazari5382 4 роки тому

      @@basantiboro909 umm Hoi

  • @priyankasaikia5302
    @priyankasaikia5302 4 роки тому +17

    পদুম বোকাতেই জন্ম হয়,,,💞💕💜💙💚💛🧡👏👏👏👏🙏🙏🙏🙏🙏🙏🙏

  • @probhatbori8380
    @probhatbori8380 4 роки тому +2

    What a beutiful voice aunti May God bless you .

  • @debojitkumarboradebobora4926

    সচাই বৰ মনো-মোহা সুন্দৰ সুৰৰ ৰাগিনী গীত।শুণিলে যেন শুণি হেপাহ নপলাই আচলতে এই তেখেতৰ ঈশ্বৰৰ দান বুলি কলেও হয়তু ভূল কোৱা নহব।🙏🙏🙏🙏ধন্ৰবাদ আৰু আগবাঢ়ি যাওক যেন এইয়া আমাৰ আশা।

  • @bijitborah1222
    @bijitborah1222 4 роки тому +23

    Iman hundor kontho Baidew. Best of luck.

  • @entertainmentvlog4896
    @entertainmentvlog4896 4 роки тому +15

    বহুত সুণ্ডৰ কন্ঠ।ভগবানে সহায় কৰক আপোনাক।

  • @premanandpegu2426
    @premanandpegu2426 4 роки тому +4

    Amazing voice...... Go ahead sister

  • @sajinabibi8859
    @sajinabibi8859 4 роки тому +10

    সুন্দৰ কণ্ঠ বাইদেউ জনীৰ আপুনি আগুৱাই যাওঁক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম ।

  • @mboyofficial2469
    @mboyofficial2469 4 роки тому +18

    বাইদেউ ক এখন বিহু গীত গাবলৈ দিয়া চোন । বহুত ভাল লাগিব।

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 4 роки тому +10

    Dy365 ক প্ৰথমে এখেক ধন্যবাদ জনাইছোঁ । বাইদেউৰ কণ্ঠ এনেদৰে আমাক উপহাৰ দিয়াৰ বাবে । বহুত সুন্দৰ কণ্ঠ বাইদেউ গৰাকীৰ 🎤🎶🎶💓💓💓💓💓

  • @rashmirekhaborah9521
    @rashmirekhaborah9521 4 роки тому

    Soxai baideur voicetu bohut suwola..xunile xuni thakiboloi mon jai....baideu agbahi jauk bohut bohut ashirbad korisu.....

  • @Ranjanbora-vd5lv
    @Ranjanbora-vd5lv 9 місяців тому

    বাইদেউ আপোনাৰ কন্ঠই মন মুহিত কৰি পেলাইছে। আৰু আশা ৰাখিছো ভবিষ্যতে আৰু আগুৱাই যাবলৈ কামনা কৰিলো ।

  • @jugaborah4485
    @jugaborah4485 4 роки тому +6

    সুন্দৰ কণ্ঠ বাইদেউ আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ।

  • @AnowarHussain-xz7dj
    @AnowarHussain-xz7dj 4 роки тому +22

    What a vocal tone ! Amazing....

  • @akeruzzofficial105
    @akeruzzofficial105 4 роки тому +7

    Amazing voice !!!

  • @durgeswarsutradhar1727
    @durgeswarsutradhar1727 4 роки тому +1

    অতি সুন্দৰ এক যাদুকৰী কণ্ঠ বাইদেউ,,,,,, ,,,god bless you 👌,,,,

  • @bhaskarsaharia3007
    @bhaskarsaharia3007 4 роки тому +6

    বহুত ধুনীয়া কন্ঠ নিগৰাইছে বাইদেউ আপুনি ।

  • @user-sy1bt4my4v
    @user-sy1bt4my4v 4 роки тому +105

    কি কম ভাষা নাই ...
    Dislike মৰা কেইটা চকু চৰহা হব লাগিব....

  • @kunjalatapatgiri7710
    @kunjalatapatgiri7710 4 роки тому +6

    We appreciate you and your talent keep it up

  • @dipakbora4867
    @dipakbora4867 9 місяців тому

    Super fast singer in assam best of luck also your news ch

  • @utpalmazumdar4725
    @utpalmazumdar4725 4 роки тому +17

    বহুত ধুনীয়া কণ্ঠ বাইদেউ ৰ ।গীতবোৰ যেন শুনি থাকিবৰ মন যায় ।

  • @gobindaboro8201
    @gobindaboro8201 4 роки тому +19

    So many talent of singing she has. Voice is really melodious and sweet. God bless her. Thank you DY365 for exploring her

    • @niranjanbokolial826
      @niranjanbokolial826 4 роки тому +1

      Baideuk val ghor ata diuk taunat bhot kosta hoise buka pani gasoki hasai bukar padum fulise val lagise

    • @bitulsaikia4952
      @bitulsaikia4952 4 роки тому

      Nice voyss

  • @shanushanu9651
    @shanushanu9651 3 роки тому

    Baidew Apunar gan huni bohut bhal lagil, Nice voice.

  • @junmonidohutia1160
    @junmonidohutia1160 4 роки тому +1

    Aru bikash dada apunak bohut bohut dhynyabad

  • @bulbulchutia7220
    @bulbulchutia7220 4 роки тому +6

    বহুত বহুত ভাল লাগিছে আশা কৰো আগলৈ আগুৱাই যোৱা কামনা কৰিলো।

  • @mrinmayrajbongshi728
    @mrinmayrajbongshi728 4 роки тому +7

    Real talent of Assam❤️❤️ amazing voice 🤘

  • @sririya5458
    @sririya5458 4 роки тому +4

    So amazing voice.... So sweet

  • @surajtamuli3429
    @surajtamuli3429 4 роки тому +5

    wow wow 🥰🥰🥰❤❣

  • @rajudeka1753
    @rajudeka1753 4 роки тому +4

    আৰু আগুৱাই যাওঁক বাইদেউ তাকেই কামনা কৰিছোঁ খুব সুন্দৰ কণ্ঠ

  • @pborah562
    @pborah562 4 роки тому +7

    মজা লাগিছে
    মোৰ প্ৰিয় গান টো "" এই ধুনীয়া গধুলি লগত ""
    ইমান ধুনীয়া কন্ঠ আপোনাৰ

  • @user-co4th3ge6f
    @user-co4th3ge6f 9 місяців тому

    ধন্যবাদ সুনিতা পাটৰ ।

  • @Dildarhussain786-t7w
    @Dildarhussain786-t7w 4 роки тому +1

    সচাকৈয়ে মই বেছি গান নুশুনো কিন্তু তাইৰ গানে হৃদয় চুই গৈছে ।

  • @nipjyotipatiri5361
    @nipjyotipatiri5361 4 роки тому +13

    GOD GIFTED MELODIOUS VOICE.

  • @rishirajgogoi7972
    @rishirajgogoi7972 4 роки тому +16

    Uff ❣️ wonderful voice yar....

  • @binapanisharma2136
    @binapanisharma2136 Рік тому

    বৰ সুৰীয়া কণ্ঠ ! বিকাশ পাতৰক বহুত বহুত ধন্য়বাদ জনাইছো ,এই গৰাকী সুকণ্ঠী গায়িকাক সমাজলৈ লৈ অহা বাবে |

  • @piyushhimadri7141
    @piyushhimadri7141 4 роки тому

    Bohut bhal lagil. Hunile huni thakibo mon jai.