Nagara Naam | Shanir Darpa Churna| পাঠক বনদেৱ কলিতাৰ নাগাৰা নাম

Поділитися
Вставка
  • Опубліковано 14 жов 2024
  • নমস্কাৰ । বাৰেৰহনীয়া অসমীয়া সংস্কৃতিৰ অন্য এক সংস্কৰণ হৈছে নাগাৰা নাম। ঠাইবিশেষে বৰ-নাগাৰা নাম বুলিও বিশেষ জনপ্ৰিয় । বিশেষকৈ নামনি অসমত নাগাৰা নাম বুলি ক'লে ৰাইজ উত্ৰাৱল হয়। সাধাৰণতে এই নামভাগ বীৰনাম বা থিয়নামত কৈ পৃথক। থিয় নামত ঘোষা, বৰগীত আদি সংযোগ কৰি পাঠক আৰু পালি সমন্বিতে থিয় হৈ গায়। থিয়নাম ভাগ বলিৰজাৰ দিনৰ পৰা সৃষ্টি হৈছিল বুলি মতপোষণ কৰা হৈছে। বলি ৰজাই ভগৱান বিষ্ণুক স্তুতি কৰিবলৈ থিয় হৈ গাইছিল আৰু তেওৰ লগতে অসুৰ সকলে জপিয়াই, নাচি বাগি বা চক্ৰাকাৰে ঘুৰি বলি স্তুতি গীতত অংশ লৈছিল, সেয়াই বিৰনাম আৰু বৰপেটা অঞ্চলত বিশেষ ভাবে জনপ্ৰিয়। ইয়াৰ বিপৰীতে বৰনাগাৰা নামত পৌৰানিক কাহিনী, লোককাহিনী, ভাগৱত, উপনিষদ আদিৰ পৰা লোৱা কাহিনীবোৰ থলুৱা ভাষাত বৰ্ননা কৰি ৰাইজৰ বোধগম্য হোৱাকৈ গোৱা হয় । এই নামত পাঠক থিয় হৈ আত ধৰে আৰু পালিবোৰে বহি বহি গাই সহযোগ কৰে। এই নামভাগত হাস্যমধুৰ ৰসৰো সংযোজন হয়, কিয়নো পাঠকে ৰাইজক আমোদ দিবলৈ সেই সকলোখিনি কৰে যিখিনিয়ে হাস্যৰস লগতে ভক্তিৰস দুয়োবিধ দিব পাৰে। ভিডিঅ'টিত আগবঢ়োৱা নামভাগ হৈছে "বনদেৱ কলিতা"পাঠকদেৱৰ এভাগ সুন্দৰ নাম। আশাকৰো আদৰি ল'ব।
    অনুগ্ৰহ কৰি বাহিৰৰ পৰা অনাহকত আহি থকা শব্দবোৰ আওঁ‌কান কৰে যেন 🙏😊
    Nagara Naam | Shanir Darpa Churna| পাঠক বনদেৱ কলিতাৰ নাগাৰা নাম
    #nagaranaam #nagara #kailash_talukdar #subhashnathentertainment #banadevkalitanagaranaam #assamesevlogsvideo #darang #assameseculture #kailashtalukdar #jintideka #viralvideo #trendingvideo #shanirashiparivartan2022 #shanidev_katha #shanidevaarti
    / rjhmvideoblogs
    Please follow me on
    Facebook www.facebook.c...
    Instagram- / rj_assam_2022

КОМЕНТАРІ • 87

  • @kitchensflavoursbynivedita708
    @kitchensflavoursbynivedita708 2 роки тому +1

    এনেকুৱা সুন্দৰ নাগাৰা নাম বহুদিনৰ পিছৰ চাবলৈ,শুনিবলৈ পালো।খুৱেই ভাল লাগিল। বিষয়বস্তুৰ পৰা অকাৰণত অলপো আঁতৰি নগৈ একেধাৰে শেষলৈকে নাম পৰিৱেশন কৰি গ’ল 👍

    • @RJHMvideoblogs
      @RJHMvideoblogs  2 роки тому

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ 🙏😊♥️

  • @Diyaleena_home_corner
    @Diyaleena_home_corner 2 роки тому +1

    নাগাৰা নামৰ বিষয়ে শুনি আছিলো যদিও আজি প্ৰথম চালো । দৰ্শকো যথেষ্ট হৈছে। ভাল লাগিল। অৰ্থপূৰ্ণ ভক্তিৰসৰে পৰিপূৰ্ণ চাবলগা আৰু জানিবলগিয়া কলা সংস্কৃতি।

  • @hemanta9955
    @hemanta9955 2 роки тому +1

    সুন্দৰ video আগবঢ়াইছে ভাল লাগিল

  • @rajashridas1955
    @rajashridas1955 2 роки тому +1

    যাবৰে পৰতে যাব কেনমতে সংসাৰৰ মায়া এৰি অ' বান্ধৱ -- - ৰাম ভক্ত হৰি ভক্ত বান্দৰৰ গাত প্ৰৱেশ কৰা - - - সকলো পৌৰাণিক আখ্যান ভাগ বৰ সুন্দৰকৈ সাধাৰণ মানুহৰ বোধগম্য হোৱা কৈ হাস্য মধুৰ ৰসেৰে পৰিৱেশন কৰিছে সহযোগীসকলেও সুন্দৰ ভাৱে আগবঢ়াই লৈ গৈছে
    . মই নামনিৰ বোৱাৰী নোহোৱা হ'লে লগতে আমাৰ ওচৰ চুবুৰীয়া খিনিও নামনিৰ বাবে বহুত ভালকৈ বুজিব পাৰিলোঁ আজিৰ নাগাৰা নাম খিনি বৰ ধুনীয়া লাগিলে 🙏 তোমালৈও বহুত বহুত ধন্যবাদ জনালোঁ ❤️🙏 এই ধৰণৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাই

    • @RJHMvideoblogs
      @RJHMvideoblogs  2 роки тому

      আপোনাৰ সুন্দৰ মতামতৰ বাবে অশেষ ধন্যবাদ 🙏♥️😊

  • @jintischannel6194
    @jintischannel6194 2 роки тому +1

    ভাল লাগিল নাগাৰা নাম🙏🙏

  • @hikingontario
    @hikingontario 2 роки тому +2

    Thank you for sharing this great footage! Greetings from Canada and wish you have a wonderful day!🍁🍁💯💯😃😃✅✅

  • @CuteBoy-dy1wb
    @CuteBoy-dy1wb 2 роки тому +2

    Superb 👏👏👏 Nagara Naam🤟
    Bhute Val lagil sai❤️

  • @manuelrabhavlog195
    @manuelrabhavlog195 2 роки тому +1

    So beautiful naam bro
    Beautiful post

  • @Meomeo-123
    @Meomeo-123 2 роки тому +1

    Amazing thanks for sharing 🌸👍🛎🧡❤️

  • @JYOTIKAMIXYT
    @JYOTIKAMIXYT 2 роки тому +1

    কৃষ্ণ 🙏🙏বহুত দিনৰ পিছত নাগাৰা নাম শুনিলো।আগতে কেছেট লগাই শুনি থাকো।শনিদেব মহাদেৱ হনুমান বনৰ্না।নাম প্ৰংসগ সকলো ভাল লাগিল।আছলতে দেৰিকৈ আজৰি হৈ লগালো এনেকুৱা লাগিল ঘৰতে যেন নাম হৈ আছে।🙏🙏বৰতালৰ শব্দই ঘৰতে নাম যেন লাগিল🙏🙏হৰিবৌল

  • @SaoEuangchannel8423
    @SaoEuangchannel8423 2 роки тому +2

    It's a very fun and harmonious event.👍🎉

  • @rinkuspakgharandvlogs
    @rinkuspakgharandvlogs 2 роки тому +1

    সুন্দৰ নাগাৰা নাম 🙏🙏 বৰ ভাল লাগিল।

  • @manjurisvlog5038
    @manjurisvlog5038 2 роки тому +1

    Bhal lagil belegdhoronor nagra naam dekhiboloi palu

  • @BANJON.
    @BANJON. 2 роки тому +1

    Very very nice. Beautiful sharing.

  • @belajarbonsai6678
    @belajarbonsai6678 2 роки тому +2

    Acara yang sangat meriah sekali bosqu salam sukses dn sehat selalu

  • @JeanAFvlogs
    @JeanAFvlogs 2 роки тому +1

    Beautiful event! Wonderful celebration!

  • @raikanchavlogs17
    @raikanchavlogs17 2 роки тому +1

    Mojaaa nyc sharing

  • @CLAYKITCHENbyDrTutumaniSaikia
    @CLAYKITCHENbyDrTutumaniSaikia 2 роки тому +1

    Bohut dhunia lagil..
    Bohut dinor murot saaboloi palu..
    Bhal lagil

  • @gunmunvlogs198
    @gunmunvlogs198 2 роки тому +1

    Bohut dhuniya nagarar name
    👏👏👏

  • @bijoyutpal7429
    @bijoyutpal7429 2 роки тому +1

    Bahut dhuniya

  • @tomy8364
    @tomy8364 2 роки тому +1

    Wonderful performance. I enjoyed fully.

  • @trishnaphukon4120
    @trishnaphukon4120 2 роки тому +1

    🙏

  • @xapunarkitchen
    @xapunarkitchen 2 роки тому +1

    Bohut dinor murot nagara nam hunilu, bahut val lagil

  • @boinicreations8031
    @boinicreations8031 2 роки тому +1

    Bohut val lagil nam huni.🙏🙏

  • @Lovacurious2
    @Lovacurious2 2 роки тому +1

    🙏🙏🙏

  • @rbfoodstyle6514
    @rbfoodstyle6514 2 роки тому +1

    Xundor hoise bhal lagil video to sai.. ❤❤❤

  • @DonnaIsabella
    @DonnaIsabella 2 роки тому +1

    Nice sharing!

  • @mamaassam3044
    @mamaassam3044 2 роки тому +1

    Val lagil,vagin👌👍

  • @anupxvlogs7416
    @anupxvlogs7416 2 роки тому +1

    Beautiful bro 👍👌❤️ keep growing

  • @vlogsofmiyo3293
    @vlogsofmiyo3293 2 роки тому +1

    Lots of energy... people are so much involved having great fun of the event 👍

  • @RelaxationWorld4U
    @RelaxationWorld4U 2 роки тому +1

    997 Big like!👍 Amazing sharing!!

  • @darsingrongphar1899
    @darsingrongphar1899 2 роки тому +1

    Dhuniya 👍

  • @primegkcentre
    @primegkcentre 2 роки тому +1

    khub dhunia sanskriti

  • @Lovacurious2
    @Lovacurious2 2 роки тому +1

    Bhaal lagil 🌿

  • @anusa5kitchen244
    @anusa5kitchen244 2 роки тому +1

    Wonderful ♥️👍

  • @KalpitaCreativecorner
    @KalpitaCreativecorner 2 роки тому +1

    Bor vhal lagile nagra naam xuni 🙏🙏

  • @COOKINGWITHSUMI
    @COOKINGWITHSUMI 2 роки тому +1

    Beautiful 🙏

  • @cgthanosgaming2629
    @cgthanosgaming2629 2 роки тому +1

    Mast sir juii

  • @Dibyajyotiassam
    @Dibyajyotiassam 2 роки тому +1

    Aji amar faleu hoi asil nagara nam ..jua hey nhol, xundor nam

    • @RJHMvideoblogs
      @RJHMvideoblogs  2 роки тому

      Bhal lage sabo 😊
      Thank you so much 🙏❤️😊

  • @doongioverflowers
    @doongioverflowers 2 роки тому +1

    Beautiful traditional culture, thanks for sharing!❤️👍

  • @nirmaliskitchen2641
    @nirmaliskitchen2641 2 роки тому +1

    Nice 🙏🙏🙏

  • @oldwomansjourney4401
    @oldwomansjourney4401 2 роки тому +1

    The people who are playing are in perfect breath✨✨✨

  • @cc99rider23
    @cc99rider23 2 роки тому +1

    Supop 🔔 bro

  • @cc99rider23
    @cc99rider23 2 роки тому +1

    New vide pls dada

    • @RJHMvideoblogs
      @RJHMvideoblogs  2 роки тому +1

      Will try bro .... thank you so much for visiting 🙏😊♥️