ওদালগুৰি জিলা নলখামাৰাত ধানবনা মেচিনৰ ভিতৰত সোমাই মহিলাৰ মৃত্যু

Поділитися
Вставка
  • Опубліковано 8 лют 2025
  • ধান বনা মিলৰ মেচিনত সোমাই মৃত্যু এগৰাকী মহিলাৰ। ওদালগুৰি জিলাৰ নলখামাৰত সংঘটিত হৈছে এই ঘটনা। নিহত মহিলা গৰাকী পূৰৱী নাথ। নিজৰ ঘৰত থকা ধান মিলত পুৱা স্বামীৰ সৈতে কাম কৰি আছিল মহিলা গৰাকী।
    মিলৰ মেচিনত নিজৰ গাৰ কাপোৰ সোমাই যোৱাত মুহুততে মৃত্যু হয় মহিলা গৰাকীৰ।

КОМЕНТАРІ •