- 87
- 17 048
News Project 24
Приєднався 13 лис 2021
ওদালগুৰি জিলা টংলা হাঁহিনী গাঁওত শোকাৱহ ভয়ংকৰ পথ দুৰ্ঘটনা
ওদালগুৰি জিলা টংলা হাঁহিনী গাঁওত শোকাৱহ ভয়ংকৰ পথ দুৰ্ঘটনা। ই ৰিকশা আৰু বুলেট মুখা মুখী সংঘৰ্ষ হোৱাৰ কাৰনে চাৰিজন লোক আঘাত প্ৰাপ্ত হয় আৰু বাইক চালক তাৰ লগত থকা মানুহজনি আঘাত প্ৰাপ্ত হয়। শিৱা ধৰ নামৰ শিশুজন অতি সংকটজনক অৱস্থাত আছিলে সেইবাবে শিশুজনক এম্বুলেন্সত টংলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় কিন্তু শিশুজনৰ সংকটজনক অৱস্থাৰ কাৰনে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় তাৰ পিছত শিশুজনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ কাৰনে গুৱাহাটী জি এম চি লৈ প্ৰেৰণ কৰা হয় যদিও শিশুজন ৰাস্তাতে শেষ নিশ্বাস ত্যাগ কৰে। শোকাকুল পৰিৱেশৰ মাজত টংলা ভূতনাথ স্মৰণ ঘাটত শিৱা ধৰ শিশুজনৰ শেষকৃত্য সম্পন্ন কৰা হয় লগতে গাঁওর রাইজে অতি দুখ মনেৰে একাঁজলি শ্রদ্ধাঞ্জলি জ্ঞাপন করে। শিৱা ধৰ শিশুজনৰ বয়স ১০ বছৰ আছিল। শিশুজনে প্ৰেছিডেন্সি বিদ্যালয় চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলে। শিশুজনৰ মাৰ নাম পূজা ধৰ আৰু দেউতাকৰ নাম বিজয় ধৰ।
Переглядів: 3
Відео
ওদালগুৰি জিলা টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰা হল
Переглядів 616 годин тому
ওদালগুৰি জিলা টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰা হল।
ওদালগুৰি জিলা নলখামাৰাত ধানবনা মেচিনৰ ভিতৰত সোমাই মহিলাৰ মৃত্যু
Переглядів 7День тому
ধান বনা মিলৰ মেচিনত সোমাই মৃত্যু এগৰাকী মহিলাৰ। ওদালগুৰি জিলাৰ নলখামাৰত সংঘটিত হৈছে এই ঘটনা। নিহত মহিলা গৰাকী পূৰৱী নাথ। নিজৰ ঘৰত থকা ধান মিলত পুৱা স্বামীৰ সৈতে কাম কৰি আছিল মহিলা গৰাকী। মিলৰ মেচিনত নিজৰ গাৰ কাপোৰ সোমাই যোৱাত মুহুততে মৃত্যু হয় মহিলা গৰাকীৰ।
টংলা মডেল হাইস্কুল খেলপথাৰত নেতাজী সুভাষচন্দ্ৰ বোসৰ ১২৮ তম জন্ম জয়ন্তী উদযাপন
Переглядів 19День тому
ওদালগুৰি জিলা টংলা নবীনপল্লী মডেল হাইস্কুল খেলপথাৰ নেতাজী ভবনত সদৌ বি.টি.আৰ বাঙালি যুৱ-ছাত্র ফেডাৰেশন টংলা আঞ্চলিক সমিতি লগতে বৃহত্তৰ টংলাবাসী সুভাষপ্রেমী জনসাধাৰণৰ জৰিয়তে দুই দিনীয়া কাৰ্যসূচীৰে নেতাজী সুভাষচন্দ্ৰ বোসৰ ১২৮ তম জন্ম জয়ন্তী উদযাপন কৰা হল।
ওৰাঙৰ জ্যেষ্ঠ সাংবাদিক নৱ কুমাৰ ডেকাক আপকুৰ পবিত্ৰ নাৰায়ণ সোঁৱৰণি ৰাজ্যিক বঁটা প্ৰদান
Переглядів 22День тому
ওৰাঙৰ জ্যেষ্ঠ সাংবাদিক নৱ কুমাৰ ডেকাক আপকুৰ পবিত্র নাৰায়ণ সোঁৱৰণি ৰাজ্যিক বঁটা প্ৰদান কৰে ১৯জানুৱাৰী'২৫ তাৰিখে ঢেকীয়াজুলিত আপকুৰ কেন্দ্ৰীয় অধিবেশনৰ মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানত।
অসম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন
Переглядів 37День тому
ছহিদ নগৰী, ঢেকীয়াজুলিৰ লোকনয়ক অমিয় কুমাৰ দাস মহাবিদ্যালত অনুষ্ঠিত আপকুৰ সভাত বিশিষ্ট বুদ্ধিজীবী হৃষিকেশ গোস্বামী , স্বপ্না বৰঠাকুৰ ,মহাবিদ্যালয়ৰ অধ্যক্ষ শুকদেৱ অধিকাৰী প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপকুৰ সভাপতি স্বপন কুমাৰ ৰাভাই সঞ্চালন কৰা সভাত সম্পাদক প্ৰধান শৰৎ শেনছোৱা আঁত ধৰে। পুৱাৰ ভাগত পতাকা উত্তোলন কৰা লগতে আপকুৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়াদেৱৰ লগতে প্ৰতিষ্ঠা...
ওদালগুৰি জিলা কলাইগাওত সদ্যপ্রয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ একাঁজলি শ্রদ্ধাঞ্জলী
Переглядів 166День тому
কলাইগাওত সদ্যপ্রয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ একাঁজলি শ্রদ্ধাঞ্জলী, অসমীয়া যুৱ মঞ্চ কলাইগাঁও আঞ্চলিক সমিতি আৰু বীৰ লাচিত সেনা কলাইগাঁও আঞ্চলিক সমিতিৰ। ৰাজীৱ শদিয়াক চিনি নাপাও বুলি কোৱা জুবিন গাৰ্গৰ মন্তব্য লৈ অসমীয়া যুৱ মঞ্চ ওদালগুৰি জিলাৰ সভাপতিৰ প্ৰতিক্রিয়া।
ডিমাকুছিৰ দৈমু নগৰত ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বড়ো সাহিত্য সভা অধিবেশনৰ সফল সামৰণি
Переглядів 3514 днів тому
ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমু নগৰৰ বাকৰিত ৪ দিনীয়াকৈ অনুষ্ঠিত গৌৰৱোজ্জল ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ দেওবাৰে সফল সামৰণি পৰে । অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা, অশোক সিংহাল , উৰ্খাও গৌৰা ব্ৰহ্ম , বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , উপ- মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী , ৰাজ্যসভাৰ সদস্য ৰণগৌৰা নাৰ্জাৰী , সাংসদ জয়ন্ত বসুমতাৰ...
ওদালগুৰি জিলা টংলা পানিটেংকিত কালী মূৰ্তি জ্বলাই দিয়াৰ কিছু দৃশ্যাংখ
Переглядів 4421 день тому
ওদালগুৰি জিলা টংলা পানিটেংকিত কালী মূৰ্তি জ্বলাই দিয়াৰ কিছু দৃশ্যাংখ।
ওদালগুৰি জিলা ডিমাকুছি দৈমু নগৰত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ উখল মাখল পৰিৱেশ
Переглядів 2221 день тому
বড়ো সাহিত্য সভাত অসম তথা চুবুৰীয়া ৰাজ্য চিকিম , নেপাল , মণিপুৰ, মিজোৰামৰ উপৰিও বিভিন্ন দেশ-বিদেশৰ পৰা উপস্থিত থাকিব বড়ো মূলীয় জনগোষ্ঠীৰ লোক সকল । বড়ো সাহিত্য সভাৰ ১১ জানুৱাৰীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , ধৰ্মেন্দ প্ৰধান । ১২ জানুৱাৰীত মুখ্য...
ওদালগুৰি জিলা টংলা বৰজলাহ শ্মশানত আজি একেলগে দাহ কৰা হল গৌৰৱ আৰু কৌশিকৰ নিথৰ দেহ
Переглядів 7 тис.Місяць тому
ওদালগুৰি জিলা টংলাত যি দুই ভাতৃৰ অপহৰণ হৈছিলে (গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা) দেৱবাৰ দিনা নিজ বাস গৃহত ৰাতি ৯ টা বজাত অনা হয় নিথৰ দেহ আৰু সমবাৰ দিনা ৰাতিপুৱা টংলা বৰজলাহ শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন কৰা হয়। ওদালগুৰি জিলা টংলা বৰজলাহ শ্মশানত একেলগে দাহ কৰা হল গৌৰৱ আৰু কৌশিকৰ নিথৰ দেহ।
ওদালগুৰি জিলা টংলা শস্ত্ৰ পাৰাত নিৰুদ্দিষ্ট হোৱা ২ শিশুৰ নিথৰ দেহ উদ্ধাৰ
Переглядів 281Місяць тому
ওদালগুৰি জিলা টংলা যোৰপুখুৰি নিবাসী মহেন্দ্ৰ শৰ্মা, গীতা শৰ্মাৰ দুই পুত্ৰ (গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা) যোৱা কালি বিদ্যালয় যোৱা পথত নিৰুদ্দেশ হৈছে। তেওঁ লোক কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ। টংলাত যোৱা কালিৰে পৰা নিৰুদ্দেশ হোৱা দুই কিশোৰীৰ মৃত দেহ পোৱা গৈছে। বৰ দুখৰ কথা। দিঙি কাটি হত্যা কৰিলে কোনোবা নৰপিশাচে। ওদালগুৰি জিলা টংলা শস্ত্ৰ পাৰাত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ হত্যাকাণ্ড ঘটনা। নিৰুদ্দিষ্ট ...
জুবিন গাৰ্গৰ ওপজা দিনত অসমৰ জনপ্ৰিয় শিল্পী ফুকন বৰোৰ গীতৰ শৰাই
Переглядів 4,9 тис.Місяць тому
জুবিন গাৰ্গৰ ওপজা দিনত অসমৰ জনপ্ৰিয় শিল্পী ফুকন বৰোৰ গীতৰ শৰাই।
টংলা আঞ্চলিক বৰজলাহ ৰাস মহোৎসৱত কুমাৰ ভৱেশৰ গীতৰ শৰাই
Переглядів 273Місяць тому
এইবেলি নতুন প্রজন্মৰে নতুন ৰূপত বিশাল আয়োজনেৰে টংলা আঞ্চলিক বৰজলাহ ৰাস মহোৎসৱ ২৮ তম্ বাৰ্ষিক ৰাস উৎসৱ উদযাপন।
ওদালগুৰি জিলা টংলা বালিকা উচ্চ বিদ্যালয়ত ৫০ সংখ্যক সোণালী জয়ন্তী বৰ্ষ উদযাপন
Переглядів 192 місяці тому
ওদালগুৰি জিলা টংলা বালিকা উচ্চ বিদ্যালয়ত ৫০ সংখ্যক সোণালী জয়ন্তী বৰ্ষ উদযাপন। সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিলে বৰ্ণালী কলিতা।
ওদালগুৰি জিলা পানেৰীত লুইত কণ্ঠ শিল্পী জুবিন গাৰ্গ দেৱৰ ৫৩ সংখ্যকজন্মদিন উদযাপন
Переглядів 1282 місяці тому
ওদালগুৰি জিলা পানেৰীত লুইত কণ্ঠ শিল্পী জুবিন গাৰ্গ দেৱৰ ৫৩ সংখ্যকজন্মদিন উদযাপন
ওদালগুৰি জিলা টংলা বৰদলৈ ভৱনৰ ফেশ্বন শ্বৰ কিছু দৃশ্যাংখ
Переглядів 52 місяці тому
ওদালগুৰি জিলা টংলা বৰদলৈ ভৱনৰ ফেশ্বন শ্বৰ কিছু দৃশ্যাংখ
ওদালগুৰি জিলা টংলাত কৰিস্মা নাথৰ নাগাৰা নামৰ কিছু দৃশ্যাংখ
Переглядів 2,6 тис.2 місяці тому
ওদালগুৰি জিলা টংলাত কৰিস্মা নাথৰ নাগাৰা নামৰ কিছু দৃশ্যাংখ
ওদালগুৰি জিলা টংলা নুনাই নৈ পাৰৰ ষঠ পূজাৰ কিছু দৃশ্যাংখ
Переглядів 112 місяці тому
ওদালগুৰি জিলা টংলা নুনাই নৈ পাৰৰ ষঠ পূজাৰ কিছু দৃশ্যাংখ
ওদালগুৰি জিলা টংলা নুনাই নৈ পাৰৰ ষঠ পূজাৰ কিছু দৃশ্যাংখ
Переглядів 152 місяці тому
ওদালগুৰি জিলা টংলা নুনাই নৈ পাৰৰ ষঠ পূজাৰ কিছু দৃশ্যাংখ
ওদালগুৰি জিলা টংলা বৰজলাৰ মহা নৱমী পূজাৰ কিছু দৃশ্যাংখ
Переглядів 43 місяці тому
ওদালগুৰি জিলা টংলা বৰজলাৰ মহা নৱমী পূজাৰ কিছু দৃশ্যাংখ
ওদালগুৰি জিলা পুৰণি টংলাৰ মহা নৱমী পূজাৰ কিছু দৃশ্যাংখ
Переглядів 103 місяці тому
ওদালগুৰি জিলা পুৰণি টংলাৰ মহা নৱমী পূজাৰ কিছু দৃশ্যাংখ
ওদালগুৰি জিলা টংলা চহৰত বাবুপাৰা প্ৰগতিসংঘত ৭৭ তম মহা নৱমী পূজাৰ কিছু দৃশ্যাংখ
Переглядів 53 місяці тому
ওদালগুৰি জিলা টংলা চহৰত বাবুপাৰা প্ৰগতিসংঘত ৭৭ তম মহা নৱমী পূজাৰ কিছু দৃশ্যাংখ
টংলাৰ যোগানন্দ সংগীত মহাবিদ্যালয় উদ্যোগত টংলা মডেল হাইস্কুলৰ সহযোগত মহালয়া উদযাপন
Переглядів 2084 місяці тому
টংলাৰ যোগানন্দ সংগীত মহাবিদ্যালয় উদ্যোগত টংলা মডেল হাইস্কুলৰ সহযোগত মহালয়া উদযাপন
ওদালগুৰি জিলা টংলা চহৰত ইউ পি পি এলৰ নেতা পদুম বৰ্মনৰ কিছু মন্তব্য
Переглядів 54 місяці тому
ওদালগুৰি জিলা টংলা চহৰত ইউ পি পি এলৰ নেতা পদুম বৰ্মনৰ কিছু মন্তব্য
ওদালগুৰি জিলা টংলা চহৰত ডক্টৰ মৌমিতা দেবনাথ ধৰ্ষণ হত্যাৰ বিশাল প্ৰতিবাদ
Переглядів 184 місяці тому
ওদালগুৰি জিলা টংলা চহৰত ডক্টৰ মৌমিতা দেবনাথ ধৰ্ষণ হত্যাৰ বিশাল প্ৰতিবাদ
ওদালগুৰি জিলা টংলা চহৰত ভাৰতবৰ্ষৰ ৭৮ তম স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা হল।
Переглядів 475 місяців тому
ওদালগুৰি জিলা টংলা চহৰত ভাৰতবৰ্ষৰ ৭৮ তম স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা হল।
টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন।
Переглядів 417Рік тому
টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন।
Fukon boro❤
Moja
Thana jolai diyok.
Nice video
Moza
Khub dhuniya hoise amr funstion
So. Very. nice