## ভাগৱত শব্দৰ আক্ষৰিক অৰ্থ কি? ভাগৱত কোনে কেনেকৈ পৃথিৱীলৈআনিলে ## জানিবলৈ চাওক .......

Поділитися
Вставка
  • Опубліковано 3 гру 2024

КОМЕНТАРІ • 81

  • @birajdas8481
    @birajdas8481 6 місяців тому

    সুন্দৰ অতি সুন্দৰ হৈছে

  • @BhaitiRajkhowa
    @BhaitiRajkhowa 8 місяців тому

    ওঁম নমো ভাগৱতে বাসুদেৱায় নঃম

  • @dipakphukan2920
    @dipakphukan2920 11 місяців тому

    ওঁ নমো ভগৱতে বাসুদেৱায়

  • @UCB1965
    @UCB1965 Рік тому

    ওম্ নমঃ ভগৱতে বাসুদেৱায়

  • @মেঘাইনাথবাপ

    জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ

  • @prasannakumargogoi165
    @prasannakumargogoi165 Рік тому +1

    ভাগৱৎ শব্দৰ ব্যুৎপত্তিমূলক অৰ্থ।( সংস্কৃত ভাষাৰ সূত্ৰ অনুযায়ী)
    'ভগ' ধাতুৰ পৰা ভাগৱৎ শব্দৰ উৎপত্তি হৈছে।
    'ভগ'ৰ অৰ্থ বহুত। যেনেঃ―ঐশ্বয্য, বীৰ্য,যশ,শ্ৰী,জ্ঞান, বৈৰাগ্য, চিহ্ন,যোনি,বাসনা, কীৰ্তি,মাহাত্ম্য,ধৰ্ম,
    মোক্ষ, সৌন্দৰ্য্য, প্ৰেম আৰু কান্তি আদি।
    ভগ ধাতুৰ লগত 'ৱতিচ' প্ৰত্যয়ৰ 'ৱৎ' লগ লাগি 'ভগৱৎ'
    শব্দ নিষ্পন্ন হৈছে।
    ভগৱৎৰ লগত ১মাৰ পৰা ৭মী বিভক্তি যোগ হৈ এটা এটা পদৰ ৰূপ লৈছে। ইয়াত কেৱল একবচনৰ শব্দৰূপহে বিবেচনা কৰা হৈছে।
    ১ মা ― ভগৱান
    ২য়া―ভগৱতম(ভগৱানক)
    ৩য়া― ভগৱতা
    ( ভগৱানৰ দ্বাৰা)
    ৪ৰ্থী―ভগৱতে( ভগৱানলৈ বখ ভগৱানক)
    ৫মী―ভগৱতঃ(ভগৱানৰ পৰা
    ষষ্ঠী― ভগৱতঃ ( ভগৱানৰ)
    ৭মী―ভগৱতি( ভগৱানত)
    সম্বোধন―ভগৱন(হে ভগৱান)
    ভগৱতৰ পুতেক= ভাগৱৎ।( যেনেকৈ বসুদেৱৰ পুতেক বাসুদেৱ হয়।)
    ভাগতৰ স্ত্ৰীলিঙ্গ = ভাগৱতী।
    ভগৱতৰ স্ত্ৰীলিঙ্গ ভগৱতি।
    শ্ৰীমৎ+ ভাগৱৎ= শ্ৰীমদ্ভাগৱৎ। ই এটা ব্যঞ্জন সন্ধি। '
    ৎ' +'ভ'= 'দ্ভ' নিষ্পন্ন হৈছে।
    "ঔম নমঃ ভগৱতে বাসুদেৱায়"
    এই বাক্যটোৰ অসমীয়া অৰ্থ হল "ভগৱান শ্ৰীকৃষ্ণ বাসুদেৱলৈ নমস্কাৰ জনাইছোঁ"

  • @pritomdas5594
    @pritomdas5594 3 роки тому

    কৃষ্ণ কৃষ্ণ ৰাম

  • @durlovphukan885
    @durlovphukan885 Рік тому

    কৃষ্ণ কৃষ্ণ, জয় গুৰু শংকৰ সত কোটি প্ৰণমো তোমাক

  • @kalpanaborah7100
    @kalpanaborah7100 2 роки тому

    বৰ সুন্দৰ কণ্ঠ।কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @jnyandweeproy8152
    @jnyandweeproy8152 2 роки тому +1

    ভ মানে ভক্তি
    গ মানে জ্ঞাপ ব মানে বৈৰাগ্য ত মানে ত্যাগ

  • @kumudgogoi9520
    @kumudgogoi9520 2 роки тому +1

    Kishana
    KumudGogoi

  • @debajitborah1643
    @debajitborah1643 Рік тому

    Shiva Ram Narayan 🙏

  • @sumitrapegu1709
    @sumitrapegu1709 3 роки тому

    কৃষ্ণ কৃষ্ণ প্ৰণাম

  • @ranjanbordoloi6863
    @ranjanbordoloi6863 3 роки тому

    বৰ সুন্দৰ কন্ঠৰ কৃষ্ণ

  • @ranjitborah2482
    @ranjitborah2482 2 роки тому

    অতি সুন্দৰ ভাৱে ব্যাখ্যা কৰিলে আমি ভাগৱতৰ কিছু কথা জানিব পাৰি পৰম তৃপ্তি লাভ কৰিলোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @nripennath1536
    @nripennath1536 3 роки тому

    Sundar byakhya,krishna,

  • @ajantamedhidas8946
    @ajantamedhidas8946 2 роки тому

    Hari Hari Ram Krishna 🙏🙏🙏

  • @sanahigogoi381
    @sanahigogoi381 3 роки тому +1

    কৃষ্ণ

  • @boruahhoren9655
    @boruahhoren9655 3 роки тому +1

    Krishna Krishna 🙏🙏

  • @bontigogoi2622
    @bontigogoi2622 2 роки тому

    Kishna ram

  • @probingogoi9774
    @probingogoi9774 Рік тому

    কৃষ্ণ প্ৰভূ জনাক সেৱা জনালো। প্ৰভূ জনাই শেষত নম: শব্দ ভাগী ব্যবহাৰ কৰি ১৪ বৰ্ণলৈ ৰূপান্তৰ কৰিছে যেন লাগিল। সকলোৱে অনুধাৱন কৰিলে সুখী হ'ম।

  • @rashmidasdas2984
    @rashmidasdas2984 3 роки тому +1

    Krishna 🙏

  • @dhirenroy7022
    @dhirenroy7022 3 роки тому +2

    ধন্যবাদ।কৃষ্ণ🙏🙏🙏🙏🙏🙏

  • @tapantamuli925
    @tapantamuli925 3 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 👏👏👏

  • @digantabaruah5243
    @digantabaruah5243 3 роки тому

    অতি সুন্দৰ❤ভাগৱত কথা বৰ্ণনা,বহুত ভাল লাগিলে 🌹🙏🌹কৃষ্ণ,কৃষ্ণ জয় গুৰু ।

  • @junmonisaikia3831
    @junmonisaikia3831 3 роки тому

    কৃষ্ণ কৃষ্ণ 🙏

  • @debajanikalitadutta2391
    @debajanikalitadutta2391 3 роки тому

    Krishna krishna🙏🙏🙏🙏

  • @dipensaikia7325
    @dipensaikia7325 3 роки тому

    কৃষ্ণ 🙏🙏🙏

    • @dhanmoninath6706
      @dhanmoninath6706  3 роки тому

      Krishna

    • @golapboruah241
      @golapboruah241 3 роки тому

      ভাগৱত বিয়াষ মুনিয়ে আনিচিল কিন্তু এইখিনিতে জানিব মন যায় যে ভাগৱত কোনে লেখিচিল প্রভু সেই ফালে অকণমান বুজায় দিব বুলি আষা

    • @dhanmoninath6706
      @dhanmoninath6706  3 роки тому

      বৈকুন্ঠৰ অনন্ত প্ৰভূৱে বাপ
      তেওৰেই বাণী কৃষ্ণ ।।

  • @ajitchandradas8924
    @ajitchandradas8924 3 роки тому

    Bahut val

  • @minusaikia1875
    @minusaikia1875 3 роки тому

    🙏Krishna 🙏

  • @anandadas9681
    @anandadas9681 2 роки тому

    Wom nomu basudebaye namu

  • @himadriboruah4849
    @himadriboruah4849 3 роки тому +1

    🙏🙏🙏🙏

  • @khurudsaika46
    @khurudsaika46 3 роки тому

    Krishna

  • @phukandeka626
    @phukandeka626 3 роки тому

    ধন্যবাদ,বাপজনা আপোনাৰ মহাভাগৱতৰ কথা খিনি শুনি বৰ ভাল লাগিল ।কৃ্ষ্ণ । NRL.

  • @niranjannath8299
    @niranjannath8299 3 роки тому

    Krishna krishna

  • @pronabjyotigogoi7888
    @pronabjyotigogoi7888 3 роки тому +4

    শেষৰ নমঃ টো যোগ কৰিলে দেখোন চৈধ্যটা বৰ্ণ হয় । ভাগৱত বাৰ স্কন্ধ ৰ হে ।চৈধ্য স্কন্ধ ৰ নহয় ।

  • @bubulbohra5112
    @bubulbohra5112 3 роки тому

    অনন্ত নমস্কাৰ।

  • @ananaborah5479
    @ananaborah5479 Місяць тому

    শাস্ত্ৰ উত্তম গীতা বুলি ক'লে তাৰ পাছত হে ভাগৱত বুলি ক'লে ‌ কিন্তু বৰ্তমান শাস্ত্ৰ গ্য সকলে গীটাৰ তত্ত্ব নুবুজাই কিয়। জনা বছোন

  • @asomiaasom6008
    @asomiaasom6008 2 місяці тому

    মুৰ্খৰ দৰে কৈছা কিয় ?।শংকৰদেৱে বৈকুণ্ঠৰ পৰা ভাগৱত পৃথিৱীলৈ আনিলে মুৰ্খ ?শংকৰদেৱে নজন্মাতেই গুৰু হৰিদেৱে ভাগৱত অধ্যয়ণ কৰি বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ আচৰণ ৰীতি নীতি সৌচাচাৰ প্ৰচাৰ কৰিছিল আৰু শংকৰদেৱৰ জন্মৰ বছৰতে ১৪৪৯ খ্ৰীঃ ত ৰাজৰসত পৰি হৰিদেৱ পলাবলগীয়া হৈছিল ।নাজানি এআেই কিয় ভুল বিকৃত কথা কোৱা হা ?হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত ,পুৰীৰ জগন্নাথ মন্দিৰত ,গয়াৰ বিষ্ণু পাদ মন্দিৰ আদি মন্দিৰত অতীতৰ পৰা সংস্কৃত ভাগৱত পাঠ চলি আহিছে ।শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীঃ ।ভাৰতৰ দাক্ষিণাত্যত ৫ম শতিকাতে ভাগৱতৰ আধাৰত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰম্ভ হৈছিল বুদ্ধ ধৰ্মৰ আগ্ৰাসনৰ পৰা পৰিত্ৰান পাবলৈ ।শংকৰদেৱে সংস্কৃত ভাগৱতৰ অসমীয়াত অনুবাদহে কৰিছিল দেৱ দামোদৰদেৱৰ শিষ্য কেইজনমানৰ সহযোগত ।মানুহক মুখ্য সজাবলৈ মনেসজা ভুল বিকৃত কথা কৈ প্ৰচাৰ নকৰিবা ।
    ১৪৪৯ খ্ৰীঃ উপজা শংকৰদেৱে প্ৰচলিত সংস্কৃত ভাগৱত অধ্যয়ণ কৰি অসমীয়া ভাষাত কেইজনমান সহযোগীৰ সহযোগত অনুবাদ কৰাকে বৈকুণ্ঠৰ পৰা ভাগৱত নমাই আনি কলাৰ লোকক দিয়া বুলি গৌৰৱ কৰি আছা লাজ নালাগে ? সংস্কৃত ভাষাত থকা ভাগৱত খন অসমীয়া ভাষাতহে অনুবাদ কৰিছিল বৈকুণ্ঠৰ পৰা শংকৰদেৱে অনা নাই ।বৈকুণ্ঠত কোনেও জীৱন্তে যাব নোৱাৰে শংকৰদেৱেও যোৱা নাই বৈকুণ্ঠত ।১৫তশ শতিকাত শংকৰদেৱে খোজকাৰি বা গৰু গাড়ীত উঠি বৈকুণ্ঠত গৈ বৈকুণ্ঠৰ ভাগৱত আনিছে এই কথা বুৰ্বকেহে ভাবে ।ভাগৱত খনত এই পৃথিৱীৰে ঋষি মুনি ৰজা মহাৰজা দৈত দানৱ অসুৰ ৰাক্ষকৰ জীৱনী কাহিনী পৃথীৱীৰ লোকৰ জীৱনী আচাৰ আচৰণ কাহিনী কেনেকৈ বৈকুণ্ঠৰ হল বৈকুণ্ঠৰ শাস্ত্ৰ উুলি মুৰ্খ বুৰ্বকেঘৈ বিশ্বাস কৰে ।অবশ্যে চাৰি শ্লোকৰ মহা ভাগৱত বৈকুণ্ঠৰ হয় কাৰণ নাৰায়ণে বহ্মাক ,ব্ৰহ্মাই নাৰদক ,নাৰদে ব্যাসক দিয়া চাৰিশ্লোকৰ ভাগৱত বৈকুণ্ঠৰ হয় ।চাৰিশ্লোকৰ ভাগৱতত কৃষনাম ৰজা মহাৰজা দৈত্য অসুৰ দানৱ আদিৰ কাহিনী নাই ।

  • @DebarshisBoruah
    @DebarshisBoruah Місяць тому

    কৃষ্ণ আমি অপৰাধী আপোনাসব ভকত বা বৈষ্ণৱক ভুল ধৰা মানে আমি অপৰাধী?? মানিলো ভাগৱতৰ বাৰ টা স্কন্ধ।আৰু বাৰটা স্কন্ধই বা বাৰটা অক্ষৰ মানে ভাগৱত। কিন্তু ভাগৱত মানে ওম নমো ভাগৱতে বাসুদেৱায়ে নমঃ ১২টা অক্ষৰত ১৫ টা হল কিন্তু কেনেকৈ ।আৰু অক্ষৰ মানে আখৰ বা বৰ্ণ।শব্দ মানে এটা বা তটোধিক বৰ্ণৰ সংযোযন

  • @puspadhar6239
    @puspadhar6239 2 роки тому

    ভাগৱতৰ অৰ্থ কিয় নকলা প্রভু?

  • @bhabendeka3467
    @bhabendeka3467 3 роки тому

    Bhaagwate nahay bhagawate.seshat namah sabdato nai.Sankar Guruye Bhagawat traslate he kariche.

  • @shaisabsaikia2265
    @shaisabsaikia2265 Рік тому

    ভুল ব্যাখ্যা ৷ অকনমান অধ্যয়নশীল হৈ লওক ৷ কৃষ্ণ ৷

    • @dhanmoninath6706
      @dhanmoninath6706  Рік тому

      Moi g khini disu xeikhini tirthonath Goswami rosit boisnob malat pabo porhi loi tar pisot xomalusona kribo

  • @sumugogoi7730
    @sumugogoi7730 Рік тому +1

    🙏🙏🙏🙏