শ্ৰী মতী - Shreemoti | Assamese Short Film | Love Story | Manash Jyoti Borah(MNS)

Поділитися
Вставка
  • Опубліковано 2 гру 2024

КОМЕНТАРІ • 4 тис.

  • @neelsjibon
    @neelsjibon День тому

    Thanks

  • @_kriti_baishya010
    @_kriti_baishya010 5 місяців тому +1026

    বৰ্তমান যুগত চলি থকা এক সঁচা কাহিনী এই ছবিখনত প্ৰকাশ পাইছে 🙂। বহুত ভাল হৈছে।❤😊

  • @gitalidas705
    @gitalidas705 4 місяці тому +117

    কিমান ভাল পালে এজন মতা মানুহে নিজৰ মাইকীক বেলেগৰ লগত সম্পৰ্ক থকাৰ পাছতো ইমান ভাল পাব পাৰে,পুনৰ আঁকোৱালি লব পাৰে এই চুটি ছবি খনত দেখা গল। অতি সুন্দৰ ছবি❤

    • @dipuborah6499
      @dipuborah6499 4 місяці тому +3

      Eai2 mur nijor kahini aboise comments Diya account to vaiti

    • @AnupamAnupam-w3s
      @AnupamAnupam-w3s 3 місяці тому

      Mur mote akuali lua dekhai vul korise.karon buari bilake eai horoloter hujug he lobo

    • @gitalidas705
      @gitalidas705 2 місяці тому

      @@dipuborah6499 ooo tente apuniei hei hosa premor protik🌻..kunuba sualiye jodi apunar dore val pua ajon lora pai tnte hei suali joni hosa bhgyawoti hbo😊

  • @nirobjyotisonowal5155
    @nirobjyotisonowal5155 5 місяців тому +223

    বৰ্তমান সমাজত চলি থকা এটা জিয়া কাহিনী বহুত সুন্দৰ হৈছে কাহিনীটো । সকলোকে এটাই অনুৰোধ কৰোঁ যাতে কাৰো লগতে এনেকুৱা কোনোৱে নকৰে যেন বিয়া হোৱা পাছত সংসাৰ খন সকলোৰে সুন্দৰ, সুখৰ হওঁক 🙏🏻💐🌹

  • @srimantaborah3140
    @srimantaborah3140 4 місяці тому +89

    অভিনয় আৰু কাহিনী‌ বৰ ধুনীয়া ।‌ সমাজলৈ সুন্দৰ বাৰ্তা দিছে।

  • @Mathstips07
    @Mathstips07 4 місяці тому +216

    বৰ্তমান চলি থকা এটি জীয়া কাহিনী 😢
    ইয়াৰ মূল কাৰণ হৈছে বাল্য বিবাহ 😢
    সুন্দৰ অভিনয়ৰ ❤
    বাল্য বিবাহ ৰোধ কৰক👆✊

    • @ChandanaChandana-x5h
      @ChandanaChandana-x5h 4 місяці тому +5

      Thik kotha koise apuni ear karn hoise bailo bibah

    • @Mathstips07
      @Mathstips07 4 місяці тому

      @@ChandanaChandana-x5h umm❤️

  • @bindia.das.555
    @bindia.das.555 5 місяців тому +267

    সুন্দৰ অভিনয় সকলোৰে আজিকালি হৈ থকা এটা সঁচা কাহিনী দাঙি ধৰিলে ভাল লাগিল চাই এইখন চাই কিছুমান বোৱাৰী গাত লাগিব😂😂 বেছেৰা মতা বোৰে সিহঁতক সুখ ৰ বাবে কষ্ট কৰে আৰু এইবোৰে বুজি নাপায়😢

    • @dipshikhathengal7292
      @dipshikhathengal7292 5 місяців тому +1

      Hosa dai

    • @maturupaliassamesevlogs7493
      @maturupaliassamesevlogs7493 5 місяців тому +1

      Akdom right

    • @PalKakati-t4r
      @PalKakati-t4r 5 місяців тому +1

      @bindia das nlge gat xendhor

    • @krishnamonikalita7439
      @krishnamonikalita7439 5 місяців тому +6

      আপুনি কোৱা কথাটো একেবাৰে সঁচা কিন্তু এজনী দুজনী বোৱাৰীৰ কাৰণে এতিয়া গোটেই সমাজখন আমাৰ লজ্জিত হৈ আছে ঠিক তেনেদৰে কিছুমান পুৰুষ আছে যি নিজৰ ঘৈনিয়েকৰ লগতো এনেকুৱা কৰে সেইবিলাকৰো চকুত পৰিলে ভাল হয় এই কাহিনীটো আৰু কিবা যদি ভুল কথা কলো তাৰ কাৰণে ক্ষমা কৰি দিব🙏🏼

    • @user-borakha
      @user-borakha 4 місяці тому

      Hosa ako

  • @hans656
    @hans656 4 місяці тому +19

    বৰ ভাল হৈছে। আজিৰ দিনত বিবাহিতা স্ত্ৰী আৰু যুৱক সকল অত্যাধিক কামাতুৰ হোৱাৰ বাবেই দেশৰ এই পৰিস্থিতি। ধৈৰ্য আৰু সংযমৰ অলপো প্ৰভাৱ দেহত নাই বাবেই এই দশা।

  • @juntidas6198
    @juntidas6198 4 місяці тому +20

    কাহিনী টো সঁচাই চাই বৰ ভাল লাগিল, বৰ্তমান ত চলি আছে।আমি পৰকীয়া প্ৰেমক নধৰি দুখীয়া, ভাল, বেয়া,লাগে মদাহী নহওক কীয় নিজৰ মনুহজকেই আপোন বুলি ভবিব লাগে। কাৰণ সেই মানু্হ জনক আমি নিজেই পছন কৰী আহো ।

  • @hemantadas07
    @hemantadas07 4 місяці тому +774

    এই খন এখন চুটি ছবি নহয়, সকলো মানুহলৈ এটি এটি message , সকলো সজাক হব হল, সুন্দৰ হৈছে ছবি খন, 🎉

  • @fajrulvlogs450
    @fajrulvlogs450 5 місяців тому +44

    Acting & Story Ultimate.বৰ্তমান যুগত চলি থকা এক সঁচা কাহিনী এই Short Filimখনত প্ৰকাশ পাইছে।বহুত ভাল হৈছে অভিনয় আৰু কাহিনী।❤❤❤

  • @Instareels.cutegirl
    @Instareels.cutegirl 4 місяці тому +62

    বৰ্তমান যুগত চলি থকা এক সঁচা কাহিনী দেই এই ছবিখনত প্ৰকাশ পাইছে । বহুত ভাল হৈছে ❤️🙂আৰু সুন্দৰ অভিনয়ৰ কৰিছে❤

    • @mrnumal4136
      @mrnumal4136 4 місяці тому

      আমাৰ ঘৰ ওচৰতে হৈ আছে🥺😓

    • @ChitraBoro-ly7qh
      @ChitraBoro-ly7qh 3 місяці тому

      Val lagil

  • @dipanjalidutta7307
    @dipanjalidutta7307 4 місяці тому +12

    সুন্দৰ অভিনয়। আগবাঢ়ি যোৱা।যাৰ লগত এনে হৈছে তেওঁ লোকে উপলব্ধি কৰিব।

  • @Joun112
    @Joun112 4 місяці тому +50

    বৰ্তমান সময়ৰ এক বাস্তৱিক ছবি,,খুব ভাল হৈছে অভিনয়,,,,এনেকুৱা এগৰাকী মৰমীয়াল ব্যক্তি জীৱন সংগী ৰূপে পালে তাৰ আদৰ কৰিবা কাৰণ বৰ্তমান সময়ত কোনো বস্তুৰে অভাৱ নাই অভাৱ মাত্ৰ এজন প্ৰকৃত ব্যক্তিৰ। ।

  • @BabakanMudoi03
    @BabakanMudoi03 5 місяців тому +56

    আজিৰ যুগৰ এক অপ্ৰিয় সত্য।বৰ ভালো লাগিল আৰু দুখ লাগিল।

  • @santumonideka809
    @santumonideka809 4 місяці тому +23

    বাস্তব জীবনৰ প্ৰচলিত সচাঁ কাহিনীক লৈ আধাৰিত ছুটি ছবি সমাজলৈ অতি সুন্দৰ সজাগতা আগবঢ়াইছে বুলি ভাবো।সম্বন্ধবোৰ সুখৰ হওঁক সৎ, বিশ্বাসৰ বুজাবুজি হওঁক কাহিনী,অভিনয়,পৰিচালনা,ব্যবস্হাপনা অতি সুন্দৰ।আগলৈওঁ আগবাঢ়ি যাওঁক আন্তৰিশতাৰে শুভকামনা জনালো❤❤❤

  • @Rekhasvlog1515
    @Rekhasvlog1515 3 місяці тому +13

    সুন্দৰ অভিনয়ৰ ❤ বৰ্তমান যুগত যি সকলে পৰকিয় প্ৰেম কৰি আছে। সেই সকলে এই short Film খন এবাৰ চাব লাগে । আৰু নিজৰ সংখাৰ খন কেনেকৈ বছাব লাগে বুজি পাব । ধন্যবাদ 🙏

    • @BaikunthaTalukdar-w1b
      @BaikunthaTalukdar-w1b 3 місяці тому

      🌱💮⛰️🪨🪵🌲🌳🌴🌵🪴🍀☘️🍃🌿🌾🍄🍁🍂🌼🌻🌻🌻🏵️🏵️🌸♌♌♌🌹🌹🌹🌹🌺🌷🏵️🏵️🤍♥️🧡💛💚💙💜🤎🤍💘💝💖💓💗💞💞💕💌♥️❣️💔💔💋🫂👥👤👤🗣️👣🧠🧠

  • @JibanDasDmj
    @JibanDasDmj 4 місяці тому +37

    বাস্তবিক কাহিনীৰে খুব এখন ধুনীয়া ছুটি ছবি আৰু লগতে অভিনয় ভাল 👏🏼👏🏼

  • @rupaliborgohain
    @rupaliborgohain 5 місяців тому +94

    লৰা জনৰ এক্টিং কিন্তু খুব ভাল লাগিলে

  • @TheTeamOfLoL
    @TheTeamOfLoL 5 місяців тому +812

    Acting & Story Ultimate Bhaiii ❤️‍🔥

  • @Bettubhaishortking
    @Bettubhaishortking 6 днів тому +1

    Outstanding🎉🎉🎉

  • @PORISHIKHAGOGOI
    @PORISHIKHAGOGOI 4 місяці тому +22

    জুই......চাবলগীয়া।সাম্প্ৰতিকৰ বাবে উপযুক্ত

  • @Biswajitvlogs_7
    @Biswajitvlogs_7 5 місяців тому +281

    Bohut vl lagile sai xokolu ata like kora val lagise jodi sai ❤😘

  • @naliyacreation2
    @naliyacreation2 4 місяці тому +26

    কি বনালা ককাই, সুন্দৰ অভিন়য়, আজিৰ দিনৰ লগত মিলাই দিচা,

  • @nurmohammadali3943
    @nurmohammadali3943 4 місяці тому +6

    খুৱ সুন্দৰ অভিন়য় কৰিছাঁ । ভাল লাগিল,, আপোনালোকৰ অভিনয় খিনী।।।❤❤

  • @biswajitdas7392
    @biswajitdas7392 5 місяців тому +18

    আজি সমাজত প্ৰচলিত এক জীয়া কাহিনী। ধুনীয়া লাগিছে চাই ।❤

  • @raagmanojmusical9119
    @raagmanojmusical9119 4 місяці тому +10

    বহুত সুন্দৰ হৈছে । অভিনয়ৰ লগতে story টো মজা হৈছে । আগুৱাই যোৱা সকলো কমকৰ্টা

  • @Ghxzv4
    @Ghxzv4 4 місяці тому +47

    Cmmt কৰিবলৈ ভাষাই নাইকীয়া হৈ গৈছে 😌 সঁচাকৈ বহুত ভাল লাগিল👏🏻🫀

  • @jogolmonidas9261
    @jogolmonidas9261 2 місяці тому +2

    সুন্দৰ উপস্থাপন এটা জীয়া কাহিনীয়ে পুনাংগ ৰূপ পাইছে । actually কাহিনটো বৰ্তমান সমাজখনৰ লগত বিলীন হৈ গৈছে । আৰু আগুৱাই যোৱা জাতে তাৰে কামনাৰে এই short film খনৰ লগত সকলো কৰ্ম কৰ্তালৈ আন্তৰিক শুভেচ্ছা থাকিল 👍🔥

  • @koxik0727
    @koxik0727 5 місяців тому +12

    এতিয়া চলি থকা এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত story..‌অভিনয় সুন্দৰ ❤️

  • @indraniphukon2239
    @indraniphukon2239 5 місяців тому +38

    কমেন্ট কৰিম বুলি লিষ্ট খন উলিয়াই কিনো লিখিম বুলি বহুত দেৰি ৰখিলো...ইমান ধুনীয়া কাহিনী,ইমান ধুনিয়া অভিনয় কিনোকম...এনেকৈ এ আগুৱাই যোৱা ❤....আজি প্ৰথম তোমালোকৰ ভিডিঅ চাইছোঁ..💌Well done 👏..

  • @twinkalsaikiavlogs2426
    @twinkalsaikiavlogs2426 4 місяці тому +17

    অন্তৰ চুই গল খুব সুন্দৰ হৈছে আজিৰ সমাজৰ বাস্তব ৰূপ দেখা গল এনেকৈয়ে এটা হাঁহি মতি থকা পৰিয়াল শেষ হৈ যায় 🙏

  • @hirakbaruah150
    @hirakbaruah150 4 місяці тому +4

    সুন্দৰ অভিনয়, বৰ্তমান সমাজত চলি থকা ঘটনা ।।👍

  • @kalpanath1935
    @kalpanath1935 5 місяців тому +13

    MANASH vai কাহিনী, অভিনয় কথা কি কম নো ভাষা নাই কবলে সঁচাকৈ বহুত বহুত বেছি ধুনীয়া হৈছে 🥺❤️🔥

  • @assameseentertaining450
    @assameseentertaining450 5 місяців тому +41

    সুন্দৰ এখন অসমীয়া ছুটী ছবি খুৱ ভাল লাগিল আগলৈও এনেদৰে আগবাঢ়ি যোৱা

    • @dhunurumurlife6151
      @dhunurumurlife6151 4 місяці тому +1

      Hello Tumi muru frd hba ni moiu back krim tumk

    • @Avfdfvbvcxnnnn
      @Avfdfvbvcxnnnn 2 місяці тому

      ​@@dhunurumurlife6151 toi u sage film khonot thoka jonir nisinai bunori

  • @assamese4489
    @assamese4489 4 місяці тому +35

    অতি সুন্দৰ অভিনয়,কবলৈ ভাষা আৰু শব্দ অভাৱ। ❤❤

  • @MadhusmitaKalita-s8q
    @MadhusmitaKalita-s8q 2 місяці тому +3

    Bht dhuniya ovinoy .. karu logot enekuwa hbo nlge 😢

  • @Dipusaikiproduction
    @Dipusaikiproduction 5 місяців тому +123

    এই ছবিখন লৈ বহুত ঘাত-প্ৰতিঘাতৰ পাৰ কৰিলো ।কিন্তু আপোনালোকৰ মৰম বোৰ টো পাহৰিব নোৱাৰি ,
    মাহযোৰি আবদ্ধ হৈ থকা "Shreemoti" জনি এতিয়া আপোনালোকৰ হাতত সকলোৱে মৰম আশিবাদ দিব 🙏
    MNS PRODUCTION PRESENT

    • @MANASHJYOTIBORAH
      @MANASHJYOTIBORAH  5 місяців тому +7

      🥺❤️

    • @bornaliborah2963
      @bornaliborah2963 5 місяців тому +3

      Bhut val lagil sai...

    • @NituBoruah-fr8rd
      @NituBoruah-fr8rd 5 місяців тому +5

      এনে কাহিনী বৰ্তমান সংঘটিত হৈ আছে। সমাজৰ এখন নিৰ্মম বাস্তৱ ছবি ।
      Love from sivasagar❤❤

    • @dimpinath3201
      @dimpinath3201 5 місяців тому +1

      Bahut bahut beci a vl lagil...

  • @sikhanath2806
    @sikhanath2806 5 місяців тому +26

    Tikli jonii emn mrom loga ❤❤ .... ❤

  • @AxomiyaLoraAkArun
    @AxomiyaLoraAkArun 5 місяців тому +31

    সুন্দৰ অভিনয়ৰ সকলো মৰম দিয়া যিন মানস দাদা বা so beutiful ❣️💕💕💗💗💗

  • @nayan_editz81
    @nayan_editz81 4 місяці тому +9

    বহুত বহুত ভাল লাগিল চাই । 😢❤❤❤ (বঙাই গাওঁৰ পৰা মৰম যাছিলো) ❤❤❤

  • @bhaskarlahkar6802
    @bhaskarlahkar6802 5 місяців тому +39

    এনেকুৱা ভূলৰ ক্ষমা কৰি দিবলৈ বৰ কষ্ট কৰ 😢.... Vl lgil sai btw ane kuwa vul krib nlge 😢

  • @kongkoncreation995
    @kongkoncreation995 5 місяців тому +20

    মা kossom ইমান সুন্দৰ অভিনয় কৰিছে । কি কম মানে next lvl💗

  • @Rumi_rabha_863
    @Rumi_rabha_863 5 місяців тому +30

    Uff অপেক্ষা কৰি আছিলো 😊
    ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ৰাম ৰাম😂

  • @mousumiduttaYT
    @mousumiduttaYT 17 днів тому +1

    Bahut val lagil short film khan❤😂

  • @dhsu.b9043
    @dhsu.b9043 5 місяців тому +13

    Manash সুন্দৰ এটি কাহিনীৰ উপস্থাপন কৰিছা...আজিৰ দিনত প্ৰায় এনে কিছুমান ভূল হৈ আছে...এখন ভাল সংসাৰৰ মাজত 2nd person ব্যক্তিয়ে শেষ কৰি আছে... গতিকে বোৱাৰী গৰাকী হৈছে পুৰুষ জনৰ বাবে লক্ষ্মী তেনে স্হলত এনে এটা ডাঙৰ ভূল সিদ্ধান্ত বাছি ল'ব নালাগে...জীৱনটো এবাৰেই যিহেতু গতিকে প্ৰতিটো কাম কৰা আগত নিজৰ মনোবল প্ৰয়োগ কৰিহে কৰাটো উচিত...আনৰ উচুতনি কথা শুনি খোজত খোজ মিলাব যোৱাৰ প্ৰয়োজন নাই...It's a beautiful story and everyone will enjoy watching it...please encourage mansah and all the team to continue writing better stories😊

  • @soniyapatra7686
    @soniyapatra7686 5 місяців тому +15

    এই ৰাতিখন বৰ কান্দিলো দেই acting বৰ ধুনীয়া❤

  • @JadabDas-v8x
    @JadabDas-v8x 5 місяців тому +12

    আজি যোগৰ এটা সঁচা কাহিনী। মানুহ জনে দিনটো কাম কৰি মৰে আৰু মাইকী বোৰ বেয়া ৰাস্তাত যোৱা চিন্তা

  • @roneeaxom3589
    @roneeaxom3589 4 місяці тому +9

    ভাল লাগিল । বৰ্তমান দিনৰ সঁচা কাহিনী 😢😢😢

    • @mrnumal4136
      @mrnumal4136 4 місяці тому +1

      সঁচা কথা😓😓

  • @Withhprcreation
    @Withhprcreation 4 місяці тому +6

    ভাল লাগিল.....এই চৰিত্ৰ কেৱল নাৰীৰ নহয় কিছুমান পুৰুষৰো আছে.....কিন্তু নাৰী চলনাময়ী...বিশ্বাস আৰু আস্থা নাৰীক নকৰা ভাল....কম বয়সত বিয়া কৰাই পুৰুষজনে দায়িত্ব কান্ধ পাতি লয় কিন্তু নাৰী ভাল খাব পিন্ধিব নাপালে হয় সংসাৰখন বেমেজালি কৰিব নহলে পৰকীয়া প্ৰেম কৰিব

  • @sikhadeka8217
    @sikhadeka8217 5 місяців тому +57

    বৰ্তমান চলি থকা ঘটনা দেখাছে বৰ ভাল‌ লাগিল চাই❤️🥰

  • @tezpurrosterguy2766
    @tezpurrosterguy2766 4 місяці тому +16

    বৰ্তমান এনেকৈ সঁচা হয় আছে যিমান ছোৱালী দেখিচে বিদেও টো এনেকুৱা যাতে নকৰে কাতিয়া 🤍🥺 in future

  • @Meghali-dg2ro
    @Meghali-dg2ro 4 місяці тому +102

    ধন্যবাদ!

  • @kajolnarah5839
    @kajolnarah5839 5 місяців тому +31

    বহুত ধুনীয়া লাগিছে এনেদৰে মৰম কৰিবা নিজৰ মানুহজনী ❤️❤️❤️

  • @axompritom3218
    @axompritom3218 5 місяців тому +8

    Real story...but acting 😲 vhal lagil sai ....aru agoli anekuwa vhal vhal story pam buli akha thakil mur o ajoni sree moti ase tai moi ake loghe sau tumaluk video bur sai amar morom bur ako barhe .... thanks for all team ❤ love from udalguri (paneri)

  • @taralisworld1929
    @taralisworld1929 5 місяців тому +20

    বিশ্বাস কৰা মানুহ জনে যদি বিশ্বাস ভাঙে সঁচাই বহুত কষ্ট হয়। সঁচা কথাৰ আধাৰত নিৰ্মিত এই কাহিনীটো চাই বহুত ভাল লাগিল ❤।

  • @Moviesonly-x7j
    @Moviesonly-x7j 2 місяці тому +1

    Borhiya hoiseee vaiiii, Vaii Tumi 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @PutolaDas-ib2ft
    @PutolaDas-ib2ft 5 місяців тому +37

    Emn dhunia short film khnr views like dekhi Bea lgil 😢

  • @kamalochandas561
    @kamalochandas561 5 місяців тому +7

    কলি যুগ বহুত দিনৰ পিছত ভাল story ata sabo paluu aguaii juaa❤

  • @Sizucreation
    @Sizucreation 5 місяців тому +14

    Kandi Golu pyy 🥺.. acting moja hoisa.. keep it up guy's ❤

  • @kajalgogoi4000
    @kajalgogoi4000 4 місяці тому +2

    Ultimate 👍🏻 বৰ্তমান সময়ৰ খুউব সুলভ ঘটনাৰ আধাৰত ইমান সুন্দৰ উপস্থাপন।কি কম্ আৰু; অভিনয় কিন্তু বঢ়িয়া 👏🏻 বহুত বেছি ভাল লাগিল। শেষত মই কান্দি গলো 😢😊❤

  • @PulenSutradhar-mq7ng
    @PulenSutradhar-mq7ng 4 місяці тому +8

    অপ্ৰিয় হলেওঁ এয়াই সত্য....

  • @Dhananjav7i
    @Dhananjav7i 5 місяців тому +34

    Xosai bohut besi vll lgil 🥺sokupani ulai gol ..

  • @MousumiBoruah-o1p
    @MousumiBoruah-o1p 4 місяці тому +25

    বহুত বহুত ভাল লাগিল আজি প্ৰথম চাইছো চকুৰ পানী ওলাই গল অ😭😭

    • @YNPreeti
      @YNPreeti 4 місяці тому

      Tmi kanduri nkii😂.. val lagil kintu sai

  • @moinabohagi4261
    @moinabohagi4261 Місяць тому +1

    Bohut besi dhunia hoise

  • @BogaiSonowal-uu5rs
    @BogaiSonowal-uu5rs 5 місяців тому +69

    Homajot soli thoka ATA kanihi bohut val lagil sai❤

  • @benison1
    @benison1 4 місяці тому +8

    এনে‌ বহু ঘটনা দেখি আছো মানুহজনে অৱশেষত লৰা‌ ছোৱালীৰ মুখলৈ চাই সকলো মানিবলৈ বাধ্য হয়। ল'ৰা বিলাকো অলপ বনৰী বোৱাৰী বিলাকৰ পৰা আতৰি থকক নিজৰো এদিন সংসাৰ হ'ব । Ekadal Kan Mari ekan hikan ......

  • @swapnalisarmah7081
    @swapnalisarmah7081 5 місяців тому +13

    বাস্তব সমাজ খনত আজি কালি প্ৰায় এনেকুৱা ঘটনা ঘটি থাকে..ভাল লাগিল শ্ৰীমতী চাই মানস দাদা😍..অপেক্ষা কৰি আছিলোঁ☺️আগবাঢ়ি যোৱা তোমালোক👍

  • @HoniramMili
    @HoniramMili 4 дні тому

    Superhit short film parst dekisu love you manash daa❤❤

  • @priyampriyahazarika1316
    @priyampriyahazarika1316 4 місяці тому +4

    Enekoi aru val val vdo agbohai thkiba bht dhuniya hoise❤❤❤❤❤❤❤❤❤❤❤❤

  • @kuhibharali
    @kuhibharali 5 місяців тому +13

    Mojhh manash da mon sui gol

  • @BabaMaker-ub4cu
    @BabaMaker-ub4cu 2 місяці тому +1

    Tammm lagse Bhai 💔💔😭😭😭

  • @SagarikaDeka-ln6si
    @SagarikaDeka-ln6si 4 місяці тому +5

    এক বাস্তৱ কাহিনী 😥❤️‍🩹 সুন্দৰ হৈছে ছবি খন 😊 হৃদয় চুই গল 🥺

  • @MON_JAI_638
    @MON_JAI_638 5 місяців тому +10

    বৰ্তমান সময়ৰ বাস্তব কাহিনী।ধুনীয়া আগুৱাই যোৱা❤

  • @nayanmoniborah_______3731
    @nayanmoniborah_______3731 5 місяців тому +14

    Manash da apunar video Sai thakile saiye thakib mon jai😇👌💞

  • @PriyamoniGogoi-ov3vy
    @PriyamoniGogoi-ov3vy Місяць тому

    Ae moja lagise.. moia tumi jui🔥

  • @munumunu4233
    @munumunu4233 5 місяців тому +23

    Mota bore njr familyr krne emn kosto kre bt ksmn nariye xei ksto br buji npai ankwa vul kre...alp vabi sbo lge

  • @debajitrock
    @debajitrock 4 місяці тому +6

    ধুনীয়া❤️❤️অভিনয় মানিব লাগিব❤️

  • @buddhaprabha3777
    @buddhaprabha3777 5 місяців тому +8

    Original Story Nice story to hosa kahinir logot Gotei Mil ase . Aro anekuwa story lage Manash daa ❤❤ (. Dhupdhara )

  • @chiranjibkonwar
    @chiranjibkonwar Місяць тому +1

    Speechless! Their's acting is just awesome.

  • @doliragini
    @doliragini 4 місяці тому +7

    সম্পূৰ্ণ সঁচা কাহিনী। কাৰো লগতে যেন কেতিয়াও এনেকুৱা নহয়

    • @dssgameng2781
      @dssgameng2781 4 місяці тому

      Right 😢😢😢😢😢😢😢

  • @Elissa12-c6i
    @Elissa12-c6i 5 місяців тому +16

    Bohut opekha kri asilu short flim khnr babei...Bohut vl lagise short flim khn....bohut a besi vl lagise..aru jate apunaluke aguwai jai...agoloi o jate aru dhuniys dhuniya vl loga short flim xomuh pai thaku.... short flim khn vl loga xokole like kra

  • @shagoridas2102
    @shagoridas2102 5 місяців тому +12

    Bohut Bohut Val Lagil Sai Dei Dada

  • @jackbaro83
    @jackbaro83 2 місяці тому +1

    Dhunia ati jiya kahani aaji humajor ...nishya ai video ti sai upokrito hb ...

  • @bhagyashree319
    @bhagyashree319 5 місяців тому +6

    এক জলন্ত বাস্তৱ❤️

  • @BalaramDeka
    @BalaramDeka 5 місяців тому +10

    Boht valo lagil aro dokh o lagil kinto best love story moja hoi she❤❤❤❤❤❤ dada aro bye do

  • @progyanbora9097
    @progyanbora9097 5 місяців тому +9

    Saliya hoise o bohot dhuniya hoise ❤😊

  • @BadBoY-ni2bv
    @BadBoY-ni2bv 20 днів тому

    Uff😢😢 Manash Jyoti Da apunar video sai Bohut Val lge ❤❤

  • @SimpiKakati
    @SimpiKakati 5 місяців тому +10

    Val lagise bht ❤

  • @AbhiLifestyle-m8g
    @AbhiLifestyle-m8g 4 місяці тому +3

    Xosake mor sakur pani ulai goise oh bahut dhuniya hoise ovinai .....aru sri moti2 khon dile val lagib pam boli bat sai rokhilo ...

  • @Pahidas12
    @Pahidas12 5 місяців тому +12

    বহুত বেছি ভাল লাগিল দাদা আৰু আগুৱাই যোৱা এনেকৈ ভাল ভাল ধামাকা video ভাল story বনাই বহুত বেছি ভাল লাগিল acting কিন্তু ধামাকা দিছে কসম mojja lagil🔥🔥🔥🔥

  • @RanjitNarah-r5b
    @RanjitNarah-r5b 2 місяці тому +1

    Nice mojjja video ❤❤❤❤❤❤❤

  • @ManashjyotiHazong
    @ManashjyotiHazong 5 місяців тому +9

    One like for manash da 🎉❤

  • @Mahadev__diwani6768
    @Mahadev__diwani6768 5 місяців тому +21

    Manash Jyoti borah re short flim salu oo dada kandi golu ge ❤ agbarhi jauk enedorei . Enekuwa dhuniya dhuniya short flim saboloi puwar axare ....................

  • @zubeennath129
    @zubeennath129 5 місяців тому +5

    এই খন short film য়ে নহয় মানুহৰ মাজত এই বোৰ প্ৰায়ে হয় । বাস্তৱ ৰূপ দিয়া কাৰণে ভাল লাগিছে manash bhai

  • @nikunjabaruah7625
    @nikunjabaruah7625 4 місяці тому +1

    ultimate 🔥🔥

  • @binikshajuman6095
    @binikshajuman6095 5 місяців тому +6

    Bohut val lagil... Mur lgt mili goise alop

  • @MONOJDas11
    @MONOJDas11 5 місяців тому +9

    অপেক্ষা kori asilu Dada ❤

  • @bhaitipegu4110
    @bhaitipegu4110 5 місяців тому +5

    হৃদয় চুই গ'ল কাহিনীটো 👍

  • @TapashriNath
    @TapashriNath 4 місяці тому +2

    Dhuniya akhon short film👍aru logote dhuniya ata message dise❤️