৪টা টেঙা খালে বহুত বেমাৰ নহয়| health tips| lemon| raw mango| tamarind| DrRaineesHealthyWay| uti

Поділитися
Вставка
  • Опубліковано 27 кві 2024
  • ৪টা টেঙা খালে বহুত বেমাৰ নহয়| health tips|
    lemon| raw mango| tamarind | DrRaineesHealthyWay| uti
    #drraineeshealthyway
    #health
    #healthtips
    #sourfruits
    #sourfood
    #vitaminc
    #skintips
    #weightloss
    #pimples
    #assamesehealthchannel
    #assamesevideo
    #ayurvedicdoctor
    #healthyfood
    #assamese
    #traditionalfood
    #traditionalrecipe
    #traditionalmedicine
    #assamesecuisine
    #ayurvedictips
    #ayurvedic
    #ayurveda
    #rawmango
    #rawmangodrink
    #rawmangochutneyrecipe
    #healthbenefits
    #tamarind
    #lemon
    #garcinia
    #thekera
    #uti
    #urinarytractinfection
    #pimplefreeskin
    #hyperpigmentation
    #naturalfood
    #naturalremedy
    #homeremedies
    #atherosclerosis
    #hearthealth
    #heartattack
    #stroke
    #fattyliver
    #chiaseeds
    #ginger
    #blacksalt
    watch my playlists
    How to stay fit - • How to stay fit
    থলুৱা খাদ্যৰ ঔষধি গুণ - • থলুৱা খাদ্যৰ ঔষধি গুণ
    Kitchen health - • Kitchen health
    Skin tips -
    • Skin tips
    Hair tips and home remedies- • Hair tips and home rem...
    Home remedies and health tips - • Home remedies and heal...
    বনৌষধীৰ ঔষধি গুণ - • বনৌষধিৰ ঔষধি গুণ
    ইউৰিক এচিড - • ইউৰিক এচিড
    Piles and home remedies - • Piles and home remedies
    পুনৰ্ণবা আৰু পনৌনোৱা - • পুনৰ্ণবা আৰু পনৌনোৱা
    dr rainee healthy way
    Birthday special - • Birthday special
    Indoor and outdoor plants- • Indoor and outdoor plants
    মহিলাৰ ৰোগ - • মহিলাৰ ৰোগ women's health
    Oral care - • Oral care
    টোপনিৰ কথা - • টোপনিৰ কথা ( sleep and... to

КОМЕНТАРІ • 41

  • @PrbinChutia
    @PrbinChutia 3 місяці тому +4

    নমস্কাৰ বাইদেউ। আপোনাৰ বহুমূলীয়া উপদেশে সকলোকে উপকৃত কৰক। ধন্যবাদ।

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  3 місяці тому +1

      অশেষ ধন্যবাদ জনালো উৎসাহিত কৰা বাবে

    • @munmihazarika556
      @munmihazarika556 Місяць тому

      বহুত ভাল লাগিল ৰেইনী তোমাৰ কথা বোৰ৷এনেকুৱা কথা বোৰে মানুহৰ বহুত হিত সাধন কৰে জানানে?

  • @sitadevisingha
    @sitadevisingha 2 місяці тому +1

    বহুত বহুত দৰকাৰী পোষ্ট।ধন্যবাদ জনালোঁ

  • @kabitanath5619
    @kabitanath5619 3 місяці тому +2

    বহুত বহুত নজনা কথা শিকিলোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক

  • @damayantisaikia2177
    @damayantisaikia2177 3 місяці тому

    Jani val Lgil Baidew Dhanybad janalu

  • @bhabanideka8184
    @bhabanideka8184 2 місяці тому

    Very nice.❤🎉😮😊❤❤❤❤

  • @DipikaSharma-pq2rz
    @DipikaSharma-pq2rz 3 місяці тому

    Good. Thanks.

  • @jatindas7130
    @jatindas7130 3 місяці тому

    Thank You Ma'am ❤

  • @jogeshganjoo5460
    @jogeshganjoo5460 2 місяці тому

    Thank you Baideu🌺🌺🌺

  • @jibanborborah1389
    @jibanborborah1389 3 місяці тому

    বাইদেউ Indigestion বা অগ্নিমণ্ডৰ ঔষধৰ বিষয়ে জনাবচোন ৷

  • @PujaDas-kk2wj
    @PujaDas-kk2wj 2 місяці тому

    Nice vdo mem....mem summer face cream r uprt vdo dbo sun

  • @shayaangamingvlog8162
    @shayaangamingvlog8162 3 місяці тому

    মোৰ প্ৰিয় টেটেলী❤❤

  • @mayamahanta5908
    @mayamahanta5908 3 місяці тому

    বহুত ভাল লাগিল জানি।ধন্যবাদ

  • @gloriaahmed7453
    @gloriaahmed7453 3 місяці тому

    Good information 👍👍👍
    Bhal lagil sari bidh tengar r gunnor bikhye jani ❤❤ very valuable video xokolure upokar hobo 👌👌 thank you dear Dr 🙏

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 3 місяці тому

    বহুত সুন্দৰ ভি ডি অ'। ধন্যবাদ থাকিল ডাক্টৰ মহাশয়া। বিষৰ কাৰণে টেঙা বেয়া নেকি। অনুৰোধ থাকিল জনাবলৈ।জনালে কৃতজ্ঞ হ'ম। নমস্কাৰ।

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  3 місяці тому +1

      নহয় বেয়া, ভিটামিন চি থকা খাদ্য উপকাৰী। বেয়া নহয়

    • @chitrakumarhazarika6622
      @chitrakumarhazarika6622 3 місяці тому

      @@DrRaineesHealthyWay
      ধন্যবাদ 🙏

  • @abhishekdevnath9959
    @abhishekdevnath9959 3 місяці тому

    Good morning

  • @ruma_s
    @ruma_s 3 місяці тому

    Thank you 🥰 bhal lagil 🥰🥰

  • @binitagogoi4502
    @binitagogoi4502 3 місяці тому +1

    বাইদেউ আয়ুৰ্বেদিক দৰৱ খাই থাকোতে কেঁচা পিয়াজ বা নহৰো খাব পাৰি নে ? অনুগ্ৰহ কৰি জনালে বহুতো উপকৃত হ'ম ।

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  3 місяці тому

      পাৰিব একো নাই। Homeo ঔষধ খালে হে চাগে কেতিয়াবা নোৱাৰি। আযুৰ্বেদিক ঔষধ খালে পাৰিব

  • @Education-k-n5t
    @Education-k-n5t 3 місяці тому

    বাইদেউ জাৰ্মানী বনৰ উপকাৰীতাৰ ওপৰত কʼব বুলি অনুৰোধ জনালোঁ।

  • @jibanrabha7404
    @jibanrabha7404 2 місяці тому

    Ba kotha khini jani val lagil. Ba bhut besi beak pen hle ki krib lage aru ki khba lage aru ki khba nalage jnabason plz.

  • @gunmoni6233
    @gunmoni6233 3 місяці тому

    বাইদেউ বসন্তৰ দাগ যোৱাৰ উপায় কিবা দিবচোন, মোৰ 4মাহ হ'ল অলপ হে পাতল হৈছে দাগবোৰ।

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  3 місяці тому

      মোক ফোন কৰিবচোন 7399114617

    • @gunmoni6233
      @gunmoni6233 3 місяці тому

      হব দিয়ক। আপুনি ইয়াৰ ওপৰত ভিডিঅ এটা বনালে হয়তো বহুতে উপকৃত হব 😊।

  • @sksingha3
    @sksingha3 3 місяці тому

    👸🏻বাইদেউ,তেঁতেলী টেঙাৰ আচাৰ মাজে সময়ে খাওঁ।কেঁচা আমটো নিমখ আৰু জলকীয়াৰ লগত নহ'লে পুদিনাৰ লগত চাটনি কৰি খাওঁ।নেমু টেঙাৰ চৰৱত নহ'লে নিমখ জলকীয়াৰ লগত সানি খাওঁ আৰু গৰমৰ দিনত ভাত খাওঁতে দাইলৰ লগত এটুকুৰা নেমু চেপি খোৱাটো সকলোৰে বাবে এটা ভাল কথা।

    • @DrRaineesHealthyWay
      @DrRaineesHealthyWay  3 місяці тому +1

      হয় বহুত ভাল কৰিছে দেই। খুব ভাল। Keep it up। Thank u

    • @sksingha3
      @sksingha3 3 місяці тому

      @@DrRaineesHealthyWay
      😊হয়!আপুনি ঠিকেই কৈছে।
      🙏সুস্বাগতম 👸🏻বাইদেউ!