Ojaantric || Assamese Podcast ft. Bedabrata Borah || Ep.57

Поділитися
Вставка
  • Опубліковано 9 кві 2022
  • Play on India's favourite Fantasy cricket platform "Gamezy"
    আপোনালোকে এইটো লিংকত গৈ এপটো ডাউনলোড কৰিব পাৰিব।
    Download using this Link:
    gamezy.page.link/MSRyTS8WnEuY...
    Play on Free and paid contest and stand a chance to win upto 5Crore.
    Thats not it play Rummy, Poker, Football and other easy games like Ludo, Carrom, Fruit Slice, 8-ball Pool etc and win big.
    #Gamezy
    #fantasycricketongamezy
    #GameNahiAppBadlo
    Our Second channel:
    • ONATAR || Assamese Pod...
    • Hanayah's first day at...
    JAM Entertains Link:
    / jjagannathadvertisinga...
    Follow us on instagram...
    / oasis_talukdar
    / udayanudy
    / frustratedbeda
    OJAANTRIC.....
    For business inquiries you can mail us at: oasismotionfilms@gmail.com
    Our contact number : 8133836648
  • Розваги

КОМЕНТАРІ • 1 тис.

  • @himanisarania633
    @himanisarania633 2 роки тому +16

    ৰাতি ১২ টা ১ টাত অযান্ত্ৰিক show টো শুনি মাজে মাজে অলপ চাই মই maths কৰি থাকিব পাৰো...অকলশৰে থকা feel নহয়😊😋 নিজক ও conversation ত থকা🤗 যেন লাগে বাকী বেদব্ৰত দা মোৰ fvrt😍 and also oassis daa🥰আৰু UD দা🥰....love u ojaantric😘

  • @sikhamonisaikia9543
    @sikhamonisaikia9543 2 роки тому +7

    অযান্ত্রিকৰ মই নিয়মীয় দর্শক ৷ প্রথম খণ্ডটিৰ পৰাই চোৱা আৰম্ভ কৰিছো ৷ এই যান্ত্রিকতাৰ পৃথিৱীত বহি অযান্ত্রিক চাইয়ে ভাল লাগে ৷ uff Oasis dar voice , Ud dar kotha kuar style সঁচাই বহুত ভাল লাগে ৷ অযান্ত্রিক আৰু আগুৱাই যাঁওক তাকে কামনা কৰিলো লগতে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ ❤️

  • @biswajitbhuyan642
    @biswajitbhuyan642 2 роки тому +1

    অযান্ত্ৰিক। আৰম্ভণিৰে পৰাই আপোন। এটাও খণ্ড এৰা নাই। চাইছো। সদায় চাম। আপোনালোক দুয়োজনকে আদি কৰি কেমেৰাৰ আঁৰত থকা সকলোলৈকে মৰম যাচিলো। অনাগত দিনবোৰত অযান্ত্ৰিক আৰু উজ্বলি উঠক। একাঁজলী শুভকামনা জনালো। আৰু এটা কথা কও, অযান্ত্ৰিক যেন সদায় অযান্ত্ৰিক হৈ থাকক কাৰণ, য'ত কৃত্ৰিমতা থাকে তাত মনৰ অসুখবোৰ বেছিকৈ হয়।

  • @neetaspirant7212
    @neetaspirant7212 2 роки тому +36

    Honestly speaking ,aji kio janu alop rude hua Jen lagil ud da ... guest jonok comfortable jen iman nalagil ...alop timeor karone hole beya nalagilhol ..but throughout the whole episode he was not much happy ...only he was trying to make himself comfortable ...Oasis dai milabo suatu bhal lagil ... overall bhalei hoise ....

  • @sanjibsarmah6883
    @sanjibsarmah6883 2 роки тому +4

    Ajon mur bor priyo youtuber r ajonor bixoye aji r vdo2 r pa val k janibo parilu .. tar babe bedrabat da r lgte apunalukolr u bhut bhut dhoinnobad jonalu ❤️

  • @ankurbora7694
    @ankurbora7694 2 роки тому +151

    প্ৰথম খণ্ডৰ পৰা অযান্ত্ৰিক পৰিয়ালৰ সদস্য হৈ আজি নতুন ষ্টুডি'অত খণ্ডটি চাই বহুত ভাল লাগিছে । এনেকৈ আগুৱাই গৈ থাকক অযান্ত্ৰিক । কিন্তু এই ঘৰুৱা পৰিৱেশটো ধৰি ৰাখিব ।Love from Jorhat ❤️

  • @aapkadost7103
    @aapkadost7103 2 роки тому +6

    Bedabrat juntu vidio t thake hetu blockbuster vidio hoi e..... Acting level ultra pro max 🔥
    His comic timing awesome
    His acting skill awesome
    His dialogue awesome
    Bedabrat is revolution of assamese flim industry

  • @_food_and_travel
    @_food_and_travel 2 роки тому +92

    UD: "Eikhon beka hoi ase"
    Beda: *without missing a second* "O robo moi thik kori disu" , was epic .

  • @angikadehingia6045
    @angikadehingia6045 2 роки тому +12

    নতুন ষ্টুডিঅ'ত প্ৰিয় ব্যক্তিজন ❤️❤️❤️ ভাষা নাই বহুত বহুত বহুত ভাল লাগিছে অজান্তিকত বেদব্ৰত দাদাক দেখি ।।।।আপোনালোকলৈ বহুত বহুত শুভেচ্ছা থাকিল আৰু আগবাঢ়ি গৈ থাকক আৰু আমালৈ নতুন নতুন খণ্ড আগবঢ়ায় দিয়ে যেন ❤️❤️❤️ Oasis da আপোনাৰ হাঁহিটো মোৰ বহুত বহুত ভাল লাগে । শিৱসাগৰ আহিলে আপোনাক লগ পোৱাৰ আশা ৰাখি থৈছোঁ ❤️❤️❤️❤️ বহুত বহুত মৰম আপোনালৈ লগতে UD da লৈ ❤️❤️❤️

  • @aninditadeka1998
    @aninditadeka1998 2 роки тому +51

    He's my favorite Assamese UA-camr along with Rohit and Samar. These people are very creative with their content. There's a new attraction towards Assamese content because of them. Ud daa, oasis da you guys are doing such great work by giving this platform to the artists as well as the audience so that everybody can interact, know about their favorite artist.Will always be a fan of Ojantric.

  • @poojabordoloi903
    @poojabordoloi903 2 роки тому +1

    এক ব্যতিক্ৰমীক ৰূপত শুনা পালো আজি অযান্ত্ৰিকক।ভাল লাগিল বহুত ,মন খুলি হাঁহিলো আজি।লগতে বেদব্ৰত দা এক সুকীয়া ব্যক্তিত্বৰ অধিকাৰী ভাল লাগে এনেকৈ তেওঁক,ভালে থাকক সদায় তেওঁ !বাকী অযান্ত্ৰিকলৈ বহুত মৰম ।আৰু লগতে আগতীয়াকৈ অসমীয়া নৰ্ববষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা যাছিলো দেই দুয়োজনলৈ❤️

  • @bishalsharma9238
    @bishalsharma9238 2 роки тому +43

    Finally Bedobrat daa thanks ojantric☺
    Next Samar aru Rohit daa

  • @akangshyasaikia655
    @akangshyasaikia655 2 роки тому +20

    I literally enjoy ojaantric because I never get bored out of it. It's such a great podcast.Much love to ojaantric and the team and also bedabrat da❤❤

  • @maimannrh
    @maimannrh 2 роки тому +19

    train খনৰ মাত টো Miss কৰিছোঁ 🤭 ভাল লাগিছে আপোনালোকৰ নতুন ষ্টুডিঅ খন।।আৰু ভাল লাগিল আজিৰ episode ❤️ frm dhemaji

  • @chinmaynath5461
    @chinmaynath5461 2 роки тому +2

    অযান্ত্রিক এ জীৱন ৰ কিছু সময় যেন আনন্দময় কৰি দিব পাৰে। দুখ নোহোৱা কৰি দিব পাৰে আগলৈ ও অটুট থাকক❤️ আপোনালোকৰ এই পদক্ষেপ।

  • @barhoijintu3223
    @barhoijintu3223 2 роки тому +1

    বহুত বহুত ভাল লাগিলে এজন প্রিয় মানুহক দেখি ।এনেকৈ ojantric আগুৱাই যাৱক ।লগতে ৰঙলী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
    ধন্যবাদ।

  • @bhargabsarma3195
    @bhargabsarma3195 2 роки тому +5

    @zeroth drama r video sai ahisu the ending of guwahati diaries interview 😁 no doubt the best show ojaantric 🥰

  • @karishmakarishmitasaikia885
    @karishmakarishmitasaikia885 2 роки тому +4

    প্রথম খণ্ডটিৰ পৰা আজিলৈকে অজান্তিক চাই আহিছো। কিমান ভাল পাও চাই বুজাব নোৱাৰো oasis da ru u d dada লৈ বহুত মৰম আৰু শুভকামনা থকিল, এনেদৰেই যাতে সুন্দৰ সুন্দৰ অনুষ্ঠান আমালৈ আগবঢ়াই যায়। ❤❤ এতিয়া আহো আজিৰ অতিথি বেদ দাদা লৈ, বেদ দাদা ৰ অভিনয় বহুত ভাল লাগে আৰু তেওঁৰ কথা কোৱা থাছ টো উফফ কি কম আৰু ❤ অৱশেষত অযান্ত্রিক ৰ সকলো লৈকে বহুত বহুত মৰম থাকিলে। অযান্ত্রিক পৰিয়াল জিন্দাবাদ 😍🔥❣️

  • @jinakonwar3155
    @jinakonwar3155 2 роки тому +1

    Bohut opekhare bat sai ro apnalkr episode burr krne..vl lge যান্ত্ৰিকতাৰ মাজত অযান্ত্ৰিকৰ পৃথিৱীখনত আহি মনটো ভাল লাগি যায়, ketiaba mon bea lgi thkile apnlkr episode bur mur val loga episode bur sau ru mon2 val lgi jai.. aguwai jaok apnlk ru bht durloi.. episode 2 sai val lgil...3jon mur favourite..Ms krisu train mat2..

  • @jyotshnatalukdar9657
    @jyotshnatalukdar9657 2 роки тому +1

    অজান্ত্ৰিক ৰ বহুত খণ্ড এই চালোঁ।কিন্তু আজিৰ নিচিনা হাঁহিৰ খোৰাক যোগাব পৰা খণ্ড আগতে দেখা নাছিলো। জীৱনৰ সকলো সমস্যা পাহৰি এনেদৰে হাহিবলৈ দিয়া ও ওএছিছ দাদা আৰু উদ দাদা ক বহুত বহুত ধন্যবাদ। বহুত আগুৱাই যাওক আপোনালোকৰ চেনেল টো। সুভকামনা থাকিল।

  • @moinagohain.6535
    @moinagohain.6535 2 роки тому +7

    বহুত ধেমেলীয়া হৈ show টো।
    ভাল লাগে চাই।।❤️❤️
    Love from jorhat titabor ❤️

  • @antaripabordoloi9879
    @antaripabordoloi9879 2 роки тому +4

    You guys are doing really well.
    And Oasis da you are just awesome. Keep doing well. May Lord shower all his blessings on you.
    I just love to listening your podcast 'Onatar'.
    Lots of love♥️

  • @byanjonanath9856
    @byanjonanath9856 2 роки тому +2

    It's very informal which is really nice and enjoyable to watch. But let the guest speak too. You guys are busy talking about yourselves only and the topic goes elsewhere.

  • @gwjodu6667
    @gwjodu6667 2 роки тому +1

    অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ আপোনাক
    আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ হিয়া ভৰা
    ওলগ জনালোঁ । আহিব লগীয়া দিনবোৰ সুখ-শান্তিৰে
    আৰু সপোনবোৰ পুৰণ হওক । এই ৰঙালী ৰঙেৰে
    আপোনাৰ জীৱনটো ৰঙীন হৈ পৰে যেন ।

  • @sayanikagogoi2509
    @sayanikagogoi2509 2 роки тому +33

    Honestly speaking, notification tu pai bohut excited hoi goisilu...kintu content tu 70-30 huwa nisina lagile...70 UD aru 30 bedabrot r conversation... you've already set a benchmark...do not ruin it. All the best for the future.

  • @nemesis0217
    @nemesis0217 2 роки тому +3

    Ojaantric at such a pace!!loving it really...lagi juaa

  • @sumisnakonwar7755
    @sumisnakonwar7755 2 роки тому

    সঁচাকৈ আজিৰ খণ্ডটো বহুত বেছি এ ভাল লাগিল ❤️❤️।। তিনিজন ৰ মাজত হোৱা কথা খিনি শুনি আৰু শুনি থাকিম নিচিনা লাগিল😍😍।।খুব হাহিলো।।আৰু আগুৱাই যাওক আপোনালোকৰ channel টো❤️❤️ love frm sivasagar

  • @arunimaorang4472
    @arunimaorang4472 2 роки тому +22

    This episode is hilarious💟🔥 ..হাঁহি হাঁহি পেট বিষাই গ'ল😂😂..বহুত বেছি ভাল লাগিল..Bedabrata Da you are so cute😍😌..Oasis Da আৰু UD da ৰ অৱস্হাটো দেখি আৰু হাঁহি উঠিলে😆😂

  • @nilakshidevipuja
    @nilakshidevipuja 2 роки тому +6

    বহুত হাঁহিলো দাদা, Thanks for this episode ❤️and I must say that Bedabrat daa and Oasis daa both are too humble and too ganuine respectively.(apunalukor Ktha r pora mur lagil)

  • @dharitrinath3249
    @dharitrinath3249 2 роки тому +1

    নতুন ষ্টুডিঅ'টো বহুত ভাল লাগিছে আৰু আগতীয়াকৈ আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @assammixture5126
    @assammixture5126 2 роки тому +2

    যান্ত্ৰিকতা ভৰা এই পৃথিৱীত #অযান্ত্ৰিক চিৰযুগমীয়া হৈ থাকক ❤️❤️❤️
    Ojantric ৰ প্ৰতিটো খণ্ড চাবলৈ লোৱাৰ আগত লগত একাপ গাখীৰ দিয়া চাহ আাৰু বিস্কুত গোটাই লৈ হে খণ্ডটি চাবলৈ আৰম্ভ কৰো।
    Speacially আজি খণ্ডটি মোৰ বিয়া দিয়া ভণ্টিৰ ঘৰৰ পৰিয়ালৰ সকলোৱে লগত একেলগে বহি চাহ খাই খাই চাইছো।
    Lots of love from Golaghat ❤️ ❤️ ❤️ ❤️ ❤️ ❤️ ❤️ ❤️ ❤️ ❤️

  • @avinavhazarikaofficial
    @avinavhazarikaofficial 2 роки тому +27

    Never commented before but today I felt like commenting something is missing in the new setup, besi fancy hoi juwa nisina lagise, agor setup tur madokota is missing anyways Always a fan of Ojaantric

  • @Moumi9027
    @Moumi9027 2 роки тому +3

    I'm big friend of ur channel. All ur conversations are very interesting. I just like it. Long live Ojantrik. Lots of love from Jorhat❤️❤️

  • @bornalihazarika..colony6183
    @bornalihazarika..colony6183 2 роки тому +1

    Ajikali moi apnlkr niyomiya sruta hoi....protitu episode saisu..khub vl lage.. ntn kotha hikibo paru...njna kotha janibo paru teulkr byoktigoto jiwanor 😍😍

  • @dweepsvlog4498
    @dweepsvlog4498 2 роки тому

    পোনপ্ৰথমতে নতুন ষ্টোডিঅ বাবে বহু বহু শুভেচ্ছা থাকিল।। আজিৰ episode টো সঁচাই ইমান ধেমেলীয়া আৰু ৰসাল যে আৰম্ভণিৰ পৰা শেষলৈকে কেৱল হাঁহিয়ে থাকিলো।।ইমান ৰসাল যে একেটা কথা কে হাঁহি উঠা বাবে দুবাৰ দুবাৰ চাইছোঁ।।।।আজি Oasis da k এক নতুন ৰূপত দেখা পালো ।। বৰ ভাল লাগিল।।।আগলৈও যাতে এনেকুৱা episode ৰে নিজৰ লগতে আমাকো মনোৰঞ্জন দি যায় তাৰ আশা ৰাখিলোঁ।।শেষত বহু বহু মৰম আৰু শুভেচ্ছা থাকিল সমূহ অযান্ত্ৰিক পৰিয়াললৈ।।।।।।। ...love from Nazira♥️♥️♥️❣️

  • @Sangitaborgohain1
    @Sangitaborgohain1 2 роки тому +34

    Oww my goodness 🤩 studio r setting Tu khub dhunia hoise... Aru tate amar famous mnuh jon ahise #bedo da... "Mur kintu bohut khong ase ako dei, juisalai di pitim " is one of the epic dialogues of zeroth drama... Lots of love and blessings 💖

  • @plabitanath1332
    @plabitanath1332 2 роки тому +15

    প্ৰথমতে নতুন স্টুদিঅ টো বহুত ভাল লাগিল, লগতে নতুন স্টুদিঅৰ প্ৰথম খণ্ডটি ইমান প্ৰিয় মানুহ এজনক লৈ কৰিলে তাৰ বাবে ধন্যবাদ জনালো অযান্ত্ৰিক টীমক । 🤩💞

  • @Somnath__borah
    @Somnath__borah 2 роки тому +8

    One of my fvrt UA-camr BEDABRAT Da is always 🔥🔥.......UD Dar style 😎😎......OASIS Dar VOICE 😍😍...uffff.....nd New studio r environment2 hosai মনোমোহা 💖💖
    OJJANTRIC r প্ৰত্যেকটো episode য়েই প্ৰিয়। but ei2 episode hol mr ataitkoi vl loga episode2😊😊
    Love from Lakhimpur❤❤

  • @arunjyotiborah483
    @arunjyotiborah483 2 роки тому

    বহুত ভাল লাগে দাদা , আটাইকেইটা খণ্ড চাইছো বহুত শিকিছোঁ আৰু বহুত হাহিছোঁ। মাত কেইটা খুউৱ মিঠা আপোনালোকৰ , A lots of love 💕

  • @aakashdeepchetia645
    @aakashdeepchetia645 2 роки тому +9

    Omg, কি episode🔥🔥🔥।। আজিৰ episode তো অযান্ত্ৰিকৰ সকলোতকৈ ধেমেলীয়া আৰু মনোৰঞ্জনময় episode বুলি কব লাগিব।। Oasis da অাৰু Udayan da আজি ইমান ৰসাল কৰি তুলিলে ।।হাঁহি হাঁহি চকুপানী ওলাই গল।।আজি Oasis da ই ইমান ধেমালি কৰিছে কিবা বেলেগ আমেজ লাগিল আজি।।।। বহু বহু মৰম আৰু শুভেচ্ছা অযান্তাৰিক পৰিয়াললৈ।।।। At the end I wana say that this is the best episode ever....lots of love from Nazira ❤️❤️❤️

  • @mayurgdas7193
    @mayurgdas7193 2 роки тому +31

    Finally New Studio....And finally one of the most awaited guest... Long live Ojaantric.. Thanks UD Da and Oasis Da for this amazing platform. Hope to see Zubeen Da , Garima Bou , Barsha Ba , Monjul Boruah Da , Dr. Jahanara Begum , Urmila Mahanta Ba and many more artist soon...Lots of Love from Tezpur💕 Regards Mayur ✨ First Comment 😬😬

  • @deepalidas5077
    @deepalidas5077 2 роки тому

    নতুন ষ্টুডিঅ ধুনীয়া লাগিছে বহুত হাঁহিলো episode চাই এনেদৰে আৰু আগুৱাই যাওক ojaantric ....love from Dibrugarh😘😘😘

  • @manashihazarika4151
    @manashihazarika4151 2 роки тому +2

    seriously bohut besi hahilu dei. thank you. aji 1st comment krisu. nokori nuarilu. jodiu sb episode sau. aji bht besi hahilu

  • @devsinfo4064
    @devsinfo4064 2 роки тому +5

    Bedo daa and whole Ojantric family loi so much love from Goalpara ❤️❤️

  • @lipikatalukdar7485
    @lipikatalukdar7485 2 роки тому +3

    New studio new hope.... Keep it up
    We always with ojaantric ❤
    One of the best episode ✌✌

  • @rahulmadahi8836
    @rahulmadahi8836 2 роки тому +1

    Wow... আজি মজা লাগিব। ৰৈ থাকো নতিফিকেচন অহালৈ। নতিফিকেচনটো পোৱাৰ লগে লগে মূখত এটা হাঁহি আহি গ'ল। তাতে আকো বেদব্ৰত। ❤️ Ojantric.

  • @kangkanadutta5704
    @kangkanadutta5704 2 роки тому +1

    আপোনালোক সচাকৈ মোৰ খুব প্ৰিয়।❤️❤️ বেদব্ৰত দাদা ক অনা বাবে বহুত বহুত ধন্যবাদ।

  • @pranjitkonwar8760
    @pranjitkonwar8760 2 роки тому +13

    Besttttttt podcast of ojantric till date😂😂😂 beda da r comic tyming is justtttt lit🔥 🔥

  • @kishoredas4401
    @kishoredas4401 2 роки тому +3

    This is Podcast 🔥
    Love this Episode ❤

  • @gayatriborah1332
    @gayatriborah1332 2 роки тому

    আৰম্ভণি পৰাই অজান্ত্ৰিক চাই আছে আৰু আগলৈ ও চাই থাকিম বস্ততাৰ মাজত এই সমই উলিয়াই অযান্ত্ৰিক চাও । অযান্ত্ৰিক এতিয়া নিজৰ নিজৰ লগা হল UD দা আৰু voice talukdar দা নিজৰ ঘৰৰ মানুহৰ নিচিনা লগা হল ❤️ বহুত বহুত মৰম আৰু শুভকামনা জাচিলো #From Nagaon

  • @bornalihazarika..colony6183
    @bornalihazarika..colony6183 2 роки тому

    Ntn studio2 khub vl lagise 👌❤️ apnklk duyuloi bht bht morom thakil lgte Rongali bihur xuveswa jonalu😍😍hoday jen amr mjt ntn ntn otithir lgt duyuke dekha paw...lv u

  • @ironop9214
    @ironop9214 2 роки тому +28

    The rawest pod cast ever 🤣🤣🤣 hahe hahe pet bikhai gol 🤣😂 thanks UD da and Oasis da for making up this beautiful episode ❤️💕 loves ojaantric ❤️

  • @farhasuhana9646
    @farhasuhana9646 2 роки тому +6

    পেটৰ বিষ হৈ গ'ল হাঁহি হাঁহি 😂
    আগলৈয়ো ধুনীয়া ধুনীয়া episode পাম বুলি আশা ৰাখিলোঁ🥰🥰🥰
    Lots of love from Golaghat❤

  • @nirmalikashyap1455
    @nirmalikashyap1455 2 роки тому +1

    Yeee finally... Aji hit 💕he is my favorite, nd UD da nd Oasis da keep shining, love From Nalbari💕

  • @darpandas6243
    @darpandas6243 2 роки тому +2

    Loved the concept of Addiction, esp. because it entirely matches with that of mine... I stay away only because I know I can't resist or control myself once I fall in love with the taste... Eg.- I rather say "No" to tea if anybody asks me to offer. Because if I liked the taste, he/she may not be in a position to supply me. I don't drink tea in a cup, but in glasses, preferably the full kettle!! 😎

  • @kailyaneehazarika8931
    @kailyaneehazarika8931 2 роки тому +5

    OMG🤣🤣🤣🤣🤣one of the most funniest episode 😆😆 love it ❣️❣️we want more like this 😍😂

  • @arpidas4028
    @arpidas4028 Рік тому +3

    After so long, akou ojasntric sai bohut besi hahilu...bohut val lagil. Bedabrat da🔥oasis da & Ud da... Thanx to both of u.. Next time script bonabole audience k di dibo...YB case2 ulai jbo 🤭

  • @nipanborah7270
    @nipanborah7270 2 роки тому

    অযান্ত্ৰিকৰ সকলো খণ্ডই একক সকলো খণ্ডই অনন্য আপোনা লোকৰ প্ৰতিটো খণ্ডই সকলোৰে মুখত হাঁহি বিৰিঙাই দিয়ে তাৰ বাবে ধন্যবাদ!

  • @azminsultana9061
    @azminsultana9061 2 роки тому +1

    Bedo da bhut agor pa fev hoi butt Pakghr r pa ru basi fev hoi gol.... Bhut ag barhi jua dada.....🥰🥰
    Ud da ru voice da r kotha ki nu apuna lukr kotha kole kom hbo❤️❤️ love from changsari

  • @chiranjeebsonowal1377
    @chiranjeebsonowal1377 2 роки тому +33

    কোনে কোনে আকৌ‌ চাইছেহি episode2 😂 a days with Team Guwahati diaries চাই 😂

  • @parishmitakashyap7150
    @parishmitakashyap7150 2 роки тому +8

    You guys are amazing!!! This was hilarious 🤣🤣🤣 loved it

  • @ishanjyotiborah7758
    @ishanjyotiborah7758 2 роки тому

    একদম প্ৰথমৰ পৰাই এতিয়ালৈকে প্ৰতিটো Episode চাইচো, এই অযান্ত্ৰিক আৰু ইয়াৰ মানুহ দুজন বহুত বেছি প্ৰিয় UD দা আগৰ পৰাই প্ৰিয় Oasis দাক এই অযান্ত্ৰিকে ভাল পাবলৈ শিকালে... অযান্ত্ৰিক বহুদূৰ আগুৱাই যাওক ❤️

  • @lochanmahanta9906
    @lochanmahanta9906 2 роки тому

    প্ৰথমেই অযান্ত্ৰিক লৈ যাচিলো মোৰ তৰফৰ পৰা মৰম আৰু আৰ্শীবাদ ।অযান্ত্ৰিকৰ এই যাত্ৰা মাজতে ৰৈ নগৈ আগন্তুক দিনত যাতে ই সুন্দৰ অগ্ৰগ্ৰতিৰে আগবাঢ়ি ৰাইজৰ মাজত যাতে হাঁহিৰ সুৰাগৰ লগতে জীৱনটো মধুৰ কৰি তুলিব পাৰে তাৰে কামনা কৰিলো। মই ভাবো অযান্ত্ৰিকৰ নিচিনা হয়তু অনুষ্ঠান অসমৰ ইউটুব চেনেলত বিচাৰিলে পোৱা নাযাব যি অনুষ্ঠানে মানুহক হাঁহি সুৰাগো দিব পাৰে ,আবেগিকো কৰিব পাৰে আৰু নজনা কথা শিকাবও পাৰে ।
    এক ন ৰূপৰ অযান্ত্ৰিকৰ ষ্টুডিঅ'ত বেদব্ৰত দা ৰ অনুষ্ঠান টো আজি চাই বহুত ভাল লাগিল। বেদব্ৰত দাৰ আগন্তুক দিনৰ আহিবলগীয়া কাম বোৰৰ শুভেচ্ছা যাচিলো আৰু আপোনাৰ ভিডিঅ'ত যাতে প্ৰেমৰ পাকঘৰৰ দৰে এক নতুনত্ত্ব জ্ঞান পাও তাৰে কামনা কৰিলো ।
    লগতে অযান্ত্ৰিকৰ মালিক অ'আচিছ দা আৰু উদয়ন দা লগতে অসমবাসীৰ সকলোলৈকে আগন্তুক ৰঙালী বিহু ৰ শুভেচ্ছা যাচিলো। (Love you ojaantric)

  • @gitartheegogoi2949
    @gitartheegogoi2949 2 роки тому +3

    বৰষুণ, এপিয়লা চাহ আৰু অযাণ্ত্ৰিক...😍😍😍

  • @dolibarman3507
    @dolibarman3507 2 роки тому +10

    Uff ... Finally bedbrat daa k palu ❤️❤️ new studio ...three amazing person ...what a vibe man uff 🔥🔥🔥 keep going ojantric ... And udy da and oasis da big fan really

  • @barshasaikia8747
    @barshasaikia8747 2 роки тому

    U guys are mind refreshner❤💜

  • @santanusaikia5718
    @santanusaikia5718 2 роки тому

    প্রথম ভিডিও চোৱাৰ পৰা আজি লৈকে অজান্তিক এৰিব পৰা নাই নাজানো কি যাদু আছে আপোনালোকৰ কণ্ঠত। oasis দা আজি অলপ কথা কৈ। সদায় কব চোন ভাল লাগে।।।। শেষত ojantric❤দীর্ঘায়ু কামনা কৰিলো✨ আপোনালোকৰ এজন নিয়মীয়া স্বতা।। #ojantric❣️

  • @kritishmitakalita195
    @kritishmitakalita195 2 роки тому +3

    Guest jon dekhi nije nije hahi eta ulai gol mukhot😊... Nice episode 👍

  • @debojanihazarika9360
    @debojanihazarika9360 2 роки тому +3

    54:38 xosai aji guest k questions kora jn nlgil....bedabrot xodai priyo.... episode tu tewr babei salu

  • @nirmaliboruah5669
    @nirmaliboruah5669 2 роки тому +1

    Bhal loga lorajonok ani hosakoi bor bhal lagil dei U D tumar jomoni kotha bur Rita bar nisinai dei ,God bless you wid lots of success and happiness. Oasis aru tumak dekhilei montu bhal lagi jai. Bohut hubheisha thakil tumaluk duyuloi eidorei hodai bhal Kam kori jua tarei kamona korilu.

  • @dhanarup4300
    @dhanarup4300 2 роки тому +1

    A mojaaaa
    Tiniyojon val loga manuh, nosowa koi thakile bht besi vul kora hbo
    Atiya 720p kori full screen kori sowa he kotha
    1080p sale val lage but 1080p upload nokorile
    Ako nai #Ojaantric jindabad
    Oasis da apuni jui
    Val lage apunak

  • @hiramanihaloi6869
    @hiramanihaloi6869 2 роки тому +14

    যান্ত্ৰিক পৃথিৱীত Ojaantric long live ❤️❤️💕🦋

  • @xpk17
    @xpk17 2 роки тому +32

    bohut skip kori kori saisu , expectations bohut asele , bedabrat r fan hoi so excited asilu ..agor episode vur t k olop beya plu olop editing korile vl pam future t . all the best for your upcoming episodes ❤️❤️

    • @anuragkashyap7195
      @anuragkashyap7195 2 роки тому +4

      Tumi ojantrikor main mozatu puai nai ajihe paisu moi

    • @himaksisarania7772
      @himaksisarania7772 2 роки тому +1

      This is the rawest ojaantric ...really trears coverts into laughus .lots of love to this family .

    • @shadedawg6007
      @shadedawg6007 2 роки тому +1

      bhai iman detail ke lage jodi beleg interviews sua..This is the actual podcasts

    • @xpk17
      @xpk17 2 роки тому

      @@anuragkashyap7195 actually moi 1st episode pra sai asu ojantrik, moi u fan e hoi but mne aji episode tut 70 / 30 type lgile .

    • @xpk17
      @xpk17 2 роки тому +1

      @@shadedawg6007 bhai podcast buji pao mne moi koisu agor episode bilakor nisina huwa nasele mne , last dokhor ultimate asele mne kin2

  • @digantasarmah4779
    @digantasarmah4779 2 роки тому +1

    "Tells me it's grey" বিষয়ে গম পাই চালো। বৰ সুন্দৰ লাগিল চাই..... 🔥🔥🔥🔥

  • @imanibaruah2379
    @imanibaruah2379 2 роки тому

    THank you for bringing him
    All time favourite

  • @pubalihazarika1783
    @pubalihazarika1783 2 роки тому +3

    Most awaited episode💕🥺Bedabrata daa🥺

  • @mrinmaychetia4637
    @mrinmaychetia4637 2 роки тому +4

    ৰাজগড়ত Oasis daক ৰঙৰ বটলৰ সৈতে দেখা গৈছিল 😛
    Btw নাজিৰাৰ লৰা সবফালে expert ❣️

  • @kabyashreechutia4126
    @kabyashreechutia4126 2 роки тому +1

    Finally Bedobroat borah interview sabo plu.....Thank you ojantarik family

  • @samujwal9656
    @samujwal9656 2 роки тому +1

    Gutei keita khonda salu kintu aitu khondar likhia sai bohut bohut val lagil bikhekh koi udi dar condition sai anekuwa khonda aru lage
    Apunaluke premor pakghrr dilogue tu kb parile hoi

  • @phukonrr
    @phukonrr 2 роки тому +3

    It is one of the amazing episode so far.. and Oasis da's look when UD said, "lora tu hol dhunia".... ❤️❤️❤️❤️

  • @14aphurantagohain77
    @14aphurantagohain77 2 роки тому +9

    Only some noticed in 58:49 that bedabrat da flipped the whole topic from him singing😂

  • @nizoradas5348
    @nizoradas5348 2 роки тому

    Bohut val lagile eitu episode sai.. udi da apunalukor video ahibo buli wait kori thaku, montu val lagi jai video bur sai, emn dhunia koi kthabur pate na.... New set-up bohut dhunia dy udi da... Long live Ojaantric 🤗

  • @jonenray617
    @jonenray617 2 роки тому

    কেতিয়াবা বেয়া লাগিলে অযান্ত্ৰিক চাও অকণমান হাহিবলৈ আৰু ভাল লাগিলেও অযান্ত্ৰিক চাও। ভাল লাগে অযান্ত্ৰিক চাই কাৰণ তাত ভাল লগা ব্যক্তিবোৰৰ জীৱনৰ কিছুমান নজনা কথা যানিবলৈ পাওঁ। অযান্ত্ৰিকলৈ অশেষ শুভেচ্ছা আৰু মৰম।

  • @souravjyotideka7594
    @souravjyotideka7594 2 роки тому +64

    u could ask about his education, childhood, how he learnt acting etc. Besi ojaantric hole o beya lge. আজি আনদিনাৰ দৰে ভাল নালাগিল I বেদব্ৰতক সুধিব পৰা বহুত বিষয় আছিলে, আগত কেনেকৈ stage ত কি কৰিছে, কেনেকৈ acting আৰম্ভ হ'ল, শৈশৱ , polytechnic জীৱন , life as TV serial actor. You could also ask him to tell his famous dialogues ...like d monologue of the interview (modahi monologue).....very unplanned...which worked negatively this time. Anyway fan of Ojaantric.

    • @aviandodgen7116
      @aviandodgen7116 Рік тому +4

      Sir u can search….what is podcast and what is the meaning of ojaantric…this is not an inteview

    • @user-un6bd6yv5b
      @user-un6bd6yv5b Рік тому +2

      Ojaantric ot Ojaantric nohoi ru bejaantric hbo ni🤣

    • @smalltownboyfitness3217
      @smalltownboyfitness3217 Рік тому

      😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁 uu i iií pp pp00 pp 00o oo ooooooo oo oooohh

  • @manashprotimdutta1995
    @manashprotimdutta1995 2 роки тому +8

    Bohut dinor pa wait kri asilu eitu episode'r krne..finallyyyyy its here ❤..one of my favrte youtuber #bedabrataborah
    Thank u Udi Da & Oasis Da for this episode..luv u both..❤❤❤
    By d way studio tu fantastic lgise dei..👌🏻
    Love from Mariani Jorhat.
    Long live #Ojaantric.
    Proud to be a part of this family..❤❤

  • @Eitu_xitu
    @Eitu_xitu 2 роки тому +1

    Finally 😍🥰🥰vl loga dujon r lgt aru ejon vl lga.. 😍

  • @korobicollection6079
    @korobicollection6079 2 роки тому +1

    উদয়ন আৰু ৱেছিছ দুয়ো জনেই প্ৰিয়। ৱেছিছ ৰ voice❤️❤️❤️ বহুত ধুনীয়া। Long live অযান্ত্ৰিক❤️

  • @mouranihazarika8616
    @mouranihazarika8616 2 роки тому +9

    One of the best episodes 😍😍 a forever fan of ojaantric♥️♥️keep going keep shining ✨✨

  • @allpanasarma
    @allpanasarma 2 роки тому +3

    Uff!!!! Waiting for this one 🌚 Nd we want Tanmoy Saikia 👉👈🥺

  • @haripriya7350
    @haripriya7350 2 роки тому

    Bhuttt hahiluu😍.... Pahi baa oha episode 2t hahisilu anke..long live ojaantric ❤
    .

  • @krishnaliborah850
    @krishnaliborah850 2 роки тому

    Bohut bhal lage apunaluk k
    Oasis da and UD da ......... আপোনালোক এনেকৈয়ে আগবাঢ়ি যাওঁক✨✨ .......... তাৰে কামনাৰে ♥️......... আৰু আপোনালোকৰ New studio 2 বহুত ধুনীয়া লাগিছে........ ♥️💝💞

  • @udeshnahazarika1884
    @udeshnahazarika1884 2 роки тому +5

    Dimpu da ku matibo buli aha thkil .... Bedo dau fav hoi 😀 sai Val lgl ✨

  • @jilbora
    @jilbora 2 роки тому +11

    তোমালোকৰ এজন প্ৰেমিক ❤️ বহুত বহুত ভাল লাগে 🥰 গোলাঘাটৰ পৰা মৰম পঠালো উদয়ন দা আৰু ওৱাশিস দালৈ ❤️❤️ বাকী শ্ব'টো চাই ভাল লাগিল ❤️

  • @hardikbaruah5835
    @hardikbaruah5835 2 роки тому

    Ojaantric jar namtue matra eta din par krible hahi aru utkhahere bhorai tule, lots of love to ojaantric ♥️♥️♥️♥️♥️, edare duiu aguwai juwak natun set up to mjaa lagise lots of credit and love to both of you #ud da and #oasis da, and #bedobarat one of the most talented and best youtuber actor writter, love to you aru mjaa mjaa Kam lage premar pakghorar dare, go on God bless you all, ojaantric hodai jiliki thaka from episode 1 to episode till date etau miss kra nai notification ahila sob Kam bad di ojaantric bohi jaun, hey hukh hahi ojaantric e Diya😍😍😍♥️♥️

  • @krishnangini1388
    @krishnangini1388 2 роки тому +1

    Ojaantric hoise today's generations r bohut hot topic.....and Surprisingly the new set up with all my favourites❤️ love from hajo......and yeah Oasis dada r biggest fan😚.....val lagil de....💗

  • @manashborthakur5635
    @manashborthakur5635 2 роки тому +7

    Yasashree and beda are made for each other ... Only apunalukore nohoi Assam r sage 60-70% re lage tahator majot kiba ase ... Chemestry tu unique... (Kiba nai jodi hoi najaba dei yasashree ... Apuni mur crush hoi)

  • @mumusworld9059
    @mumusworld9059 2 роки тому +3

    Amr new ghr tu rong aru styling kri dba ni Ud daa aru oasis daa😂❤️ ..........btw silver play button tu nedekha hoi goise 😪 oknmn vl jegat lgai diyok 🌚

  • @dharitrisarkar7448
    @dharitrisarkar7448 2 роки тому

    মজ্জা দেই । চাই আছো episode টো । চাই চাই comment লিখা মজাই বেলেগ । বেদব্ৰত বহুত সৰু লৰা but তাৰ creativity বোৰ unique বহুত । ঠিক Ojantric ৰ দৰেই । নতুন studio টো বহুত cozy হয় দেই । বহুত মৰম দেই আপোনালোকলৈ । Long live #ojantric

  • @anamikabaruah7753
    @anamikabaruah7753 2 роки тому

    নতুন ষ্টুডিও টু বহুত ধুনীয়া লাগিছে👌👌একেবাৰে লেজি ইউটুৱাৰজনক দেখি বহুত ভাল লাগিল❤️😍😍💕

  • @utpal114
    @utpal114 2 роки тому +4

    Big fan of ZEROTH DRAMA ❤️❤️❤️Love every single episode. Bedabrat u r awesome.
    Thank u ojantric team for such a wonderful show.
    Honestly, Ojantric has introduce many hidden talents of Assam to the audience. 🙏🙏