Bhupen Hazarika Golden collection | অগ্নি যুগৰ ফিৰিঙতি মই | কবিতা আকাৰে | Bhupen Hazarika poem

Поділитися
Вставка
  • Опубліковано 5 лют 2025
  • Bhupen Hazarika Golden collection | অগ্নি যুগৰ ফিৰিঙতি মই | কবিতা আকাৰে | Bhupen Hazarika poem
    any business enquiry email - sanskritirdiganta@gmail.com
    #Agnijugorphiringotimoi
    ভূপেন হাজৰিকাৰ দেৱৰ বহুতো গীত কবিতাৰ দৰে কুমল । গতিকে এই গীতটিকো আমি চেষ্টা কৰিলোঁ । ইয়াত ৰৈ যোৱা ভুল ক্ৰতি সমূহ আমাক দেখোৱাই দিয়া দায়িত্ব আপোনাসবলৈ এৰিলোঁ । ধন্যবাদ 😊 আৰু এনে কোৱা বহুতো গীত কবিতাৰ আকাৰে আবৃত্তি কৰিবলৈ আমি চেষ্টা কৰিম, গতিকে Channel টো subscribe কৰি থব । ধন্যবাদ 😊 🙏
    আৰু আমাক ইমান কম সময়ৰ ভিতৰতে মৰম দিয়াৰ বাবে আপোনাসবলৈ অশেষ ধন্যবাদ 🙏
    ⭕ অস্পৃশ্যতাৰ শব্দটো আমাৰ আবৃত্তিত ভুলকৈ উচ্চাৰণ হ'ল । গতিকে মই ইয়াৰ বাবে ক্ষমাপ্ৰাৰ্থী ।
    Lyrics in Assamese
    অগ্নিযুগৰ ফিৰিঙতি মই
    নতুন অসম গঢ়িম,
    নতুন অসম গঢ়িম,
    নতুন অসম গঢ়িম
    সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব
    পুনৰ ফিৰাই আনিম
    নতুন অসম গঢ়িম,
    নতুন অসম গঢ়িম ।
    নৰ কংকালৰ অস্ত্ৰ সাজি
    শোষনকাৰীক বধিম
    সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব
    পুনৰ ফিৰাই আনিম,
    পুনৰ ফিৰাই আনিম ।
    নতুন অসম গঢ়িম,
    নতুন অসম গঢ়িম ।
    ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত
    জাতিৰ অহংকাৰ লয় পাব তাত
    অস্পৃশ্যতাৰ মহা দানৱক
    আপোন হাতেৰে নাশিম
    নতুন অসম গঢ়িম,
    নতুন অসম গঢ়িম ।
    হৰিজন পাহাৰী হিন্দু মুছলিমৰ
    বড়ো, কোচ, চুটিয়া, কছাৰী, আহোমৰ
    অন্তৰ ভেদি মৌ বোৱাম, মৌ বোৱাম
    ভেদাভেদৰ প্ৰাচীৰ ভাঙি,
    ভেদাভেদৰ প্ৰাচীৰ ভাঙি
    সাম্যৰ সৰগ ৰচিম, সাম্যৰ সৰগ ৰচিম,
    নতুন অসম গঢ়িম,
    নতুন অসম গঢ়িম ।
    Lyrics in english
    Agni jugor phiringoti moi
    Notun axom gorhim
    Notun axom gorhim,
    Notun axom gorhim.
    Xorbohaaraar xorboswo,
    Xorbohaaraar xorboswo
    Punor phiraai aanim,
    Notun axom gorhim,
    Notun axom gorhim.
    Norokongkaalor ostro xaaji
    Xokhonkaarik bodhim
    Xorbohaaraar xorboswo,
    Xorbohaaraar xorboswo
    Punor phiraai aanim,
    Notun axom gorhim,
    Notun axom gorhim.
    Dhormo byaboxaayir thaai naai taat
    Jaatir ohongkaar loy paabo taat
    Ospriswotaar mohaa daanobok
    Aapon haatere naaxim,
    Notun axom gorhim,
    Notun axom gorhim.
    Horijon paahaari hindu muslimor
    Boro, Koch, sutiya, kochaari, aahomor,
    Ontor bhedi mou bowaam,
    Mou bowaam,
    Bhedaa bhedor praasir bhaangi 2
    Xaamyor xorog rosim
    Xaamyor xorog rosim,
    Notun axom gorhim,
    Notun axom gorhim

КОМЕНТАРІ • 3

  • @Sanskritirdiganta
    @Sanskritirdiganta  Місяць тому +1

    ⭕ অস্পৃশ্যতাৰ শব্দটো আমাৰ আবৃত্তিত ভুলকৈ উচ্চাৰণ হ'ল । গতিকে মই ইয়াৰ বাবে ক্ষমাপ্ৰাৰ্থী ।

  • @PriyankaHazarikaBhuyan-ib2fl
    @PriyankaHazarikaBhuyan-ib2fl Місяць тому +1

    Excellent ❤