World of Ranju Hazarika - এখন কল্পনাৰ পৃথিৱীলৈ আহক

Поділитися
Вставка
  • Опубліковано 5 жов 2024
  • #assamesemotovlog #writer #dimpubaruah
    subscribe Ranju Hazarika youtube channel below
    / @officialranjuhazarika

КОМЕНТАРІ • 676

  • @kamalbaishya8512
    @kamalbaishya8512 3 місяці тому +84

    ৰঞ্জু হাজৰিকাৰ কিতাপ সচাই বহুত ভাল লাগে ৷ ধন্যবাদ Dimphu এনেকুৱা এজন মানুহ দেখুৱাই দিয়া বাবে

  • @ujjalnath270
    @ujjalnath270 3 місяці тому +131

    এই কাহিনীবোৰৰ চিনেমা বনালে কিমান যে ভাল হলহেতেন। আমাৰ চিনেমা বোৰ অকল প্ৰেম পিৰিতি দেখাই থাকোতেই যাই।

    • @_amlan.borah_
      @_amlan.borah_ 3 місяці тому +5

      Totally agree 👍..

    • @theutpall
      @theutpall 3 місяці тому +5

      Moiu taake vbi aslu😅

    • @odin3433
      @odin3433 2 місяці тому +1

      Eibur cinema bonabole budget nai nohoi.

  • @NilutpalSarma
    @NilutpalSarma 3 місяці тому +55

    বহুত দিন চাই আছিলো কিন্তু ভাল video পোৱা নাছিলো .. কিন্তু আজি পাই গলো..
    Love you Dimpu da ❤❤

  • @flyingbird131
    @flyingbird131 3 місяці тому +125

    একে বহাতে পঢ়োঁ আগতে,ভয়ত উঠি যাবলৈ ভয় লাগে সঁচাকৈ,, এটা দ্বীপ সাতটা কবৰ, জুলু,আতংক আদিম,শেষ পহৰ পঢ়িছোঁ। আৰু বহুত পঢ়িছোঁ❤

  • @jkedutainment7320
    @jkedutainment7320 3 місяці тому +12

    আমাক কিতাপৰ দুনীয়া খনলৈ আগবঢ়াই অনা মানুহ জনেই ৰঞ্জু হাজৰিকা। আমাৰ Hero....!!!!!👌

  • @mrabhi8177
    @mrabhi8177 3 місяці тому +33

    অসমীয়া সাহিত্যৰ আটাইতকৈ অধিক গ্ৰন্থৰ লিখক হাজৰিকা দেৱলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।।🎉🎉

  • @bijitbharali9039
    @bijitbharali9039 3 місяці тому +18

    ৰঞ্জু হাজৰিকাৰ দেৱৰ কিতাপ বহুতো প্ৰহিলোঁ কিন্তু মানুহ জনক দেখা নাছিলো আজি দেখিলোঁ বহুত ভাল লাগিছে ❤❤❤❤

  • @AnkurjDeka
    @AnkurjDeka 3 місяці тому +33

    Dimpu da 10000 plant 🌳🌲gos laguwa chalange plzzz.❤❤❤❤nohole Assam khn o garamot ses hoi jbo

    • @Abhiseshshorts
      @Abhiseshshorts 3 місяці тому +2

      Pagal aagote challenge banan tu hiki lo

    • @biraj540
      @biraj540 2 місяці тому +1

      Dimapu da aru govt e picot gos 🌲🌲🌲🌲 logabo agote apuni lagwa strt korok

    • @Trinayan7
      @Trinayan7 2 місяці тому +2

      Agote nijai lagabi sun tar past kobe

    • @biraj540
      @biraj540 2 місяці тому

      @@Trinayan7 correct

  • @Officialranjuhazarika
    @Officialranjuhazarika 3 місяці тому +7

    বহুত বহুত ধন্যবাদ দিম্পু, আগলৈ আপোনাৰ অতি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @rumidutta428
    @rumidutta428 2 місяці тому +2

    Bohut vl lagile dimpu aji Tumi ranju hazarikak dekhuwala eta dip hatta kobor khub vl lagile

  • @Riya_1543
    @Riya_1543 2 місяці тому +3

    " Sekh praharor khela "- Goosebumps🔥🔥🔥

  • @nikhildas517
    @nikhildas517 3 місяці тому +27

    দাদা....জ্ঞানপীঠ বটা বিজয়ীনী মামনি ৰয়ছম গোস্বামী বাইদেউৰ প্রকৃত ঘৰখন মিৰ্জাৰ সমীপৱৰ্তী আমৰাঙ্গা বৰিহাট গাওত অৱস্থিত আৰু বৰ্তমানও তেওঁৰ ঘৰখন সজীৱ হৈ আছে।
    লগতে পলাশবাৰী মিৰ্জাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ
    মিৰ্জা চোক তথা সেই পথচোৱাক চৰকাৰে মামনি ৰয়ছম গোস্বামী বাইদেউৰ নামত নামাকৰণ কৰিছে।
    আপুনি কেতিয়াবা পাৰিলে যাব......

  • @bbcreations404
    @bbcreations404 3 місяці тому +14

    Sire প্ৰেমৰ ওপৰত এটা ভাল কথা কলে ।আজি কালি প্ৰেমৰ কোনো গভীৰ নাই যন্ত্ৰিকতাই আজিৰ প্ৰেম দুদিনীয়া কৰি পেলাইছে ।😢

  • @chinmoykumardeka7167
    @chinmoykumardeka7167 3 місяці тому +2

    Ranju Hazarika দেৱৰ ভালেই কেইখন কিতাপ পঢ়িলো। তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কাহিনী সেই "এটা দ্বীপ সাতটা কবৰ" কিতাপ খনেই। যদি সেই কাহিনীটোৰ মাজত সোমাই যোৱা যায় তেতিয়া এনে লাগে যেন সেই সাতজন লোকৰ সৈতে মইও সেই দ্বীপটোত Survive কৰি আছোঁ। Really it's an absolute book ♥️♥️

  • @RahulMili-om7kc
    @RahulMili-om7kc 2 місяці тому +4

    Vaal lagil manuh jnk dehki❤

  • @ashikikbal1918
    @ashikikbal1918 3 місяці тому +3

    Ranju Hazarika is a gem. He is a living legend.

  • @I_am_Ariful
    @I_am_Ariful 2 місяці тому +3

    "তেজৰ অন্ধকাৰ " উপন্যাস টো আটাইতকৈ বেছি ভাল লগা গ্ৰন্থ।❤

  • @barnalidas2170
    @barnalidas2170 3 місяці тому +4

    ৰজ্ঞু হাজৰিকা দেৱৰ কিতাপ পঢ়িছো কিন্তু দেখা নাছিলো কেতিয়াও আজি তেখেতক দেখা পাই বহুত ভাল লাগিল

  • @Mohd_ruhul2x
    @Mohd_ruhul2x 3 місяці тому +4

    ছাৰৰ "এটা দ্বীপ সাতটা কবৰ" কিতাপখন যোৱাকালি পঢ়িছো, বহুত ভাল লাগিল

  • @naturalloverssa5973
    @naturalloverssa5973 3 місяці тому +12

    Kitap lovers keita like Ata kori diya 🥰🥵

  • @ParthapratimKachari-z5z
    @ParthapratimKachari-z5z 2 місяці тому +2

    ৰঞ্জু হাজৰিকাৰ কিতাপ বহু আগৰ পৰাই পঢ়ি আছিলোঁ কিন্তু মানুহ জনক দেখা নাছিলো। আজি দেখা পাই সঁচাকৈ বহুত ভাল লাগিল। তেখেতৰ অসংখ্য মূল্যবান কিতাপৰ ভিতৰত ম‌ই পঢ়া কেইখনমান কিতাপ হৈছে: "গাওঁৰ মানুহ", "শেষ প্ৰহৰৰ খেল" আৰু বাকি কেইখন মনত অহা নাই বাৰু।

  • @SimantaBoroo-uz9qt
    @SimantaBoroo-uz9qt 2 місяці тому +3

    Finally dekha palu aji special manjonk🙏🙏🙏

  • @GMDEducation
    @GMDEducation 3 місяці тому +3

    Thank you Dimpu.Tumar video dara mur favourite writer Ranju Hazarika sir k dekha palu.

  • @ritupanmedhi6397
    @ritupanmedhi6397 3 місяці тому +3

    Legend... তেখেত এজন সঁচা legend

  • @dushashanrabha1434
    @dushashanrabha1434 3 місяці тому +2

    Wow buhutei val lagil hosa koi mur tatu bhut kitap ase Ranju Hazarikar ❤

  • @pdpranabdas7237
    @pdpranabdas7237 3 місяці тому +3

    Thank you dimpu da for your good advice ❤😊👍

  • @BituponBarman-mc4eh
    @BituponBarman-mc4eh 2 місяці тому +2

    হৰৰ ত্ৰিলজী খন পঢ়িছো বহুত ভালো লাগিছে আৰু ভয়ো লাগিছে।❤

  • @dishadas9172
    @dishadas9172 3 місяці тому +8

    এটা দ্বীপ সাতটা কবৰ কিতাপ খন দুবাৰ পঢ়িছোঁ বহুত ভাল লাগিছে। আপুনি পঢ়া নাই যদি পঢ়িবচোন দাদা, আৰু এখন আছে নিশীথ তৃষ্ণা,স্তদ্ধ অৰণ্য ,সেইখন ও বহুত ভাল লাগে। তেখেতৰ কিতাপ বোৰ পঢ়ি বহুত ভাল পাওঁ ।😊

  • @monisvlog123
    @monisvlog123 3 місяці тому +2

    Bohut val lagil Dimpu daa❤ aru akhetor kotha2 koboi nalage❤

  • @sakshivlogs7818
    @sakshivlogs7818 3 місяці тому +5

    অখিমত যাৰ হেৰাল সীমা আৰু প্ৰেমহীনি পৰশ ❤❤❤

    • @mr.nondestroyable5671
      @mr.nondestroyable5671 2 місяці тому +1

      অসীমত হেৰাল যাৰ সীমা সেইখন ৰঞ্জু হাজৰিকাৰ নহয় ।

  • @oukhymimi
    @oukhymimi 3 місяці тому +25

    এটা দ্বীপ সাতটা কবৰ মোৰ বহুত প্ৰিয়।।❤️
    পঢ়াৰ সময়ত এনেকুৱা লাগিছিল খাবলৈ নোপোৱাত মোৰ পেটটো হে কিবা শুকাই যোৱা যেন লাগিল 😯 Op লাগিল ।। কিন্তু এটা কথা ভাল লাগিল ---- কিতাপ খনত এটা বাক্য " হয়তো পৃথিৱীৰ এয়াই প্ৰথম চাগে কোনো শত্ৰুৱে নিজৰ শত্ৰুক কবৰ দিছে 🥺😊

  • @nilamsharma9053
    @nilamsharma9053 2 місяці тому

    Thank you a lot Ranju Hazarika sir for making our childhood as well as youth awesome.
    AXOMIYA kalpavigyan r apuni srestho tarokaa ❤❤❤

  • @pujabaruah9619
    @pujabaruah9619 2 місяці тому +2

    জুলু মোৰ প্ৰিয় কিতাপ,,,আমাৰ ভগা জুপুৰিত ছাৰ আহি ধন্য কৰি থৈ গৈছে।আশা কৰো ছাৰ আকৌ আহিব।

  • @Gakul_dewri
    @Gakul_dewri 2 місяці тому +6

    কিতাপ পঢ়িবলৈ ধৈয্য প্ৰয়োজন 😊

    • @Kalidas-5
      @Kalidas-5 20 днів тому

      আজিকালিৰ মানুহৰ কাৰো ধৈৰ্য নাই

  • @akashdeepvlogs01
    @akashdeepvlogs01 3 місяці тому +15

    Dimpu daa hunkale biya khon patok ako 😍 love from nagaon kaliabor ❤

  • @jitumanideka3331
    @jitumanideka3331 2 місяці тому

    Only THREE word for sir ranju hazarika.... LOVE YOU SIR ❤

  • @kuljitbora3840
    @kuljitbora3840 2 місяці тому +1

    Bhal lagil manuh janar katha jani

  • @sengborgohain
    @sengborgohain 3 місяці тому +4

    আপোনাৰ বহুত কিতাপ পঢ়িলো। ❤ বহুত বছৰ আগৰ পৰা। বহুত কিতাপ সাচি থৈছো আপোনাৰ❤

  • @sanatkmahanta6562
    @sanatkmahanta6562 3 місяці тому +2

    প্ৰিয় সাহিত্যিক গৰাকী সদায় সু-স্বাস্থ্যবান হৈ থাকক।

  • @anjelbaruah7401
    @anjelbaruah7401 3 місяці тому +9

    মোৰ প্ৰতিবেশী ৰঞ্জূ মামাৰ বিষয়ে আগতেই অসসবাসীয়ে জানিব লাগিছিল। সাহিত্য একাডেমী বটা পোৱাৰ পিছতহে জানিব ‌পৰাটো বৰ দুখৰ কথা। তেওঁৰ কাহিনীৰে বিগত বৰ্ষত বৰদলৈ চিলা থিয়েটাৰে হাত নাটকখন অনুষ্ঠিত কৰি সফল হৈছে। অসমীয়া ছবিও নিৰ্মাণ হৈছে।

  • @therabhasoul8480
    @therabhasoul8480 2 місяці тому +2

    এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বনাওক দিম্পু দা। কিতাপ - লেখকসকলৰ ওপৰত আৰু ভিডিঅ' বনাওক

  • @RingkhangshriBasumatary
    @RingkhangshriBasumatary 3 місяці тому +2

    Hosakoi a sir k lora suwali manuh buli bhabisilu aji he bhalkoi sini palu sir k big fan ❤🙏

  • @parthapratimkalita7917
    @parthapratimkalita7917 3 місяці тому +4

    Next অনুৰাধা শৰ্মা পূজাৰী

  • @Assameseshorts333
    @Assameseshorts333 3 місяці тому +4

    Mojja

  • @Dipali_choudhury
    @Dipali_choudhury 3 місяці тому +10

    Ranju sir r prai book pohrishu moi❤❤ hat kitap khon favourite 😊

  • @BishnudasBishnudas-cb9ci
    @BishnudasBishnudas-cb9ci 2 місяці тому +2

    পঢ়িছোঁ এটা দ্বীপ সাতটা কবৰ কিতাপ খন ,বহুত সৰুতে

  • @MridusmitaSaikia410
    @MridusmitaSaikia410 2 місяці тому +2

    "এটা দ্বীপ সাতটা কবৰ " বহুত ভাল লাগে পঢ়ি❤

  • @KashyapVlogs9
    @KashyapVlogs9 2 місяці тому +2

    Bahut bhal lagil video tu sai❤❤❤

  • @BUDHU-27
    @BUDHU-27 3 місяці тому +3

    দিম্পু বৰুৱা দাদাই বহু আগতে এই ভিডিঅʼটো বনাব লগীয়া আছিল। ভাল লাগিল

  • @travelvlogs5093
    @travelvlogs5093 2 місяці тому +2

    শেষ প্ৰহৰৰ খেলা, অন্ধত্ৰাস, বহুৰূপী, তামসতপস্যা ইত্যাদি।

  • @Kirandailyshorts
    @Kirandailyshorts 2 місяці тому +2

    Big fan 🎉 , সৰুৰে পৰাই পঢ়িছো।may God bless you

  • @emdadhasan7291
    @emdadhasan7291 3 місяці тому +2

    ৰঞ্জু হাজৰিকা, মোৰ প্ৰিয় উপন্যাসিক !❤

  • @ankurkrmusical
    @ankurkrmusical 2 місяці тому +4

    সঁচাকৈ আজিৰ যুগত কিতাপ পঢ়া মানুহ বহুত কম।😢

  • @digantabhai
    @digantabhai 3 місяці тому +3

    খুব সুন্দৰ লাগিল ❤

  • @adityakotoky4306
    @adityakotoky4306 2 місяці тому +1

    এটা দ্বীপ সাতটা কবৰ কিতাপ খন মইও পঢ়িছিলোঁ।বহুত ভাল লাগিছিল পঢ়োঁতে।তেওঁৰ বহুত কিতাপ আছে এতিয়াও মোৰ ওচৰত যিখিনি মই পঢ়িছিলোঁ। আগতে মৌচাকত প্ৰকাশ পোৱা জেচনৰ series তো মই কেতিয়াও পাহৰিব নোৱাৰোঁ।মাহৰ প্ৰথম সপ্তাহত সেইখন আনিছিলোঁ অকল জেচনৰ series তো পঢ়িবলৈ🥰🥰.

  • @rajashreedeka9149
    @rajashreedeka9149 3 місяці тому +2

    সিহঁত সাতজন,ৰাংকুকুৰৰ দাঁত, পঢ়িছো বহুত ভাল লাগে পঢ়ি ❤

  • @boombam2187
    @boombam2187 3 місяці тому +5

    He is one of favourite Assamese writer.

  • @travelandexplorewithsaruka748
    @travelandexplorewithsaruka748 3 місяці тому +3

    ৰঞ্জু হাজৰিকা দেৱৰ "এটা দ্বীপ সাতটা কবৰ" আৰু "ৰক্তৰাগ" এই দুখন মোৰ বহুত বেছি প্ৰিয়।

  • @nekiburjaman121
    @nekiburjaman121 2 місяці тому +2

    শ্ৰদ্ধাবান আৰু সন্মানীয় ব্যক্তিসকলক সদায় ছাৰ/বাইদেউ বুলি সম্বোধন কৰিলে বেচি ভাল শুনি। এদিন লগ পোৱা শ্ৰদ্ধেয় মানুহ এগৰাকীক এনেকৈ খুড়া-খুড়ী এইবোৰেৰে সম্বোধন কৰিলে তেখেতসকলে বেয়া নাপালেও তেখেতসকলৰ অনুগামীসকলে মনত আঘাত পাই।

  • @anantamoranvloge7255
    @anantamoranvloge7255 3 місяці тому +3

    ৰঞ্জু হাজৰিকা মোৰ এজন প্ৰিয় ব্যক্তি

  • @bhupalidas8097
    @bhupalidas8097 2 місяці тому +1

    ক্লাছ 8 ত থাকোতেই তেওঁৰ কিতাপ পঢ়িছিলোঁ । আচৰিত ধৰণে ভয় খাইছিলো । দুদিন তিনিদিন ধৰি শুব পৰা নাছিলোঁ। আজি এই video টো চাই সেই দিনবোৰ মনত পৰি গ'ল 😍

  • @chintomanidas8884
    @chintomanidas8884 3 місяці тому +2

    Bahut val lagil...🎉

  • @Manoj_Barua
    @Manoj_Barua 3 місяці тому +1

    বহুত ভাল লাগিল তেওঁক এনেকৈ দেখা পাই...

  • @DebajitDas-nd3ox
    @DebajitDas-nd3ox 3 місяці тому +6

    সৰুৰে পৰা ভাবিছিলো ৰঞ্জু হাজৰিকা female হয় বুলি আজি দিম্পু দাৰ জৰিয়তে গম পাই গলো, তেখেতৰ লিখনি খুউব প্ৰিয় মোৰ 😍🥰

  • @Tinamonisaikia-pm8uj
    @Tinamonisaikia-pm8uj 3 дні тому

    নিশ্চয় আকৌ সেই কিতাপৰ যোগ ঘূৰি আহিবই👍🏾👍🏾

  • @zengstudio4712
    @zengstudio4712 Місяць тому

    I first read that book in the 7th or 8th grade, and from that moment, it became my favorite. I recommended it to everyone in my circle. Today, seeing Ranju Hazarika for the first time on Dimpu's blog and hearing him mention that it's also his favorite book evoked a deep sense of nostalgia and filled me with a warm, uplifting feeling.

  • @SunilKumarBorphookan
    @SunilKumarBorphookan Місяць тому

    Asha kore thakamanoh janak dekha Palo Bhai Thanks Dimpu Bhai.

  • @Simpi26
    @Simpi26 2 місяці тому +1

    এটা দ্বীপ সাতটা কবৰ পঢ়িছোঁ সঁচাই বহুত লাগিল

  • @pinku6650
    @pinku6650 3 місяці тому +1

    My favt. Of all tym.

  • @navajyotisaikia7481
    @navajyotisaikia7481 15 днів тому

    Dimpu very good 🎉🎉🎉🎉

  • @Mainu-e9w
    @Mainu-e9w 2 місяці тому

    Anebur manuhok dekhilei mon tu kiba blg lage...val lagil vdio tu...❤❤

  • @RashmiBora-lu5dh
    @RashmiBora-lu5dh 3 місяці тому +2

    আমোদ অন্ধকাৰ কিতাপ খন পঢ়িছিলোঁ ❤❤❤❤😊😊😊

  • @pranjalkalita4477
    @pranjalkalita4477 3 місяці тому +1

    hey Dimpu this is the Best vdo of u for me till date. .worth to watch it.Great

  • @speedybirchan4035
    @speedybirchan4035 2 місяці тому

    Bhut xundor video..Ranju Hazarika Dev r nisina ejon manuhor touch t ahibo parile jibon dhyonyo.... Thank you Dimpu Daa video tur karone😊

  • @joyshreegogoi4896
    @joyshreegogoi4896 3 місяці тому

    Ranju Hazarika r bohut kitap pohilu ru bohut vl lge , aji mnuhjonok dekhi palu bohut val lgil 😊

  • @mamonibora2577
    @mamonibora2577 3 місяці тому

    Ranju Hazarika, aagote tekhetor kitap porhute tekhetok u kolpona korisilu, aji he manuhjonok dekha palu, bohut bhal lagile.

  • @danishsarkar7203
    @danishsarkar7203 3 місяці тому +1

    Literature related content aru lage Dimpu Da ✨❤️ Love from Majuli

  • @Arhan_VEX
    @Arhan_VEX 3 місяці тому +1

    Dimpu da you are best❤🎉

  • @parthapratimdas6076
    @parthapratimdas6076 3 місяці тому

    ভিডিঅ'টো বৰ বিশেষ। ধন্যবাদ দিম্পু দা❤

  • @jintudasofficial4364
    @jintudasofficial4364 3 місяці тому

    মানুহ জনৰ নামটো সৰু ৰ পৰা শুনিহে আছিলোঁ । আজি আপোনাৰ ভিডিওত দেখা পালো । মানুহজন সহজ সৰল । ধন্যবাদ দিম্পু দা , আজি ধন্য মোৰ এই জীৱন । ❤

  • @m.gvlogsmydream7706
    @m.gvlogsmydream7706 Місяць тому

    My favourite Ranju Hajarika Deb 🙏😘

  • @m.gvlogsmydream7706
    @m.gvlogsmydream7706 Місяць тому

    Thank you dimpu 👍🙂🥰

  • @befulboro2230
    @befulboro2230 2 місяці тому

    আসন্ন মৃত্যুৰ ঘ্ৰাণ, শেষ প্ৰহৰৰ খেলা , এটা দ্বীপ সাতটা কবৰ ❤

  • @sahabuddinahmed2369
    @sahabuddinahmed2369 2 місяці тому +1

    Bibhotho hihoron ..it's my favourite book by ranju Hazarika

  • @punyashreedas1617
    @punyashreedas1617 3 місяці тому

    Bahut bhal lagil..ankuwa information aru lage..thankx dimpu

  • @Rajdeepsaikia244
    @Rajdeepsaikia244 2 місяці тому +1

    অসমৰ top UA-cam r হৈ বানপানী ৰ বাবে ক্ষতি হোৱা মানুহৰ বাবে কিবা এটা কৰিব ❤🙏

  • @smitivlogs8315
    @smitivlogs8315 2 місяці тому +1

    Mur favorite kumud hazarika

  • @Rctoys900
    @Rctoys900 2 місяці тому

    Greatest favourite writer ❤❤

  • @chanumonidasboro7683
    @chanumonidasboro7683 2 місяці тому

    Video tu sai val lagil..

  • @nayanmoninath9416
    @nayanmoninath9416 3 місяці тому +1

    Moi apunak bohut val paw i love you dimpu da 💓💓💓💓

  • @animasharma7994
    @animasharma7994 3 місяці тому

    Bohut vallagil Dimpu.tekhetor kitap bohut porhisu Mur pryo lekhok Ranju Hajarika.

  • @kalitavlogs2821
    @kalitavlogs2821 3 місяці тому

    সঁচাকৈ বহুত ভাল interesting video এইটো।

  • @rumisaikia4080
    @rumisaikia4080 3 місяці тому

    কিমান যে পঢ়িলো এখেতৰ কিতাপ ... প্ৰিয় সাহিত্যিক জন 🥰

  • @GauravPhukan-p6h
    @GauravPhukan-p6h 2 місяці тому

    মৃত্যুৰ সংগীত one of the best novel

  • @flyingbird131
    @flyingbird131 3 місяці тому +2

    ৰহস্য সম্ৰাট❤
    মোৰ প্ৰিয় একদম

  • @LizaBhuyan-es7st
    @LizaBhuyan-es7st 3 місяці тому +1

    Tq eman dine Soni asilu dekha nasilo aji dekhilo bahut val lagil.

  • @biplabrabha9533
    @biplabrabha9533 3 місяці тому +1

    Bohut bhal lagil dimpu da video tu sai❤

  • @nobitasvlog4709
    @nobitasvlog4709 3 місяці тому

    Thanks Dimpu daa... Eman dhuniya channel ata r promotion diyar babe... Kahini bur huni val lagise ❤ agote bohut books pohilu Ranju Hazarika debor ❣️

  • @tonystudio9051
    @tonystudio9051 3 місяці тому +3

    ♡Love You Dimpu Da♡

  • @Sarifullyy
    @Sarifullyy 3 місяці тому +10

    Dimpu da r karone ata like 👍🏻

    • @Sontos380
      @Sontos380 3 місяці тому

      Video bilak val amiu saw kin2 ai dimpu dar karone 1ta like ai2 ki nu