Congress, Congress party beya buli kobolui nejao congress party leader bilak selfish aru poriyal kendrik amio khurure pora dekhi ahisu.ai selfish aru ohongkar sovabor babei. Congress poton.
Sir apunalukor bjp sorkar r jijon cm hoi ase teu dekhun patni r naamot krishokhor naam r maati , tea estates, resort, food processing unit naamot okol maati mafia t porinoto hoise dekhun. Okol ata family asset hei unnoti hoise .. public r unnoti nohoi.
There is question for u sir. Whenever you spoke in a meeting u people criticised congress party. Again u had given all facilities those congress parties great gamblers. In this speech u criticised congress party..why u included those congressworkers in your government where there's no values even your original BJP workers ?? Hope you understood.
মন্তব্য মন্তব্য হৈয়ে থাকি যাব আৰু দুখীয়া জনতা আৰু দুখীয়া হৈয়ে থাকিব ছাৰ।। দুখীয়াৰ দুখ কেতিয়াও নকমে বৰঞ্চ আৰু বাঢ়িব হে।। উদাহৰণ- অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য আৰু স্মাৰ্ট (বকাসূৰ) মিটাৰ।।😢😢😢
👍🏻👍🏻👍🏻👍🏻👍🏻
ক'ৰবাত তেনে কাণ্ড সংঘটিত হৈছে চাগৈ, অন্যথা এনে সংলাপৰ মুখত উচ্চাৰণ নহ'ল হেঁতেন। মানে ৰাজহুৱা ধন কোৱাৰ দৰে অপচয় হৈছে ক'ৰবাত। নিদিষ্ট দূৰৰ পৰা কৈ দূৰত্ব বজাই থকাটো ৰাইজে বুজি পাইছে। এই কথাষাৰ শুনি ভাল লগাহলেও নিদিষ্ট দূৰৰ পৰা কোৱা হেতুকে লাভা - লাভ কিবা আছে জানো??????????? দূৰৰ পৰা কোৱাটো " action taken নহয়। " তেন্তে মূল্য বিচাৰিলেও নিৰাশ হ'ব লগীয়া নহয় জানো???
হিমন্তৰ সম্পত্তি হিচাপ কৰিব
Hundor upodeh .
সোনোৱাল ডাঙৰীয়াই সংবিধান খনৰ কথা কাক কৈছে বুজাই বুজিছে।
Apuni aponar parti souak
তেন্তে, জনপ্ৰতিনীধি সকলৰ বিশাল সম্পত্তি কৰ পৰা আহে বা ক'ত পায়।
কথাষাৰ বেলেগ পইন্টত কৈছে।বুজা সকলেহে বুজি পাব।
কংগ্ৰেছ বি জে পি বুলি কোনো কথা নাই , কেৱল দেশ চলোৱা সকল ভাল হ'ব লাগে।
এই বোৰ কৈ লাভ নাই উদক ভেটা ৰক্ষীয়া পতাসকলেই জগৰীয়া
চৰকাৰীৰ বিষয়া মন্ত্ৰীৰ বিধায়ক এই সকলোবোৰে দুৰ্নীতিৰ কৰি সম্পত্তিৰ ঘটি আছে ।
এনে মন্তব্য কৰা জনৰ দলতেই ৰাজহুৱা ধনেৰে (হয় প্ৰত্যক্ষ ভাৱে নহয় পৰোক্ষভাৱে) নোদোকা হৈ মাটি, চাহ বাগিছা আদিৰ মালিক হোৱা নেতা আটাইতকৈ বেছি। মূল্যবোধৰ ৰাজনীতিৰ ভাষণ দি থকা জনৰ দলটোৱে আনৰ দল ভাঙি নিজৰ দললৈ নেতা আমদানি কৰাৰ কূটকৌশলত আটাইতকৈ সিদ্ধহস্ত।
মই বিজেপি চৰকাৰৰ পৰা একো এ নাপালোঁ গাওঁৰ ল'ৰা হৈ 😢😢😢😢😢😢😢😭😭😭😭
Vot tu app ba Cong diba
Thanks for sunuwal
এই কথা খিনি যিসকলক বুজোৱা হৈছে সেই সকলে বুজিবনে। সোণোৱাল ডাঙৰীয়া কোৱা কথা খিনি চৰকাৰী দ্বায়িত্ব লোৱা সকলে মানি লবনে।
ৰাজহুৱা ধনৰ অপচয় কোনে 3:39 কৰিলে জনাব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱ।
Congress, Congress party beya buli kobolui nejao congress party leader bilak selfish aru poriyal kendrik amio khurure pora dekhi ahisu.ai selfish aru ohongkar sovabor babei. Congress poton.
প্ৰয়াত তৰুণ গগৈদেৱে টকাৰ পাহাৰ গঢা কোনো সাংবাদিকে প্ৰচাৰ কৰা এতিয়ালৈকে দেখা নাই কিন্তু বৰ্তমান চৰকাৰৰ টকাৰ পাহাৰ গঢা নেতা গণিব নোৱাৰা হৈছে। বাজপেয়ীৰ লগত এজনো নেতা তুলনা কৰিব নোৱাৰে। কাক কৈছে গম পাইছে
Good job 👍
নালাগে বুলি কলেই নকৰাকৈ থাকিব নেকি
চোৰ ৰ ধৰ্ম চোৰ কৰা
Right
Nice comment
Sarba da is absolutely right.👍👍👍
ৰাজহুৱা সম্পত্তি মালিক হৈয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ওচৰত তদন্ত কৰক আপুনি
সৰিয়হৰ ডুলিতে "বাক" সোমাল সেই বাকে অসমৰ পুঠী,চেঙেলী,গৰৈ,বৰালি,শা'ল-শাল খাই শেষ কৰি পেলালে, অহাবাৰ দৰিকণা কেইটাও নাথাকে অসমৰ পুখুৰীত।
অসমৰ এইজন cm ৰ নিচিনা লুভিয়া মানুহ নাই
আজি কালি সকলোৱেই এটাই কথা লৈ আগ বাহিব লাগে মিছা আৰু দুইনম্বৰি কাম কৰিব লাগে নেতা পালি নেতা বনিব লাগে আৰু দেশক লোতি খাই নিজৰ আৰু পৰিয়ালৰ নামত সম্পওি পাহাৰ কৰি আগবাহি জোৱাতোই হল প্ৰকৃত উপাই
মুখ্য মন্ত্ৰী কোঠা ঢাপ মাৰিছে ,সতৰ্ক কৰক সোনোৱাল ছাৰ ।সমম্পতি য়ে নাই।
Hiteswar saikia. Tarun gogoi amar rahe
এইটো সোনোৱাল পৰিচয়
আপোলোকৰ বি জে পি মন্ত্ৰী কেইজনমান কৰি আছে তৰুণ গগৈ কৰা নাছিল
Welcome Harbanonda sunuwar
কাম নাই হে দাদা
Nexr cm
কোৱাই কয় থাকিব শুনাই শুনি থাকিব আৰু কৰোঁতাই নিজ কাম কৰি আগুৱাই গৈ থাকিব । এওঁৰ দম থকা হ'লে C.M পদ এৰি পলাব ল'গা নহ'ল হেঁতেন । হিমন্ত মামাৰ দমতহে অসমত BJP চৰকাৰ আহিল ।
আনলৈ হুল পুটিলে নিজে মৰে ফুটি আপুনি কোৱা কথাষাৰ অতীতত পালন কৰিছিল তেতিয়াৰ কংগ্ৰেছৰ নেতা শৰৎ সিংহ
Good voice
Good
আপোনাৰ lecture নহয়, আপোনাৰ কামতহে মানুহ গুৰুত্ব দিব ।
जय हो। जय श्री कृष्ण गुरु
কি তামানে এবাৰ কৰেই হয় দেখুন
Rojai hunibo janu hadhur kotha
Majulir pora atiya kot........
Aamar sun MAIN KING (Roja) jonor wife or property sun Pahar gohile....
Now BJP also doing same
Congresso Dinot Kinu Opohshon Korisil Tarun Gogoiey Aku Nokorileneki 15 Bosor Ponchayat Election Kone Patisil
এয়া ভাল কথা নহয়
Kak ba Kole amar mamak to kowa na
Kak koi ase sir bhujia kobo son
cangress.. para... juya .. sokol.. atiya... Raja... apuni... Jane... nimat.
কাক বা কৈছে
Eight bjp r dinatai panchayet member r loike sabei durnitir ud
Sorbanondro sir himantor pora amak bosok
Akhomar Raije Apunar CM Akhan khan ari diat Akhomar Raije dukha Prokha kori ase Apuni O CM .Pad aribo nalagi sil Apuni O CM hoi Thakibo parile hoi
Mesa kotha mukhor khajuti
Cut টো কাক মাৰিলে বা
Koneo karu bapekor toka deya nai
Bujai bujise
Samayot sob hisab koribo raije
Ritei
Sir apunalukor bjp sorkar r jijon cm hoi ase teu dekhun patni r naamot krishokhor naam r maati , tea estates, resort, food processing unit naamot okol maati mafia t porinoto hoise dekhun. Okol ata family asset hei unnoti hoise .. public r unnoti nohoi.
Chill guys
Tekhete mamak koise😁
Aijon st nak kota manu
There is question for u sir. Whenever you spoke in a meeting u people criticised congress party. Again u had given all facilities those congress parties great gamblers. In this speech u criticised congress party..why u included those congressworkers in your government where there's no values even your original BJP workers ?? Hope you understood.
Himonto hotaw Axom bosaw
Tha Tha Tur Montri zpodtu Loi Lole
Plenthar bilakar bisaye ki kale.
Andhovokto hai janibo
Nijor poriyal nothoka jone ba ki bujibo , poriyalor kotha ????😂😂😂😂😂😂😂
Good
Bujai bujise