কি বকি আছে হে চৰকাৰ মানে কি আৰু চৰকাৰে যে টেক্স লয় সেইবোৰ কি এখন ৰাজ্যৰ নে ৰাজ্যত থকা নিৰ্দিষ্ট সমষ্টিৰ পৰা লোৱা হয় তাকে ভালদৰে বুজাই দিয়কচোন ব্যক্তি যিয়ে নহওক পাৰ্টি যিয়েই নহওক ৰাইজৰ পইচা জানো চৰকাৰৰ ভঁৰাললৈয়ে যোৱা নাইনে?
Gaurav gogoi jikar karone tarmane unnoyoor kambur jorhatot roi gol , borhia politics mane business solaise dei heitu praman hoi gol enekoi ki axomok uddhar koribo !!!! Bor beya sinta dhara dekhun.
6 community st status to ehh main karon jorhat election r Because Jorhat 8 lakhs ahom voter ase so ahom eh st status nupuwar babe ehh to hol.. N mla election t r u ulabo karon..jati rajniti to bese hobo dhorese Assam t 🤔🤔🤔🤔🤔 Bjp eh 2024 promise kora 6 community st status but aje Loike nahol so Main kotha to ere jete koi laav nai Karon ahom st status napale upper Assam r ahom dominate 35 mla seat ke hobo heto main kotha 🤔🤔🤔🤔🤔 Jai Hind 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
Inei manuh America, Dubai juwa ni text june di ase xi gom pai toi batori di ki gom pao poisa pai aso BJP pa tola pai aso di thak. Journelist 4th stomvo hisape xonbidhan t asil etiya sob misa
কথাবোৰ ভাল লাগিল
যোৰহাট মাজুলী দলং নিৰ্মাণকাৰ্য গৌৰৱ জিকাৰ বাবে বন্ধ হৈ গৈল
BJP jindabad jindabad jindabad
Tur poisa bohut ase Jen lagise
@@cartoonvillage8822tur gharat suwali buwari ase ne ... Ase jodi miya loi ready kori thooo😂😂😂😂😂
Andhbhakt jindabad
অসম দৰিদ্ৰ ৰাজ্যৰ ভিতৰত ৫ নম্বৰত।
গৌৰৱউদ্দিন আলি আহমেদ
👍👍👍👍 Very good
Baganiya 😂😂😂😂
আমি গৌৰৱ গগৈক লৈ গৌৰৱ কৰিব পাৰো কাৰণ ভাৰতৰ ৰাজনীতিত বংশবাদ জীয়াই ৰখাৰ বাবে যতপৰোনাস্তি চেষ্টা চলাই আছে। কংগ্ৰেছ জিন্দাবাদ
সংসদত কথা কোৱা মানুহ লাগে যোৰহাট বাসীক। এতিয়া কথা কব জনা জনক উন্নয়নৰ বাবে আৰ্জি দিয়ক। হিমন্তক জালুকবাৰীৰ মানুহেই চিনি পায়,মৰম আৰু সন্মান দিয়ে, দৰকাৰ হ'লে জালুকবাৰীৰ প্ৰতিজনে হিমন্তৰ বাবে তেজ দিব।,। অখিল, গৌৰৱ এই দুজনক লৈ শিৱসাগৰ যোৰহাট চলি থাকক। আমাৰ আপত্তি কিহৰ।
অকল কথা কলে হব
আমাক কথা কোৱা মানুহ নালাগে কাম কৰা মানুহ হে লাগে। প্ৰবাদ আছে যোৰহাট জালিয়া আৰু শিৱসাগৰ তেলিয়া । গতিকে সেই জালিয়াতি আৰু তেলীয়া অৰ্থাৎ মিছা মৌসনা কথা আমাক নালাগে। আমাক লাগে সত্য আৰু শুদ্ধ কথা কোৱা , কাম কৰা মানুহ। হিমন্ত বিশ্ব শৰ্মাক অসমৰ সৰহ সংখ্যক মানুহেই ভাল পায় সেই বাবেই তেখেত মুখ্য আসনত বহিব পাৰিছে
@KulenGogoi একমত
বিহালীত যেনেকৈ গৌৰৱ গগৈৰ মুখত ক'লা ছাই সানি ঘুৰাই পঠালে তেনেদৰে ভবিষ্যতে যিকোনো সমষ্টিতে তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব। বিহালীত শেনটোৰ দৰে গৈ ফেচাটোৰ দৰে ঘুৰি আহিবলৈ বাধ্য হৈছিল। কংগ্রেসী দালালী বোৰেহে গৌৰৱ গগৈক লৈ চিঞৰ বাখৰ কৰি থাকে কাৰণ সিহতৰ সান্দহ খোৱা বালি পানীত তল গ'ল।
বেয়া নাপাব কংগ্ৰেছি দালালি বুলি লিখাৰ বাবে লিখিছোঁ আৰু মইও কোনো দলৰ সদস্য নহয় তথাপিও নিলিখাকৈ থাকিব নোৱাৰি লিখিছোঁ কিন্তু বেয়া নাপাব 🙏 বিজেপিত থকা কংগ্ৰেছি সকল যে দূৰ্নীতিৰে লুতুৰি পুতুৰি ৰাইজে ভালদৰে জানে । চৰকাৰে দিছে চৰকাৰৰ পকেটৰ পৰা দিয়া নাই নহয় সেইয়া যোৰহাটেই হওক বা গুৱাহাটীৰেই হওক ৰাজ্যৰ সকলো জনগণৰ পইচাৰ পৰা দিছে । যোৰহাটবাসী বৰশীৰ টোপতুত ভুল যোৱা মাছ নহয় তাৰেই প্ৰমাণ। চৰকাৰ সকলোৰে বাবে চৰকাৰে কব নেকি যোৰহাটৰ টেক্স আমাক নালাগে বুলি। চাওঁচোন কোনে কি কয়
Jurhat aneo baki district tulonat agbarhi ase dibrugarh hujug ata paisu beya huwa nai baru ❤❤❤
Gaurav gogoi zindabad ❤❤
Gaurav gogoi sir Excellent zindabad❤❤❤❤❤❤❤❤
Pappu of Assam
তাৰ মানে ভোট নিদিয়ে আৰু বহুত বেছি উন্নয়ণ লাগে আৰু কাম কৰিলেও নাম নলয় আৰু গৌৰৱ খান কি কৰি আছে।
Faltu Manuh
একেবাৰে শুদ্ধ কথা কৈছে দাদা
Right
১০০% শুদ্ধ কথা কৈছে শান্তনু দাই।
Bhut Val ktha koisa dada apuni❤️
BJP Jindabad❤
যোৰহাটৰ ৰাইজে (সকলো নহয়) গৌৰৱ গগৈৰ দ্বাৰাহে যোৰহাটৰ উন্নয়ন বিচাৰে, গতিকে তেওঁকেই যোৰহাটৰ বাবে উন্নয়নৰ কাম কৰিবলৈ এৰি দিছে....।
Pokortu koribo tar kotit suma khai ahibi ja
B. J. P. Abihona unnayan nohobo jorhator. gourab kamnai
Excellent explanation.
সচা কথা কৈছে ।
চৰকাৰ নথকা মানুহক ভোট দি একো লাভ নাই কাৰণ তেওঁ কি উন্নয়ন কৰিব পাৰিব
যোৰহাতৰ ৰাইজে সাংবাদিকৰ আগত থকা মানুহজনক চিনিনাপাই।
Gharar vitrat thakile kenekoi gom pabo
Next per minister G Gogoi
Aiudf Sarkar ahilya hobo paribo
বাদৰুদ্দিন নাহিলে ও গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হব@@Basantahajarika
@@digantajyotibordoloi5528 এইটো সপোন লৈয়ে আগবাঢ়ি যোৱা, আৰু ঘুৰি নাহিবা ।
😂😂😂
এইবাৰ বি জে পি ক জিকাই দিয়ক
Toi uth oi MLA
BJP zindabad.cm. Himanta bishow sarma zindabad.garov gogoi murdabad.jai sir ram.
চতুৰ হিমন্তৰ চকু ডিব্ৰুগড় mla prashanto ফুকনক আতৰাই তেওঁ mla খেলাৰ মন কাৰণ prashanto ৰ বয়স 75 হল তেওঁৰ ছাল l সাৱধান ডিব্ৰুগড় ৰাইজ l
সুন্দৰ কঠা কৈছে
গৌৰৱ গগৈ হৈ কথা কোৱা আগতে কাৰ পৰা কিমান???৷
I love bjp
BJP ZINDABAD. ❤
পূজাৰী ডাঙৰীয়া গৌতম আপোনা লোকে যিমানে কক আপোনা লোকে যিমানে কক যোৰহাটৰ মানুহ শিক্ষিত সেই বাবে মানুহে শিক্ষিত সাংসদ বিচাৰে
@@digantajyotibordoloi5528 😂শিক্ষিত সাংসদ জনে দেখোন এতিয়ালৈকে যোৰহাটৰ হকে সংসদত মাত মাতিব পৰা নায় । হেৰৌ বিৰোধী উপ-দলপতি কাৰনেহে চিঞৰি থাকে নিজৰ চৰকাৰৰ দিনত টো নিমাত আছিল নহয় জানো?
বৰৱা চাৰি আলীৰ পৰা ভোগদৈ লৈকে উৰণীয়া সেঁতু অত্যন্ত গুৰুত্বপূৰ্ণ.উন্নয়নৰ অন্য এটা হিমন্ত বিশ্ব শৰ্মা 😅(মামা)
ধন্যবাদ শান্তনু দা
Pujari da tnq
Main problem Tapon Gogoi
এখন চৰকাৰৰ প্ৰধান উদ্দেশ্য হ'ৱ লাগে ৰাজ্য খনৰ উন্নতি।কোন ঠাইত কোনটো দলৰ বিধায়ক,কোন ঠাইত কোনটো দলৰ সাংসদ আছে সেইটো ওপৰত নিৰ্ভৰ কৰি উন্নয়ন নহয় কাৰণ ৰাজ্য খনৰ উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰা টকা কোনো ৰাজনৈতিক দলৰ নহয় সেয়া সেই ৰাজ্য খনৰ জনসাধাৰণৰ।।
১০০% শুদ্ধ
Gourob
Gogoi
Jindabad
Dibrugarh Assam ot nai nki ?
Next cm gourab gogoi❤
সাংসদ বনাই ৰাইজে যোৰহাট ধ্বংস কৰিলে cm বনাই অসম ধ্বংস কৰিবলৈ দিব নোৱাৰি, কাৰণ Chantel ত বিজেপিয়ে জিকিব ।
বাংলাদেশত হ'ব 😂
যোৰহাটৰ মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰাটো দৰকাৰ।
উৰণীয়া সেঁতুৱেই উন্নয়ন নেকি?বিৰুধী দলৰ হোৱাৰ বাবেই গৌৰৱ গগৈয়ে কাম কৰিবলৈ পুঁজি নিদিয়ে।
@@manjubarman1855 গৌৰৱে কি চেট টো কৰিছে
😅কাম বাৰু সেইকাৰণে কৰিব পৰা নায় কিন্তু তেওঁৰ মুখ খনো চোন দেখিবলৈ টান নিৰ্বাচনৰ পাছৰ পৰা।
😂😂😂😂
Jurhat aneo agbarhi ase dibrugarh.re hujug ata paisu beya huwa nai baru ❤❤❤ thanks jurhat hujug kon Diya babe .
তহঁতৰ এইবোৰ দালালিয়ে কাম নিদিব।
সংসদে যোৰহাট খন সোণেৰে সাজি দিৱ নোৱাৰে,ৰাজ্যচৰকাৰে ভেদ-ভাও ৰাখিছে, এই জন দালাল যেন পাইছো, দালালৰ ভাত হেৰালে এই বোৰ বকে।
Jorhat r MP sagoi kam kora dom a nai jen paisu 🙏
Gaurav gogoi zindabad
পাগল
Bal
🔔 জুকাৰি থাক তই ।
যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৰাকী এটা পৰিয়ালৰ ভৃত্যহে। যোৰহাট বাসীৰ ওচৰত তেখেতৰ অৱদান নাছিল আৰু ভৱিষ্যতেও নাথাকে। জবাবদীহি কেৱল নকল গান্ধী পৰিয়ালৰ ওচৰত।
Dibrugarh t development korile upper assamese karone vhal
দাদাই ভাল কথা কৈইছে
যোৰহাট লোকসভা সমষ্টিত অকল যোৰহাট জিলা নাই।
Gaurav Gogoiey Paribo Toitu BJPr Supporter Mone Mone Thak Flight Solibo Dhaijya Dhar
Your opinions are certainly correct.He knows only how to criticize the Chief Minister of Assam.
এই জনে কথা বোৰ ভূল কৈ , কাৰণ জিকিলেহে জনতাৰ কাম কৰিব , আপুনি কোৱাৰ দৰে,যদি বিৰোধি চৰকাৰ হয় তেতিয়া হ'লে আপোনাৰ কাৰণে দাই চেনী আদিৰ বস্তূ-ৰো দাম বেলেগ হ'ব লাগিব ,কাৰণ ভোট দিয়া নাই , এই মানসিকতা বিলাক এৰি দিয়ক,আছল কথা ওজন কৰা দগা বিলাক চিনি পাওক ,মাএ স্বা্থৰ কাৰণে কাম বা কথা ক'ব নালাগে আৰু বহুতো ক'ব ৰ মন যায় ...!!!!?
Apuni ekebare hosa kotha koise kintu tothapiu nijor swarthor karone jorhatot unnoyonor kam nokoribo joyi nuhuar karone enekoi raijor uporot pratikhud lobo heituo kintu support koribo nuari.
@@aliciadawns8535অ'যোৰহাট সমষ্টিৰ টেক্স সাংসদজনৰ পূঁজিলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে তেতিয়াহলে কাৰণ যোৰহাটৰ টেক্স চৰকাৰৰ ভঁৰাললৈয়ে যায় ।নহয় জানো ৰাইজ
কি বকি আছে হে চৰকাৰ মানে কি আৰু চৰকাৰে যে টেক্স লয় সেইবোৰ কি এখন ৰাজ্যৰ নে ৰাজ্যত থকা নিৰ্দিষ্ট সমষ্টিৰ পৰা লোৱা হয় তাকে ভালদৰে বুজাই দিয়কচোন ব্যক্তি যিয়ে নহওক পাৰ্টি যিয়েই নহওক ৰাইজৰ পইচা জানো চৰকাৰৰ ভঁৰাললৈয়ে যোৱা নাইনে?
Jorhat r MP r kam korar dom nai jen paisu, logote nije kam aani koralehe aami teur kotha aru kamr majot difference nai buli mani lobo marim sagoi 🙏
2kam...nai..toi..mir..tolot..s 1:05 oli
খাই পাত ফলা এচামে উন্নয়ন নিবিচাৰে বিছাৰে পৰিয়াল তন্ত্ৰৰ গোলাম হৈ থাকিবলৈ লগতে বিছাৰে উজনি নামনিৰ জাতি পাতিৰ লেতেৰা ৰাজনিতী
MLA hoboloi napai eman khong
Pujari da
CM ৰ কথাত কোনো ভিত্তি নাই।
Rahul babak unnot koriboloi koooo
ৰাহুল বাবাই যোৰহাট খন পাকিস্তানৰ দৰে উন্নয়ন কৰে বুলিহে ভয় ।
আপোনাৰ লাজ নাই নিজৰ জিলাক ভাল পাই নে নাপায় ?
Val pai karon sahoi tew kotha keita koise jen paisu
Puzari dangoriya apunaloi ata anurudh juwa 5ta basar panchyat kaijokalot president hoi raijor tez khuwa manuhok 7/8 hajar paisa nedeli sarkari ghar nediya, 10 laksh tokar ghar torja bair logai paisa sob khaithuwa manoxikotar manuhok apuni phone kori ZPC babi BJP set diboli matenesi dada apunaloi kindly request anikuwa manuhok ZPC ticket nedibo
we proud our great cm kormaveer dr himanta biswa Sarmah ✌️
Aithu notun kotha nohoi jhi govt thakibho tar mp hay development hobho haithu congress dinoth ashil
বিজেপিত থকা কেইজনেইতো কংগ্ৰেছি। কংগ্ৰেছক বদনাম কৰি আঁতৰি গৈছে এইবোৰকেইতো স্বাৰ্থলোভী বুলি কয়।
Gaurav gogoi jikar karone tarmane unnoyoor kambur jorhatot roi gol , borhia politics mane business solaise dei heitu praman
hoi gol enekoi ki axomok uddhar koribo !!!! Bor beya sinta dhara dekhun.
Right sir,sangbadik jon k apuni uchit uttar dise.
Cccc dada
Ekdam right kotha,
Jorhat international stadium konor kamu slow hoise bohut
Sab ka sath sab vikash ❤
Progress is before gaurav gogoi all project before gaurav gogoi
Moy rajniti manu nohoy ki 2 grv assam lage
Alp man lahe lahe kowk na
Gourav Gogoi ata arthohin MP Jorhat r babe.Kaziranga ari thoi ahile ako di thoi ahibo nowarile,Jorhat k o ako dibo noware.
Bjp jindabad
6 community st status to ehh main karon jorhat election r
Because Jorhat 8 lakhs ahom voter ase so ahom eh st status nupuwar babe ehh to hol..
N mla election t r u ulabo karon..jati rajniti to bese hobo dhorese Assam t 🤔🤔🤔🤔🤔
Bjp eh 2024 promise kora 6 community st status but aje Loike nahol so
Main kotha to ere jete koi laav nai
Karon ahom st status napale upper Assam r ahom dominate 35 mla seat ke hobo heto main kotha
🤔🤔🤔🤔🤔
Jai Hind 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
Only 5 community no bagania
এই বাতৰি মূখ্য মন্ত্ৰীয়ে কোৱাইছে, নিজৰেই নিউজ চেনেলৰ সাংবাদিক।
Moi jiman khini income kori asu tar jimn khini text katise xeikhini BJP e dibo neki sudir vai
cm hobo 26t jorhatr pora .mama ketiau jikibo pora nai jorhatr pora
এই শিয়ালটোৱে কি বকি আছে বাৰু আপুনি MP হৈ কাম কৰি দেখোৱা তাৰ পিছত কবা আপোনাৰ কথা শুকুৰ আলি নে কি সেইজনৰ কথাৰ মাজত পাৰ্থক্য নাই ।
Fox kun homoyat gom pua jabo
Sorry sir…i m not agree with u… gourav gogoi❤❤❤❤
Inei manuh America, Dubai juwa ni text june di ase xi gom pai toi batori di ki gom pao poisa pai aso BJP pa tola pai aso di thak. Journelist 4th stomvo hisape xonbidhan t asil etiya sob misa
He bhogowan..baahh val politics korise...agor sorkare kintu birudhi montrie hokolok tenekuwa kora nasil....jonohadharonok tenekuwa kora nasil....
Amar mama mati lav nai najai aruu jurhat gaurav gogoi mate bo laga vote disilaa nohoi jurhat 😠
Misa kotha BJP tenekuwa party nohoi aru
Oha 2026sonor electionot jorhator hokolu keita seat BJP partye pabo.karon keibatau ase.
পাগল তই আবুল তাবুল বকিলৈ লাজ নাই
Goroba mudik gali pora only
যোৰহাটৰ উন্নয়ন নহ'লে ২৬ ত ভোট বিচাৰি আহিলে তহতৰ পিঠি বহল হব,ৰাইজৰ টেকচৰ টকাৰে যোৰহাটতো উন্নয়ন হব লাগিব লগতে যোৰহাট মাজুলিৰ দলঙখন কি হ'ল?ৰাইজৰ টেকচৰ টকাৰে খালি মামাৰ পৰিয়ালৰ উন্নয়ন হৈ থাকিলেই নহব গৰুহত,এই বোৰ যোৰহাটৰ নিলাজ সন্তান।😡😡😡😡
MP sai a ki korise janu, aami u tewr mukholoi sai he asu
Faltw news
Mojja❤kotha koise news tut
Sudurbhai
Alop halinota thakile val, kua babe beya napabo 🙏
Heituk interview kunu
লাজ নাই নেকি আবুল তাবুল বকিলৈ
Aamr ta val a lagise 🎉
@santanuduarah7188 লাজ নাই দুখীয়া মানুক ১২০০ টকা দি অসম খন শেষ এইবোৰ খেদিব লাগে
Holeu hemanta manuh tu hojom nohoi kla
Koliabor galaigorb goll
4000 koti project khni amr jorhat t rokhai de manuh k olp kosto di ne hemanta tati next 2026 t ako sobota bjp jiki jabo 😂😂
Faltu news Un
Subscriber
BJP a Badmashi Kori Aase Gaurav Gogoi Jika Kaine 😡😡😡😡
Tho tho beng tu 😂😂😂
Kun oi eitu kela
Father son both pappu of Assam
হৰকান্ত ডাঙৰীয়া বংশবাদ কোনো গণতন্ৰ নহয় । সেয়া ৰাজতন্ত্ৰ বা সামন্তবাদ হে। সামন্তবাদৰ পৰা ৰক্ষা পাবলৈ পৃথিৱীৰ প্ৰায় সকলো দেশেই সংগ্ৰাম কৰি আজি গণতান্ত্ৰিক ৰূপে গঢ় লৈছে। তোমাৰ চিন্তাধাৰা উৰ্ধগামী নহয় অধগামী হে হৈছে।