Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Bhut bhut besi vl lgise dada ♥️
ইমান ধুনীয়া নাটক ।। ক'বলৈ ভাষা নাই , সচাই ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক সম্পদ হয় ।। জাৰজ ৰ আৰু এখন অৰ্থাত্ jaraj part 3 নামেৰে আৰু এখন নাটক চাবলৈ আশা কৰিলো ।।
সচাকৈ থিয়েটাৰ বূলি ক'লে চম্পক শৰ্মা ছাৰৰ নাটক, অভিনয় লেখত লবলগীয়া আৰু অন্তৰ স্পৰ্শ কৰি যায়🙏🙏🙏ছাৰ আপুনি দীৰ্ঘায়ু হওক তাৰে কামনাৰে,🙏🙏🙏 ধন্যবাদ
Share kri dibo hokolua
নিশ্চয় ককাইদেউ🙏🙏🙏
Nitsoy dada
Apuni mur inspiration dada bhut val paw apunak ❤️❤️😘
Apunar xokolo nat upload kribo dada.
sir theatar মঞ্চত অভিনয় কৰিব বহুত হেপাহ আছে সুযোগ পোৱা নাই , যদি পাৰে sir সুযোগ এটা প্ৰদান কৰিব বুলি আশা ৰাখিলো ধন্যবাদ ।।
বুকু চুই গ'ল দাদা । আপোনাৰ কাহিনীত বাস্তৱ থাকে । যিটো মোৰ অতিকৈ প্ৰিয় । আৰু লগতে আপোনাৰ নাটকৰ সুন্দৰ সংলাপে মোক অতিকৈ আকৰ্ষণ কৰে ।
Thanks for all e
ৰৈ আছিলোঁ চম্পকদা ...ইমান জীৱন্ত আপুনি প্ৰতিটো চৰিত্ৰত । সাংঘাতিক এটা অনুভৱ যি অনুভৱে কলিজা চুই গৈছে । 'জাৰজ' ....প্ৰতিজন কলাকুশলিলৈ বহুত বহুত শুভকামনা জনালোঁ । পিছৰ নাটক খনলৈ অপেক্ষাৰে .....
বহুত বহুত সুখী চম্পক দাদা।জনা হোৱাৰে পৰাই আনে আপোনাক কি বুলি ভাবি আহিছে নাজানো মই কিন্তু আপোনাক নাটকৰ দেৱতা বুলি এ ভাবি আহিছো আৰু অনাগত দিনবোৰত সদায় নাটকৰ দেৱতা হৈয়ে ৰাইজক দৰ্শকক উপহাৰ দি যাওক একো একোখন হৃদয়স্পৰ্শী হাহি কান্দোনেৰে ভৰা নাটক
আপোনাৰ মঞ্চ কপোৱা অভিনয়ত মুগ্ধ আছিলোঁ, আছো আৰু থাকিম....
লক ডাউনৰ বাবে শিল্পী সকলৰ অসুবিধা হৈছে, আপোনালোকে ভ্ৰ্যামমান জগতখনৰ এৰি নিদিব ।আপোনাৰ সকলো বোৰ নাটকেই চাইছো, বহুত বহুত ভাল লাগে
চম্পক দা অভিনয় ধুনীয়া .. ভাষা নাই কোৱাৰ
Theatre r actor r vitorot apunar acting bht bht besi vl paw moi ❤❤😘😘
ভ্ৰাম্যমাণৰ সব্যসাচী চম্পক শৰ্মা ।। প্ৰিয় অভিনেতাজন
ভাল লাগিল।"নৰসিংহ " নাটক খন দিবলৈ অনুৰোধ থাকিল চম্পক দা।
প্ৰসেনজিৎ দাৰ অভিনয় মজা।।।। আৰু কাৰ কাৰ ভাল লাগে লাইক কৰিব।।।।।
নাটকখন চাই খুবেই ভাল লাগিল । 💓💓💓
Champak sir aponar acting mor bahut prioya
Duta part a salo bht bht val lagil.dada aponar avinoy..owawah.god bless you
দাদা, সচাকৈ আপোনাৰ অভিনয় অতুলনীয়।বহুত ভাল লাগিল।
Apple
Bohut dhuniya lagise video tu 😍😍
সঁচাকৈ আপোনাৰ অভিনয় বহুত ভাল লাগে।
" গৃহবন্দী " নাটক খনি উপভোগ কৰি বেছ ভাললাগিল। কাহিনী মূল ভাগৰ প্ৰত্যেক জনৰ সংলাপ সুন্দৰ ভাবে উপস্থাপন কৰিছে আৰু সাৰংশ ভাগ স্পষ্ট ভাবে ফুটি উঠিছে। নাৰী জীৱনৰ এক যন্ত্ৰনাময়ী গৃহবন্দী। প্ৰস্ততি পৰাশ'ৰ অভিনয়ে মুগ্ধ কৰিলে ।
সোনকালে দিয়াৰ বাবে ধন্যবাদ দাদা /❤❤❤❤❤❤❤
Champak da bohut vl lagil o
Bohut bohut val lagila dada , apunar natok say amoni nalage,
মঞ্চলৈ ভাল দিন সোনকালেই যেন ঘূৰি আহে।। আপোনাৰ মঞ্চ কঁপাই তোলা অভিনয় যেন পুনৰ চাবলৈ পাওঁ।।
বহুত ভাল লাগিল চাই 👌👌
Fantastic obinoi bohut Val lagil mozza
ধন্যবাদ দাদা অনুৰোধ ৰক্ষা কৰি সোনকালে দ্বিতীয় খণ্ডটো উপভোগ কৰাৰ সুবিধা কৰি দিয়া বাবে।স্বেয়াৰ কৰিছোঁ দাদা ।
সঁচাকৈ কবলৈ ভাষা নাই 😭😭😭🥀🙏🥀🙏 কি সুন্দৰ অভিনয় আজি জগতৰ বাস্তৱ ঘটনা বহুত সুন্দৰ লাগিল ।চকু পানী ওলাই গৈছে। আকৌ এনেকুৱা কাহিনী দেখা পোৱা আশাৰে আপোনাক ধন্যবাদ 🙏🥀🙏🥀🙏
Chapak sarma sir apuni dirghayu hok..apunar saistho bhogobane khdai vle rakhok..khosa ke apunar natok khon sai bohot val lgil..
সুন্দৰ হৈছে চম্পক দা। ভ্ৰাম্যমাণ মানেই তোমাৰ অভিনয়।
mojjjaa lagil
Hundor ovinay n hundor kahini bohut bhal lgil dada..
সুন্দৰ নাটক। সুন্দৰ অভিনয়।
সঁচাকৈ বহুত ভাল লাগিছে দাদা
Champak Dada apunar abhinoyar logate sakalure abhinoy iman sundor hoise bare bare sau hepah nopolai.
Mojhaaa mojhaaa 👌🔥 bohut vl lagil. Thank you dada . 2nd part 2 diya babe 👍
bhut val lge ,,champak da abhinoy,sai thkibo mn jai
সুন্দৰ
Bht vl lagil de Sai.... Apuni aguwai jaok....
Val lagil bohut . Story tu
চাৰ বহুত ধুনীয়া নাটক হয়। আপোনাৰ নতুন নাটক চাবলৈ আশাৰে বাট চাই আছোঁ ।
Champak da apunar ovinoi or kotha ki kom bhut bhut vl lagil sai
til bahadur da apuni juiii🔥🔥🔥
Nat khon sai Kimn anondo palu bhakhare bujabo nuwaru . Sir apunar aei nat khon sai moi apunak selut disu . Apunai aru anekua nat likhibo buli akha korilu . Aru apunar dirghaiu kamona korisu .
Dhuniya champak da
Hosai bohu bhal lagil sai. Bohu hundor ..
এটা কথাত কলো মজা । ভাল লাগিল
dhuniya dada...ru pam buli akha thakil
ভাল লাগিল বহুত
সুন্দৰ দাদা।। ইয়াৰ পাছত যোৱা দুবছৰৰ ইতিহাস থিয়েটাৰৰ কেইখন দিব।। আপোনাৰ অভিনয় সচাই শলাগ লবলগা 🤞
Sundor natok .aponar sinta dharaonannya
2022 to 2024 sai asuuu... Amoni loga nie dada❤❤
Bahut bahut val lagil dada natok khon sai. Aru dibo sun daada 👌👍👍 salute dada
বহুত ভাল লাগিল দাদা ❤❤💝💝
Dada bohot val lagise, story tu excellent kin2 🙏
Waoo bhut val lgile Natok khn
Bohut dhuniya acting bohut val lagil sai
Bohut val lagil natok khon sai Champak da❤️❤️❤️❤️
kiman hundor natok. kiman bolisto abhinoy apunar... bor dhunia champak sir
supra.hoise.dada.supar.im.nk
Dil bahadur or dil ta bohut val ase Sai bohut val lagil Aru notun notun ovinoy ahar opekhat roi asu
Bahut val lagil dada agaloy aru ane nat sab pam boli akha thakil
আপোনাৰ সৃষ্টি বৰ অনুপম দাদা
Hundor ❤❤❤❤
Bht ভাল লাগিল দাদা love you so much❤️😍
বহুুত ধুনিয়া
বহুত ধুনীয়া দাদা
Hosa koi,a Bohut val lagil
Bah ki সুন্দৰ
Val lagil sai
Thank you dada bhut Val lagil
মন ভৰি গ'ল অ'
দাদা বহুত বহুত ভাল লাগিল
A moja...matra aibar rajtilok theatre rokhi asu
Chamapak da mor ghr pathsalat.mai theatrer pagl.apunar acting salute.apuni perfect actor.bhut dukh lgil acting sai.vl din ghuri ahk.apunk staget sab bisaru.
Bohut val lage apunalukor teamtuk
Most most brilliant beautiful ❤️❤️❤️
Moja লাগিছে আৰু মই bohot ভাল পালে আৰু দে
Bohut dhunia
Sai asu dada just upload korila... Val lagil
Buku sui gol bht val lagile sai
বহুত বহুত ভাল লাগিল ১০০%
Dada thank you SO much dada 2nd part tu bohut dinor pora roi asilu saboloi
Sahsakoi Eman dhunia aru je ketia dekha pam.
Mohapap aru narasingha khon lage sir sunkale please 🙏🙏🙏
সঁচাকৈ আপোনাৰ অভিনয় বৰ ধুনীয়া দাদা আপুনি আমাৰ গৌৰব এই অভিনয় ৰ বাবে হাজাৰ বাৰ প্ৰনাম🙏🙏🙏🙏
Dada bohut val lagil agloi aru dib buli opekhya kori asu ❤️❤️
Bahut Val lagese
প্ৰসেনজিত দাৰ অভিনয় চাই মই বহুত ভাল পাও
Bhut vl lgil
Dabol thanks super hoise kahini
😢 উপস্থাপন ধূনীয়া হৈছে, মান মৰ্য্যদা সকলো বজাই ৰাখিছে, সমাজৰ মাজত এনে ধৰণৰ কাহিনী আগবঢ়ায় যাব বুলি আশা ৰাখিলোঁ,
bohut val lagile sai iman dhuniya Natak
অতি সুন্দৰ
Hosakoi bohut val lagil .
নাটকখন চাই খুবেই ভাল লাগিল😊
Narasingha khon lga next
বহুত বহুত ভাল লাগিল।
বহুত ভাল লাগিল নাটক খন ছাই
Bhut bhut besi vl lgise dada ♥️
ইমান ধুনীয়া নাটক ।। ক'বলৈ ভাষা নাই , সচাই ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক সম্পদ হয় ।। জাৰজ ৰ আৰু এখন অৰ্থাত্ jaraj part 3 নামেৰে আৰু এখন নাটক চাবলৈ আশা কৰিলো ।।
সচাকৈ থিয়েটাৰ বূলি ক'লে চম্পক শৰ্মা ছাৰৰ নাটক, অভিনয় লেখত লবলগীয়া আৰু অন্তৰ স্পৰ্শ কৰি যায়🙏🙏🙏ছাৰ আপুনি দীৰ্ঘায়ু হওক তাৰে কামনাৰে,🙏🙏🙏 ধন্যবাদ
Share kri dibo hokolua
নিশ্চয় ককাইদেউ🙏🙏🙏
Nitsoy dada
Apuni mur inspiration dada bhut val paw apunak ❤️❤️😘
Apunar xokolo nat upload kribo dada.
sir theatar মঞ্চত অভিনয় কৰিব বহুত হেপাহ আছে সুযোগ পোৱা নাই , যদি পাৰে sir সুযোগ এটা প্ৰদান কৰিব বুলি আশা ৰাখিলো ধন্যবাদ ।।
বুকু চুই গ'ল দাদা । আপোনাৰ কাহিনীত বাস্তৱ থাকে । যিটো মোৰ অতিকৈ প্ৰিয় । আৰু লগতে আপোনাৰ নাটকৰ সুন্দৰ সংলাপে মোক অতিকৈ আকৰ্ষণ কৰে ।
Thanks for all e
ৰৈ আছিলোঁ চম্পকদা ...ইমান জীৱন্ত আপুনি প্ৰতিটো চৰিত্ৰত । সাংঘাতিক এটা অনুভৱ যি অনুভৱে কলিজা চুই গৈছে । 'জাৰজ' ....প্ৰতিজন কলাকুশলিলৈ বহুত বহুত শুভকামনা জনালোঁ ।
পিছৰ নাটক খনলৈ অপেক্ষাৰে .....
বহুত বহুত সুখী চম্পক দাদা।জনা হোৱাৰে পৰাই আনে আপোনাক কি বুলি ভাবি আহিছে নাজানো মই কিন্তু আপোনাক নাটকৰ দেৱতা বুলি এ ভাবি আহিছো আৰু অনাগত দিনবোৰত সদায় নাটকৰ দেৱতা হৈয়ে ৰাইজক দৰ্শকক উপহাৰ দি যাওক একো একোখন হৃদয়স্পৰ্শী হাহি কান্দোনেৰে ভৰা নাটক
আপোনাৰ মঞ্চ কপোৱা অভিনয়ত মুগ্ধ আছিলোঁ, আছো আৰু থাকিম....
লক ডাউনৰ বাবে শিল্পী সকলৰ অসুবিধা হৈছে, আপোনালোকে ভ্ৰ্যামমান জগতখনৰ এৰি নিদিব ।আপোনাৰ সকলো বোৰ নাটকেই চাইছো, বহুত বহুত ভাল লাগে
চম্পক দা অভিনয় ধুনীয়া .. ভাষা নাই কোৱাৰ
Theatre r actor r vitorot apunar acting bht bht besi vl paw moi ❤❤😘😘
ভ্ৰাম্যমাণৰ সব্যসাচী চম্পক শৰ্মা ।। প্ৰিয় অভিনেতাজন
ভাল লাগিল।
"নৰসিংহ " নাটক খন দিবলৈ অনুৰোধ থাকিল চম্পক দা।
প্ৰসেনজিৎ দাৰ অভিনয় মজা।।।। আৰু কাৰ কাৰ ভাল লাগে লাইক কৰিব।।।।।
নাটকখন চাই খুবেই ভাল লাগিল । 💓💓💓
Champak sir aponar acting mor bahut prioya
Duta part a salo bht bht val lagil.dada aponar avinoy..owawah.god bless you
দাদা, সচাকৈ আপোনাৰ অভিনয় অতুলনীয়।বহুত ভাল লাগিল।
Apple
Bohut dhuniya lagise video tu 😍😍
সঁচাকৈ আপোনাৰ অভিনয় বহুত ভাল লাগে।
" গৃহবন্দী " নাটক খনি উপভোগ কৰি বেছ ভাল
লাগিল। কাহিনী মূল ভাগৰ প্ৰত্যেক জনৰ সংলাপ সুন্দৰ ভাবে উপস্থাপন কৰিছে আৰু সাৰংশ ভাগ স্পষ্ট ভাবে ফুটি উঠিছে। নাৰী জীৱনৰ এক যন্ত্ৰনাময়ী গৃহবন্দী।
প্ৰস্ততি পৰাশ'ৰ অভিনয়ে মুগ্ধ কৰিলে ।
সোনকালে দিয়াৰ বাবে ধন্যবাদ দাদা /❤❤❤❤❤❤❤
Champak da bohut vl lagil o
Bohut bohut val lagila dada , apunar natok say amoni nalage,
মঞ্চলৈ ভাল দিন সোনকালেই যেন ঘূৰি আহে।। আপোনাৰ মঞ্চ কঁপাই তোলা অভিনয় যেন পুনৰ চাবলৈ পাওঁ।।
বহুত ভাল লাগিল চাই 👌👌
Fantastic obinoi bohut Val lagil mozza
ধন্যবাদ দাদা অনুৰোধ ৰক্ষা কৰি সোনকালে দ্বিতীয় খণ্ডটো উপভোগ কৰাৰ সুবিধা কৰি দিয়া বাবে।স্বেয়াৰ কৰিছোঁ দাদা ।
সঁচাকৈ কবলৈ ভাষা নাই 😭😭😭🥀🙏🥀🙏 কি সুন্দৰ অভিনয় আজি জগতৰ বাস্তৱ ঘটনা বহুত সুন্দৰ লাগিল ।চকু পানী ওলাই গৈছে। আকৌ এনেকুৱা কাহিনী দেখা পোৱা আশাৰে আপোনাক ধন্যবাদ 🙏🥀🙏🥀🙏
Chapak sarma sir apuni dirghayu hok..apunar saistho bhogobane khdai vle rakhok..khosa ke apunar natok khon sai bohot val lgil..
সুন্দৰ হৈছে চম্পক দা। ভ্ৰাম্যমাণ মানেই তোমাৰ অভিনয়।
mojjjaa lagil
Hundor ovinay n hundor kahini bohut bhal lgil dada..
সুন্দৰ নাটক। সুন্দৰ অভিনয়।
সঁচাকৈ বহুত ভাল লাগিছে দাদা
Champak Dada apunar abhinoyar logate sakalure abhinoy iman sundor hoise bare bare sau hepah nopolai.
Mojhaaa mojhaaa 👌🔥 bohut vl lagil. Thank you dada . 2nd part 2 diya babe 👍
bhut val lge ,,champak da abhinoy,sai thkibo mn jai
সুন্দৰ
Bht vl lagil de Sai.... Apuni aguwai jaok....
Val lagil bohut . Story tu
চাৰ বহুত ধুনীয়া নাটক হয়। আপোনাৰ নতুন নাটক চাবলৈ আশাৰে বাট চাই আছোঁ ।
Champak da apunar ovinoi or kotha ki kom bhut bhut vl lagil sai
til bahadur da apuni juiii🔥🔥🔥
Nat khon sai Kimn anondo palu bhakhare bujabo nuwaru . Sir apunar aei nat khon sai moi apunak selut disu . Apunai aru anekua nat likhibo buli akha korilu . Aru apunar dirghaiu kamona korisu .
Dhuniya champak da
Hosai bohu bhal lagil sai. Bohu hundor ..
এটা কথাত কলো মজা । ভাল লাগিল
dhuniya dada...ru pam buli akha thakil
ভাল লাগিল বহুত
সুন্দৰ দাদা।। ইয়াৰ পাছত যোৱা দুবছৰৰ ইতিহাস থিয়েটাৰৰ কেইখন দিব।। আপোনাৰ অভিনয় সচাই শলাগ লবলগা 🤞
Sundor natok .aponar sinta dharaonannya
2022 to 2024 sai asuuu... Amoni loga nie dada❤❤
Bahut bahut val lagil dada natok khon sai. Aru dibo sun daada 👌👍👍 salute dada
বহুত ভাল লাগিল দাদা ❤❤💝💝
Dada bohot val lagise, story tu excellent kin2 🙏
Waoo bhut val lgile Natok khn
Bohut dhuniya acting bohut val lagil sai
Bohut val lagil natok khon sai Champak da❤️❤️❤️❤️
kiman hundor natok. kiman bolisto abhinoy apunar... bor dhunia champak sir
supra.hoise.dada.supar.im.nk
Dil bahadur or dil ta bohut val ase
Sai bohut val lagil
Aru notun notun ovinoy ahar opekhat roi asu