নদী মাথোঁ বয় (lyrics ৰ সৈতে)//Nodi mathu boi(with lyrics)//নীলিমা খাতুন//Nilima Khatun

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 14

  • @dipanjaliborah8322
    @dipanjaliborah8322 Рік тому +1

    Nice ❤️.

  • @jonaksvlog2674
    @jonaksvlog2674 2 роки тому +2

    কি সুন্দৰ কণ্ঠ। কি সুন্দৰ কথা। মোৰ অতি প্ৰিয় গীত

  • @DebbojitMardi-ij6jd
    @DebbojitMardi-ij6jd Рік тому

    My favorite song

  • @rupjyotirabha2714
    @rupjyotirabha2714 Рік тому

    🥰🥰🥰😍😍😍😘😘😘

  • @bijoygogoi2806
    @bijoygogoi2806 Рік тому +1

    Nice song

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому

    গীতিকাৰ কেশৱ মহন্তৰ ডাঙৰীয়াৰ কথাৰে, আৰু দৰদী শিল্পী নীলিমা খাতুন বাইদেউৰ এটি কালজয়ী গীত। বোলছবি আছিল"দীপজ্যোতি"। সংগীত পৰিচালক ৰমেন বৰুৱা দেৱ। গীতটি ইমানেই জনপ্ৰিয় যে সৰু,বৰ সকলো বয়সৰ লোকৰে অতি প্ৰিয়। সাংস্কৃতিক অনুষ্ঠান বোৰত এই গীতটো প্ৰায়েই শুনিব পোৱা গৈছিল। অৱশ্যে তেখেতৰ প্ৰতিটো গীতেই শ্ৰোতাৰ অতি প্ৰিয়।"এটি চৰাই গুণ গুণাই,কি সুৰ জানো মোক গ'ল শুনাই...","আজি মেঘৰ মাদল বাজিলে, মোৰ মনৰ ময়ূৰে নাচিলে,....""দিন দিন নদীকে চাই ৰলো যে পানচৈ আহে বুলি চালোঁ মে...""তুমি আহিবা বুলি বাৰে বাৰে মই, পদূলি মূখলৈ চাওঁ,আগ চোতালৰ কৰবী জোপাত,কিজানিবা দেখা পাওঁ, কিজানি বা দেখা পাওঁ...."আদি গীতবোৰ চিৰসেউজ গীত তথা শ্ৰোতাৰ অতি প্ৰিয় গীত। ধন্যবাদ।

    • @ranjanborah9857
      @ranjanborah9857 2 роки тому

      7 8tssl7

    • @dipluphukan
      @dipluphukan Місяць тому +1

      গীত টি প্ৰথমে ৰমেন বৰুৱাদেৱে বেলেগ এখন বোলছবিৰ বাবে প্ৰস্তুত কৰি নীলিমা খাতুন বাইদেউক শিকাইছিল। কিন্তু, বোলছবিখন কিবা কাৰণত নহ'ল। পাছত নীলিমা খাতুন বাইদেৱে গীতটি আধুনিক গীত হিচাপে ৰেকৰ্ড কৰিলে। গীতটি বাণীবন্ধনৰ সময়ত ৰমেন বৰুৱা দেৱ নাছিল। কিছু বছৰৰ পাছত দ্বীপ-জ্যোতি (১৯৮৬) বোলছবিৰ বাবে ৰমেন বৰুৱা দেৱে মনজ্যোস্না মহন্ত বাইদেউৰ কণ্ঠত গীতটি নতুনকৈ বাণীবদ্ধ কৰে। সুৰৰ ক্ষেত্ৰত গীতটোৰ দুটা সংস্কৰণৰ অলপ পাৰ্থক্য দেখা যায়। সম্ভৱ মনজ্যোস্না বাইদেৱে গোৱা গীতটিৰ সুৰ আচল।

    • @uttamkumarroy2583
      @uttamkumarroy2583 Місяць тому +1

      @@dipluphukan ঠিকেই 🙏

  • @banajitkalita8075
    @banajitkalita8075 Рік тому

    Film khan dib, please

  • @maheshbrahma7764
    @maheshbrahma7764 Рік тому

    Aei bilak he geet ontor sui juwa.

  • @ranjanborah9857
    @ranjanborah9857 2 роки тому

    24

  • @p.rsharma1681
    @p.rsharma1681 Рік тому

    Holo ton