Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
এইবোৰ আমাৰ অতুলনীয় সম্পদ । নিভাজ সহজ সৰল যাদু যাদু লগা কি সুন্দৰ । হৃদয় হাত পৰি যায় এই গানবোৰ শুনিলে । ২০২২ ট কোনে কোনে শুনি আছা ?? এটা লাইক কৰি দিয়া🤍
Ĺnu*kjpunñyyñ
সচাকৈ ভাল লাগিছে তুমি মোৰ মৰমৰে মইনা।
পুৰনি গানবোৰ শুনিলে কিবা আবেগিক হৈ পৰো।এপলক হলেও নিজকে পাহৰি পেলাও 😭
YES,
এইবোৰ চিৰযুগমীয়া গীত ।আমাৰ যৌৱনৰ মধুৰ ক্ষণবোৰ এইবোৰেৰে সজাইছিলো।
আগৰ যিবিলাক গায়ক-গায়িকা তেখেত লোকৰ গান সুনিলে দেহা শীতল পৰি যায় |
অ' হয় নেকি? পাৰিলে ফেন অফ কৰি সেই গানবোৰ শুনিব। কাৰেন্টৰ বিলটো ৰাহি হ'ব।
L
@@user-zu9om3fm9u😢
বহু দিনৰ মূৰত গীতটো শুনি ভাল লাগিল। এনেবোৰ চিৰসেউজ গীতে মনটো জীপাল কৰি তোলে।
বহুত ৰোমান্টিক হলে হে এনে ধৰণৰ গীতৰ জন্ম হব পাৰে। আজিকালিৰ বেপাৰী সকলে নোৱাৰে
Right
Old is Gold কথাষাৰ একেবাৰে সচাঁ ।
হৃদয় স্পৰ্শ কৰা গান।অমৰ গান
সঁচাকৈ এটি ধুনীয়া গান।
Really heart touching song, best song, my favourite song, I love you this song
বৰ ভাল লাগিল গীতটো শুনি ৷
সঁচাকৈ অতি সুন্দৰ গান , ভাল লাগিল
বহুত ধুনীয়া গীত । বাৰে বাৰে শুনিলেও আমনি নলগা ।
Iman dhuniya gan bohut xunilu amoni loga nai ganto xodai siro xeuj hoi thakok soindha ba aponak tq
আমাৰ অতীত ৰ গ্ৰাম্য জীৱনৰ এক প্ৰতিচ্ছবি ভাহি আহে আৰু এক কালজয়ী গীত শ্ৰদ্ধা ৰ শিল্পী দুয়ো লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ
সচাকৈ পুৰণি গীতবোৰ শুনি থাকিবৰ মন
এই পুৰণি গান বোৰ শুনিবলৈ পালো বৰ ভাল লাগিল ।
Best song, my favourite song, I love you this song,my favourite song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song
Evergreen songs, heart touching ❤❤
Wonderful song. Hatts off to JP Das, Charu Gohain and Sandhya Menon for this wonderful song.
বহুদিনৰ পিছত গানটো শুনি বহুত ভাল লাগিল॥এনে দৰে পুৰণি গান বোৰ দি থাকিব॥
Love this song. Old is gold
Uff emn val lage
অতি সুন্দৰ,,পুৰণি গানৰ মদকতাই সুকীয়া।ইমান কোমল শব্দ ,কোমল সুৰ মন প্ৰাণ কঁপি উঠে।
6 to
Puni gan bahut bhal pano. Dhanyabad
Puroni gaan bilak mur bhut priyo hoi .
গানবোৰে মনৰ আবেগ দুৰ কৰি হৃদয় চাফ চিকুন কৰে আৰু জীৱৰ প্ৰতি সমান চকুৰে চাবলৈ প্ৰেৰণা যোগায়।
সচাকৈয়ে
Yes
স্কুলীয়া জীৱনত যেতিয়া এই গানটো শুনিছিলোঁ বৰ লাজ লাগিছিলি। কিন্তু এতিয়া ইমান যে ভাল লাগে!
Gan tu dhunia bar val lagise voice quality beautiful
সচাকৈ ভাল লাগিল তুমি মোৰ মৰমৰে মইনা
চাৰু দা,সদায় অমৰ হৈ থাকিব। মোৰ অতি শ্ৰদ্ধাৰ/মৰমৰ শিল্পী। সৰুৰ পৰাই তেখেতৰ গান শুনিছো।খুব ভাল পাওঁ।
Good romantic song
I like old songs ☺️
গানবোৰে বহুত সময়ত মনৰ কথাকে কৈ যায়।
ধুনীয়া গান ।শুনি বহুত ভাল লাগিল মোৰ।
Ai bor geet hridayt rakhiso
এটি সুন্দৰ প্ৰেমৰ গীত । শুনিলেই শুনি থাকিবলৈ মন যায়। দুখন হৃদয় জুৰাই ৰঙীণ সপোন......
Hosakoie gan tu bor val loga.. Old is gold kothakhar misa nohoi ❤❤
অতি সুন্দৰ গীত
সচাকৈ আগৰ গান বোৰ ভাল লাগে বাৰে'বাৰে শুনিব মন যায়
Bahut dhuniya hidoi sui jua gaan
Old is gold❤❤❤
পুৰণি গীতবোৰৰ কথাই বেলেগ বহুত দিনৰ পিছত শুনি ভাল লাগিল
Sweet song
বিহুৰ সাংস্কৃতিক অনুষ্ঠানত এওঁলোকৰ গীত শুনিছিলোঁ। এতিয়াও মনৰ কোনোবা চুকত সাছ বহুৱায়।
শুনি বহুত ভাল লাগে এই গানটো।
এই পুৰণা গীতবোৰ মোৰ বৰ প্ৰিয় এনেকুৱা দৰদী সুৰৰ গীত নতুন গীতত বহু কমেই পোৱা যায়
Hridoy jur Pori Jay. Bare bare xuni thakibo man jay.geet tu mor bahut priya.thank you.
Kub duniya lagise ei gaan
Ai bor geet hridayt so jotone rakhiso
Old is gold.evergreen song .
One of my favorite
Bor val lagise
Bha saru da god bless you.🎸🎸🎸
Sweet voice &...👍nice music..
পুনৰ গীত তো শুনি ভাল লাগিল l
সুন্দৰ গীত
এই গানটো মই খুউব ভাল পাওঁ
my favourite song...
গানটি শুনি মনতো জীপাল হৈ উঠিল
Gaan r kotha.... Uffff Dridoy sui jai
Xosake bhut dhuniya gaan tu xunile xuni thakibo mn jy
Moi ei gantu gai 1 priz paisu
Tamam voice quality.... kiman bhal loga gaan....
অপূৰ্ব সুন্দৰ গীত ।
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song, my favourite video
Mur papa a buhut val pai song to😊😊😊
কি যে আৱেগসনা গীত।।ভাষা নাই বুজাবলৈ
সুন্দৰ উপভোগ কৰিছোঁ
xundor geet. bahu dinor murot xunilo.
Evergreen song🙏🙏
Khub xundor geet🙏🙏💐💐💐
বৰ ভাল লাগিল
Old is gold
Charu Da, One of my favourite singers, His voice always touches me
পাঠ বাকচত ক্লিপ এটা পেষ্ট কৰিবলৈ তাৰ ওপৰত টিপক।পাঠ বাকচত ক্লিপ এটা পেষ্ট কৰিবলৈ তাৰ ওপৰত টিপক।
এঐ
@@puspanjoligohain3578 aa
Bohut dhuniya lagise gan to suni mok
Awesome
Lovely .....song
সন্ধ্যা মেননৰ মাত টো বৰ মিঠা আছিল । স্কুলত পঢ়ি থকাৰ দিনৰে পৰা ( সম্ভৱতঃ ১৯৮৫ চনৰে পৰা ) আজি লৈকে শুনি আছো , আজিও আমনি লগা নাই , এটা অপূৰ্ব সুন্দৰ গীত
Mojja lagil gaan2 huni
ধন্যবাদ টুটুল দাদা ও ছাৰ বহুত ধুনীয়া এটা গান শুনিবলৈ link টো দিয়াৰ বাবে ।।
Mon bhal lagil
Xosakoi
বহুত ভাল লাগিলে সছাই কৈছা
Tumi mur moromore moina,line tu hit..
কি বুলি কম বহু ত ভাল লাগিল
Vert very beautiful
Such a beautiful song ❣️...hosakoi e deuta htr dnt imn dhunia gaan bor asil
সচাকৈয়ে ৷ইমান ভাল লগা গীত ৷
👍 nice music
Oh! My heart bleeds. ❤❤❤
Oti hundor gan dei
শুনিলে হেঁপাহ নপলায়,বুকু ভৰি যায় ।
Best singer Dr.Sandhya Menon,Dr.Saru Gohain
Masterpiece...old is diamond
bahut Mozza aya
Haosakoi asorit val loga gan
Do Like The Song
Always favourite
বাঃ িক ম খুব from punjab
Tumi mor moromore moina❤❤❤
Redio .....90s monot pori jai
অপূর্ব, অনুপম।
সুন্দৰ
সুৰ তাল লয় অতি সুন্দৰ খুউব ভাল লাগে
Old bihu "নীল আকাশত উৰা মাৰে গংগা চিলনী, please