অৰুণোদয় আঁচনি ৰূপায়নৰ প্ৰথম পৰ্যায়তে দুৰ্নীতিৰ অভিযোগ

Поділитися
Вставка
  • Опубліковано 3 лют 2025

КОМЕНТАРІ • 556

  • @bijoysonowal4052
    @bijoysonowal4052 Рік тому +40

    জাৰ ঘৰ ফুল পকা আৰু চাকৰী থকা হ'ব লাগিব তেতিয়াহে অৰুণোদয় আঁচনী আৰু আই ৱাই। ঘৰ পাব এইখন চৰকাৰত টকা খোৱা চৰকাৰ প্ৰথম পাইছোঁ ধন্যবাদ থাকিল আৰু অলপ আগুৱাই জোৱা আৰু অলপ ভাল লাগিব দুখিয়াক মাৰি খোৱা

  • @Saath_Chale_toh_Jeetenge
    @Saath_Chale_toh_Jeetenge 4 роки тому +9

    I support Time 8 ♥️♥️♥️... Always speak for the people of Assam.

  • @AnimaKarmokar-o9g
    @AnimaKarmokar-o9g 4 дні тому

    ধন্যবাদ মামা ❤❤❤❤❤❤❤❤

  • @knowledgeispower280
    @knowledgeispower280 4 роки тому +7

    দৰং জিলাৰ বাজনা পথাৰ গাঁও পঞ্চয়ত তো দুৰ্নীতি হৈছে । Online byabostha hobo hobo লাগিছিল।

  • @shahibulhoque1308
    @shahibulhoque1308 4 роки тому +7

    আমাৰ ধুবুৰী জিলাত তেনেকুৱা হৈছে

    • @lakheswargogoi152
      @lakheswargogoi152 4 роки тому

      Inn he Ed

    • @lakheswargogoi152
      @lakheswargogoi152 4 роки тому

      Inn he Ed

    • @lakheswargogoi152
      @lakheswargogoi152 4 роки тому

      🚌💨💨💨🏃😂
      Missed a bus!
      🚌💨💨💨🏃😂
      Missed a bus!

    • @lakheswargogoi152
      @lakheswargogoi152 4 роки тому

      \(-ㅂ-)/ ♥ ♥ ♥\(-ㅂ-)/ ♥ ♥ ♥\(-ㅂ-)/ ♥ ♥ ♥\(-ㅂ-)/ ♥ ♥ ♥\(-ㅂ-)/ ♥ ♥ ♥\(-ㅂ-)/ ♥ ♥ ♥o==[]::::::::::::::::>o==[]::::::::::::::::>⌐╦╦═─⌐╦╦═─🚌💨💨💨🏃😂
      Missed a bus!
      🚌💨💨💨🏃😂
      Missed a bus!
      🏃🚄💨💨💨
      coming!
      🏃🚄💨💨💨
      coming!

  • @p.h.spatiencehardworksucce4339
    @p.h.spatiencehardworksucce4339 4 роки тому +5

    এটা কথা কব বিচাৰিছোঁ ভোট পাবো কাৰণে এইবোৰ আঁচনি না আনিব কাৰণ পিছত দেখা যাব যে যিমান ভোট পাব লাগে ইয়াৰ আধা ও নাপাব।। যদি পাৰে খাদ্য সামগ্ৰীৰ আৰু প্ৰয়োজনীয় বস্তুৰ দাম কম কৰক যাতে সমাজৰ সকল শ্ৰেণীৰ মানুহ উপকৃত হয়।। কাৰণ ভোট খালি আঁচনি লাভ কৰা মানুহ নিদিয়ে।

  • @ranjittamang6708
    @ranjittamang6708 4 роки тому +1

    ঔফুলীয়া গাও পনচ্ছায়তো একেই অবচতা

  • @gyannarah9677
    @gyannarah9677 4 роки тому +2

    জোতি দা মাজুলী আহকনা

  • @kalpanagogoi9531
    @kalpanagogoi9531 4 роки тому +6

    চৰকাৰে আঁচনি খন ভালেই দিছিলে, কিন্তু শোৱা দি থকা পালি প্ৰহৰী শিয়ালবোৰেই দেশখন খালে । আমাৰো একেই । যিকোনো ফৰ্ম জমা দিয়াৰ পাছত আকৌ মনে মনে নাম কতা মানুহে নসম কাটি দিয়ে ।

  • @ArchanaSDutta
    @ArchanaSDutta 7 місяців тому +1

    শিৱসাগৰ জিলাৰ দিখৌমুখ পঞ্চায়ততো সৰহসংখ্যক ধনী মানুহেহে অৰুণোদয় আঁচনি পোৱা দেখিবলৈ পাইছো দুখীয়া ভৰাল তলত বাস কৰা লোকেও নাপাই

  • @migompegu6696
    @migompegu6696 4 роки тому +2

    দক্ষিণ নাৰায়ণ পূৰ গাঁও পঞ্চায়ত হৈ আমাৰ অঞ্চলটো একেই পৰিস্থিতি। B J P সদস্য নহলে ৰুণোদয় আঁচনিৰ হিতাদিকাৰী হব নোৱাৰে। আৰু এই আঁচনি সুস্থ মহিলা সকলে লাভ কৰিব পাৰিছে।বিধবা মহিলা সকলে লাভ কৰিব পৰা নাই।আৰু যি সকলে লাভ কৰিছে তেকেত লোকেও 1000 হাজাৰ ওপৰত দি লাভ কৰিব পাৰিছে।

  • @arunkumartaid301
    @arunkumartaid301 4 роки тому +2

    He mozza

  • @basumataryranish5018
    @basumataryranish5018 4 роки тому

    Right and this is the correct

  • @bhaskardoley1181
    @bhaskardoley1181 4 роки тому +3

    Moi BJP karmi hou. Holeu eitu hubidha napalu dada

  • @SatyajitBiswas-d8q
    @SatyajitBiswas-d8q 8 днів тому

    Good khobar tomar sir .......

  • @LiliMechMoran
    @LiliMechMoran 18 днів тому

    ঠিকে আমাৰ ইয়াত বি যে পি কৰ্মিৰ ঘৰত ধান দাই দিয়া আৰু পথাৰ ৰুই দিয়া মনুৱে হে অৰুণদয় আঁচনি ফৰ্ম পাই হেনো । তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা পুৰণি পুখুৰী পঞ্চায়ত ।

  • @richipriya1516
    @richipriya1516 4 роки тому +2

    গোলাঘাট জিলাৰ দখিন দখিন হেঙেরা সমষ্টি টো কেলেঙ কারি। আমি d. C ছারক জনোৱা হল।

  • @aishamagar9390
    @aishamagar9390 4 роки тому

    Good news

  • @SatyajitBiswas-d8q
    @SatyajitBiswas-d8q 8 днів тому

    Good khobar sir .......

  • @anantamedak1268
    @anantamedak1268 13 днів тому

    100%দুৰ্নীতি হৈছে।

  • @riyanahmed7980
    @riyanahmed7980 4 роки тому +1

    এই দল টো কেলেন কাঢ়ি বৰা নেকি

  • @northeasternshow2592
    @northeasternshow2592 4 роки тому +1

    Ai baar kintu hokolu hekh hoi jaabo .......amar kisumaan gaolia MLA ase .......uporot thoka hokole olp soku diok.......nohole ami dol holai diaar sintaa kori asu kintu .......olop soku diok.......kisumaan gaonlia MLA haatot dol tur vobisiyot jaapi. Nidibo.....BJP jindabaad

  • @ধণশ্ৰিতালুকদাৰ

    আমাৰ গাওততো দুৰ্নিতি হৈচে

  • @lalitchintey4760
    @lalitchintey4760 4 роки тому +1

    Very nice

  • @sristibonyagogoi3760
    @sristibonyagogoi3760 4 роки тому +1

    অৰুনদয় আঁচনি বন্ধ কৰিব লাগে

  • @ziaruddinahmed697
    @ziaruddinahmed697 11 днів тому

    দেশখনত দুখীয়াক (ঐচৰকাৰ)লৈ ৰাজনীতি আৰু আঁচনি বন্ধ কৰিব লাগে

  • @BabulSinghYein
    @BabulSinghYein 9 місяців тому +1

    আমাৰ sivsaghr জিলাত ডিমৌমুখ গাওঁ হৈছে

  • @jagoadivasiNTV
    @jagoadivasiNTV 4 роки тому +11

    মই Lakhimpur চিয়াজুলি গাঁ‌ও পঞ্চায়তৰ বাসিন্দা।
    ১) মই "দৰিদ্ৰ সীমাৰেখাৰ তলত" (BPL), কিন্তু ইয়াৰ কোনো প্ৰ-পত্ৰ (Ration Card) নাই।
    ২) মই এজন খেতিয়ক, কিন্তু "প্ৰধানমন্ত্ৰী কিষান আচঁ‌নি"ৰ অন্তৰ্ভুক্ত নহয়।
    ৩) মোৰ মাতৃ ষাঠি বছৰ ঊৰ্ধৰ, কিন্তু কোনো "বৃদ্ধ বৃত্তি" (Pension) নাই।
    ৪) মোৰ মাতৃ বিধবা, কিন্তু কোনো "বিধবা বৃত্তি" (Pension) নাই।
    ৫) "অৰুণোদয়" আচঁ‌নিও আমাক ঢুকি পোৱা নাই।
    কিন্তু দুৰ্ভাগ্য যে আমি আচঁ‌নিসমূহ পাব পৰা নাই। আমি গাঁও পঞ্চায়তৰ সভাপতি-সম্পাদক তথা কাৰ্যকৰ্তাক জনাব বিচাৰো যে চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিৰ্দেশনা মানি চলিব। যদি হয় তেন্তে আমি নিশ্চয়কৈ আহ্লাদিত হ'ম।
    মোৰ প্ৰশ্নঃ ১) দৰিদ্ৰসকলক শোষণ কৰাটো ন্যায্য নে? ২) "প্ৰধানমন্ত্ৰী আবাস যোজনা" আচঁ‌নিতো আমাৰ নাম কৰ্তন কৰা হ'ব নেকি?

  • @hasenbasir314
    @hasenbasir314 4 роки тому

    Time 8 go ahead we are with you

  • @abhijitvlogs232
    @abhijitvlogs232 4 роки тому +1

    আৰু 5 বছৰ BJP ক জিকাই দিলে আমাৰ নিচিনা দুখীয়া মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হয় , আগতেই কৈছিল পৰিবৰ্তন আহিব BJP চৰকাৰৰ দিনত এয়াই পৰিবৰ্তন ,ঘন্টা চৰকাৰ

  • @lukmanhussain1725
    @lukmanhussain1725 6 місяців тому

    আমাৰ বঙাইগাঁও জিলাত বহুত দূৰ্নীতি আছে

  • @kobadali4207
    @kobadali4207 4 роки тому +2

    অৰুনাদয় আচনি বন্দ কৰিব লাগে

    • @majanidas6361
      @majanidas6361 4 роки тому

      Dhanola gaor 5 number btagilar xva ptiye nije xklo li ache xi ajn reloyel chakri kre xibole xkle chrka kriche xi xklo achni loi ache

  • @KarabiBora-c5t
    @KarabiBora-c5t 7 місяців тому +1

    ধনী কেইজনৰ পৰা টকা খাবলৈ পাইছে

  • @keshamayadevi6272
    @keshamayadevi6272 4 роки тому +1

    Nice👍👏

  • @bijoyaborah4628
    @bijoyaborah4628 7 місяців тому

    Moi ejoni bikolango juboti jorhat chengaliati gaonor pora koisu ..Moi agote bikolango dhon pai asilu , aji prai abosor din pua nai
    ..Moi panchayat presidentor usoroloi golu , Arunudoi office oloi golu aru social welfare office oloi goisilu , kintu etiyaloike dhon humua nai ..Tar babe sarkarok anurudh korisu tar biobostha korok ....😢😢

  • @polobiborha3422
    @polobiborha3422 4 роки тому +2

    আমি দুখিয়া বোৰে সদায় প্ৰতিবাদ কৰিব লাগে

  • @nomalkardong3209
    @nomalkardong3209 13 днів тому

    আমাৰ ধেমাজি জিলাতো হৈ আছে

  • @gyannarah9677
    @gyannarah9677 4 роки тому +7

    মাজুলী ছিৰিৰাম পনচায়ত ৭নং ৱাৰদত বেছিকৈ হৈছে

  • @assambrend6303
    @assambrend6303 4 роки тому

    Moi ajon member sem kondison moi congres r member

  • @gyannarah9677
    @gyannarah9677 4 роки тому +4

    উজনি মাজুলীত ছিৰীৰাম গাও পনচায়ততো হৈছে

  • @kumudboruah6597
    @kumudboruah6597 4 роки тому +2

    বিহপুৰীয়া সমষ্টি পানবাৰী পঞ্চায়তৰ বুথ কমিটিৰ president জনে নিজৰ পৰিয়াল তোক এই খন আঁচনি ত অন্তভূত্ব কৰিছে

  • @rahulali3962
    @rahulali3962 4 роки тому

    Good news.

  • @yeaminurrahman3764
    @yeaminurrahman3764 4 роки тому +5

    BJP govt r dinot jiman scheme ahise all scheme requirements only BJP lization.... Only corruption and corruption..Strongly protest against BJP govt....bjp go back

  • @jintigogoi5575
    @jintigogoi5575 4 роки тому

    আমাৰ শিৱসাগৰ জিলাটো বহুত দুৰ্নীতি হৈছে ।

  • @anilboruah1756
    @anilboruah1756 4 роки тому +1

    দুখীয়াই ধন দিব নোৱাৰে ধনীয়ে ধন দিব পাৰে সেইকাৰণে দুখীয়াৰ এই আঁচনি নহয়

  • @ziaruddinahmed697
    @ziaruddinahmed697 11 днів тому +1

    চৰকাৰে চাৰ্কোল অফিচাৰ আৰু বহুত অফিচাৰ আছে সেইবোৰৰ হতুৱাই ধনী,,/দুখীয়া/খেতিয়ক এইবোৰ চিনাক্ত কৰক আৰু খেলিমেলি/কেল্ঙকাৰ নহ'ব।অন লাইনৰ যোগ। আচলতে চৰকাৰে ভাল নহয় দুখীয়া মানুহৰ কথা কৈ সকলো ধনী মানুহকে দিয়ে। বুজি পাইছোঁ দুখীয়াক লৈ মাত্ৰ ৰাজনীতি।😢😂

    • @ziaruddinahmed697
      @ziaruddinahmed697 11 днів тому +1

      😢 চিনাক্ত কৰা অতিকৈ সহজ এই সময়ত

    • @ziaruddinahmed697
      @ziaruddinahmed697 11 днів тому

      চিনাক্ত কৰাৰ উপায়:_চাৰভে হ'ব লাগে আৰু সম্পত্তি চেক সম্পূৰ্ণ হ'ব লাগে

  • @mohendradohutia
    @mohendradohutia 9 місяців тому

    আচনি কেৱল বিজেপি দলৰ মানুহৰ বাবে।ধনী,গাড়ী,মাটি,বাৰি,খেতি থকা সকলে পায়।আৰু দুখীয়া দ্ৰৰিদ্ৰ পৰিয়াল বিজেপি নহলে ১৫/২০০০ টকা দিলেহে এজন মানুহক দিয়ে। বহুত দুখীয়া দ্ৰৰিদ্ৰ পৰিয়াল বঞ্চিত হৈছে।ধনী মানুহৰ আচনি।ধনীহলে এঘৰত ৩/৪ জনলৈকে অৰুণোদয় পায়।

  • @jadobroy9444
    @jadobroy9444 7 місяців тому

    আসাম কোনোর দুর্নীতি কমায় দেওক

  • @kausholasutradhar1206
    @kausholasutradhar1206 4 роки тому +1

    Yes.yes.yes.right.

  • @sumitsvlog3801
    @sumitsvlog3801 4 роки тому +12

    হয় সাংবাদিক দা আপুনি ঠিকে কৈছে মই শিলচৰ ৰ পৰা কৈছোঁ আমাৰ গাঁৱৰ ফালে হৈছে কেৱল বিজেপীৰ নিজৰ ঘণিষ্ট সকলক হে দিছে

  • @migompegu6696
    @migompegu6696 4 роки тому +2

    gus দিব পৰা সকলে hitadikari হব পাৰে।

  • @SahidaBagum-u4v
    @SahidaBagum-u4v 14 днів тому

    Hoyeasya

  • @utpalboroboro8573
    @utpalboroboro8573 4 роки тому

    RIGHT DHEMAJI BORDOLONI
    BOLOCK G .P MADHYA MING MANG MAL DELAI
    KAM HOI

  • @urmidutta476
    @urmidutta476 9 місяців тому +1

    সি, এম, মহাশয় (মামা) দুদিনের জীবন স্মৃতি তারই ছায়া দূরে গেলে মুছে যায় থাকে শুধু আপনার ভালো কাজ।

  • @sarmilaekka1181
    @sarmilaekka1181 4 роки тому +4

    হয় ধন নাই যাৰ
    মান নাই তাৰ ।

  • @ziaruddinahmed697
    @ziaruddinahmed697 11 днів тому

    মই দৰঙজিলাৰ যোগিপাৰা গাঁৱত অৱস্থিত এজন দুখীয়া বাসিন্দা ম ই ও আঁচনি বুলি একো পোৱা নাই

  • @rajashribhuyannath7697
    @rajashribhuyannath7697 4 роки тому +1

    আমাৰ ঘৰত দাদা আৰু বা দুয়ো জনেই বিকলাংগ। ধেমাজিৰ খুৱলীয়া পঞ্চায়তৰ অন্তৰ্গত ফৰ্ম পূৰাবলৈ মাতি ফৰ্মৰ নামত টকা ও লৈছে ,, তাৰ পাছত কয় লিষ্টখন ত আমাৰ ঘৰৰ নামেই নাহিল।

    • @probitraboruah9797
      @probitraboruah9797 4 роки тому +1

      উচিত তদন্ত কৰিব লাগে

    • @rajashribhuyannath7697
      @rajashribhuyannath7697 4 роки тому

      @@probitraboruah9797 তদন্ত কি কৰিব কাক লৈ কৰিব কথা এষাৰ কলেই সকলো ই বেয়া পায় ।চৰকাৰে কব বেলেগকৈ আৰু ৰাইজক বুজাব জনপ্ৰতিধিয়ে বেলেগকৈ ,, কেতিয়াবা বেয়াই লাগে আঁচনি বিলাকৰ ফৰ্ম বোৰ পূৰাবলৈ কাৰণ এনেই ফৰ্ম খনত বিকলাংগ বুলি জানো লাভ আছে কাৰণ ফৰ্ম খন আচলতে ধনী সকলৰ বাবেহে আহিছে ।। দেউতা দিন হাজিৰা কৰে আৰু ঘৰত দুজন কৈ এনেকুৱা মানুহ আছে সেইবোৰ আমিহে বুজিম ,, কোনো আঁচনীয়েও দুখী নাপাই

  • @malaibarilakhitaridimoria1101
    @malaibarilakhitaridimoria1101 4 роки тому +1

    দুৰ্নীতি হৈছে

  • @ganeshray882
    @ganeshray882 4 роки тому

    👍👍👍👍👍👍 sklotei akei prblm

  • @sahanarachoudhury5358
    @sahanarachoudhury5358 4 роки тому +2

    আমাদের Cachar জেলায় ও দূরনিতি চলছে

  • @nilakshisarmasarma8573
    @nilakshisarmasarma8573 4 роки тому +1

    গোৱালপাৰাত ও একে হৈছে

  • @monujdas4241
    @monujdas4241 4 роки тому +1

    Dibrugarh Lejai kolakhua president tenekoi korise

  • @sahidabegum6421
    @sahidabegum6421 4 роки тому +1

    Hoi Sir hilgatot hoise moi ajoni bidoba moi puwa nai

  • @m.r.krishnahelpyoutube3294
    @m.r.krishnahelpyoutube3294 4 роки тому +3

    BJP কর্মী এই আচনি লাভ করি আছে।
    Village. Uttar bor bil
    p.o. uttat bor bil.
    Distak .karbi anglonge(Assam)
    Pin.782481
    State- Assam
    D

  • @sayedali3652
    @sayedali3652 4 роки тому +3

    পৰিবৰ্তন আহিছে

  • @BiseswariDaimary
    @BiseswariDaimary 7 місяців тому

    Karbi anglang tu kisuman phonai 🌺🙏🌺

  • @sristibonyagogoi3760
    @sristibonyagogoi3760 4 роки тому

    💯 Right

  • @pranitarajbonshikumar2621
    @pranitarajbonshikumar2621 4 роки тому +1

    Time8 namber 2 diok

  • @Bvlog728
    @Bvlog728 4 роки тому

    Good work

  • @AmritKardong-j5q
    @AmritKardong-j5q 13 днів тому

    ধেমাজি জিলাৰ চিলাসুতী পঞ্চায়তটো একেই দুৰ্নীতি৷যাৰ পত্নী বিধৱাহো নহয় বিকলাংগও নহয় বিবাহ বিচ্ছেদো নহয় বৰঞ্চ চাৰি চকীয়া বাহনৰ মালিকে অৰুণোদয়ৰ ধন লাভ কৰি আছে৷কিন্তু প্ৰকৃত উপযুক্ত হিতাধিকাৰী বঞ্চিত হৈ আছে৷তাত ৰাজনীতিৰ পাকচক্ৰ সোমাই থাকে৷

  • @KhairulhussainAEICV
    @KhairulhussainAEICV 4 роки тому +2

    ৬০ নম্বৰ সমষ্টিৰ ৬১ নম্বৰ ঘোগা পঞ্চায়ত ও একে ধৰণৰ অবস্থা

    • @yeaminurrahman3764
      @yeaminurrahman3764 4 роки тому

      59 No Nalbari constituency.... Only corruption and corruption.... I'm from 16 no Khatikuchi gp under Ghograpar block....

  • @MoramiChutia-f6d
    @MoramiChutia-f6d 13 днів тому

    আমাৰু এগৰাকী বিধৱা বোৱাৰী এজনি আছে কিন্তুু মৰিয়ানি সমষ্টিৰ ৰোপজোতিক কৈও অৰুণউদয় আচনি পোৱা নই ।

  • @dhrubajyotisaikia3937
    @dhrubajyotisaikia3937 4 роки тому

    অৰুনদয় আছনি বাদ দিয়ক ঘৰৰ নামত পকা ঘৰ থকা মানুহৰ ঘৰৰ লিস্ততট নাম আহিছে এবাৰ ঘৰ পোৱা মানুহে ঘৰ পাইছে কিন্তু মই একেবাৰে দুখিয়া হৈ আজিলৈকে ঘৰ এটাকে নাপালো মেমবাৰক কলে দিম দিম বুলি কৈ থাকে মোৰ ওচৰৰ কেইবাতা পৰিয়ালে এবাৰ ঘৰ পাই আকৌ পাইছচে এইবোৰ বহুত দুৰনিতি কৰিছে ৷

  • @rokibulhussain7286
    @rokibulhussain7286 4 роки тому +1

    Arunudai Asoni nohoi Bjpudai asoni

  • @rahulgogoi392
    @rahulgogoi392 4 роки тому

    Dhamaji Lakhimpur Junaid majuli have a good day

  • @ramanandamondal1942
    @ramanandamondal1942 4 роки тому +1

    Lakhimpur nowboichatu bohut durniti hoise sarkare jate olop choku diye jen arunuday

  • @champawatitayre3401
    @champawatitayre3401 7 місяців тому

    ধেমাজি জিলাটো একেই দুৰ্নীতি।

  • @naturediscovery5640
    @naturediscovery5640 4 роки тому +2

    চব জমজ চৰকাৰ ।🤣🤣🤣
    দুখীয়াৰ মূৰ খোৱা।

  • @sangitarobidas9497
    @sangitarobidas9497 4 роки тому

    JORHAT 68 NO GP TU 1TA KELENKARI SOLI ASE

  • @rupsinggorh3849
    @rupsinggorh3849 4 роки тому

    Hoi sa sir

  • @JamalUddin-vm3sm
    @JamalUddin-vm3sm 6 днів тому

    বঙাইগাঁও জিলা জপিয়া গাওপঞ্চয়

  • @AntoDas-l3s
    @AntoDas-l3s 8 місяців тому

    Right

  • @gdentertainmenttiktokvideo4556
    @gdentertainmenttiktokvideo4556 4 роки тому

    আমাৰ শিৱসাগৰ ৰ শান্তিপুৰ গাওঁ পনচায়ততো একেয় পৰিৱেশ

  • @saytanathtamuli9975
    @saytanathtamuli9975 14 днів тому

    একে ঘৰতে পুতেকেও কূষকৰ পাই মাকেও পাই অৰোণ উদয় দেউতাকে পেঞ্চন পাই কিন্ত নুপুৱাই চৰকাৰী গেছতো নাপাই এইবোৰ গাৱত থকা লিদাৰৰ কাম ।

  • @AnjumaBegum-lr8dj
    @AnjumaBegum-lr8dj Місяць тому

    Good

  • @pranjalpagag1216
    @pranjalpagag1216 4 роки тому +1

    মই মাজুলীৰ , আমাৰ ইয়াতো একে কাহিনী

  • @sumidas3929
    @sumidas3929 4 роки тому

    হয় দাদা আমাৰ ইয়াতো হৈছে । কামৰূপ (ম)।

  • @babulsingha7742
    @babulsingha7742 4 роки тому

    Asol kotha manuhor manokhikota nisthur , Iyar poriborton nuhuwatu amr dekhor babe durbhyo

  • @zubingarganuragi7113
    @zubingarganuragi7113 4 роки тому +2

    লক্ষিমপুৰৰ ফুলবাৰী ত হৈছে... কালি ৰাইজে ধৰি উত্তম মাধ্যম দিছে 😁😁

  • @AXOMYTBORFOLONG
    @AXOMYTBORFOLONG 7 місяців тому +1

    Sir ami nai puha air ami BJP TEAM biswanath distiric ghopur😢😢

  • @tukendrapegu2747
    @tukendrapegu2747 Місяць тому

    Silapather Kujan
    GP.same problem BJ Partye.paise

  • @mainudavi9510
    @mainudavi9510 8 місяців тому

    Bjp নকৰিলে অরনোদয় বা ঘৰ নাপায়

  • @KrishnaDas-nz9vo
    @KrishnaDas-nz9vo 4 роки тому +1

    thanks time 8 namertu dibsu

  • @sasankachawdang4793
    @sasankachawdang4793 4 роки тому +1

    Orunudoi asoni b j p nasoni navi uliai nas

  • @niradagogoi5905
    @niradagogoi5905 12 днів тому

    সঁচা কথা

  • @DebakantaMili
    @DebakantaMili 9 місяців тому

    Amar gohpur ariyatu hoisa

  • @tazminaparbin936
    @tazminaparbin936 4 роки тому +3

    Dhubri distinct bilasipara t arunodoi scheme r kelenkari hoise

  • @manujboruah4716
    @manujboruah4716 4 роки тому

    A mojaa

  • @KhagenGatak
    @KhagenGatak 8 місяців тому

    ❤❤❤

  • @pechal4504
    @pechal4504 4 роки тому +1

    আমাৰ মংগলদৈ তো একে অবস্হা I