মৃদুলা বৰুৱাৰ জীৱনী | ক'ত হেৰাল | আইমী বৰুৱাৰ সৈতে সম্পৰ্ক কি | Mridula Baruah, husband, family
Вставка
- Опубліковано 30 вер 2024
- Mridula Baruah
Mridula Baruah biography
Mridula Baruah husband
Mridula Baruah family
assamese evergreen actress
assamese celebratty
assamese actress
Aimee baruah
Viral video
assamese celebratty news
assamese celebratty biography
assamese movie
assamese old movie
মৃদুলা বৰুৱাৰ লগত আইমি বৰুৱাক কিয় টানি আনিলে ! কোনো এটা সম্পৰ্ক নথকা কথাকলৈ অযথা ভিডিঅ' নবনাব।
বৰুৱা হ'ল বুলি আইমী জীয়ৰী হ'ব নেকি
মৃদুলা বৰুৱা অসমৰ বোলছবি জগতৰ শ্ৰেষ্ঠা অভিনেত্ৰী বুলি কলেও অত্যুক্তি কৰা নহ'ব।
মৃদলা বাৰ দৰে সহজ সৰল অভিনয় কমকৈ দেখা পাওঁ। মোৰ বহুত প্ৰিয় বাইদেউ জনী। বাইদেউৰ অভিনয় অকল প্ৰিয় নহয় তেওঁৰ সাজ পাৰ মেখেলা চাদৰৰ পিন্ধন বহুত প্ৰিয়। এওঁৰ দৰে ময়ো সাজপাৰ পিন্ধো মেখেলা চাদৰ বাইদেউৰ দৰে পিন্ধো।
মৃদুলা বৰুৱা বাইদেউৰ কথা জনাওক কিন্তু লগতে দয়া কৰি ভুল বাৰ্তা নিদিব দেই।
মিদুলা বৰুৱাক মই 1975চনত কোনো এটি ক্ষনত বুৰৈ চাহবাগিচাৰ বাবু লাইনৰ কোৱটাৰত দেখা পাইছিলো। তেতিয়া ময় কলেজত অধ্যয়ন কৰি আছিলো। তেতিয়া মিদুলা বৰুৱাক দেখাত ধুনীয়া আছিল। তাৰ পিছত তেওঁ চিনামাত অভিনয় কৰে বুলি জানিব পালো। কিন্তু তেওঁৰ অভিনয় মই চোৱা নাছিলো।
Block বনাবলৈ আৰু নেপালে হবপায় ?আপোনাতকৈ চায় থকা ব্যক্তি সকলে বেছি জানে নিদিব ?
Mridula Baruah bor bhal abhinetri asil morom loga❤
Mridula ba oti moromor.sundor obhinoy.dangor dighol jakot jilika Mridula baideu.suti sapor Aaimiee kenekoi hob jiyek?
Mridula baa mur bht bht priyo. Bhallgise vdo to sai❤🙏
Aimee boruah ejoni item girl...khabo pari hepah poluwai
Evergreen ladies Actor. Uninic Actor.
Mridula Barua is one of the most talented,gracious ,elegant actress of Assamese cinema.. Her simlicity always wins the hearts of millions of Assamese audience....from my personal view this talented actor should be given responsibilities like film board or likewise by Assam Govt for the betterment of Assamese cine industry
ভিডিঅ'টো চাই ভাল লাগিল ।
অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ মোৰ খুবেই প্ৰিয় । তেখেতৰ সুস্বাহ্য কামনা কৰিলোঁ লগতে অভিনয় জগতৰ লগত যেন তেখেত জড়িত হৈ থাকে তাৰে আশা ৰাখিলোঁ ।
তেও লৰা বা ছোৱালী নাই ও
বহুত ভাল পাওঁ মৃদুলা বৰুৱা বাইদেউক ❤❤
👍👍👍👍
So sorry
moja
Great actorist
Tumar voice hundor hoi
Vll lgil dei
Mridula Barua baidew Axomiya cinema r ataitkoi dhunia ,ataitkoi marjito bhabe Kapur poridhan kora abhinetri..Logote omayik aru talented..Teu Karu logot tulona nohoi..She is always no 1
Long live my favorate actress
oo🎉