Patbaushi Satra || Patbaushi Satra Barpeta || Patbaushi Satra visit ||পাটবাউসী সত্ৰ দৰ্শন

Поділитися
Вставка
  • Опубліковано 5 лис 2024

КОМЕНТАРІ • 8

  • @Rintu
    @Rintu Рік тому +1

    Moza 👍

  • @Bidbeast
    @Bidbeast 5 місяців тому

    শীতলা আইৰ থান অন্যতম।

  • @brianbrownie709
    @brianbrownie709 3 місяці тому

    Jai guru Shankar dev ❤🙏🙏🙏

  • @asomiaasom6008
    @asomiaasom6008 Рік тому +1

    পাটবাউসী থান । পাটবাউসী সত্ৰ দেৱ দামোদৰদেৱ গুৰুৱেহে স্থাপন কৰিছিল ।শংকৰদেৱ গুৰুৱে থানহে পাতিছিল সেয়ে পাটবাউসী থান ।যেনে বৰদোৱা থান ,বৰপেটা থান বা কীৰ্তনঘৰ।কৃষ্ণ

  • @Bidbeast
    @Bidbeast 5 місяців тому

    আমাৰ পাটবাউসলৈ গৌৰৱ কঢ়িয়াই অনা গুৰু সকলক শত সহস্ৰ প্ৰণাম ।শঙ্কৰ যেতিয়া কুমাৰ কুচি ৰ নদীৰ ঠিক কাষতেই প্ৰথম অৱস্থাত থাকিবলৈ লয় প্ৰথম অৱস্থাত সকলো সুন্দৰ ভাবে আছিল কিন্তু কেই মাহ মান থকাৰ পাছত তেওঁৰ জীয়াৰী বিষ্ণু প্ৰিয়া দেৱী বৈকুণ্ঠ গামি হয়। সেয়ে তেওঁ ভকত বৈষ্ণৱ সকলৰ হতুৱাই হাবি বননিৰে ঢাকি থকা ঠাই সাফা কৰিব যায় যদিও বৰলৰ ভয়ত গুচি আহে পিছত শঙ্কৰ গুৰুক মাতি নিয়াত বঢ়ল বোৰ তেওঁক দেখা মাত্ৰকে গুচি গৈছিল।গতিকে মনুষ্য নোহে সাক্ষাৎ নিৰাকাৰ ।আজিৰ শঙ্কৰ দেৱ থান।যেতিয়া নালাচা গ্ৰাম ত ত্ৰিশ বছৰ কাল থাকি নদীৰে পাটবাউসলৈ আহিছিল প্ৰথমতে শঙ্কৰ দেৱ ক লগ পায়।শঙ্কৰ দেৱে বৰ্তমান মঠ থকা ঠাই খিনি দেখুৱাই তাতে ঘৰ সাজি থাকিবলৈ কয়।শঙ্কৰ দেৱে এই খিনি কথা কৈছিল ৰাতিপুৱা সূৰ্য সেৱা আৰু ব্ৰাহ্মণ সেৱা সাক্ষাৎ ভগৱান ।পিছত সম্পূৰ্ণ মিলাপৃতিৰে নাম লিখনি হিংসা পৰিহাৰ নিৰ্মল হৃদয় সমন্বিতে আজিৰ বৰ্তমান দামোদৰ সত্ৰ শঙ্কৰ দেৱ সত্ৰ কুমাৰ কুছি সত্ৰ গাহেৰপামাৰ বলাদেৱ সত্ৰ বৰ্মন্মুনি থানা খুব তপ থকা থান ।লগতে মা মনসা দেৱী বিৰাজমান থান।আহিব সেৱা লব পৰিয়াল সমাজ জীৱন সুন্দৰ কৰক।ধন্যবাদ।

  • @Tribenee
    @Tribenee Рік тому

    🙏🙏🙏🌹🌹🌹🏵️🏵️🏵️🌺🌺🌺💐💐💐💐🌻🌻🌻🌻🌸🌸🌸🙏🙏🙏🌹🌹🌹