মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কত দেহ ত্যাগ কৰিছিল😢😢??? Madhupur Satra ll Coachbihar ll Jk's Vlogs
Вставка
- Опубліковано 8 лют 2025
- #assamesedailyvlogs #assmesevlog #nocopyrightsong #madhupursatra#coachbihar#travelblog#motovlog#krishnavideos #sankardev# borluit#
Vaal lagil, axom sorkar ru axomiyai rokhya korib lagib, Ram lakhman, krishno bolubhodro, Hankar madhab eke dujonei, etiya muthote axomor border horu hoi ahile, mohan jati axomiya♥️♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ আপোনালোকৰ কৃপা
Grurujanr sthapan Kara madhupur satra itihas January babe satradhikar pravu dhaniabar patra
The people of kochbihar are not Bengali , they are called as koch rajbanshi, Boro Garo, Rabha ,local Muslims ( converted from khen , kolita etc) , If kochbihar state be reformed Guru Sankardev may be. respected & honorable.
অসমীয়া জাতীয় জীৱনৰ খনিকৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমূল্য সৃষ্টিৰ লগতে কোচ ৰাজ্যত গঢ়া কৃতি চিহ্ন সমূহৰ পূৰ্ণ অধিকাৰ আমি অসমীয়াই স্বাধীনোত্তৰ ভাৰত ৰাষ্ট্ৰৰ পৰা আদায় কৰিবলৈ সক্ষম হোৱা নাই বা অধিকাৰ কৰিবলৈ আন্তৰিক প্ৰচেষ্টা প্ৰদৰ্শন কৰিব পৰা নাই ? বিষয়টো আমাৰ বাবে দূৰ্ভাগ্যজনক !
Jay Guru Sankardev
থাকিবলৈ ৰুম বুক কৰিবলৈ ফুন নং দিয়কচোন।
কৃষ্ণ কৃষ্ণ ৰাম 🙏
জয় গুৰু শংকৰদেৱ ৌ🙏🏻🙏🏻🙏🏻🌷🌷🌷
Joy guru sankar
দাদা মোৰ ঘৰ মৰিগাঁও টাওনত ।মই অহা বছৰ মানে ২০২৫ চনৰ জানুৱাৰী মাহত দুখন ultra বাছ লৈ মৰিগাঁওৰ পৰা তালৈ যাম ।মোৰ কমেও সৰু ডাঙৰ মিলি ১০০ মান মানুহ হব । তাত থকাৰ সুবিধা অসুবিধা কি আছে সকলোখিনি আগতিয়াকৈ যোগাযোগ কৰিব লাগিব ।আপোনাৰ হাতত যদি মধুপুৰ সএৰ কাৰোবাৰ ফোন নম্বৰ আছে তেনেহলে দয়া কৰি নম্বৰতটো দিবচোন ।মোৰ বহুত সুবিধা হব. ।
Roomr pp kiman hoi janabason dai
❤❤❤ bahut Val lagil
চাই ভাল লাগিল ভিডিয় টো
বহুত ভাল লাগিল । থকা ৰুমৰ পইচা দিব লাগে নেকি
বোপাই,ভালে পালো দেই।যাযবাৰু।
Joy guru sankar namaskar
Bahut bhal lagil Jai gur sankardev krisna। aru anukowa kahinir bikhoa Kobo dada thanks
আ লাগে
বহত শান্তি পালো🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤❤❤❤
Mul gate r batot saree peticot meli thua dekhi beya lagil, xei kamtu bondho koribo lage
Modhupur Tu kun district ot porishe byaiti
Koch vihar
Satra khon jadio dekha nasilo videotur jariyote dekhilo aru kisu najona kotha janib parilo , xei karone dhinyaba bahut
কত নহয় ক'ত
আপোনাৰ video টো informative হয় ভাল লাগিলে কিন্তু ডাঙৰীয়া videography ভাল নহ'ল যেন লাগিছে।
Bahut bahut bhal lagil Krishna.
I’m from Madhupur, and I really liked your video, but I have to correct you on one thing. What you said about Bengalis being in Madhupur is entirely wrong. The locals here are Koch Rajbongshi, the same tribe as Chilarai and King Naranarayan. Koch Rajbongshi can never be Bengali. Yes, you could say that because of illegal Bangladeshi immigrants, they’ve started becoming the majority and misrepresent Madhupur.
অতি সুন্দৰ।
আমাক তেনে কৰা নাই
Bahut vl lgile video to sai
❤❤❤
Krishna Krishna❤❤❤
বহুত ভাল লাগিছে।
নগাঁওৰ সেইজনাৰ ব্যৱহাৰ অতিকে অশোভনীয়।এবাৰ আমি যাওঁতে আমাকো তেওঁৰ চৰণ চুই সেৱা কৰাৰ বাবে বেয়াকৈ কৈছিল।খংৰ ভমকত কৈছিল বোলে গুৰুজনাক অসমৰ মানুহেহে কোচবেহাৰলৈ খেদি পঠিয়াইছিল,যাৰবাবে তেৰাই তাত দেহত্যাগ কৰিবলগীয়া হৈছিল।আগৰজনা আধিকাৰ প্রয়াত ফটিক হাজৰিকা(গোস্বামী)দেৱ কিন্তু বৰ ভাল ব্যক্তি আছিল,অতিথিপৰায়ন আছিল।এতিয়াৰজনাৰ মতে তীথযাত্ৰীসকলে হেনো তালৈ কেৱল বনভোজ খাবলৈহে যায়।
Thanks.
Thanks
Bahut val lagil krishna
Jai Gurujona Kripa koribo Kripa koribo.
Moja lagil dai dosti si 🙏
Krishna. Parvu 🙏🏼 🙏🏼
Bohut val lagile🙏
KOUTY KOUTY DANDAVAT PRANAM ARU NAMASKAR
" HOY TEOAEI MAHAAN JAGATAR ISHWAR JAI SHREE KRISHNA "
" SHREE KRISHNAYA NAMAH "
" HARI OM TATSAT "
" SHREE MAN NARAYAN "
" BANDE PURUKHOTTAM "
" PURUKHOTTAMANG BANDE "
" HOY PRABHU APUNIYEI MAHAAN JAGATAR ISHWAR JAI SHREE KRISHNA "
Bohut bhal lagil.krishna pronam jonaiso
Bal lagil
Val lagil dada
ভিডিঅ কৰিলে ভাল হে হয়।সকলোৱে জানিব পাৰিব।
Joy Guru Srimonta Sankordev
Bengali Nohoi Koch Rajbongshi hoi usoror Manuh khini
Nice
Joy guru sankar