ভাগৱত ব্যাখ্যা।।শ্ৰদ্ধাৰ সঞ্জীৱ চুতীয়া দেৱ।।Bhagwat path aru Baikhya

Поділитися
Вставка
  • Опубліковано 28 гру 2024

КОМЕНТАРІ • 33

  • @bakulchutia8123
    @bakulchutia8123 2 дні тому +1

    Krishna. Bar bhal lagise.

    • @pallabchutia3512
      @pallabchutia3512  2 дні тому

      কৃষ্ণ কৃষ্ণ ধন্যবাদ

  • @jaganathsonowal2365
    @jaganathsonowal2365 6 годин тому +1

    🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏

    • @pallabchutia3512
      @pallabchutia3512  4 години тому +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @mridulraidihigia1818
    @mridulraidihigia1818 22 години тому +1

    Krishna Krishna Krishna bap jonar srisoronat danwat pranam

    • @pallabchutia3512
      @pallabchutia3512  21 годину тому

      কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @runubaishya6507
    @runubaishya6507 День тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ।

  • @ramcharandeka9143
    @ramcharandeka9143 2 дні тому +6

    Krishna

  • @dipalidutta2939
    @dipalidutta2939 2 дні тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 День тому +1

    Krishna 🙏 bap সেৱা জনালোঁ কৃষ্ণ

  • @menosing8172
    @menosing8172 2 дні тому +1

    Hare krishna Hare Krishna krishna krishna Hare hare Ram Hare Ram Ram Ram Hare Hare

  • @menosing8172
    @menosing8172 2 дні тому +2

    Hare krishna Hare Krishna krishna krishna Hare hare Hare Ram Hare Hare Ram Hare Ram Ram Ram Hare Hare

    • @pallabchutia3512
      @pallabchutia3512  2 дні тому

      কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️

  • @PallabChutia-o6i
    @PallabChutia-o6i 2 дні тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤

  • @mamonigogoi3895
    @mamonigogoi3895 3 дні тому +4

    Krishna Krishna Bap.Madhawa Madhawa Madhawa Ram.

  • @AimoniDowari
    @AimoniDowari День тому +1

    🙏Krishna🙏krishna🙏krishna.🕉apunak👌korak🙏🙏🙏

  • @mituldeka6550
    @mituldeka6550 17 годин тому +1

    Renu Deka

  • @debadas1665
    @debadas1665 2 дні тому +2

    Ram.krishna.hori.eman.xundor.lagise.phun.nambartu.dib

  • @diliphandique7156
    @diliphandique7156 День тому +1

    অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত
    তাহাৰ মহিমা কহি কোনে পালে অন্ত।

  • @asomiaasom6008
    @asomiaasom6008 16 годин тому +1

    মাধৱদেৱ আদি কৰি শঙ্কৰী ভকত কিমানে শঙ্কৰী বৈষ্ণৱ ধৰ্ম ভজি মুক্তি লভি ঈশ্বৰৰ চৰণ লভিছে তাৰ তথ্য প্ৰমাণ সহ হিচাপ দিবচোন অসমবাসীক ।
    শ্ৰীহি নাৰায়ণৰ অৰ্ধাংগিনী লক্ষ্মী আৰু ব্ৰহ্মাৰ অৰ্ধাঙ্গিনী সৰস্বতী যদি সততে ব্ৰহ্মা নাৰায়ণ বিষ্ণুৰ লগত থাকিব পাৰে তেন্তে নাৰায়ণী লক্ষ্মী সৰস্বতী পূজাত ভাওনা পাতিব নোৱাৰে কিয় ?।ভাওনা বেদ নে দুৰাচাৰ নৃত্য ভাওনা পাতিব নালাগে যে ? ঈশ্বৰ দেৱ দেৱীৰ গুণলীলা বৰ্ণিত কথা অভিনয় গীত কৰা ভাওনা লক্ষ্মী সৰস্বতীৰ পূজাত পাতিব নালাগে ?তহতৰ ভাওনা বেদ পুৰাণ শাস্ত্ৰ নহয় ভাওনা নাটকহে ।ভাওনা এদিন নাশ হব কিন্তু লক্ষ্মী সৰস্বতী পূজা সদায়েই থাকিব ।

    • @pallabchutia3512
      @pallabchutia3512  14 годин тому

      প্ৰতিটো অনুষ্ঠান ৰ নিজৰ নিজৰ স্থান আছে।ইয়াত কাকো কাৰো লগত তুলনা কৰা নাই,কাকো নিন্দা কৰা হোৱা নাই মাত্ৰ ভাওনা কৰা স্থান সম্পৰ্কে কিছু প্ৰাসংগিক কথা আগবঢ়োৱা হৈছে।শংকৰ গুৰু জনাৰ অপূৰ্ব আৰু অনুপম সৃষ্টি ভাওনা।যি ভাৱৰ প্ৰকাশৰ দ্বাৰা আধ্যাত্মিকতাৰ উপলব্ধিৰে জীৱক মুক্তি পথৰ সন্ধান দিয়ে।এই ভাওনাৰ নিশ্চয় নিজস্বতা আছে।পূজা পাতল আদিৰো পৃথক আৰ্হি আছে।সকলো একাকাৰ কৰিলে জানো হব?

    • @asomiaasom6008
      @asomiaasom6008 5 годин тому

      ​@@pallabchutia3512তহতৰ ভাওনাত যদি লক্ষ্মীপতি নাৰাৰণ হৰা বিষ্ণু ,সৰস্বতী পতি ব্ৰহ্মা ,ৰাম কৃষ্ণ ঋষি দৈত্য আদিৰ কাহিনী অভিনয় নকৰি বেলেগ কিবা সামাজিক ঘটনা অভিনয় কৰা ভাওনাহে লক্ষ্মী সৰস্বতী পূজাত পাতিব নাপালেহেতেন আৰু তেনে শংকৰী লোকৰ সামাজিক ঘটনা বৰ্ণিত শঙ্কৰী ভাওনা লক্ষ্মী সৰস্বতী পুজাত পাতিলে আপত্তা কৰিব পাৰে কিন্তু ঈশ্বৰ দেৱ দেৱীৰ বৰ্ণিত কাহিনীৰ অভিনীত ভাওনা বা নাটক লক্ষ্মী সৰস্বতী পূজাত পতাত আপতি কৰাটোৱেই অজ্ঞ মুৰ্খামী ।ঈশ্বৰ কেবল শঙ্কৰী সকলোৰেই নহয় ঈশ্বৰ সকলোৰে ।

  • @AmritHazarika-wz4fo
    @AmritHazarika-wz4fo 2 дні тому +1

    শত কোটি। নমস্কার।