It is my fortune that I had got chance to see him performing and in other ways. He was a superb Nagra Naam artist and his spellbounded performances will always be source of great delight and reverence. Posting his performance in social media will give people opportunity to watch his artistic excellence. Thank you whoever posted this video. He will always be remembered with reverence for his extraordinary artistic talent.
Bahut val lagil.ajir juv prajanmor jibilk pathak ase teoloke xikiba lga bahut ase buli moi vabu ...ane dangar dangar ke gai thakile nam nahai..tar xakalo dikh saba lge sur,Angi,Vangi Adi xakalo....aiboror prati alp gyan lage buli moi vabu
Agor nambor sowar pisot aji kalir kosuman pathokor naamor poribexon byevisari Jen lage Xosakoi kushal malakar aru mahendra das sir xokole ji naam poribexon korisil aji Kali xeiboor xova nohoa hoi gol nagara naamot
@@assameseculturenagaranaam5555 mane whatsapp status,good memes taior nam collection kri aso mane mor ghar baranghati r amar osorr manuh ata atiya to nai a so sin buli mor saru UA-cam channel t dim jate ketiyao gusi nejai
নাগাৰা নামৰ পিতামহ জনালৈ প্ৰণাম।
গুৰু জনাক প্ৰণাম জনাইছো
22:18 22:18 22:18
সেৱা জনাই ছো চাৰ
ভাল লাগিল। এই তাল নাগাৰাৰ শৈলীটো (যিটো বৰ ঢুলীয়াৰ চেও ৰ লগত মিলে ) ৰূপেন ডেকাৰ পৰিবেশনত দেখা পোৱা যায়।
Best Nagara naam pathak of Assam late Mahendra Das, he was famous for Tal and old nagara nam, but not available today, I salute him always
Very nice your naam .this is my goru.
সেৱা জনাইছো
It is my fortune that I had got chance to see him performing and in other ways. He was a superb Nagra Naam artist and his spellbounded performances will always be source of great delight and reverence.
Posting his performance in social media will give people opportunity to watch his artistic excellence. Thank you whoever posted this video. He will always be remembered with reverence for his extraordinary artistic talent.
Thanks a lot for the good comments.
😊।্
ভিডিঅ কৰোতা জনক কি বুলি ধন্যবাদ জনাম, কবলৈ ভাষা বিছাৰি পোৱা নাই, এই আমাৰ অসমৰ লোকসংস্কৃতিৰ আপুৰুগীয়া সম্পদ, এয়া হৈছে আচল নাগাৰা নাম, নাগাৰা নামৰ পিহামহ শ্ৰদ্ধাৰ পাঠক স্বৰ্গীয় মহেন্দ্ৰ দাস দেবলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো | এই নাম বিলাক সংৰক্ষনৰ ব্যৱস্থা কৰিব লাগে, যাতে আমাৰ বৰ্তমান আৰু ভবিষ্যত প্ৰজন্মই চাব পাৰে আৰু গম পায় নাগাৰা নাম আচলতে কেনেকুৱা |
comment তো পঢ়ি বৰ আনন্দ পালো।এটা ভাল কাম কৰা বুলি ভাবিব পাৰিলো। ধন্যবাদ।
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
Legend of nagara nam First president of Assam Nagara nam Sangha It provides bhakti and enterprising Lost a legend But New generation Pathaks?
M.das.and.k.malakar.dukhani.avai,saranat.prAnam.karilu.krishna.agin.come.at.assam.janmavumit
😃😃
আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
নাগাৰা নামৰ পিতামহ এই ভিডিও যি জন ব্যক্তিয়ে কৰিছে তেখেতক শতকৌটি প্ৰণাম জনাইছো মই 🙏🙏🙏
Dhanyabad. please share the video.
এই নামটোৰ জৰিয়তে নাগা
ৰা নামৰ পিতমহ ৺ মহেন্দ্ৰ দাস দেৱক নৱপ্ৰজন্মক চিনাকি কৰি দিয়াৰ বাবে আপোনালৈ অযুত নিযুত ধন্যবাদ
আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।
@@assameseculturenagaranaam5555 binod dasr naam r link 2 dibo sun
Original Great nagara naam of Assamese folk culture
Good comment.
ভিদিও কৰা জনলৈ কি বুলি ধন্যবাদ জনাম কবলৈ ভাষা নাই। হেৰাই যোৱা সম্পদ বিছাৰি পালো আজি।
আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।
Bahut val lagil.ajir juv prajanmor jibilk pathak ase teoloke xikiba lga bahut ase buli moi vabu ...ane dangar dangar ke gai thakile nam nahai..tar xakalo dikh saba lge sur,Angi,Vangi Adi xakalo....aiboror prati alp gyan lage buli moi vabu
ধন্যবাদ। চেনেলটো subscribe কৰিব। কেইটামান ঝুনা নাম দিয়া হৈছে,সময় উলিয়াই চাব।
Nagara Nam of king
Obviously.
Most important & valuable data for Assamese culture.
আমাৰ অঞ্চলৰ গৌৰব আমাৰ অহংকাৰ মাননীয় মহেন্দ্ৰ দাস ডাঙৰীয়া
ধন্যাবাদ আপোনাক ভিডিঅ টো আপলোড কৰা বাবে
আৰু আছে যদি দিবচোন
আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।
Nagara namr roja..tekhtor onsolot jonmi moi dhonyo hoiso
bahut vl lagil nagara nam2 xuni..ru tekhetor dore sage konowe tall ghurabo nowaribo ru
চালে চাই থাকিবৰ মন যায়
I'm much more grateful to him those who preserve it
আকৌ এনেকুৱা নাম ওভতাই আনিবলৈ পৰা হেতেন!!!!
Hoi dada
atiao anekuwa naam asa kisu kisu thait
🙏🙏🙏
এই নামটো মোৰ আছে । সচাকৈয়ে এটা নাম আৰু।
Tomak xahasra Pranam jasilo Moromor Jetha.Jotey asa Xaragi Xukhot thaka jen tumi.❤
Dhuniya
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
এই নামটো চাই নিজকে ধন্য মানিছো। জীৱিত অৱস্থা তেখেতক চোৱা সৌভাগ্য নহল। তেখেত প্ৰণাম জনালোঁ।
ধন্যবাদ।
আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।
@@assameseculturenagaranaam5555 বাৰুকৈ চাম। প্ৰকাশ পালে মোলৈ share কৰিব নেপাহৰিব।
9101229244
Krishña.o.hàri.o.ram0
Once upon a time Mahendra Das and Kushal Malakar was best nagara naam pathak of assam
Pranam
আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
Mahandapathaknumber

Nice
তেখেতক সেৱা জনাইছো ।
Veery nice
আমাৰ মাজৰ পৰা পুৰণি সুন্দৰ সুৰৰ নামবোৰ হেৰাই যাব ধৰিছে।সেয়ে পুৰণি জনপ্ৰিয় নাম জড়ভাৰত(ৰামচৰণ ভৰালী)বিপ্ৰ পুত্ৰ আনয়ন(বিষয় ডেকা)ভক্ত প্ৰহ্লাদ (অচ্যুত ডেকা)দস্যু ৰত্নাকৰ (বিনোদ দাস, পাঠশালা) ৰেকৰ্ডিংৰ প্ৰস্তুতি কৰিছো। চাবলৈ নাপাহৰিব।পাৰিলে আনকো share কৰিব। ধন্যবাদ।
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
Puroni sanskriti rokha karone dhonyobad
Mojja
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
বহুত ধন্যবাদ
Mja
He.krishna.kiba.punayan.r.bhagat
Prabhú
Ganak.dekhA.palú.vul
Hoba.paré.aparadh
Bina,son.tuj.nam............
সচাকৈয়ে আধ্যাত্মিকতাৰে ভৰা নাম এইটো । সম্পূৰ্ণ নাম ভাগ দিয়া হ'লে শ্ৰোতাই আৰু ৰস তথা মাহাত্ম্য বুজি পালেহেতেন কাৰন এই নামভাগত ব্ৰজাৱলী ভাষাৰে প্ৰয়োগ কৰা আছে তথাপিও আপোনাক ধন্যবাদ আমাৰ শ্ৰদ্ধাৰ চিৰনমস্য পাঠক দেৱৰ স্মৃতি ৰক্ষা কৰি ৰখা বাবে।
আপোনাক বহুত ধন্যবাদ। এই নামটো ২০০৭চনতে ৰেকৰ্ড কৰা হৈছিল যদিও বিভিন্ন কাৰণত ২০১৯হে আপলোড কৰিলো। Original CD খনৰ বহু খিনি বেয়া হৈছে। মিলাই মিলাই কৰিব লগা হৈছে। নামটো ২২ মিনিটৰ ৰেকৰ্ড কৰা হৈছিল। আপোনাৰ অনুভৱ বহুতে ব্যক্ত কৰিছে। মোৰ ও বেয়া নলগা নহয়।
Bar,val,Palo,bahudin,pasat,ane,naam,dekha,palo
ধন্যবাদ
Agor nambor sowar pisot aji kalir kosuman pathokor naamor poribexon byevisari Jen lage
Xosakoi kushal malakar aru mahendra das sir xokole ji naam poribexon korisil aji Kali xeiboor xova nohoa hoi gol nagara naamot
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
যিমান হ'লেও পৌৰাণিক নামক আধুনিক নামে পাত্তা নাপায়।
Very good .thanks
Anekua nambor kot heral ?
ভাই নথৈ আনন্দিত
বিশিষ্ট পাঠক অচ্যুত ডেকা ৰচিত জড়ভাৰত নামটো জনপ্ৰিয় পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত যোৱাকালি ৰেকৰ্ডিং কৰা হ'ল। অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰা হ'ব।
নামটো চাবলৈ চেনেলটোত জৰিত হৈ থাকক। ধন্যবাদ।👍👍
ভাষা বিচাৰি পোৱা নাই ।।।।।। কি কম ।।।।
Moi nam to download kri publish krib parim ne?
কত পাবলিষ্ট হ'ব?
@@assameseculturenagaranaam5555 mane whatsapp status,good memes taior nam collection kri aso mane mor ghar baranghati r amar osorr manuh ata atiya to nai a so sin buli mor saru UA-cam channel t dim jate ketiyao gusi nejai
You tube ত মইছোন দিছোয়ে।সদায় থাকিব। যদি কিবা সন্দেহ আছে এখন চিঠি বনাই সংৰক্ষণ কৰি থব পাৰি।
@@assameseculturenagaranaam5555 mane permission nidye niki
@@assameseculturenagaranaam5555 amar gharar kaxore manuh so request kri aso
Kokar bol bohot ase