নিজৰ গাঁও ঘৰলৈ বুলি | হাঁহ মাংসৰে একেলগে । To our village |

Поділитися
Вставка
  • Опубліковано 13 жов 2022
  • We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
    We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
    with love from Amar Gaon
    আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
    আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
    মৰমেৰে "আমাৰ গাঁও"
    Our Facebook link- / amargaon12
    Our Instagram link- amargaon20?utm_...
    Watch all my videos - / @amargaon3296
    some other videos.....
    * Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
    *The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
    *A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
    *A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
    #villagelifestyle #villagecooking #ethnicfood #amargaon #villagetour

КОМЕНТАРІ • 1,5 тис.

  • @janardonborgohain3801
    @janardonborgohain3801 Рік тому +90

    Is it a casting or these are really their life? If it's casting then I just have only one word for your group. 'Incomparable ".or if it's not then I can say Assam lies in our villages and basically in upper Assam.

  • @haritj3915
    @haritj3915 Рік тому +180

    Akdom agor purona film r nesena lagel aji . Khub Val hoisa

  • @jhongogoi1860
    @jhongogoi1860 Рік тому +1

    Pakghoror pora loi hompurno kha na maa mosola hudho Akomiya SUPERB 👌MOZA lagile video tuAko abar superb.... 👌👍😋😋😋

  • @junanath5679

    Video to bohut val lagil Aru dekhabo sun xonkale

  • @lituboro6833

    বহুত মজা গাওঁ নাম কি

  • @therider00131
    @therider00131 Рік тому +1

    ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️

  • @bipuldas6696
    @bipuldas6696 14 днів тому

    Moi bohut hukhi onubhob koru apunar video bur sai.Mui school porha timot gaonloi jua kothabur monot Pori Jai .Tatiae na bhuk Lage na bhagor.Iman furti korisilu .Atia gom paisu kiman mulyaban asila Hai dinbur . Apunar video bur sale moi Hai dinburoloi gusi jau.Thanks a lot baido

  • @itspomeeyyy
    @itspomeeyyy Рік тому +5

    anekua emn hundor poribekh gaor dekhua babe dhonyobad ❤️mon tu vl lgi ji horu kal loi mont pori goice gawr homn hukh ktu ni

  • @StudyRestfully
    @StudyRestfully Рік тому +1

    ♥️♥️♥️❤️❤️❤️!!!

  • @BinoybhaniRajbongshi-so7vl

    Bhut val lagil ❤

  • @nikumonisonowal5304
    @nikumonisonowal5304 21 день тому

    Video tu bohut bhal lagise..horu kalor dinbur monot pori gol kiman j bhal homoi asil mama Ghoroloi Amiyu anedore goisilu.. video tuye lorali kalor homoi bur sokur agot 😢 nije nije sokupanihe boi ahise ❤

  • @amargaon3296
    @amargaon3296  Рік тому +100

    আপোনালোকৰ সুন্দৰ মতামত বিলাক পঢ়ি অতি সুখী হৈছোঁ.. এনেধৰণৰ মন্তব্যই মনলৈ আৰু ভাল কাম কৰি যাবলৈ উৎসাহ আৰু প্ৰেৰণা যোগায়। বহুত বহুত ধন্যবাদ সকলোকে ।

  • @kashyapsvlog8133
    @kashyapsvlog8133 Рік тому +75

    আগৰ দিনবোৰৰ সেই মধুৰ স্মৃতি বোৰ যেন জীপাল কৰি তুলিলে ।বহুতেই ধন্যবাদ ইমান সুন্দৰ ●●●

  • @sailenvlogs3343
    @sailenvlogs3343 Рік тому +25

    এইয়া হৈছে অসমীয়া গাঁৱৰ চহা জীৱনৰ পৰিৱেশ । স্মৃতিবোৰ ৰিঙিয়াই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @nabanitachutia4503
    @nabanitachutia4503 Рік тому +13

    ইমান ধুনীয়া নিৰিবিলি পৰিৱেশ... ভাষা নাই কি দৰে প্ৰশংসা কৰোঁ । আগুৱাই যাওক আপোনালোক

  • @jkcreation1807
    @jkcreation1807 Рік тому +126

    এইয়া হে আমাৰ অসমীয়া গাঁওৰ পৰিৱেশ ❤️❤️❤️❤️

  • @krishnaborah6176
    @krishnaborah6176 Рік тому +23

    উফ কি ধুনীয়া gaw খন ।তাতোতকৈয়ো ধুনীয়া গাঁৱৰ পৰিবেশ। মন টু এ কান্দি পেলালে eman ধুনীয়া ভিডিঅ দেখি। আৰু আগুৱাই যাওক আপোনালোক।

  • @borgohainassam3914
    @borgohainassam3914 Рік тому +12

    মৰা মানুহো জীয়াই উঠিব এনেকুৱা পৰিৱেশত থাকিলে৷বৰ সুন্দৰ❤️

  • @monalishaboruah5330
    @monalishaboruah5330 Рік тому +16

    ভাষা ৰ অভাৱ হৈছে ।কি যে অপূৰ্ব দৃশ্য ❤

  • @spriharabha4983
    @spriharabha4983 Рік тому +16

    ক'বলৈ ভাষা নাই... ইমান সুন্দৰ পৰিবেশ ..... এইখনে আমাৰ সোনৰ অসম ...