🚨 ২০২৬ত বিজেপিক পৰাজিত কৰিবলৈ বিৰোধী একত্ৰিত হ’বনে? || Atanu Bhuyan|| Satya

Поділитися
Вставка
  • Опубліковано 8 лют 2025
  • 👉 সমষ্টি পুনৰ নিৰ্ধাৰণে হিমন্ত বিশ্ব চৰকাৰক সহায় কৰিব বুলি জনতাই ভাবেনে?
    👉 হিমন্ত চৰকাৰৰ মন্ত্ৰীসকলে বিভাগ পৰিচালনা কৰাৰ স্বাধীনতা হেৰুৱাইছে নেকি?

КОМЕНТАРІ • 27

  • @pgoswami5378
    @pgoswami5378 8 днів тому +8

    বিৰোধী একত্ৰিত হব নোৱাৰাৰ এটাই কাৰণ কোনেও কাকো সহ্য কৰিব নোৱাৰে,সকলোৱে নিজকে
    নিৰ্দোষী সঁজাই কেৱল ইটো দলে সিটো দলৰ সমালোচনাত নিমগ্ন থাকে।নেতাৰ নমনীয়তা কম।
    নিজৰ নিজৰ বাহাদুৰী দেখুৱাৰ অহৰহ চেষ্টাত ব্ৰতী হৈ থাকে।
    গতিকে একত্ৰিত হোৱাৰ সম্ভাৱনা কম।

  • @usermridul41
    @usermridul41 7 днів тому +2

    অতনু দা,এই মানুহজন বৰ সুন্দৰ ভাৱধাৰাৰ মানুহ ।বৰ সৰল সহজ আৰু সছা মানুহ ।সেয়ে এইজনে যত কথা কয়,মই অকনো কাটকুট নকৰাকৈ চাও ।❤

  • @samarthasaha32
    @samarthasaha32 8 днів тому +2

    যোৰহাটৰ লোকে বিজেপিৰ কাম-কাজ লৈ সন্তুষ্ট, কিন্তু সমস্যা এয়াই হৈছিল যে প্রাক্তন সাংসদ তপন কুমাৰ গগৈয়ে একো কাম কৰা নাছিল। অকল ৰাজ্য চৰকাৰৰ কাম, বিধায়কে কৰা কাম, মুখ্যমন্ত্রী হিমন্ত বিশ্বয়ে কৰা কাম বোৰকে নিজৰ বুলি প্ৰচাৰ চলাই আছিল। কৰবাত কিবা নতুন প্রকল্প উদ্ধোধন হলে তেখেত আহিছিল, কিন্তু নিজেই নিজৰ প্ৰচেষ্টাৰে কোনো কাম হাতত লোৱা নাছিল।
    বিজেপিয়ে সর্বানন্দৰ নিচিনা শক্তিশালী প্রার্থী দিয়া হলে যোৰহাটত বিজেপি জিকিল হেতেন। ডিব্ৰুগড়তো লুৰিনৰ বিৰুদ্ধে সোণোৱাল ডাঙৰীয়াই নির্বাচন খেলাৰ পিছতো ২০১৯ৰ তুলনাত ডিব্ৰগড়ত বিজেপিৰ ভোটৰ শতাংশ কমি আহিল, কিন্তু সৰ্বানন্দৰ নিচিনা ভাল প্রার্থিয়ে হে বিজেপিক ডিব্ৰুগড়ত বচালে। যোৰহাটত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী নোহোৱাৰ বাবে গৌৰৱ জিকিল। আৰু, দিল্লীত সংসদত যোৰহাটৰ সমস্যাৰ বিষয়ে চৰকাৰক অৱগত কৰাতো ব্যর্থ দেখা গ'ল তপন গগৈক। সেয়ে যোৰহাটৰ লোকে উপায় নাপায় গৌৰৱক ভোট দিব লগা হ'ল।
    আৰু এটা কথা, হিমন্ত বিশ্ব ডাঙৰীয়া কে ধৰি, অসম মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰীসকলে যোৰহাটত প্ৰচাৰ চলোৱাৰ বাবেহে যোৰহাটত বিজেপিৰ ভোটৰ সংখ্যা ৬লাখ অতিক্ৰম কৰিলে। নহ'লে তপন গগৈয়ে মুখ্যমন্ত্ৰীৰ সহায় অবিহনে নির্বাচন খেলা হ'লে ৩-৪ লাখৰ ব্যৱধানত পৰাস্ত হ'ল হেঁতেন। মুখ্যমন্ত্ৰীৰ লগতে বাকী মন্ত্ৰীসকলে তেনেকুৱা পৰাস্তৰ ফল আঁতৰাই দিলে।
    শিৱসাগৰৰ কথা গ'ম নাপাও, কিন্তু যোৰহাটৰ ৰাইজে জানে যে যোৰহাটত হৈ থকা কামবোৰ বিধায়ক-মুখ্যমন্ত্ৰী-ৰাজ্য চৰকাৰৰ অৱদান, তাত সাংসদৰ বিশেষ ভূমিকা নাই, সাংসদ জনৰ য'ত ভূমিকা থাকিব লাগিছিল, তাত তেখেত ৫ বছৰে নীৰৱ হৈ থাকিল।

  • @ShyamalRay-xp1kv
    @ShyamalRay-xp1kv 8 днів тому +3

    বিৰুদ্ধে এক যোট নহয়

  • @chakrachetry8881
    @chakrachetry8881 8 днів тому +2

    B. J. P . Already started for ,2026 😮😢❤

  • @ArindomDas-p6s
    @ArindomDas-p6s 8 днів тому +4

    যোৰহাটত গৌৰৱ গগৈ জিকিল হয় কিন্তু যোৰহাটত NH37 কামৰ বাহিৰে আৰু বেলেগ কাম হোৱা দেখা নাই ডিব্ৰগড় দ্বিতীয় ৰাজধানী হল কিন্তু যোৰহাট বঞ্চিত হল মহানগৰ হোৱাৰ পৰা ।

  • @narapatideka683
    @narapatideka683 8 днів тому +6

    অসমত মামা

  • @ChandraSarmah
    @ChandraSarmah 8 днів тому +2

    26 c.m Himmanta Biswa Sarmah.

  • @PampiDas-c6s
    @PampiDas-c6s 7 днів тому +1

    B j p only 2026 c m

  • @ChandicharanChoudhury-i8u
    @ChandicharanChoudhury-i8u 7 днів тому +1

    মুখ্যমন্ত্ৰী মহোদয়ক সমালোচনা কৰিলেই ৰাজ্যৰ উন্নয়ন নহয়। বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসমত বিকাশ আৰু উন্নয়ন হৈছে। তেনেহলে অন্যজনৰ কিহৰ প্ৰয়োজন? কথাখিনি নিৰপেক্ষ ভাৱে সকলোৱে এবাৰ চিন্তা কৰিব চোন, শুদ্ধ কোনটো।

  • @tikudas3266
    @tikudas3266 8 днів тому +2

    ভূঞা দা আপুনি শেষৰ কথা খিনি বহুত তাৎপৰ্যপূৰ্ণ , আপোনাক তাৰ বাবে বহূত ধন্যবাদ

  • @riturajsarma5954
    @riturajsarma5954 8 днів тому +2

    BJP Jindabad .

    • @Jr_dipu_bhai_yt
      @Jr_dipu_bhai_yt 8 днів тому

      😂😂😂হারিব বিজেপী

  • @krishnadas956
    @krishnadas956 8 днів тому +1

    Jai shreeram

  • @UpenSaikia-o5t
    @UpenSaikia-o5t 8 днів тому +3

    Sharma , C, M 2026

  • @laxmipaul474
    @laxmipaul474 8 днів тому +1

    Bjp very good party

  • @prakashtalukdar5565
    @prakashtalukdar5565 8 днів тому

    ভাল লাগছে দাদা ধন্যবাদ

  • @Olia_kit1713
    @Olia_kit1713 8 днів тому +1

    6000 vote t Behali t BJP Gikise..Aru 8000 + Muslim or Mia vote paise..Plotical calculation 16000 ( 8000 congress komise aru BJP 8000 vote badhise)difference anese, Middle Assam ,Barak Aru BTAD 25 to 35 % Muslim vote Huge difference anebo…

  • @IkbalHussain-gg8rl
    @IkbalHussain-gg8rl 8 днів тому +1

    Birdi aktro hobo lagy

  • @jognarayannath3112
    @jognarayannath3112 8 днів тому

    100prtc

  • @KHofficial.
    @KHofficial. 8 днів тому

    Lauri Jyoti 50 core 😊😊

  • @debabarman3148
    @debabarman3148 7 днів тому

    Apunar hair transplant val hoise

  • @brajenborah7849
    @brajenborah7849 8 днів тому +1

    দুজন ফটুৱাৰ কথোপকথন 😂😂

  • @Rinku-gp3kt
    @Rinku-gp3kt 7 днів тому

    Dulu Ahmed Zindabad ❤