Commercially ছাগলী পালন কৰিবলৈ আপুনি এই কথাত বেছিকৈ গুৰুত্ব দিব। Assam goat farm.
Вставка
- Опубліковано 1 лип 2021
- Hi friends
Welcome to our UA-cam channel SWAGATAM farming tips
About this video
Commercially ছাগলী পালন কৰিবলৈ আপুনি এই কথাত বেছিকৈ গুৰুত্ব দিব তাৰ ওপৰত ভিডিঅ'বনোৱা হৈছে। আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চাব।
About this channel
Friends এই Channelৰ মাধ্যমেৰে ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ খেতিৰ ওপৰত ভিডিঅ' দিয়া হয়। কি কি ঘাঁহ ছাগলীৰ বাবে উত্তম হয়, কোনটো ঘাঁহত কি কি vitamins and minerals থাকে, কি জাতৰ পালন কৰিব লাগে, ছাগলী পালনত কিমান লাভ হয়, গড়াল কেনেকুৱা হব লাগে, ছাগলীক কি কি বেমাৰ হয়, ছাগলী কেনেকৈ কিনা বেচা কৰিব লাগে, এইবিলাক information দিয়া হয়। Scientific পদ্ধতি অৱলম্বন কৰি ছাগলী পালনত আমি কেনেকৈ উপকৃত হ'ব পাৰো ইয়াৰ ওপৰত ভিডিঅ'দিয়া হয়।
Our channel playlist
ছাগলী সম্বন্ধীয় Videos playlist
• Goat related videos
ছাগলীৰ ঘাঁহ সম্বন্ধীয় Video's playlist
• Grass for Goat & Cow
SWAGATAM farming tips all videos playlist
• SWAGATAM farming tips
SWAGATAM farming tipsৰ উদ্দেশ্য
অসমৰ নিবনুৱা সমস্যা কিছুপৰিমানে হ'লেও হ্ৰাস কৰাত সহায় কৰা আৰু যুৱক আৰু যুৱতীক কৰ্মমূখী আৰু স্বাভলম্বী কৰা।
যদি আপোনালোকক SWAGATAM farming tipsয়ে উপকৃত কৰিছে তেনেহলে Channelটো Like, Share, Comments & Subscribe কৰিব।
#assamgoatfarm #goatfarmassam
#blackbengalgoatfarm #assamhillgoat
#localgoatfarm #goatfarm #smallgoat
#grassforgoat #goatfeed #goatfarm
#goatdisease #goatskinproblem
#goatskindisease
Smart napier, Super napier, Australian red napier, Giant king, Napier co4, Gini, Subabul, Hari patti, gliricidia, Local goat, Black bengal goat, Assam hill goatৰ বাবে যোগাযোগ কৰিব।
SWAGATAM farming tips
8638035590
Thank you
খুব সুন্দর পরামর্শ দিয়েছেন দাদা ।অসংখ্য ধন্যবাদ দাদা।🙏
ধন্যবাদ৷ সুন্দৰ পৰামৰ্শৰ বাবে ৷
Nice video
Thanks Dada , Good information..
Good information👍
Good information
Practical advice
সুন্দৰ ভিদিও দাদা
Nice video 👌
Thanks for your valuable info brother 😁😁
সুন্দৰ কথা কলে
সুন্দৰ
Wel come sir
Very good
Dada fst time salu apuner vdo bht kotha janilu 👍
💯% right said brother 🙏🙏 Jai Hind.
thank you dada
সুন্দৰ ভিডিঅ
নজনা কথাটো জানি সুখী হলো,
ধন্যবাদ
100% right
দাদা Subabul seed টো কোনটো position ত লৈ মাটিত পচাব লাগে
Hydroplonic Grass system korile kene hy
আপোনাৰ চেনেলৰ কথা মোৰ বন্ধু এজনে কৈছিল দুদিন আগত। আজি ভালদৰে চালোঁ। ভাল পালোঁ যথেষ্ট। ভিডিঅ'টো যথেষ্ট উপকৃতও হ'লোঁ।
Thanks
Dada vaccinor uporat video upload diyok..
Buhut.bhal.lagisere.bhaiti.buhut.moiluban.khota
গুৰত্ব পূৰ্ণ কথা কৈছে দাদা
দাদা লোকেল দাঙৰ জাতৰ 10 জনি মোক ছাগলি লাগে
নেপিয়াৰ অবিহনে ছাগলী পালন সহজ নহয়. মই নেপিয়াৰ co4 ঘাঁহৰ খেতি কৰি ছাগলী পালন কৰি আছো
ETA local sewri kiman dam poribo
Apunar gor kot jonabo dada
দাদা ২৫/৩০জনি ছাগলী পোহিবলে হয় কিমান ঘাঁহ কৰি ল'ব লাগিব জনাবচোন
Sir ! Farm mot kiman sagol ase?
Ghar karne makoi kheti kenekoi karim aru kuntu maht karib pari jnab
Nepalot asa ni farm tu? kiman asa Sagoli
সুবিধা থকা সকলে হাইব্ৰিড ঘাঁহ লগাই লৱ নথকা সকলে ?
লোকেল ছাগলীত দেখা পোৱা সচৰাচৰ বেমাৰ বোৰ কি কি?
নতুন farmer ৰে ছাগলি পোহিব বিচাৰিছে , local ছাগলি পোহিব
Loucl sagoli Pam ni baru atia
দাদা আপোনাৰ ছাগলী কেইজনীক নেপিয়াৰ ঘাঁহ হে দি থৈছে চাগে! লোকেল থলুৱা জাতৰ ছাগলী বিলাকে অকল পাত পাত বিলাক হে খায় নেকি বাৰু ? গুৰি ফালৰ পিনে নাখাই গৈ।
গাভীনি ছাগলীক খৈৰা গছৰ পাত দিব পাৰি নে নোৱাৰি জনাব ছো
মোৰ ছাগলী জনী ভালকৈ খাবলৈ নিবিচাৰে কি কৰিম
Daju namste xa hai
Namaste
Dada lokel sagli lavojonk hobo parim ne
পাৰি
Nepear gos kot pai sir
Call me 8638035590
দাদা চিৰাং জিলালৈ 500 নেপিয়াৰৰ cuting দিব পাৰিবনে?
Parim
দাদা মোৰ চাগলিবোৰ ফাফ্রে ধৰিছে কি কৰিব লাগিব বেজী দিছো ভাল হুবানাই
Neem pat di ga dhuwai diok
Dada apunar ghor kt hoi.??? Nepier cutting Pam nki.???
পাব। 8638035590
Ghor kt hoi apunar.???
Mor Napier or cutting lagisil
mor ghor Silchar...kuno bebosta kora jabo niki dada.....
8638035590 call me
Dada sagoli farm korim buli vabisu kintu amar iyat banpani hoi, banpani thoka loike sagolik ki khuwam, kobosun
Local goat aaponar framat pamne
Paba call me
Paba. Call me
8638035590
Mol khata to kabow son
ঘাঁহ বোৰ বহুত নষ্ট কৰিছে দেখোন।