চৰকাৰী স্কুলৰ সুবিধা মুক্তকণ্ঠে ক'ব আইমণি কামানে

Поділитися
Вставка
  • Опубліковано 3 лис 2022
  • ▶️চৰকাৰী বিদ্যালয়ত পঢ়িও ডাঙৰ মানুহ হ'ব পাৰি! চৰকাৰী স্কুলত কিতাপ দিছে, সাছ-পোছাক দিছে, খাবলৈ দিছে, প্ৰাইভেট স্কুলত দিয়া নাই। চৰকাৰী স্কুলৰ সুবিধা মুক্তকণ্ঠে ক'ব আইমণি কামানে।

КОМЕНТАРІ • 531

  • @basisthaacharya6590
    @basisthaacharya6590 Рік тому +154

    আইমনি কামানৰ দৰে স্পষ্টবাদী ছোৱালী সকলৰ পৰা দেশৰ উন্নতি কামনা কৰিলো। সুন্দৰ পৰিবেশন। ধন্যবাদ।👏👏👏।

  • @guptasarmah8949
    @guptasarmah8949 Рік тому +31

    আইমণি তোমালৈ বহুত বহুত মৰম আৰু শুভ কামনা থাকিল। লগতে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @baduliparasivamandirgolagh9288
    @baduliparasivamandirgolagh9288 Рік тому +68

    যিখন বিদ্যালয়ত শিক্ষকৰ শিক্ষাৰ প্ৰতি আন্তৰিকতা থাকিব সেইখন বিদ্যালয়ত আইমনি কামানৰ দৰে ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতলৈ আগবাঢ়ি যাব ।

  • @hitesh4864
    @hitesh4864 Рік тому +14

    আইমনি কামানলৈ আন্তৰিক উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
    যাতে অনাগত দিনবোৰত আৰু আগুৱাই যাব বুলি আশা থাকিল

  • @digantadeka2218
    @digantadeka2218 Рік тому +46

    এক উদান্ত কন্ঠ। দেশৰ সুন্দৰ ভৱিষ্যত

  • @komputaid1726
    @komputaid1726 Рік тому +8

    bohut bohut doinobhad aimoni Kaman aru nktv sir amar mising suwali Joni

  • @nayanjyotikonwar591
    @nayanjyotikonwar591 Рік тому +46

    চৰকাৰী বিদ্যালয়ত পঢ়াৰ গুণগত মানদণ্ড উন্নত হোৱাৰ বাহিৰে বাকী সকলো সুবিধা আছে। আজিৰ যুগত।

    • @lalintayedibrugarh3189
      @lalintayedibrugarh3189 Рік тому +4

      LP Schoolত যেতিয়ালৈকে 5 টা Class পঢ়াবলৈ এজন বা দুজন শিক্ষক থাকিব তেতিয়ালৈকে গুণগত শিক্ষা আশা কৰাটো মিছা কথা । 5 জনকৈ শিক্ষক দি বাকী কামবোৰৰ পৰা শিক্ষকক মুক্তি দি মাত্ৰ পঢ়োৱাত গুৰুত্ব দিবলৈ দিয়ক । তেতিয়া প্ৰাইভেটতকৈ চৰকাৰী বিদ্যালয় বহু আগত থাকিব ।

    • @abbaskhanassam7398
      @abbaskhanassam7398 Рік тому

      aamar schoolot letrine, bathroom, khuwa pani, safai kormi eaku nasil. kiba koi pesab koribo parisilu.

    • @s-jitlifestyle7457
      @s-jitlifestyle7457 Рік тому

      Come to darrang best quality govt school

  • @nipanbaishya
    @nipanbaishya Рік тому +12

    বিদ্যাদেৱী, মা,দেউতা, শিক্ষাগুৰু সকলৰ আশীৰ্বাদত চৰকাৰী বিদ্যালয়/মহাবিদ্যালয়ৰ স্নাতকোত্তৰ উত্তীৰ্ণ হলোঁ।
    বহুত ভাল নম্বৰ লৈ পাছ কৰিব নোৱাৰিলেও প্ৰতিযোগীতা কৰাৰ সাহসকন পাইছোঁ আমাক চৰকাৰী বিদ্যালয়ে দিছে। বিশেষ নকওঁ দিয়ক আৰু।

  • @rajadoley3921
    @rajadoley3921 Рік тому +32

    প্ৰেৰণাৰ অন্য এক উৎস অনুপম চক্রবৰ্তী। অনুপম দাৰ কথাবোৰ শুনিলে কিবা এটা ভাল লাগি যায়।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Рік тому +17

    সুন্দৰ, এতিয়া কোনো কি ক'ব, আই মনি কামাংক। চৰকাৰী বিদ্যালয়ত মেধা,কম মেধা সকলোৰে প্ৰতি সমান দৃষ্টি।আছে স্বাধীনতা আৰু আনন্দ❤️❤️❤️🙏🙏🙏

  • @mainabarman4477
    @mainabarman4477 Рік тому +60

    আইমনি কামানৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ভগৱান ৰ শ্রী চৰনত 🌹🙏🌺❤💕

  • @zgofficialassam7536
    @zgofficialassam7536 Рік тому +56

    সচা কথা 🇮🇳মই অ সৰুৰে পৰা চৰকাৰী বিদ্যালয়ত পৰি ডাঙৰ হৈছো ❤️এতিয়াও চৰকাৰী মহাবিদ্যালয়ত পৰি আছোঁ 🇮🇳🇮🇳🇮🇳

    • @Lifeless000
      @Lifeless000 Рік тому +3

      That's why you wrote পৰি instead of পঢ়ি, isn't it ?

    • @bhbxyz
      @bhbxyz Рік тому

      @@Lifeless000 Savage😂

    • @gyandipvisite4753
      @gyandipvisite4753 Рік тому

      😅😅😅😅😅😅 amiyu government school t class 10 loike pohisilu kittu atiya pass korar pichot private college t porisu, private aru government r kbloi gle bohut different ase de, 🤣 private r Oman hboi nuhare haa 😅😅😅😅😅

  • @jpmelodyent.
    @jpmelodyent. Рік тому +73

    তুলনা কেৱল খোৱা-লোৱাকে নকৰিবা, পঢ়া-শুনাৰ লগতো হ'ব লাগে।

    • @mr.newpondda6774
      @mr.newpondda6774 Рік тому +5

      hokol khua buai nhoi form fill up pra dhri ki ki nidiye...kiman dhukia manuhor hubida hoise keneke beya buli kbi sorkari school bur

    • @anupomsonowal428
      @anupomsonowal428 Рік тому +2

      @@mr.newpondda6774 right 👍

    • @anupomsonowal428
      @anupomsonowal428 Рік тому +1

      চৰকাৰী স্কুলৰ ল'ৰা ছোৱালী বোৰ private স্কুলৰ ল'ৰা ছোৱালী বিলাকতকৈ কম নহয় ।

    • @a2ztechandfun241
      @a2ztechandfun241 Рік тому +5

      Private School t porha Student jnor Mark 100/100 holeo kintu Government School t porha Student r Lgot patta npay. Karon Private School t A2Z note diye kintu Government School t porha Student a Syllabus nije Complete kori Note bonay. Jodi Government Teacher bilake School t vlkoi porhabo dhore tetiya Government School t porha Student bilak aru aagbari jabo.

    • @abbaskhanassam7398
      @abbaskhanassam7398 Рік тому

      gorib manuhor babe khuwa buwa2 main.

  • @tapantayeboy1828
    @tapantayeboy1828 Рік тому +2

    bhohut bhohut duniya Aimoni kaman aru Thank you Nktv sir missing vakat kobo diyar babe

  • @gulapchungkrang9576
    @gulapchungkrang9576 Рік тому +12

    আইমণি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ,,,,,,,

  • @netajikumartaid7832
    @netajikumartaid7832 Рік тому +23

    Aimoni is one of the finest actresses in our mising society and we are proud of the successful youtuber Aimoni that's why Aimoni always moves to higher heights and speed up.

  • @charliefunny7709
    @charliefunny7709 Рік тому +28

    কেৱল খোৱা-বোৱা, পিন্ধা-উৰাৰ পৰা অলপ আঁতৰি থাকিবা পঢ়া-শুনাত অলপ ধ্যয়ান দিয়া

  • @prabhatdoley620
    @prabhatdoley620 Рік тому +1

    Bohut Vhal lagile.Aimoni 👍👌🙏

  • @emote90ff20
    @emote90ff20 Рік тому +6

    Sowali joni bohut telent hoy moja lagise ❤️🍁

  • @AnantaPayeng24969
    @AnantaPayeng24969 Рік тому +4

    shining star AIMONI KAMAN.....MAY GOD BLESS YOU!!!

  • @indiramedak449
    @indiramedak449 Рік тому +2

    আইমনি কামানক বহুত ধন্যবাদ জনালো স্মাৰ্ট ছোৱালী।

  • @axomankit2386
    @axomankit2386 Рік тому +5

    বহুত বহুত সূন্দৰ 😍🥀

  • @gkborivlogs6250
    @gkborivlogs6250 Рік тому +4

    আইমণিৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @dimbeswardeogharia6890
    @dimbeswardeogharia6890 Рік тому +18

    খুব ভাল লাগিল আইজনী । মোৰ বিশ্বাস তুমিও এদিন অনুপম চক্ৰৱতীৰ দৰে বিখ্যাত হবা । আমাৰ আৰ্শীবাদ আছে । 🙌🙌

  • @aitech51
    @aitech51 Рік тому +2

    সঁচাকৈ আইমনি আমাৰ কাৰণে বহুতেই গৌৰবৰ কথা🎂🥳🥳

  • @joyabori-AJ219
    @joyabori-AJ219 Рік тому +2

    সুন্দৰ অনুভৱ মনৰ কথা কৈ দিলা আইমণি

  • @ritadevitayeng2623
    @ritadevitayeng2623 Рік тому +2

    Proud of you ...&God bless you

  • @budhendutta3207
    @budhendutta3207 Рік тому +8

    সচাঁ কথা❤️

  • @gaganhira7190
    @gaganhira7190 Рік тому +4

    Good news.proud of you for this type of news.

  • @hridayajitnarzary2863
    @hridayajitnarzary2863 Рік тому +4

    G koise thikei koise..
    Great my dear 🙏🙏

  • @majuliboy834
    @majuliboy834 Рік тому +2

    ভাল লগা ছোৱালী ❣️❣️

  • @souravjyotikalita6846
    @souravjyotikalita6846 Рік тому +1

    Val lgil suwali jnir kotha bur huni imm hundorke koise👌👌👌👌👍👍👍❤❤❤

  • @furinarah4932
    @furinarah4932 Рік тому

    আমনি কিমানক লগ পাই বহুত ভাল লাগিল।

  • @EiyanTaidOfficial404
    @EiyanTaidOfficial404 Рік тому

    So great aimoni kaman tumi eman hundor koi kotha bur koisa

  • @RamMohan-ht1yt
    @RamMohan-ht1yt Рік тому +5

    It's better encourage for the those are studying in government schools so your really exciliency talented keep it up sister study well.

  • @janardankaman6824
    @janardankaman6824 Рік тому +2

    ধন্যবাদ
    From bangaluro

  • @subhanchetia3177
    @subhanchetia3177 Рік тому +1

    Verry good.suwali hale anekua haba lage himmatwala..

  • @digantapayenpayeng3379
    @digantapayenpayeng3379 Рік тому +2

    ভাল লাগিছে

  • @ridermisingaao9997
    @ridermisingaao9997 Рік тому +1

    Bohut bohut vl lagise.

  • @dulbormanta4407
    @dulbormanta4407 Рік тому

    আমনি কামান তাই বৰধুনিয়া তাইৰ মাতোও বৰধূনিয়া বৰ সাহকি তাই। ধন্যবাদ আইমনিতোমাক ।🌹❤️🌹❤️🌹❤️🌹❤️🌹❤️🌹❤️🌹❤️🌹❤️🌹❤️🌹

  • @Parthapagag
    @Parthapagag Рік тому

    আইমনি কামান thank s a lot from Guwahati, Assam

  • @BNDYT
    @BNDYT Рік тому +3

    She is very fearless girl.... Good girl...

  • @donyipoloayang6515
    @donyipoloayang6515 Рік тому

    আৰু আগবাঢ়ি যাব বুলি আশা কৰিছো 🙏🙏❣️❣️❣️❣️❣️

  • @bitupongogoi1990
    @bitupongogoi1990 Рік тому +16

    মাক দেউতাক তথা সকলোৱে কেৱল শিক্ষকক দুখ দিলে নহব । লৰা বা ছোৱালী জনীৰ পঢ়াৰ প্ৰতি গুৰুত্ত্ব থাকিব লাগিব , মাক দেউতাকেও অধিক গুৰুত্ব দিব লাগিব । মই বতমান class10 ৰ গতিকে মই য়ো লক্ষ্য কৰো লৰা জন কেনেকুৱা । কিছুমান লৰা ছোৱালী বিদ্যালয়লৈ যোৱা উদ্দেশ্যই বেলেগ । কিন্তু এইবোৰ কথা জানো মাক দেউতাকে জানে । তেওলোকে টো নাজানে । তেওলোকে কেৱল শিক্ষকক দুখ দিয়ে ।

  • @jugendersaikia4176
    @jugendersaikia4176 Рік тому +21

    খাবলৈয় দিয়া আৰু পোছাক দিয়াটো সীমাবদ্ধ নহয় লিখা পঢ়া ভাল দৰে হোৱা টোহে আচল কথা ফ্ৰীতে যদি পায় টকা খৰছ কৰি কোনেও প্ৰাইভেটত নিদিলে হয়।

    • @lalintayedibrugarh3189
      @lalintayedibrugarh3189 Рік тому

      LP Schoolত যেতিয়ালৈকে 5 টা Class পঢ়াবলৈ এজন বা দুজন শিক্ষক থাকিব তেতিয়ালৈকে গুণগত শিক্ষা আশা কৰাটো মিছা কথা । 5 জনকৈ শিক্ষক দি বাকী কামবোৰৰ পৰা শিক্ষকক মুক্তি দি মাত্ৰ পঢ়োৱাত গুৰুত্ব দিবলৈ দিয়ক । তেতিয়া প্ৰাইভেটতকৈ চৰকাৰী বিদ্যালয় বহু আগত থাকিব ।

    • @borsaranibora6305
      @borsaranibora6305 Рік тому

      Media basi basi baya khai khan dakhai..... Moi aru mur haru ma government Assamese school, poha, i feel proud all are so genuine good at studies.... We all can speak or right English better than English medium school. Okay 👍

  • @kyozaxxy5257
    @kyozaxxy5257 Рік тому +4

    Having a gRogeous talent ...keep it up and gud luck 4 ewr future aimoni kaman

  • @sushildeka8711
    @sushildeka8711 Рік тому +3

    God bless you...Aaimoni

  • @manashpratimnath8247
    @manashpratimnath8247 Рік тому +12

    আমি হ'লে চৰকাৰী স্কুলত পঢ়িছো । আমাৰ গোটেই পৰিয়ালৰ মানুহে চৰকাৰী স্কুলত পঢ়ি সকলোৱে আজি ভাল ভাল বিভাগৰ ভাল পদত আছে আৰু মোৰ ল'ৰা ছোৱালীয়েও অসমীয়া মাধ্যমত শিক্ষাদান কৰি আছে।।।।

  • @angsumanangsuman5509
    @angsumanangsuman5509 Рік тому +2

    আইমণি কামান মোৰ ভনী হয়। Thanks.

  • @kbgaxom3074
    @kbgaxom3074 Рік тому

    Bohut bhal lagil ♥️ video tuu Sai 😊

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому +2

    Many many congratulations to Aimoni.

  • @gyandipvisite4753
    @gyandipvisite4753 Рік тому +5

    Private aru government kunu kota nai aneka tulona kora2 bhut beya lagise 🙏🙏🙏 perfect lora suali student defferent bula bostu2 nai

  • @dadugogoi5548
    @dadugogoi5548 Рік тому +1

    আইমনি কামান এজনি সাহসী, স্মাৰ্ট ছোৱালী | 👌👌

  • @majuligaming5547
    @majuligaming5547 Рік тому +11

    Good 👍 আইমনি কথাবার্তা বোৰ সঁচাকৈ বহুত বেছি ভাল লাগিল দে মিচিং কথাত বার্তা কৰাৰ বাবে।।।।

  • @reenasonlineteaching
    @reenasonlineteaching Рік тому +2

    Aimoni kananor ujjal bhobishyat kamona korilu...❤💕

  • @dipankargogoi8817
    @dipankargogoi8817 Рік тому +2

    So great.....my sister... love you from.... Chennai...

  • @pobitrogogoi3077
    @pobitrogogoi3077 Рік тому

    ইমান মৰম লগা ছোৱালী ও আই । ❤️❤️❤️

  • @binayrabha9173
    @binayrabha9173 Рік тому

    Eman dhuniya swali all tha best

  • @rkofficial1868
    @rkofficial1868 Рік тому

    আইমণি কমান বহুত ধুনীয়া কথা কৈছা। আগলৈ আগুৱাই যোৱাটো বিচাৰোঁ...

  • @achyutborah7371
    @achyutborah7371 Рік тому +2

    Mozza sir

  • @dehadehi4142
    @dehadehi4142 Рік тому

    Bohut val lagise dada 🌷🌷🌷🌷🌷

  • @mondaymigomtaid
    @mondaymigomtaid Рік тому +3

    so great aimoni

  • @mathsallcompetitiveexam1622
    @mathsallcompetitiveexam1622 Рік тому +2

    আইমনি কামান :- চৰকাৰী বিদ্যালয় সমূহ ভাল হয় ঠিকেই; সেইবুলি a ব্যক্তিৰখণ্ডৰ বিদ্যালয় বোৰ বেয়া বুলি প্ৰতৈক্ষ ভাৱে কোৱাটো তুমি শুদ্ধ কৈছা বুলি মই নাভাবো । Private school ba Collegt pohi oha সকলে গম পাই private school বা কলেজৰ dicipline sincerity tumi poha nai private colleges ba schoolt সেইকাৰণে অনুভৱ কৰিব পৰা নাই ।। ধন্যবাদ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ👍

  • @tinkuthapa663
    @tinkuthapa663 Рік тому

    Dhuniya kotha koise sister 👍

  • @bharatsaikia1581
    @bharatsaikia1581 Рік тому +4

    বহুত ধন্যবাদ আইমনি কামান

  • @papayanath9512
    @papayanath9512 Рік тому

    Dhuniya program 🙏

  • @uthjaal3933
    @uthjaal3933 Рік тому +1

    Aimoni baideo ❤

  • @chayanikahandique1490
    @chayanikahandique1490 Рік тому +16

    চৰকাৰী স্কুলত চাকৰি private স্কুলত সন্তানক পঢ়ায় কিয়

  • @rustomraagsaikia1590
    @rustomraagsaikia1590 Рік тому +37

    ভাল লাগিল ভন্টী কিন্তু এটা কথা মনত ৰখা উচিত যে সুবিধা দিলেই ন'হব কাৰণ স্কুল মানেই হ'ল শিক্ষা আৰু চৰকাৰী শিক্ষাখণ্ডত প্ৰথমে কিন্ত উন্নত মানদণ্ডৰ সু শিক্ষাদানৰহে অধিক প্ৰয়োজন।আমি পঢ়িথাকোতে কিন্তু একোৱে নাছিল সুবিধা কিন্তু আমাৰ দিনত চৰকাৰী স্কুলৰ পৰা অসমৰ ভিতৰতে স্হান লাভ কৰিছিলে আৰু ৰিজাল্ট যথেষ্ট ভাল। কিন্তু আজিৰ দিনত দেখিছোঁ আমাৰ স্কুলৰ সাজযোৰ এবাৰ হালধীয়া এবাৰ নীলা আৰু এইবাৰ ইংৰাজী মাধ্যমৰ দ'ৰে টাই দি দিছে কিন্তু ৰিজাল্ট ফফ' ফৌ।সেয়ে সু শিক্ষা দান আৰু আন্তগাঠনিৰহে অধিক প্ৰয়োজন।তোমাৰ আত্মবিশ্বাস দেখি ভাল লাগিল। তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিছোঁ।

    • @manabrava189
      @manabrava189 Рік тому

      Sclt teachere valkoia porahai private howk ba sorkari lora suwalia nej val k pohibo lagibo bulai sorkari bulile j bea hobo haitu nahoi jodi sorakari scl bea tanehole sorkari sakori nu kio lge

    • @mr.newpondda6774
      @mr.newpondda6774 Рік тому +2

      jdi private school te phbi extra class nkribi tetiya buji pabi private school ba college t kiman unot dhoronor phai

    • @mr.newpondda6774
      @mr.newpondda6774 Рік тому

      apunak koisu dji apunar lra suwali ase

    • @lalintayedibrugarh3189
      @lalintayedibrugarh3189 Рік тому +1

      LP Schoolত যেতিয়ালৈকে 5 টা Class পঢ়াবলৈ এজন বা দুজন শিক্ষক থাকিব তেতিয়ালৈকে গুণগত শিক্ষা আশা কৰাটো মিছা কথা । 5 জনকৈ শিক্ষক দি বাকী কামবোৰৰ পৰা শিক্ষকক মুক্তি দি মাত্ৰ পঢ়োৱাত গুৰুত্ব দিবলৈ দিয়ক । তেতিয়া প্ৰাইভেটতকৈ চৰকাৰী বিদ্যালয় বহু আগত থাকিব ।

  • @Crazy_videos.5M
    @Crazy_videos.5M Рік тому +2

    জয় আই অসম

  • @lalintayedibrugarh3189
    @lalintayedibrugarh3189 Рік тому +8

    LP Schoolত যেতিয়ালৈকে 5 টা Class পঢ়াবলৈ এজন বা দুজন শিক্ষক থাকিব তেতিয়ালৈকে গুণগত শিক্ষা আশা কৰাটো মিছা কথা । 5 জনকৈ শিক্ষক দি বাকী কামবোৰৰ পৰা শিক্ষকক মুক্তি দি মাত্ৰ পঢ়োৱাত গুৰুত্ব দিবলৈ দিয়ক । তেতিয়া প্ৰাইভেটতকৈ চৰকাৰী বিদ্যালয় বহু আগত থাকিব ।

  • @sanjibgam3932
    @sanjibgam3932 Рік тому

    Mojja mojja mojja lagise

  • @jarsangao9672
    @jarsangao9672 Рік тому +5

    mising Régam írroii 👍🏽♥️

  • @gourangadoley8808
    @gourangadoley8808 Рік тому

    Aimoni kamanor spoto kothabur xuni bor val lagil.aguwai juwa tumi

  • @nitishdoley2654
    @nitishdoley2654 Рік тому +4

    you are great talent

  • @SaidulIslam-zx5fw
    @SaidulIslam-zx5fw Рік тому

    Val Katha koise sowali joni.good bless you

  • @Funny_Factory805
    @Funny_Factory805 Рік тому +2

    Best of luck for your future aimoni ❤️.

  • @AjonnarahKo
    @AjonnarahKo Рік тому +2

    Majjaa 🥰 video Nice ❤️

  • @taidkoassamvlog
    @taidkoassamvlog Рік тому

    Haimonir kotha right 💯👍🤝❤️ sir

  • @lowclassdoy2236
    @lowclassdoy2236 Рік тому

    Aimonir kothabur bht vl lgil.....

  • @ligangtaye3382
    @ligangtaye3382 Рік тому

    Aimani kamanor kothatu huni bohut val lagil

  • @commenti5459
    @commenti5459 Рік тому +7

    তথাপি সবেই প্ৰাইভেটত পঢ়াই

  • @GK-bj6fh
    @GK-bj6fh Рік тому

    Bahut sundar aaimoni kaman sis
    👌👌👌
    Bhagwane tumar enekuai Shakti aur healthy rakhe jen

  • @rajagaming5833
    @rajagaming5833 Рік тому +2

    Proud of you (aimoni) ❤️ u💞💙

  • @romakantotaw1880
    @romakantotaw1880 Рік тому

    Aimoni tumi aru agoloike agbari jua tare kamona korisu

  • @bastab_5x
    @bastab_5x Рік тому

    Bhut vall lagil Imoni baa

  • @jibondoley8554
    @jibondoley8554 Рік тому

    Bhut Val lagil aimoni kaman

  • @monurammili7713
    @monurammili7713 Рік тому +16

    Kaman sister, she is courageous, intelligent and smart. Our Mishing tanis are just awesome ❤️❤️

  • @kirandoley2836
    @kirandoley2836 Рік тому +12

    Proud of u sister Aimoni ....but in assam lack of proper infrastructure of government schools , the people's move forward to private schools, thats y government schools are far behind to privates.

  • @jineldoley3246
    @jineldoley3246 Рік тому +1

    Bhut vlagise

  • @aminulhoque1979
    @aminulhoque1979 Рік тому

    Really sis love from goal para,assam

  • @kakumoniphukan4837
    @kakumoniphukan4837 Рік тому

    Aimoni kothakhini xuni bohut val lagil

  • @digantamili8955
    @digantamili8955 Рік тому +25

    বহুত ভাল লাগিল 👍👍 আমনি কামান কিন্তু এটাই কথা যে চৰকাৰী বিদ্যালয়ত সকলো সুবিধা দিয়ে হয় সাজ পোচাক খোৱা বোৱা লৈ দিয়ে কিন্তু শিক্ষকে আজি কালি দৰমহালৈ হে চাই শিক্ষাৰ্থী লৈ নাচায়

    • @gitanjalipatiri415
      @gitanjalipatiri415 Рік тому

      সঁচা কথা

    • @lalintayedibrugarh3189
      @lalintayedibrugarh3189 Рік тому

      এইটো আপোনাৰ সম্পূৰ্ণ ভুল ধাৰণা ।যদি তেনেকুৱা শিক্ষক আপুনি দেখিছে তেন্তে সেই শিক্ষকজনৰ সমানে সেই সমাজৰ ৰাইজো দোষী । যিখন বিদ্যালয়ত ৰাইজৰ আন্তৰিকতা আৰু সঘনে আহ-যাহ থাকিব সেইখন বিদ্যালয়ৰ উন্নতিৰ শিখৰত আৰোহণ কৰা নিজ চকুৰে দেখিছোঁ ।

    • @gyandipvisite4753
      @gyandipvisite4753 Рік тому

      Hoi dada kittu private aru government tulona kora2 bhut beya lagil 🙏🙏🙏 perfect ba suka lora suali bure defferent bula bostu2 nai

    • @hemsinger2467
      @hemsinger2467 Рік тому

      Apuni sage private school r teacher....kotha tu apuni muthei hosa kuwa nai....thakibo pare du ejon hokolo govt teacher k hamuri luwa tu apunar vul

  • @dijenbhai1872
    @dijenbhai1872 Рік тому +2

    He mojaaa 👍👍

  • @smilegirl4545
    @smilegirl4545 Рік тому +9

    iman duniya lagise xamer missing kottabur koa babe😍

  • @sondippegu7304
    @sondippegu7304 Рік тому +1

    Aimoni kaman juiii

  • @rajboruah4670
    @rajboruah4670 Рік тому +1

    Great great,

  • @badalkaman5149
    @badalkaman5149 Рік тому

    Bohut Duniya Baaaaaaaa

  • @akashdeepgogoi8690
    @akashdeepgogoi8690 Рік тому +2

    True words

  • @dipakdoley5180
    @dipakdoley5180 Рік тому

    Excellent aimoni kamon.