নাম-প্ৰসঙ্গ | বুলু হাজৰিকা বৰুৱা | সুন্দৰ কন্ঠৰে সম্পূৰ্ণ নাম-প্ৰসঙ্গ | Naam prasanga |লখিমপুৰ

Поділитися
Вставка
  • Опубліковано 26 січ 2025

КОМЕНТАРІ • 81

  • @PromudGayan-gl9je
    @PromudGayan-gl9je 25 днів тому +1

    কৃষ্ণ কৃষ্ণ আই🙏🙏❤️🙏🙏

  • @pabitriborah3564
    @pabitriborah3564 11 годин тому

    সুন্দৰ হৈছে আই।🙏🏾🙏🏾🙏🏾🙏🏾

  • @mitaliborah8448
    @mitaliborah8448 9 днів тому +1

    আই মাতৃসকল বহুত সুন্দৰ হৈছেআগলেকে এনেদৰে বুলু আইৰ পৰা প্ৰসঙগ ভাগি শুনিলে নথৈ সুখি হব ঈশ্বৰে আপোনাৰ সবাক কৃপা কৰক

  • @BipinBora-im1ti
    @BipinBora-im1ti 22 дні тому +1

    কৃষ্ণ আই আপোনাৰ শ্ৰীমুখে ভগৱন্তৰ গুণনাম শুনি কিতাৰ্থ হলো।

  • @BIRENDUTTA-r9p
    @BIRENDUTTA-r9p Місяць тому +1

    BuluAiSeyaJanalu❤❤❤❤

  • @GaneshNath-l8h
    @GaneshNath-l8h 25 днів тому +1

    Krishna AI bout Sundar hoisa sawa Junalu krishna,,,,,,,

  • @monikadutta8559
    @monikadutta8559 24 дні тому +1

    সুন্দৰ হৈছে বৰমা❣️

  • @subratsubratbora3398
    @subratsubratbora3398 28 днів тому +1

    বৰ ভাল লাগিল 👍🔥🔥🔥🔥

  • @niranjanborah6665
    @niranjanborah6665 23 дні тому +1

    খুব সুন্দৰ হৈছে আই,ঈশ্বৰে কৃপা কৰক,আগুৱাই যাওক❤❤

  • @manjudutta3510
    @manjudutta3510 25 днів тому +1

    Bohut dhunia hoise.Aru aguai jua bow.

  • @purnakantagogoi7064
    @purnakantagogoi7064 27 днів тому +1

    অতি বলিষ্ঠ তথা সুন্দৰ কণ্ঠেৰে আগবঢ়োৱা নাম - প্ৰসঙ্গ ভাগি শ্ৰৱণত পৰম আনন্দ লভিলো। সহযোগিতা কৰা সৱাৰে শ্ৰীচৰণত ভক্তি সেৱা জনালোঁ। কৃষ্ণ কৃষ্ণ।

  • @BabaBorah-u3b
    @BabaBorah-u3b Місяць тому +1

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ, ঘোষনী ঘোষা,দিহা ঘোষা ৰ লগতে কীৰ্তন দুভাগীউ শ্ৰৱণ কৰি অতি আনন্দিত হলো। ভৱিষ্যতেও এনে ধৰনে আপোনাৰ মুখপদ্ম হন্তে ভগৱন্তৰ গুণানুকীৰ্তন শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।

  • @NamashreeBorah
    @NamashreeBorah 23 дні тому +1

    সুন্দৰ হৈছে বৌ,🙏

  • @BipinBora-im1ti
    @BipinBora-im1ti 15 днів тому +1

    Bulu Al Apunar Pra song Sundra Hoise Krishna

  • @JayantaBora-po1vo
    @JayantaBora-po1vo 13 днів тому

    Dhunia hoise

  • @parthapratimboruah.1167
    @parthapratimboruah.1167 Місяць тому +1

    বহুত ভাল লাগিল

  • @BipinBora-im1ti
    @BipinBora-im1ti 22 дні тому +2

    কৃষ্ণ আই প্ৰসঙ্গ ভাগ বৰ ধুনীয়া হৈছে। শুনি সন্তোষ পালোঁ। কৃষ্ণ কৃষ্ণ।

  • @JBgaming-420
    @JBgaming-420 Місяць тому +1

    Xundor

  • @BijuBorah-yn4iw
    @BijuBorah-yn4iw 7 днів тому

    বৰ সুন্দৰ হৈছে, আপ্লুত কৰিলে আপোনাৰ নামে । বিজু গগৈ ।

  • @kabitahazarika867
    @kabitahazarika867 11 днів тому

    সুন্দৰ কণ্ঠ বাইদেউ

  • @lilihazarika4843
    @lilihazarika4843 Місяць тому +1

    কৃষ্ণ কৃষ্ণ ❤❤🙏🙏

  • @pritihazarika6213
    @pritihazarika6213 Місяць тому +1

    ❤❤🙏🙏

  • @pallabjyotiboruah3216
    @pallabjyotiboruah3216 Місяць тому +1

    Proud of You Maa❤

  • @pethachuknarayanpur3379
    @pethachuknarayanpur3379 28 днів тому +1

    ❤❤

  • @B-davE
    @B-davE 29 днів тому +1

    কৃষ্ণ কৃষ্ণ বহুত সুন্দৰ হৈছে ❤

  • @BulumoniBorah-ts5vd
    @BulumoniBorah-ts5vd 8 днів тому

    নাম প্ৰসংগ ভাগ বহুত ভাল লাগিল।

  • @ভক্তি-কণ্ঠ
    @ভক্তি-কণ্ঠ 25 днів тому +1

    কৃষ্ণ আই বৰ সুন্দৰ হৈছে । ঈশ্বৰে কৃপা কৰক আৰু আগবাঢ়ি যাওক❤❤❤

  • @silpibordoloi1828
    @silpibordoloi1828 25 днів тому +1

    অ আই বহুত ধুনীয়া হৈছে। আপোনী গুৰু ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত বহুত আগ বাঢ়ি গৈছে।ভগৱন্তই আৰু কৃপা কৰক আই।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপুনি সম্পদ,,,আমাৰ বাবে পথ প্ৰদৰ্শক।কৃষ্ণ

  • @dilipsaikiamds5236
    @dilipsaikiamds5236 22 дні тому +1

    কৃষ্ণ আই ভাল লাগিছে

  • @TukheswariborahTukheswariborah
    @TukheswariborahTukheswariborah Місяць тому +1

    Krishna Krishna ❤❤❤

  • @kusumsaikia9274
    @kusumsaikia9274 27 днів тому +1

    বৰ সুন্দৰ হৈছে আই আৰু আগবাঢ়ি যাওক কৃষ্ণ ।

  • @PrabinHazarika-mx6he
    @PrabinHazarika-mx6he 26 днів тому +1

    Nice

  • @gunaramdas131
    @gunaramdas131 Місяць тому +1

    কৃষ্ণ, কৃষ্ণ🙏আই সমস্ত সুন্দৰ!

  • @pradipsaikia2882
    @pradipsaikia2882 28 днів тому +1

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ আই, আমি শ্ৰৱণ কৰি বহু উপকৃত হলো আই। আমি এয়া আৰ্হি হিচাবে লৈছো, কৃষ্ণ আপোনাক ঈশ্বৰে কুশলে ৰাখক দেই আই, মাধৱ মাধৱ

  • @putulchandradeka9338
    @putulchandradeka9338 Місяць тому +3

    কৃষ্ণ কৃষ্ণ বুলু আই, অতি সুন্দৰ হৈছে।সমস্ত আইৰ ঢৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিলো। কৃষ্ণ।।🎉🎉🎉।।

  • @alakaboruah9460
    @alakaboruah9460 Місяць тому +1

    সুন্দৰ হৈছে 🙏🏻❤

  • @rijuboruah1028
    @rijuboruah1028 Місяць тому +1

    ❤ krishna, xundar hoise

  • @Nijaraphukan9294
    @Nijaraphukan9294 Місяць тому +1

    কৃষ্ণ কৃষ্ণ 🙏🙏 বৰ ভাল লাগিছে
    সেৱা জনাইছু কৃষ্ণ ❤❤

  • @pinkuhazarika3532
    @pinkuhazarika3532 Місяць тому +1

    Agbahi juya ❤

  • @rashmirekhabayan6348
    @rashmirekhabayan6348 Місяць тому +1

    কৃষ্ণ কৃষ্ণ।

  • @KusumBara-h1o
    @KusumBara-h1o Місяць тому +1

    Bor Sundor lagil nam vagi Krishna

  • @hemkantadhandia4716
    @hemkantadhandia4716 Місяць тому +3

    কৃষ্ণ, নামাচায , আইগৰাকীৰ লগতে সমস্ত আই ৰ চৰন কমলত ভক্তি ভৰা শ্ৰদ্ধা ও সেৱা নিবেদিছো । কৃষ্ণ।।

  • @krishnaboruah3588
    @krishnaboruah3588 Місяць тому +1

    কৃষ্ণ কৃষ্ণ, সেৱা নিবেদিলো

  • @butt3rflyyyy
    @butt3rflyyyy Місяць тому +1

    কৃষ্ণ কৃষ্ণ আই,সেৱা নিবেদিলো ।

  • @arunidas1053
    @arunidas1053 Місяць тому +1

    কৃষ্ণ কৃষ্ণ আই।

  • @Gobinchandrabora-y8k
    @Gobinchandrabora-y8k Місяць тому +2

    নামাচায আইগৰাকীৰ লগতে আন আইসকলোকো সেৱা জনাইছো ।

  • @BIRENDUTTA-r9p
    @BIRENDUTTA-r9p Місяць тому +1

    BuluAaivalLagil

  • @ranju_saikia211
    @ranju_saikia211 Місяць тому +1

    বহুত ভাল লাগিল ❤ ❤

  • @prasantakumarnath9469
    @prasantakumarnath9469 Місяць тому +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🪔🪔 জয় গুৰু শঙ্কৰ 🙏🙏🪔🪔

  • @renubordoloi6867
    @renubordoloi6867 Місяць тому +1

    কৃষ্ণ 🙏 সুন্দৰ আই ❤❤ আপোনাৰ লগতে সহযোগী আইসকলকো আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদিলোঁ 🙏🙏

  • @arunadutta1223
    @arunadutta1223 Місяць тому +2

    কৃষ্ণ বুলু আই বৰ সুন্দৰ হৈছে আৰু আগবাঢ়ি যোৱা

  • @rinjumonisaikia6527
    @rinjumonisaikia6527 Місяць тому +1

    কৃষ্ণ কৃষ্ণ ❤❤❤

  • @jumonisaikiagogoi2824
    @jumonisaikiagogoi2824 Місяць тому +1

    Krishana krishana

  • @jinudeka7969
    @jinudeka7969 Місяць тому +2

    ক্বষ্ণ আই সেৱা ‌জনাইছো কণ্ঠ সঁচাকৈ আকৰ্ষণীয় হৈছিল।

  • @pallabikagohain5720
    @pallabikagohain5720 Місяць тому +1

    কৃষ্ণ জয় গুৰু শংকৰ মাধৱ ৰাম। কৃষ্ণ কৃষ্ণ আই সেৱা জনালোঁ কৃষ্ণ

  • @Eva-vq9td
    @Eva-vq9td Місяць тому +4

    Bulu aaike mukhya kori sokolu aai matri soronot sewa👏👏jonaisu ami murhomotie .Apunar sobor nam vag xuni bohut bohut val lagil .Amisob bohut anandito .Aai matri , Buli aai pora ami Ane dore nam suni thakiboloi pam buli bohutei asa korilu .Provue jen apunalukok vale rakhe take kamona korilu .

  • @debajanikalita1461
    @debajanikalita1461 Місяць тому +1

    কৃষ্ণ কৃষ্ণ,❤😊

  • @hiranyaneog7696
    @hiranyaneog7696 Місяць тому +2

    Xololu aailexewa janalo guwahati

  • @NayanmoniChutia-hm1ik
    @NayanmoniChutia-hm1ik Місяць тому +1

    Krishna Krishna 🙏 🙏

  • @JaikrishnaChetia
    @JaikrishnaChetia Місяць тому +1

    বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ

  • @mamonisaikia6536
    @mamonisaikia6536 Місяць тому +1

    কৃষ্ণ বুলু আই ! বৰ ভাল হৈছে আৰু আগুৱাই যাওক ।🙏

  • @jayantiboruah5913
    @jayantiboruah5913 Місяць тому +1

    🙏🙏🙏🙏

  • @krishnaboruah1576
    @krishnaboruah1576 Місяць тому +1

    কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ হৈছে।

  • @hemasaikia6172
    @hemasaikia6172 23 дні тому +1

    বৰ ভালো হৈছে নবৌ

  • @dinaborah1877
    @dinaborah1877 Місяць тому +1

    কৃষ্ণ আই সুন্দৰ

  • @khagengogoi4897
    @khagengogoi4897 Місяць тому +1

    বৰ ভাল হৈ ছে। আৰু আগবাঢ়ি যাওক

  • @gobindadeka4956
    @gobindadeka4956 Місяць тому +1

    Krishna aai apuni bhokti sudha sandhani satror hoi ne

  • @umanandahazarika8872
    @umanandahazarika8872 Місяць тому +1

    অতি উত্তম হৈছে, কৃষ্ণ কৃষ্ণ কৃষ্ণ,

  • @Trishnaboragogoi
    @Trishnaboragogoi Місяць тому +1

    🎉🎉🎉🎉

  • @manashjyotiborah6895
    @manashjyotiborah6895 Місяць тому +1

    কৃষ্ণ কৃষ্ণ

  • @CheerfulCoyote-xk7gr
    @CheerfulCoyote-xk7gr 6 днів тому

    Krishna krishna ❤❤❤

  • @polyboruah2196
    @polyboruah2196 Місяць тому +1

    Xundor dhunia hoise❤

  • @Runwithfun693
    @Runwithfun693 Місяць тому +1

    কৃষ্ণ কৃষ্ণ