First Recorded song of Dr. Bhupen Hazarika in 1936.
Вставка
- Опубліковано 29 сер 2019
- First Recorded song of Dr.Bhupen Hazarika in 1936.
Singer : Bharat Ratna Dr. Bhupen Hazarika.
Lyrics & Tune : Kalaguru Bishnu Prasad Ravha.
Recording Year : 1936.
Song Collected By : Mr. Dhurba jyoti Deka.
Thank you for watching this video .
#bhupenhazarikasong #jadavborah
সঁচাকৈয়ে শুনি বৰ আপ্লুত হ'লো।
আপুৰুগীয়া গীত,, ধ্ৰুৱজ্যোতি ডেকালৈ আমাৰ ধন্যবাদ থাকিল 💞
সুন্দৰ -- অতি সুন্দৰ বিৰল --
সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ সুধাকণ্ঠলৈ
So sweet voice and beautiful song, May God bless Bhupen Da, Thank you
ইমান সুন্দৰ গীত টি শুনি আপ্লুত হলো, লগতে ধ্ৰুবকো ধন্যবাদ দিলো
ক'ত পাম আৰু এই মধুৰ কন্ঠৰ গৰাকী জনক! তেখেত য'তেই আছে শান্তিৰে থাকক🙏🎉.......🎉🙏
সুধা কন্ঠৰ প্ৰথম বাণীবদ্ধ কৰা গীতটি শুনি আপ্লুত হলোঁ ❤
Thank you
Thanks Deka Deb for your noble works you give us a great chance to hear the first recorded song of our all time great Dr bhupen hazarika
Thank you so much
Legend our king Dr. Bhupen Hazarika 🙏
Yes
Really, my mom
Really, my Friend
ধ্ৰুৱ জ্যোতি ডেকাক অশেষ ধন্যবাদ
সুন্দৰ গীতটি সুন্দৰ কণ্ঠত শুনি আপ্লুত হʼলোঁ।
Anekua ata durlabh gaan xunibapai apluta hoiso.great collection. 👍
সচাঁকৈয়ে, ইমান যে বলিষ্ঠ কন্ঠ সেই অকমানতেই, গানৰ সুৰৰ ভাজঁ বোৰ নিখুঁত। আপোনমনে গাইছে, বৰ মধুৰ, শত সহস্র প্ৰনাম 🙏🌺🌺🌺
আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো
bohut bhal lgil.poribekhor nikhut n .hudha konth devoloi hosrodha prona😅
সঁচাকৈ বৰ সুন্দৰ কণ্ঠ।
যিমানেই গায়ক, গীতিকাৰ নোলাওক, ভূপেন দা শত সহস্র তৰাৰ মাজত চন্দ্রটো হৈ জিলিকি থাকিব।
আন্তৰিক ধন্যবাদ
সৰুৰ পৰাই এনে কণ্ঠ ! প্রথম শুনিলোঁ বহুত ভাল লাগিল |
ধন্যবাদ
Geet tu 10 bsr agte dada ajonor tat khunisilu, bor Val lagil, koisil bhupen hazarikar 10 bsr boyost Gua prathom geet
Bohut vl lagil gantu huni Thank you
What a beautiful song. Heard for the first time. Dhupenda is in our heart forever. Thanks for sharing
বৰ ভাল লাগিল ।
Bohut val lagil gan tu khuni...thank you dhurba da
বহুত ভাল লাগিল ।
দেহা মন সাঠ পৰি যোৱা সোধাকন্থ ড: ভূপেন হাজৰিকাদেবৰ সৰু কালৰ কন্থস্বৰ শুনি বৰ ভাল লাগিলে
অতি সুন্দৰ
Bor bhal lagil
এই গীতটি ধ্ৰুৱজ্যোতি ডেকাৰ চেনেলত বহুত দিনৰ আগতেই শুনিছো আৰু মাজে মাজে ও শুনি থাকো । ধ্ৰুৱজ্যোতি ডেকাৰ হাতত সুধাকণ্ঠৰ বহুতো আপুৰুগীয়া গীত আছে যিখিনি সুধাকণ্ঠই প্ৰচাৰৰ উদ্দেশ্যে দি থৈ গৈছে লেখা সহ ।
আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।
Pranam kalaguru and Bhupen Hazarika🙏🙏🙏🙏
A piece of history. Namaskar.
" যি মূলা বাঢ়ে তাৰ দুপাতটে চিন " 🙏
Great
Very good
Hosakoi amar bhupen hazarika amar
Bhupen Da pronam jonalo 🙏🙏🙏
আমাৰ প্ৰাণৰো প্ৰাণৰ,অসমীয়াৰ হিয়াৰ আমঠু,বহুমুখী প্ৰতিভাধৰ,মৰমৰ ভূপেনদাৰ আজি ওপজা দিনৰ পবিত্ৰ ক্ষণত কাহানিও নুশুনা এই বিৰল গীতটো শুনি মন চুই গ'ল,বুকুখন গধুৰ হৈ গ'ল। সুধাকণ্ঠৰ বিৰল তথা অমৰ গীতসমূহৰ সংগ্ৰহৰ নিৰলস প্ৰচেষ্টাত ব্ৰতী হৈ থকা ধ্ৰুবজ্যোতি ডেকাৰ এই ভূমিকা সঁচাই বিৰল আৰু শলাগ ল'ব লগীয়া।তেখেতৰ এই সৎ প্ৰচেষ্টা অব্যাহত থাকক আৰু আমাক ভূপেন দাৰ আপুৰুগীয়া গীতসমূহ উপহাৰ দি যাওক।।---ধূৰ্জ্জটি নাথ শৰ্ম্মা,তৰাজান,যোৰহাট।।
আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।
সুধাকণ্ঠৰ প্ৰথম গীতটি শুনি বৰ ভাল লাগিল । কি সুন্দৰ স্পষ্ট কণ্ঠ..
আপোনালৈ আন্তৰিক ধন্যবাদ।
Salute to great Bhupen da
Thank you so much
বহুত ভাল লাগিছে গানটো শুনিবলৈ পাই।
bahut sundar gan. dhanyabad dada gan tor babe.
𝘛𝘩𝘢𝘯𝘬 𝘺𝘰𝘶
Pranam bhupenHazarika🙏🙏🙏immortatsong bhupenda❤❤❤❤❤
Thank you so much
সঁচাকৈ অতুলনীয়। গীতিকাৰ আৰু গায়ক দুয়োজনেই অসমীয়া জাতিৰ বুকুৰ আমঠু।
আন্তৰিক ধন্যবাদ
I'm hearing this song for the first time....tq u brother for sharing this.... ❤️
Dr sir is our legend .
Tq apunar babe aji nojonar kotha akhar janib parilu .git ti huniw val lagil.❤️
Thank you so much
Bohut bohut thnx
প্ৰণাম
ভাল লাগিল গীতটো শুনি
ধন্যবাদ
ভাৰত ৰত্ন আপোনাক প্ৰনাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
🙏🙏
Borhiya
ধন্যবাদ
Val lagil
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।
Bhupen do 🙏🙏🙏
Bohut val.lagil.hunibo pai.eibur adio hirat koiu amulyo hoi..❤
ধন্যবাদ জ্ঞাপন কৰিলো
Verry good your thinking point. Thanks
Thank you
Ah ! what an attractive & sweet song ! Beyond of compare .
Thank you so much
👍👍👍👍👍👌👌👌👌👌🙏🙏🙏🙏
I am hearing this song for frist time tq bro🤜🤜
Thank you
সুধা কন্ঠৰ দহবছৰীয়া কন্ঠৰ অপূৰ্ব সোৱাদ লৈ আপ্লুত হলোঁ ❤❤
আন্তৰিক ধন্যবাদ
Xarur parai xuriya, balistha konthar adhikari asil, xeye ajiu amar majot xajiv hoi ase aru thakiba. Thanks
Thanks
wowwww......!!!!! This is a masterpiece!!!!
Thank you so much
Thank you jadab dada...
Thank you so much
🙏🙏❤❤🕊🕊👍😍
Thank you
Vhal lagil moi nije search kori xunisu
Thank you
❤❤❤
Drubajyoti deka deboloi shoto shoto pronam.
🙏
bhal lagil
Thank you
এই গীতটো শুনিছো আপোনাতকৈ আগতেই। বোধহয় শুনা নাই বুলি কাকো নকব।
Dhanyabad apunak....❤
Thank you
Dhonyo tumi Bhupen da
🙏
❤️❤️❤️❤️
প্ৰথম বাৰৰ বাবে শুনিলোঁ,,অতুলনীয়
song waswritten byBishnu prasad Rabha❤
Nice endeavor Thanks .
Thank you so much.
আপুনি জম্ম হোৱাৰ আগতেই শুনিছোঁ এইবোৰ গীত । সুন্দৰ গীত। ধন্যবাদ
ধন্যবাদ...
Very👍 nice👍
Thank you
Beautiful
Thank you
Welcome
Oti monurom, pran pale geetia,
Thank you
Pbgurung
Thanks Dhrubajyoti Deka. তোমাৰ প্ৰচেষ্টাৰ শলাগ লৈছোঁ ,
আন্তৰিক ধন্যবাদ
🙏💜🕊🕊🕊
🙏
Ufff eman morom loga mat tu asile pronam sangit pujari🙏
🙏
ধন্য হলো।অশেষ ধন্যবাদ ।
আপোনালৈয়ো আন্তৰিক ধন্যবাদ ।
Nice
Thank you so much
Sunder🙏🙏❤❤👌👌
Thanks
Nice song 😍😍😍
Thank you
Always remember
Thank you
💖
মজা লাগিল ধন্যবাদ
Thank you
Very praisable Dhruba Deka due to collection of meastors 1st song.
Thank you so much
The sun shows the day.
🙏💜🕊️
🙏🙏🙏
Thank you
🙏
আজিৰ নতুন প্ৰজন্ম ই ভূপেন দাক চিৰ যুগমীয়া কৰি ৰাখে যেন।
ধন্যবাদ
Teo amar majatei thakib xadai pranam
আন্তৰিক ধন্যবাদ...
বিৰল সঙ্গীত
Already heard
Thank you
Bhabilei kiba page.prativa ai dorei. Bikosit hoi.
ধন্যবাদ জ্ঞাপন কৰিলো ।
Hello sir B.Hazarika debor kukhumbor puttro srisankor future geetti bikhoye jonabosoon.
Ok
On
Ki ja apurba
গীতৰ কথাখিনি দিবচোন পাৰিলে৷
❤️❤️❤️
❤️❤️❤️
Thank you
ashekh dhonyabad