Dihanam// কৃষ্ণদেউ বৈকুণ্ঠলৈ গল by Bhagyashree Devi . cntc 7399692438

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • #dihanam #BhagyashreeDevi. #assamessongs
    #assamesvoktisong #2023Newassamessong #assam #horinam2023 #sangkarguru
    কণ্ঠ- ভাগ্যশ্ৰী দেবী ।,
    কথাসুৰ- পুস্পেন্দ্ৰ কলিতা ।
    পৰিচালক-কমল শইকীয়া ।,
    বাদ্যযন্তী- দেৱেশ্বৰ শইকীয়া ,
    কমল শইকীয়া , কৈলাশ ৰাভা , গৌতম শইকীয়া ।
    সহ শিল্পী- মৃদুপংখি ডেকা দেৱী ,সংগীতা দেৱী , দীপিকা দেৱী ।
    অডিঅ মিস্ক মাষ্টাৰিং- Bhaskar opswel .
    ভিডিঅ গ্ৰাফি- নিকো নাথ ।
    অনুগ্ৰহ কৰি সকলোৱে মোৰ চেনেলটো Subscribe কৰিব লিংকটো চেয়াৰ কৰি ,লাইক, কমেণ্ট কৰিব । জাননী- বিনা অনুমতিত যিকোনো চছিয়েল মিডিয়াত কোনেও যাতে এই ভিডিঅটো ডাউনলোদ কৰি প্ৰচাৰ নকৰে । কেৱল এই ভিডিঅটোৰ লিংকহে share কৰিব পাৰিব যিকোনো চছিয়েল মিডিয়াত ।

КОМЕНТАРІ • 860

  • @kabitakk5245
    @kabitakk5245 3 місяці тому +13

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏

  • @minakshivaishnab1313
    @minakshivaishnab1313 29 днів тому +3

    Dhuniya kontho baideo sunile suni thakibo mon krishna 🙏

  • @amarendradas1619
    @amarendradas1619 10 місяців тому +14

    সুন্দৰ কন্ঠ আৰু সুন্দৰ উচ্চাৰণে অধিক আকৰ্ষিত কৰিব পাৰিছে ৷

  • @ritamonidevi2775
    @ritamonidevi2775 11 місяців тому +4

    Val.lagil ❤🎉❤😮

  • @user-bj9ii8zb7i
    @user-bj9ii8zb7i Рік тому +7

    Khub bhal lagil

  • @Kakalibarua12
    @Kakalibarua12 5 місяців тому +4

    শুনি বহুত ভাল লাগিল 🙂🙂🎉

  • @RijuMahanta-li7ho
    @RijuMahanta-li7ho Рік тому +8

    অতি সুন্দৰ সুৰ

  • @pompitamuli7773
    @pompitamuli7773 Рік тому +4

    Bahi bojuwa Dada jona khub dhuniya bahi bojaisa ❤hosakoi bohut vall lagil huni 😊

  • @prunimabharali8677
    @prunimabharali8677 Рік тому +4

    Khub Hundar lagile

  • @jagatmedhi206
    @jagatmedhi206 Рік тому +14

    কৃষ্ণ কৃষ্ণ 🙏শুনি বৰ ভাল লাগিল আই গৰাকী আপুনি আৰু আগুৱাই যাক 🙏🙏🙏🙏

    • @Dhirumani-i7b
      @Dhirumani-i7b Місяць тому

      Bahut,Val,lagil,aru,aguwai,kayak,,,,,🙏🙏🙏🙏🙏

  • @nitulsaikia8129
    @nitulsaikia8129 Рік тому +13

    ইমান সুন্দৰ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏

  • @biswaneog617
    @biswaneog617 Рік тому +3

    Tothastru ....om nomu bhagowòte

  • @pompitamuli7773
    @pompitamuli7773 Рік тому +3

    Bohut Dhuniya lagil huni ❤😊

  • @manuranjangogoi4426
    @manuranjangogoi4426 Рік тому +4

    সুন্দৰ অতি সুন্দৰ মধুৰ সুৰ

  • @prabhatdutta1485
    @prabhatdutta1485 11 місяців тому +3

    অতি সুন্দৰ ❤

  • @biplabsaikia
    @biplabsaikia 11 місяців тому +6

    ভাল লাগিল শুনি।❤❤❤❤

  • @NanditaBaro-tc8dt
    @NanditaBaro-tc8dt 10 місяців тому +22

    বা তোমাৰ নাম বোৰ শুনি মনত বহুত শান্তি লাগে আগলৈ আৰু এনেকুৱা নাম শুনিব পাম বুলি আশা কৰিলো ❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 9 місяців тому +14

    Very nice performance. Go ahead way to your journey. God bless you ❤🎉❤

  • @nayanjyotikotoky7625
    @nayanjyotikotoky7625 4 місяці тому +3

    বহুত ভাল হৈছে। অতি সুন্দৰ ❤❤

  • @user-zr4xx1kf2g
    @user-zr4xx1kf2g 11 місяців тому +4

    সুন্দৰ❤❤

  • @jyutishmanborah-hj2ny
    @jyutishmanborah-hj2ny Рік тому +5

    ধুনীয়া 🙏🙏

  • @pall_589ff
    @pall_589ff Рік тому +17

    অতি সূন্দৰ আপুনাৰ কণ্ঠত মুগ্ধ হলো"❤️❤️❤️🙏

  • @pronabboruah7111
    @pronabboruah7111 11 місяців тому +5

    Bohut dhuniya gaise dei apuni 🙏🙏

  • @rinadeka8529
    @rinadeka8529 Рік тому +7

    কৃষ্ণ 🙏💐💐💐
    বহুত ভাল লাগিছে

  • @binandakonwar3929
    @binandakonwar3929 Рік тому +12

    কৃষ্ণ 💕💕💕।
    আগুৱাই যাওক তাৰেই কামনা কৰিলো🙏।

  • @minatimech4993
    @minatimech4993 Рік тому +5

    বৰ ভাল লাগিছে

  • @krishnagogoi1657
    @krishnagogoi1657 Рік тому +5

    সুন্দৰ | কৃষ্ণ কৃষ্ণ আই | জয় গুৰু শংকৰ |

  • @hemantagogoi694
    @hemantagogoi694 Рік тому +4

    সুন্দৰ কণ্ঠ বাইদেউ ভাল লাগিছে

  • @kamalakantanath2896
    @kamalakantanath2896 Рік тому +4

    Bahut bhal hoise. Shumadhur kantha .Dhanyhad janalu

  • @Biplob565
    @Biplob565 10 місяців тому +11

    Jai shree Krishna ❤🙏🙏❤

  • @huntugogoi4783
    @huntugogoi4783 11 місяців тому +3

    আপোনাৰ হৰি নাম বহুত সুন্দৰ

  • @tulsithengal8994
    @tulsithengal8994 Рік тому +5

    চাউদাঙৰ পৰা কৈছো...ভাল লাগিল❤❤❤

  • @pompibordoloidhun7145
    @pompibordoloidhun7145 Рік тому +4

    Xunder hoise❤❤ aguyai jua aru 🙏

  • @rinkudutta1512
    @rinkudutta1512 Рік тому +6

    অতি সুন্দৰ প্ৰদৰ্শন হৈছে।🙏🙏🙏🙏🙏

  • @maxjyotiboro5889
    @maxjyotiboro5889 Рік тому +9

    Bahut bahut dhunia hoise.

  • @chandankdas5095
    @chandankdas5095 10 місяців тому +10

    সচাই অতি সুন্দৰ কন্ঠ । সুন্দৰ পৰিবেশণ , ভক্তিত মন প্ৰাণ পুলকিত হয়। ধন্যবাদ।

  • @user-wz7ft2ut1i
    @user-wz7ft2ut1i 11 місяців тому +3

    সুন্দৰ হৈছে l

  • @pborah562
    @pborah562 Рік тому +4

    fast view ❤
    বহুত সুন্দৰ হৈছে

  • @PallobBorah-wl5ul
    @PallobBorah-wl5ul Рік тому +13

    শিৱসাগৰ পৰা নমস্কাৰ কৃষ্ণ

  • @manujanirban3743
    @manujanirban3743 10 місяців тому +7

    🎉🎉Bor Bhal Lagise xundor

  • @prasantakalita1503
    @prasantakalita1503 9 місяців тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ

  • @user-vm8nr2pk4b
    @user-vm8nr2pk4b Рік тому +2

    Eman hundor.🙏🙏🙏🙏🙏

  • @sagipray6927
    @sagipray6927 Рік тому +7

    কৃষ্ণ 🙏
    জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ

  • @rubulsaikia7497
    @rubulsaikia7497 Рік тому +4

    সুন্দৰ

  • @dipenkutum6301
    @dipenkutum6301 Рік тому +3

    Bohut hundar kanhta baideu

  • @bhaskarborah7873
    @bhaskarborah7873 Рік тому +5

    ইটো বেছি ভাল লাগিছিল।

  • @user-it4uz1zf4e
    @user-it4uz1zf4e Рік тому +7

    বৰ সুন্দৰ প্ৰদৰ্শন ।মন মুহি পেলালে আপোনাৰ কন্ঠ ই

  • @banashrikalita6217
    @banashrikalita6217 Рік тому +7

    baydyo apunar nambor eman val lagy sunily suni thakibor mon jay ooo

  • @puspomalaneog4362
    @puspomalaneog4362 Рік тому +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ প্ৰদৰ্শন। শুভেচ্ছা আৰু শুভকামনা জনালোঁ

  • @mongaonkhowa8922
    @mongaonkhowa8922 Рік тому +5

    O ba apunar nam khunila khunia thkibo mon jy......... Bohut dhuniya kontho tumar

  • @dharmeswarsaikia4858
    @dharmeswarsaikia4858 Рік тому +20

    এইয়া ভগৱানৰ দান, সুন্দৰ ৰছনা, সুন্দৰ কণ্ঠ, সুন্দৰ পৰিবেশন, সকলো মনোমহা, god bless you &your family & Team

  • @Hemantadeka2356
    @Hemantadeka2356 Рік тому +4

    আইগৰখকীৰ নামভাগ ভাল লাগিল কৃষ্ণ

  • @KrishnaGogoi-jv1em
    @KrishnaGogoi-jv1em Рік тому +2

    অতি সুমধুৰ

  • @probinbora135
    @probinbora135 Рік тому +21

    অতি সুন্দৰ পৰিবেশন কণ্ঠ শুৱলা । দলতিলৈ বহুত বহুত শুভেচ্ছা জনালোঁ ।

  • @kunalinamezing644
    @kunalinamezing644 11 місяців тому +12

    ❤ বীপ্ৰ দামোৰদেৱৰ এটি নাম আশা কৰিলো ake কণ্ঠত, সুমধুৰ কণ্ঠ ❤❤❤

  • @rupamdeka7784
    @rupamdeka7784 Рік тому +4

    Bor dhunia kontho ai...... Dinot bhut xonu moi.... Krishno krishno

  • @gobindanathgoswami9203
    @gobindanathgoswami9203 Рік тому +6

    ভাল লাগিছে

  • @utpalkalita7418
    @utpalkalita7418 9 місяців тому +10

    কৃষ্ণ কৃষ্ণ নমস্কাৰ মোৰ ফালৰ পৰা বহুত বহুত শুভ কামনা জনালোঁ উতপল কলিতা মঙ্গলদৈ।

  • @gurudas459
    @gurudas459 11 місяців тому +10

    ❤❤❤

  • @Mitashri_Khaund
    @Mitashri_Khaund Рік тому +21

    ইমান সুন্দৰ মাত টো কি কম মানে শুনিলে শুনি থাকিব মন যাই❤❤ ৰাতি পোৱা সন্ধিয়া সদায় শুনি এবাৰ হলেও মনটো পবিত্ৰ লাগে । আগলৈ এনেকৈ আশা কৰিছোঁ। জয় গুৰু শঙ্কৰ🙏

  • @sunjanpawe6330
    @sunjanpawe6330 4 місяці тому +2

    Bhagyashree devi medam eman je hundor modur hurore hongeetbur poribeken korigoisa bohut hundor lagise koboloi Baki nai mur palorpora bohut bohut Hardik obinandan giyapon korilu from kalkata so nice

  • @Antukakoty3677
    @Antukakoty3677 Рік тому +24

    কিযে সুমধুৰ ,শ্ৰুতি সুমধুৰ মুগ্ধ হ'লো।শব্দ উচ্চাৰণ স্পষ্ট,গোৱা শৈলী অনবদ্য হৈছে।বহু মৰম আৰু অভিনন্দন ভাগ‍্যশ্ৰী 🙏💐💕❤️

  • @jilimaborah2979
    @jilimaborah2979 Рік тому +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @nitubora6275
    @nitubora6275 Рік тому +2

    Bohut dhunia lagil

  • @daisyrabha2343
    @daisyrabha2343 Рік тому +2

    Krishna Krishna🙏🙏 oti xundor🙏🙏

  • @JituponHazarika-km4is
    @JituponHazarika-km4is Рік тому +2

    Bhut vl lagil❤❤❤

  • @Ritu_vlogs_
    @Ritu_vlogs_ Рік тому +2

    Krishno ❤

  • @binudgogoi1375
    @binudgogoi1375 Рік тому +2

    Bahut dhuniya hoise baideu

  • @bitulbori918
    @bitulbori918 Рік тому +1

    Bohut val lagile..... Krishna Krishna 🙏🙏🙏

  • @user-vy3fl9xc8d
    @user-vy3fl9xc8d Рік тому +3

    Hosai Dhunia lagil, Bhogobane Apunak aru aaguwai juwat hohai korok tarei hubhokamona jonaisu ..

  • @momikalitasarma9797
    @momikalitasarma9797 8 місяців тому +4

    কৃষ্ণ কৃষ্ণ 🙏🏻🙏

    • @Arup_364
      @Arup_364 7 місяців тому

      🙏🙏 krisno probhu

  • @dipakdevnath1452
    @dipakdevnath1452 Рік тому +2

    অতি সুন্দৰ । বহুত ভাল লাগিল ।

  • @BikashDoley-rc5ru
    @BikashDoley-rc5ru 10 місяців тому +5

    Very nice ❤

  • @jyotishnath3186
    @jyotishnath3186 Рік тому +9

    বহুত দিনৰ পিছত তোমাৰ নাম শুনা পায় বৰ ভাল লাগিল আৰু আগুই যোৱা তাৰে আশীৰ্বাদ কৰিলোঁ

  • @anupamborah2427
    @anupamborah2427 Рік тому +1

    Krishna 🙏🙏🙏 bor hundor hoisa Baidew

  • @bipulborah-fe4df
    @bipulborah-fe4df 11 місяців тому +11

    very nice voice

  • @julisaikia760
    @julisaikia760 2 місяці тому +3

    ইমান সুন্দৰ পৰিবেশ কৃষ্ণ

  • @srimantaamphili4949
    @srimantaamphili4949 Рік тому +1

    Hundra uposthapona Krishna 🙏🙏🙏

  • @hemantadas7564
    @hemantadas7564 Рік тому +5

    হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি
    নমো নন্দ গোপৰ কুমাৰ।।।।
    কৃপাময় শ্ৰীগোবিন্দ। তযু পদ-অৰবিন্দ
    কৰো মই লক্ষ নমস্কাৰ।।।

  • @debagogoi7061
    @debagogoi7061 4 місяці тому +3

    বাইদেউ কণ্ঠত শুনি থাকিলে শুনি থাকিবলৈ মন যায়

  • @phuleswarihazarika6106
    @phuleswarihazarika6106 Рік тому +15

    সুমধুৰ নাম শুনি মুগ্ধ হলো।
    কৃষ্ণ কন্ঠত স্থিতি হৈছে। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ সংগীবৃন্দৰ সহিতে আটাইকে কৃপা কৰি আৰু আগুৱাই নিয়ক। 🙏🙏🙏🙏 ।

  • @nilotpalasharma6516
    @nilotpalasharma6516 Рік тому +1

    Ki je dhunia lagise❤️❤️🙏🙏🙏

  • @rahultamuly4668
    @rahultamuly4668 Рік тому +1

    Dhuniya hoise❤

  • @user-nr7jf1hh8e
    @user-nr7jf1hh8e 7 місяців тому +2

    ইমান ধুনীয়া কণ্ঠ, শুনিলে শুনি থাকিব মন যাই ❤❤❤

  • @bhagirathhandique5309
    @bhagirathhandique5309 Рік тому +2

    সুন্দৰ হৈছে।

  • @binasarmah5137
    @binasarmah5137 Рік тому +1

    অতি সুন্দৰ অলপ শব্দ উচ্চ াৰনৰ পতি মন দিৱা

  • @buddha167
    @buddha167 Рік тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল।

  • @user-ij9vc3vj3y
    @user-ij9vc3vj3y Місяць тому +2

    কৃষ্ণ কৃষ্ণ ❤❤ আগবাঢ়ি যাওক ❤❤❤❤❤

  • @parthamixarsassam6762
    @parthamixarsassam6762 Рік тому +15

    সচাই আপোনাৰ কন্ঠত কিবা যাদু আছে বাইদেউ। শুনি থাকিলে ভক্তিৰ সাগৰত ডুব যোৱাৰ দৰে হয়। জয় গুৰু শংকৰ🙏🙏🙏

  • @hirakjyotithakuria7668
    @hirakjyotithakuria7668 Рік тому +1

    বহুত বেছি ধুনীয়া লাগিল বাইদেউ ❤❤❤❤❤

  • @AboniHazarika-bg3dk
    @AboniHazarika-bg3dk Рік тому +3

    বহুত ভাল লাগিল।শব্দ উচ্ছাৰন স্পষ্ট হৈছে।

  • @user-nn6kd9ko5q
    @user-nn6kd9ko5q Рік тому +3

    Eman hundor kontha

  • @tirut7812
    @tirut7812 22 дні тому +1

    🙏🌸♥️ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🌸♥️

  • @buddha167
    @buddha167 Рік тому +1

    Bohut khundar hoise 🙏🙏🙏🙏🙏

  • @subhashnathentertainment4595
    @subhashnathentertainment4595 Рік тому +8

    অন্তৰ চুই গল আই। সদৌটিলৈ শুভ কামনা জনালোঁ। আপোনাৰ ঘৰ কত আই

    • @BHAGYASHREEDEVIOfficial
      @BHAGYASHREEDEVIOfficial  Рік тому +2

      ধন্যবাদ দাদা

    • @BHAGYASHREEDEVIOfficial
      @BHAGYASHREEDEVIOfficial  Рік тому +2

      মোৰ ঘৰ মৰিগাওত । আপোনি মোৰ ঘৰৰ ওচৰত অনুস্থান কৰি গৈছে । বৰঙাবাৰি লখিমন্দিৰত

  • @puronpayeng7151
    @puronpayeng7151 Рік тому +1

    Nice Nice Nice ........👌👌👌👍👍👍🙏🙏🙏

  • @user-xg3vm4pe5b
    @user-xg3vm4pe5b Рік тому +2

    Bhal lagil

  • @ranjitkumargogoi1275
    @ranjitkumargogoi1275 Рік тому +1

    বৰ ভাল হৈছে। অতি সুনদৰ ।

  • @niranjanloying-xr1bm
    @niranjanloying-xr1bm Рік тому +3

    ইমান ধুনীয়া সুৰ

  • @anantasaikia828
    @anantasaikia828 Рік тому +2

    অতি সুন্দৰ প্ৰদৰ্শন