অসমৰ প্ৰায় ২০ লাখ চাহ শ্ৰমিকক ঘূৰাই নিয়াৰ যো-জা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ

Поділитися
Вставка
  • Опубліковано 9 лют 2025
  • অসমৰ প্ৰায় ২০ লাখ চাহ শ্ৰমিকক ঘূৰাই নিয়াৰ যো-জা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ। ঝাৰখণ্ডত গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলোৱা নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিশোধ ল'বলৈ সাজু হেমন্ত চোৰেন। চৰকাৰ গঠন কৰিয়েই প্ৰথম কেবিনেটত অসমৰ চাহ শ্ৰমিকক লৈ ল'লে বৃহৎ সিদ্ধান্ত। অসমলৈ আহিব চোৰেন চৰকাৰৰ প্ৰতিনিধি।
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

КОМЕНТАРІ • 154

  • @dewanimurmu822
    @dewanimurmu822 2 місяці тому +22

    Mama এই বাৰ Ready থাকক Hemont Soren আহি আছে ASSAM লৈ 😀😃😄

    • @UttamThakuria
      @UttamThakuria 2 місяці тому +1

      Eku koribo nuware, bis tokia manuh aibur!! Ane aibur namuna, national level party o nohoi JMM! 😂 Soren, suworor baccha tu xi nijor constituency t a Miya bhorai thoise, Adivasi bilak mod khai pori thake, no education, hospital aru Assam ot kaam koribo, fotua 😂😂😂 420😂😂

    • @dewanimurmu822
      @dewanimurmu822 2 місяці тому

      @UttamThakuria are bhai adivasi bilak dekhat kintu normal alopo judi konobai lorsor kori diya pisot ki hobo koneo najanibo. Adivasi british logot jjudho kora mahuh apuni jane ne najane bhai. Adivasi bikhoye agot jani lok pisot kobi bahi.

  • @BijoyGuria-e7e
    @BijoyGuria-e7e 2 місяці тому +8

    Johar🙏Wlcm..to soren sir in our assam

  • @Rajbonti-1m_2vmlg
    @Rajbonti-1m_2vmlg 2 місяці тому +15

    নহয় নহয়, এনেকুৱা কোৱা নাই অকল আদিবাসীসকলৰ সমস্যাৰ বুজ লব হে আহিব বুলি কৈছে,,মিছা news বোৰ কিয়,,, ঘুৰাই লম বুলি কোৱা তো হোনা নাই,

  • @DipankorDutta-p7c
    @DipankorDutta-p7c 2 місяці тому +3

    নিজৰ ৰাজ্যখনৰে অৱস্থা শোচনীয়। আমাৰ অসমলৈ আহি আদিবাসীসকলক নিৰীক্ষণ কৰে 😢। কি যে ৰাজনীতি কৰি থাকে নহয় এইসকলে।

  • @rinamuchahary-se4ds
    @rinamuchahary-se4ds 2 місяці тому +1

    thankiyou, Nb news.

  • @JuwakimLakra-tl8vv
    @JuwakimLakra-tl8vv 2 місяці тому +3

    Very good steps sir....

  • @devidbonia
    @devidbonia 2 місяці тому +7

    মিছা বাতৰি প্ৰচাৰ কৰি মানুহৰ মাজত কিয় বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

  • @Bhembrom5211
    @Bhembrom5211 2 місяці тому +25

    অসমত আহি আদিবাসী সকলৰ বিষয়ে সমস্যাৰ বুজ লবলৈ হে আহিব বুলি কৈছে,এনেই ফালতু news দি আছে। হিন্দী কথা বুজি নাপাই নেকি।

    • @Binutudu-m8s
      @Binutudu-m8s 2 місяці тому

      Hindi buji napai news wala

    • @bisenmurmu6941
      @bisenmurmu6941 2 місяці тому +1

      Hosa kotha

    • @AnimaAnni-z4p
      @AnimaAnni-z4p 2 місяці тому

      Acha se rakha hai ya nahi wohi puchne ke liye ayega Aadivasi log ko

  • @RabinHembrom-t4n
    @RabinHembrom-t4n 2 місяці тому +2

    অসমৰ আদিবাসী সকলোক ভাৰতীয় সংবিধানত উল্লেখিত অনুসুচিত জনজাতি জনগোষ্ঠী সকলোকে নিজ নিজ সম্প্ৰদায় হিচাবে আদিবাসী সকলোক পৰিচয় দিয়ক। ভাৰতীয় অনুসুচিত জনজাতি,সংবিধানিক অধিকাৰ দিয়ক।
    অসমত থকা অনুসুচিত জাতি ( SC ) তেওঁলোকৰ কাৰণে চাহ জনজাতি থকাত আমাৰ কোনো আপত্তি নাই।

  • @budhrambaghwar6848
    @budhrambaghwar6848 2 місяці тому +4

    বাইদেউলৈ বিনম্ৰ অনুৰোধ বাতৰি বোৰ যাতে ভাল দৰে শুনি, প্ৰকাশ কৰিব l

  • @Krishnasonowalkk9085Ks
    @Krishnasonowalkk9085Ks 2 місяці тому +3

    অতি আদৰনিয় পদক্ষেপ৷
    তেওঁলৈ বহুত বহুত ধন্যবাদ৷

  • @dhormukishan3418
    @dhormukishan3418 2 місяці тому +3

    অত্যধিক মিছা কথা কোৱাটো বেয়া স্বভাৱ। কাৰণ ২০ লাখ চাহ শ্ৰমিকক গুৰাই লোৱাৰ বাবে হেমন্ত চৰেংৰ সজাতি দল অহা নাই বৰঞ্চ অসমত বাস কৰা আদিবাসী সকল কেনেকুৱা সুবিধা লাভ কৰিছে অঞ্চলসমূহ পৰিভ্ৰমন কৰিব ।

  • @JeamKerketta-f6x
    @JeamKerketta-f6x 2 місяці тому +1

    Verry good❤❤

  • @emilpunam-vh6fm
    @emilpunam-vh6fm Місяць тому

    Jay johar jay adivasi 🏹 Assam adivasi logo ka hai

  • @Moniramsoren1
    @Moniramsoren1 2 місяці тому +1

    আৰু এটা কথা এই লোভী মিডিয়া টোৱে দেশ খন বেয়া অৱস্থা লৈ আনে 🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @kumudbaruah2001
    @kumudbaruah2001 2 місяці тому +21

    ঝাৰখণ্ডৰ আদিবাসী সকলৰ জীয়ৰী বোৰক বাংলাদেশী মিঞা মুছলমানে বিয়া কৰাই আদিবাসী সকলক মুছলমান কৰিছে , মাটি দখল কৰিছে ,অবৈধ বাংলাদেশীয়ে চৰকাৰী বিষয় বাব লৈছে। হেমন্ত চোৰেন ডাঙৰীয়াই সেই বোৰ কথাত গুৰুত্ব দিয়ক নহলে অদুৰ ভবিষ্যতে হেমন্ত চোৰেন ডাঙৰীয়াৰ পৰিয়ালৰ জীয়ৰী কে বাংলাদেশী মিঞাই বিয়া কৰাই মুছলমানলৈ কনভার্ট কৰাব। অসমৰ আদিবাসী সমাজ শান্তিৰে সুখত আছে। চৰকাৰৰ সকলো আচনিৰে সুফল আদিবাসী সমাজে ভালদৰে পাইছে। বৃটিশে আদিবাসী চাহশ্ৰমিক সকলক অসমলৈ অনা ২০০ বছৰ হ'ল। ভাৰত স্বাধীন হোৱাৰো ৭৪ বছৰ হ'ল। হেমন্ত চোৰেন ডাঙৰীয়াৰ এতিয়া আদিবাসী সমাজৰ প্ৰতি দৰদ হোৱাৰ কাৰণ কি? তেওঁ এতিয়াহে সাৰপালেনে? আগৰচোৱাত কি কুম্ভকৰ্ণ নিদ্ৰাত আছিল?

    • @RockyBhai-en3mq
      @RockyBhai-en3mq 2 місяці тому

      Amoni bal koi na jane Jharkhand kotha oltha poltha no koba nahole kotha biya hobo😡😡😡😡😡

    • @Danger-ze5bw
      @Danger-ze5bw 2 місяці тому +2

      Okol politics korise aru aku kotha nai aru adivasi jetiya assam ahisil hai2 homoyot jharkhand establish a hua nasil

    • @lalsanali8521
      @lalsanali8521 2 місяці тому

      😊😊😊😊😊😊😊😊😊😊😊

    • @kumudbaruah2001
      @kumudbaruah2001 2 місяці тому

      ​@@lalsanali8521মিঞা মুছলমানৰ লাজ চৰম বোলা কথাতো থকা হলে নিজৰ দেশএৰি পৰৰ দেশলৈ ভাত বিচাৰি নাহিল হেতেন।

    • @KrishnaKantaKonwar369
      @KrishnaKantaKonwar369 2 місяці тому

      Agote cah baganot Kam kora hokolue valkoi solisil etia lav naikia hoise . 1980 r agote sorkari sakori aru baganot Kam kora lukor salary equal asile .
      Ajikali baganot babu Kam koriboloi axomiya manuh najai tarupori hikhito adibakhi hokole labour Kam nokore Chennai, benglore adit baganor lorai Kam koriboloi jai .

  • @AnimaAnni-z4p
    @AnimaAnni-z4p 2 місяці тому

    Jai johar jai Aadivasi

  • @imdadali9519
    @imdadali9519 2 місяці тому +3

    ভাল কাম কৰিলে সকলোৱে সহায় কৰিৱ।

  • @Funnyvibes93
    @Funnyvibes93 2 місяці тому +1

    জানো..Media কথাবোৰ বঢ়াই দেখাইছে..সলেও
    যি সকল এয়া সলে ভাল হব ভাবিছে....তেওঁ
    সকলক সুধিব খুজিছো....চাহ পাত কি তোৰ নানাই চিংগিব হে । ❤

  • @JenishGuwala
    @JenishGuwala 2 місяці тому +1

    মুখেৰে কলে নহ'ব কৰিদেখাব পাৰিব লাগিব।অসমৰ চাহ শ্ৰমিক বা আদি বাছি সকল সদাই প্ৰবজনকাৰিয়ে হৈ থাকিব নেকী।

  • @Silbeustappna
    @Silbeustappna 2 місяці тому +2

    Jay Aadivasi Jay Johar Asam ka Aadivasi kaST ka darja Milega janjati Karan mileya Hemant Soren jindabad jindabad jindabad background Jay Johar Jay Aadivasi

  • @JedianHoro-q9s
    @JedianHoro-q9s 2 місяці тому

  • @puranjitbarua8820
    @puranjitbarua8820 2 місяці тому +1

    Very good 👍😊

  • @ajayswargiari2544
    @ajayswargiari2544 2 місяці тому +1

    Very good 🙏🙏 i

  • @girinbora7820
    @girinbora7820 2 місяці тому +3

    নিয়ক ভাল কথা ঝাৰখণ্ডত গোটেই মিয়া বাংলাদেশী ভৰাই এতিয়া বৰ ফিতাহি মাৰী বৰ বৰ কথা কৈ আছে বিশ লাখ বাদ দি পাৰে যদি একলাখ লৈ যাওঁকচূণ

    • @RockyBhai-en3mq
      @RockyBhai-en3mq 2 місяці тому

      Amoni kon hoi boka dutha Assamese ai karone bodo hokol axom rasjo 4 kon district dise bohut bal kothabodo hokol gotai axom di diyuk na bal hobo

    • @RockyBhai-en3mq
      @RockyBhai-en3mq 2 місяці тому

      Jharkhand kotha na sane amoni oltha palth no kobi re aponi nahole kotha biya hobo😡😡😡😡😡😡😡😡😡😡

    • @DhurbaDas-w8p
      @DhurbaDas-w8p 2 місяці тому

      অসমীয়া নাজানো নেকি,,?​@@RockyBhai-en3mq

    • @RatanProjaparsonaluse
      @RatanProjaparsonaluse 2 місяці тому

      নিউজ টো সম্পূৰ্ণ মন দি চালে নে বোপাই 20 লাক আদিবাসী ক লৈ যোৱাৰ কথা তাত কোৱাই নাই হেমন্ত সুৰেন ডাঙৰীয়াই নিউজ বকি থকা মহিলা জনীয়ে কি ফকতিয়া কথা কৈ আছে

    • @BijoyGowala-i9o
      @BijoyGowala-i9o 2 місяці тому

      20 लाख लीले dekhun assam dhongkho

  • @Moniramsoren1
    @Moniramsoren1 2 місяці тому

    মামূৱে আগত বহুত ভাষণ মাৰিলে ঝাৰখণ্ড গৈ পেলাই । এতিয়া কেনে লাগে , কিন্তু মামু বহুত ডাঙৰ চৰ বিজেপিৰ যিমান নেতা মন্ত্ৰী আছে সৱকেই চৰ ,ডাকু লুটেৰা , ধকেবাজ 🔥🔥🔥🔥🔥

  • @MSPVlog123
    @MSPVlog123 Місяць тому

    Heman soren zindabaad

  • @karanmainaurangvideosong9557
    @karanmainaurangvideosong9557 2 місяці тому

    Good 💯

  • @RamnathMunda
    @RamnathMunda 2 місяці тому

    Jai adivasi jai johar

  • @SATYAKAMMAHALI
    @SATYAKAMMAHALI 2 місяці тому

    Hemont soren jindabad 🙏

  • @sarbondondasi4603
    @sarbondondasi4603 23 дні тому

    অসমত থাকি একো সুবিধা নাই পোৱা। আজি বহোত কিছো ছাহ শ্ৰমিক ১২পাছ বিএ পাছ কৰি কৰি দিন হাজিৰা কাম কৰিব লগা হৈছে। আজি ভাল ইস্কুল, কলেজত পঢীবলৈ সুবিধা পোৱা নাই। আজি আমি এই অসমত কত বছৰ ধৰি বাস কৰি আছোঁ তথাপিও আমাক মাটীৰ পটা দিয়া নাই, জাতিৰ প্ৰমান প্ৰত্ৰ ক্লীয়াৰলী হীচাপে দিয়া নাই।আৰু অসমৰ লোক নহয় বুলি একো ভাল সুবিধা প্ৰদান নকৰে । যদিও আমি ভাৰত ৰ্ৱষৰ নাগৰীক অসম এটা ভাৰতৰ অংশ হে। আজি আমাৰ ছাহ বগানৰ মানু সকলৰ এটা চৰকাৰী চাকৰী নাই যিমানে পঢ়া লিখা নকৰো কিয়। আমাৰ মানুহ ছাহ বগানত দবি থাকিব লাগে,আমাৰ মানুষ ভাল কামত উঠিব নালাগে মানে আমি এতিয়াও ব্ৰিটিছৰ অধিনত এই আছো। আৰু ব্ৰিটিছ আমাৰ ছাহ বগানত কামকৰা লোক সকলৰ কাৰনে এতিয়াও আছে,ছাহ বগানত জন্ম লৈ ছাহ বগানত কাম কৰি মৰিব লাগে ব্ৰিটিছে আইন বনাই থৈচে।

  • @sukhramUrang-gy5dg
    @sukhramUrang-gy5dg 2 місяці тому

    ভুৱা বাতৰি কিয় প্ৰচাৰ কৰে ।কেৱল অৰ্থনৈতিক ,ৰাজনৈতিক ,সামাজিক অৱস্থাৰ বুজ লোৱাৰ কথা উত্থাপন কৰিছে ।

  • @Rabhax
    @Rabhax 2 місяці тому

    Nice ♥️ mama

  • @sashibhatta5198
    @sashibhatta5198 2 місяці тому +1

    তাৰ পৰা খিলঞ্জীয়াৰ বিশেষ লোকচান নহব ৷ বাংলাদেশী মূলৰ লোককহে বনুৱা হিচাপে ব্যৱহৃত হোৱাৰ সুযোগ দিয়া হব ৷ কংগ্ৰেছ দলৰ কিছু ভাল হব ৷ সেইবাবেই নেকি ছোৰেণে সেইটো কৰিব খুজিছে ?

  • @Munnaurang-d9s
    @Munnaurang-d9s 2 місяці тому

    ❤thankusar

  • @budheswarsaikia3103
    @budheswarsaikia3103 2 місяці тому

    Extreme best step.

  • @WORLDNEW-l3j
    @WORLDNEW-l3j 2 місяці тому

    Good news ❤

  • @BarunSawashi-ob3ie
    @BarunSawashi-ob3ie 2 місяці тому

    Welcome Hemont suren

  • @dilipchauhan5219
    @dilipchauhan5219 2 місяці тому

    ঝাৰখণ্ড হ'বলৈ গৈ আছে দ্বিতীয় বাংলাদেশী মিঞালেণ্ড মিশ্বনেৰী ৰাজ্য সেইটোকলৈ হেমন্ত চৰেনে গুৰুপ্ত দিব লাগে। তেওঁ অসমলৈ আহিব পাৰে আৰামছে একো কথা নাই যেনেকৈ হিমন্ত মামায়ে গৈছিল। কিন্ত অসমত স্বাধীন ভাৰতৰ আগৰ পৰা বসবাস কৰি থকা ২০+ লাখ আদিবাসী সকলক কেনেকৈ উভতাই নিব বাৰু এইটো কিবা কথা হ'ল নেকি? অসমত আদিবাসী লোক সকলৰ বিষয়ে উন্নত অনুন্নত বিষয়ত ক্ষেত্ৰ অধ্যয়ন কৰিব পাৰে।

  • @JonalTurkey-ob9rh
    @JonalTurkey-ob9rh Місяць тому

    Mama.....gom pab

  • @DipakHembrom-d2h
    @DipakHembrom-d2h 2 місяці тому +1

    Good step

    • @BhuyanGoutam
      @BhuyanGoutam 2 місяці тому

      Dipak. Vai. Tomi. A.ssa m at. Kio a.sa

  • @SukhantiChawtal
    @SukhantiChawtal 2 місяці тому

    Hemant soren jindabad ❤

  • @DhvajendeHazarika
    @DhvajendeHazarika 2 місяці тому +7

    এই মানুহ বিলাকক বৃটিছেহে আনিছিল ঘুৰাই নিলে ভালেই হব । ইয়াত থকা MLA MP বিলাকো লৈ যোৱা ।

    • @satishpaharia953
      @satishpaharia953 2 місяці тому

      😂😂😂😂😂😂

    • @RockyBhai-en3mq
      @RockyBhai-en3mq 2 місяці тому +2

      Aponi ki hoi😡😡😡

    • @RockyBhai-en3mq
      @RockyBhai-en3mq 2 місяці тому

      Bodo hokol kotai axom di deyuk na bal hobo boka Assamese 😡😡😡

    • @Danger-ze5bw
      @Danger-ze5bw 2 місяці тому +8

      Aru apunaluke tu Thailand r pora ahese hoi nai apunaluk Thailand sorkare ketiya ghurai lobo bru😂

    • @krishnabarman9742
      @krishnabarman9742 2 місяці тому

      অসমৰ জনসংখ্যা অলপ কমিব 😊

  • @BostamKarmali-zx9oo
    @BostamKarmali-zx9oo 2 місяці тому

    Muk lagise Assam te 2026 te jmm sarkar hobo.

  • @Pranjal.99vlogs.-ux5pk
    @Pranjal.99vlogs.-ux5pk 2 місяці тому

    Nice air

  • @bikisonowalbiki
    @bikisonowalbiki 2 місяці тому

    Loi jabo da valai hobo

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn 2 місяці тому

    Bohut bhal hobo, assamor. Jono songkhya komile rajjyo khon ortho noitik bhabe labhambito hobo.

  • @LakhiramTraveling
    @LakhiramTraveling 2 місяці тому

    Santali people are in Bangladesh🇧🇩 and Nepal🇳🇵 and they are living a very good life. Like in India🇮🇳 the Indian government has done little to insult Santals and extol them

  • @uttamtirki5868
    @uttamtirki5868 2 місяці тому +2

    No St no rest

  • @RINGSARBORO-w9g
    @RINGSARBORO-w9g 2 місяці тому +1

    Boria Ahibalage Sir Heman Suren B J P Ek Ahitaka 2026 Bidai Dibalage Poripoton Lage B J P Sorkarrok Ji Dekapabalage Dikilu Sobka Shat Sobka Bikash Odsadin Dabol Enzinka Sorkar Dikulu Arw Nalage

  • @DebandraGhatuwer
    @DebandraGhatuwer 2 місяці тому

    Hemant Soren ...sir Assam ahibo mama Ghorot kol posola VAT khabole ahibo ....

  • @SunnyMunda-u4v
    @SunnyMunda-u4v Місяць тому

    Jai जे हेमंत सोरेन जय आदिवासी व्हेन स्ट नो स्ट नो रेस्ट

  • @minamjitchetia9567
    @minamjitchetia9567 2 місяці тому

    Good very good.

  • @skofficial140
    @skofficial140 2 місяці тому +2

    Jharkhand t uvoti juwa kotha kuwa nai hemont soren .
    News tu vul ke soluwa hoise.

  • @Mimbrangboro4589
    @Mimbrangboro4589 2 місяці тому +1

    Buhud bhal kotha, 20 lakh loi gole buhud bhal kotha, BTR pora 100 percent loi jaok, aami sobe Mili khohai korim loi jawat.

    • @swapanhasda664
      @swapanhasda664 2 місяці тому +2

      Kokrajhar tea garden t thoka Boro bilake sob Jharkhand jabo tenehole😢....

    • @boycotttrends3918
      @boycotttrends3918 2 місяці тому +3

      BTR r Adivasi bilak mulvasi hoi Axomor tohotok Burmar sorkare ketia loi jabo etu sinta korok 😂

    • @gobindatanti8900
      @gobindatanti8900 2 місяці тому

      ​@@boycotttrends3918😂

  • @amushkumarrya3892
    @amushkumarrya3892 2 місяці тому

    ভূল প্ৰচাৰ কিয় কৰিছে।

  • @swapanhasda664
    @swapanhasda664 2 місяці тому +2

    Cha bagisat asa judi Anchor madam tumako ghurai lobo Hemant Soren.😂

    • @Danger-ze5bw
      @Danger-ze5bw 2 місяці тому

      @@swapanhasda664 aibilak news channel a manuk burbok buli bhabise nki ne ami Hindi buji napaw buli bhabise ne tai Hindi buji nai bru

  • @Amitmarkamss
    @Amitmarkamss 2 місяці тому

    Mama ready tjakila hol aapuni

  • @janardonbora2795
    @janardonbora2795 2 місяці тому

    Good

  • @LakhiramTraveling
    @LakhiramTraveling 2 місяці тому

    We are santal tribes of India

  • @HimangshuDas-kw4di
    @HimangshuDas-kw4di 2 місяці тому

    Ok

  • @jayantadaimary9703
    @jayantadaimary9703 2 місяці тому

    Yes right Hemant suren

    • @johargi9642
      @johargi9642 2 місяці тому

      Can I know ki kya right laga tumhe isme

  • @DasrajuDasraju-s6v
    @DasrajuDasraju-s6v 2 місяці тому

    Good News

  • @WilliamMardi-k4q
    @WilliamMardi-k4q 2 місяці тому +2

    Adibasi okol Jharkhandr pora aha nai gom paise . Aponaloke ako najane .

    • @Danger-ze5bw
      @Danger-ze5bw 2 місяці тому

      @@WilliamMardi-k4q June koise j adivasi jharkhandor pora ahise hi eknubr burbok karon jharkhand 2000 yeart establish hol aru adivasi eyat tar agar porai ase..

    • @sarbondondasi4603
      @sarbondondasi4603 23 дні тому

      ​@@Danger-ze5bwgood

  • @chand8918
    @chand8918 2 місяці тому +3

    তাতে খাব নাই গোতেই ঝাৰখণ্ডৰ যুৱক-যুৱতী বেলেগ ৰাজ্যত মজদুৰ কৰি আছেগৈ লৈ গলে কত কি খুৱাব

    • @SahjahanAhmed-t9o
      @SahjahanAhmed-t9o 2 місяці тому

      গাত লাগিছে নে?

    • @chand8918
      @chand8918 2 місяці тому

      @SahjahanAhmed-t9o কি গাত লাগিব আছে গেদা চুৰ কৰিব পোৱা নাই নেকি আজি

    • @RatanProjaparsonaluse
      @RatanProjaparsonaluse 2 місяці тому

      লৈ যোৱাৰ কথা কোৱাই নাই নিউজ টো সম্পূৰ্ণ চাই লক

    • @sarbondondasi4603
      @sarbondondasi4603 23 дні тому

      Assam ot ki kam kore khaise apuni ki gom napai naki

  • @abworlds3551
    @abworlds3551 2 місяці тому

    Misa batori prosar korisae

  • @punjanbaruah9427
    @punjanbaruah9427 2 місяці тому

    হেমন্ত চূৰেণৰ কথাবোৰ
    শুনিয়েই জানিছোঁ, তেওঁৰ শাসনকালত কি কি ঘটিব

  • @KrishnaKantaKonwar369
    @KrishnaKantaKonwar369 2 місяці тому

    Agote cah baganot Kam kora hokolue valkoi solisil etia lav naikia hoise . 1980 r agote sorkari sakori aru baganot Kam kora lukor salary equal asile .
    Ajikali baganot babu Kam koriboloi axomiya manuh najai tarupori hikhito adibakhi hokole labour Kam nokore Chennai, benglore adit baganor lorai Kam koriboloi jai .

  • @rainmithi7165
    @rainmithi7165 2 місяці тому

    Ghurai nile bhale hobo.....

  • @longkiengti4919
    @longkiengti4919 2 місяці тому

    Abb ayega Moja, Assam state huga, Bangla state, ya bhujouri Ka state huuga......

  • @rakashdas9087
    @rakashdas9087 2 місяці тому

    আমাৰ এও আৰু অসমিয়ৈক খেদি আছে

  • @SunnyMunda-u4v
    @SunnyMunda-u4v Місяць тому

    हेमंत विश्वास शर्मा मुर्दाबाद हेमंत सोरेन जिंदाबाद हमारे स्टील लगे जय हिंद जय भारत

  • @bkstatus4607
    @bkstatus4607 Місяць тому

    News Misa kio diye najanile news nokoribo

  • @tridipsarma478
    @tridipsarma478 2 місяці тому

    কত মৰিছিল ইমান দিন হেমন চুৰে।

  • @TimePass-qo7ch
    @TimePass-qo7ch 2 місяці тому

    Ami sah bagan dakhal korim

  • @Sk_orang
    @Sk_orang 2 місяці тому

    🤫

  • @satishpaharia953
    @satishpaharia953 2 місяці тому

    আকাশত চা্ঙ পাতা 😂😂😂😂😂😂

  • @naruttamnath8783
    @naruttamnath8783 2 місяці тому +1

    Axom bahir kori delei hol
    Jharxond r kotha axomot vabi lav nai

  • @Mojesh78
    @Mojesh78 2 місяці тому

    Sarkar hona chahiye hemant gi jaisa❤❤❤ love from Assam no St no rest adiwasi se jalte hai sale😂

  • @mmm-fe6tc
    @mmm-fe6tc 2 місяці тому

    Axomot koi jharkhand bahut devlop ...rasta ghator pora loi sob

  • @pradipray3768
    @pradipray3768 2 місяці тому

    LOI. JABO. DIYOK.

  • @BagaramMitha
    @BagaramMitha 2 місяці тому

    Loi gole bhale hobo

  • @BijoyGuria-e7e
    @BijoyGuria-e7e 2 місяці тому

    Sk go back

  • @DebojitGogoi-j8e
    @DebojitGogoi-j8e 2 місяці тому

    Himant suren Khatra manuh sob atia buji paise hokulu manuh loi jabou pare karon Jharkhand Tea aria bonuwar mn

    • @RatanProjaparsonaluse
      @RatanProjaparsonaluse 2 місяці тому

      Loi juwar kotha tat ulekh korai nai hemont Soren ahi pelai ki ki hubidha pai buli buj lobor karne he amar axomole aahibo bisarise

  • @TimePass-qo7ch
    @TimePass-qo7ch 2 місяці тому

    Lekar jaao

  • @billiumorea2791
    @billiumorea2791 2 місяці тому

    Da dap kabol he hebo

  • @bikashrobidas-bd8of
    @bikashrobidas-bd8of Місяць тому

    350 hagra hobo laga

  • @JOHN_T123
    @JOHN_T123 2 місяці тому

    Bhal kotha survey aru study korok doodh ka doodh aur pani ka pani hoi jabo

  • @Ratul-f3q
    @Ratul-f3q Місяць тому

    Bapeo nibo nurare

  • @GopalPayeng-g7y
    @GopalPayeng-g7y 2 місяці тому

    😅😅😅😅😅😅 vhal kotha

  • @SatyajitGohain-m3f
    @SatyajitGohain-m3f Місяць тому

    Loi jok ki kam ase axomot adivasir

  • @Aj0ySinghmunda-dk3cc
    @Aj0ySinghmunda-dk3cc 2 місяці тому

    Kio nai atiyao ase

  • @fulmanitelra8413
    @fulmanitelra8413 2 місяці тому

    Nahi samajh aaya Bhasha

  • @sanjibbarla4885
    @sanjibbarla4885 Місяць тому

    Hemnto kabap ka hai na dhuima

  • @Victorsongjourney
    @Victorsongjourney 2 місяці тому

    Borbuk NEWS chennel hindi language najane😂😂

  • @Bolingofficial
    @Bolingofficial 2 місяці тому

    Faltu news di thaka😂😂

  • @HhhhKumar-zj5kt
    @HhhhKumar-zj5kt 2 місяці тому

    Jᴏɪ ᴀᴅɪᴠᴀsɪ ᴊᴏɪ ᴊᴏʜᴀʀ sᴀɴᴛᴀʟ

  • @jhadehasda6907
    @jhadehasda6907 2 місяці тому

    Kothato bhalkhoi jani buji news bonawok.

  • @bidupmoran1325
    @bidupmoran1325 2 місяці тому

    god gori pora loi agole loi jable kobi

  • @BapuSensua-f4w
    @BapuSensua-f4w 2 місяці тому

    Bagania nalayu asssmat tee baganot Bangla dasik voroba nowriba