PORISOI BIHIN || J.P.DAS || KARAOKE TRACK

Поділитися
Вставка
  • Опубліковано 7 лип 2024
  • পৰিচয় বিহীন
    যাযাবৰ লগৰী
    অকলশৰীয়া মই
    বিচাৰিছোঁ সঁহাৰি
    পৰিচয় বিহীন
    যাযাবৰ লগৰী
    অকলশৰীয়া মই
    বিচাৰিছোঁ সঁহাৰি।
    তুমি কোন নেজানোঁ
    বাটৰে চিনাকি
    নাম কি নেজানোঁ
    তুমি যে অনামী মৰমেৰে তুমি মোক
    ল'বা নে আদৰি
    মৰমেৰে তুমি মোক
    ল'বা নে আদৰি ?
    আমি যেন চিনাকি
    বহু যুগৰে
    আমি বান্ধ খালোঁ
    হোমৰে শিখাৰে
    আলফুলে তুমি মোক
    ল'লা যে সাৱটি
    আলফুলে তুমি মোক
    ল'লা যে সাৱটি ।।

КОМЕНТАРІ •