CM Himanta Biswa on PRC | PRCও লাগিব, স্থানীয় ভাষাও জানিব লাগিব- মুখ্যমন্ত্ৰী | N18V

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 29

  • @JintuDas-hi1tk
    @JintuDas-hi1tk 2 місяці тому +2

    40 × 18,00000 =7,20,00000
    অসম চৰকাৰৰ income prc ৰ নামত।
    কেৱল দুখীয়া লৰা ছোৱালীৰ হাৰাশাস্তি😢
    পকেটত নাই পইচা
    মা দেউতাক সুখ দিব এৰি দুখ হে দি আছো, পইচা খুজি খুজি ।
    দিন হাজিৰা কৰিম নে দৌৰিম নে পঢ়িম।
    সেই বোৰ ভাৱি চাবৰ সময় নাই চৰকাৰৰ।
    জুন ,জুলাই, অক্টোবৰ বছৰ পাৰ হৈ গল, সময়বোৰ বৰবাদ চাকৰি এটাৰ নামত, চাকৰি হয়নে নহয় তাতো গেৰাণ্টি নাই আৰু বা কি সমস্যা আহি পৰে ....😢

  • @Assamesemix987
    @Assamesemix987 3 місяці тому +3

    ইয়াৰ চাকৰি দিব মন নাই এই বাৰ মানুহৰ ভোট কম পালে যে সেই বাবে এইবোৰ কৰি আছে এতিয়া কত পাম PRC কেনেকৈ উলিয়াম অতদিনে দৌৰা পঢ়া শুনা বোৰ চব অথলে গল মামা মূৰ চোবোৱাই মূৰ নোচোবোৱালৈকে নেৰে কেই দিন মানৰ আগত employment exchange খন আকৌ নতুন ke উলিয়াব লগা হল এবাৰ উলিয়াবলৈ কে দিকদাৰ আকৌ দোকোতা পইছা খৰচ কৰি কৰিছোঁ employment exchange ৰ কাম ইটো পিছত সিটো নতুন বাহানা এতিয়া আকৌ নতুন কৈ এই টো from filup কৰা বোৰ আছেই চাকৰি দিব মন নাথাকিলে নিদিলেই হল হাজিৰা কৰি খাম কিনো মিছা মিছি আমাৰ লেখীয়া দুখীয়া মানুহ বোৰক অত্যাচাৰ কৰে PRC খন উলিয়াবলৈ উ কম পইছাত নহব ইয়াৰ মুঠতে দুখীয়াক কেনেকৈ মাৰি খাওঁ সেই টো ধন্দা যিমান দিছে ই তাৰ দুগুণ এনেকৈ নিছে আপুনিও এজন পুৰুষ,, অন্তত কিছুমান কথা উপলদ্ধি কৰিব লাগে,, কিমান সংঘৰ্ষ এই সময় খিনি মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ সকলৰ 😟 সেই খিনি লৰাক এবাৰ শুধি চাব,কেনেকৈ পঢ়াৰ লগতে কাম কৰি নিজৰ খৰচ আৰু ঘৰ খন চলাই আছে 🙏 আৰু বহুতো সপোন বুকুত বান্ধি সকলোৱে কিবা এটা পাম বুলি দৌৰাৰ লগতে পঢ়াশুনা কৰি আছে লগতে কাম ও কৰি আছে এই জনে নতুন নতুন নিয়ম উলিয়াই থাকিব আৰু আমাৰ লেখীয়া মধ্যবিত্ত শ্ৰেণীৰ লৰা ছোৱালীয়ে চিন্তাত ভুগি থাকিব নালাগে আৰু নকৰোঁ চৰকাৰী চাকৰি 😢🙏

  • @rabulphangcho8090
    @rabulphangcho8090 2 місяці тому

    Jai ho mama..❤❤❤

  • @anarulhoque7606
    @anarulhoque7606 2 місяці тому +1

    Prc or Domicile hole hbo nee
    Mane mor domicile ase hbo ne?

  • @nayanmanikalita9359
    @nayanmanikalita9359 3 місяці тому

    ইবাৰ কৈ আছে‌‌ চাকৰিত Apply কৰিলে PRC লাগিব। কিন্তু Apply কৰাৰ পিছত Revert back মাৰি দিয়ে।DC Office ত গৈ গম পাও যে ‌আ‌জিকালিEducational ৰ কামত হে PRC দিয়ে।

  • @nabajit4x
    @nabajit4x 3 місяці тому +2

    Prc নাই আমাৰ 😢 prc কৰ পৰা আনিম ইমান সোনকালে

    • @dibasrisaikia9878
      @dibasrisaikia9878 3 місяці тому

      Muru ni

    • @nabajit4x
      @nabajit4x 3 місяці тому

      @@dibasrisaikia9878 Olabole bohut kosto hoi, aru bohut din lage

  • @tapanseal991
    @tapanseal991 3 місяці тому

    Assam Government official notice for PRC must.

  • @NirmalWarisa
    @NirmalWarisa 2 місяці тому

    Hello sir dimasa language missed

  • @nayanmoniborkotoky6609
    @nayanmoniborkotoky6609 3 місяці тому

    কাৰ্য্য ক্ষেত্ৰত এইটো হ'ব লাগিব কিন্তু। PRC ও থাকিব লাগিব আৰু অসমীয়া ভাষাও জানিব লাগিব। এইটো উত্তম সিদ্ধান্ত বুলি নিশ্চয় দ্বিমত নাই।
    অসমৰ বাহিৰৰ পৰা আহি কলেজ প্ৰফেছাৰ হোৱাৰ উদাহৰণ মই নিজ চকুৰে দেখি আহিছোঁ। তেওঁ পশ্চিম বংগৰ বাসিন্দা। এয়া কেনেকৈ হ'ল ??
    নিশ্চয় আৰু উদাহৰণ ওলাব মন্ত্ৰী মহোদয়ে নিৰপেক্ষ বিচাৰ এটা এই ক্ষেত্ৰতো হোৱা উচিত বুলি মোৰ ব্যক্তিগত অভিব্যক্তি।
    বাংলা শিক্ষকৰ প্ৰয়োজন বুলি য়ে নিশ্চয় পশ্চিম বংগৰ পৰা শিক্ষক অহাৰ প্ৰয়োজন তথা ব্যৱস্থা ও হয়টো নাই

  • @binaadhikari-1945
    @binaadhikari-1945 Місяць тому

    PRC hobo lage

  • @dibasrisaikia9878
    @dibasrisaikia9878 3 місяці тому +1

    PRC আমাৰ নাই উলিয়াবও দিগদাৰ আমাৰ কি হব

  • @TrishnamaniDas
    @TrishnamaniDas 3 місяці тому +1

    Hoito monot thki jbo ai exm dbo npwa ksto jdi prc km thik time t nhoi ..😭, vl km hwa ni

    • @ApscAspirant420
      @ApscAspirant420 3 місяці тому

      Dibo pariba...prc interview time ot he lage

  • @Jayeetapaul
    @Jayeetapaul 2 місяці тому

    Atia domicile lge ne prc?

  • @sangeettalukdar178
    @sangeettalukdar178 3 місяці тому +1

    Prc or domicile hole hobo nee
    Mane prc ar xoloni domicile hole hobo ??

  • @akash_sharm_official
    @akash_sharm_official 3 місяці тому

    PRC nai

  • @buluurang8438
    @buluurang8438 3 місяці тому

    Moi culai bihohai korim

  • @PoojaSingh-hf6ti
    @PoojaSingh-hf6ti 3 місяці тому

    Thik hua nai 🥲🥲🥲

  • @ashimhazarika3231
    @ashimhazarika3231 3 місяці тому

    Assam police recruitment t PRC lgibo nki

    • @sagardeb178
      @sagardeb178 3 місяці тому +1

      Grade 3 lgibo ni?

    • @HirakBorkakati
      @HirakBorkakati 3 місяці тому

      Sobote lagib

    • @Melanophile3
      @Melanophile3 3 місяці тому

      ​@@sagardeb178muru nai.. grade 3 exam moi u dim. Ketia ke lagibo ...after result during interview or agot?

    • @Melanophile3
      @Melanophile3 3 місяці тому

      ​@@HirakBorkakati Hello..ketia dibo lagibo ..adre karone. during interview ne aji kali?

  • @lipikahajong-nn8ho
    @lipikahajong-nn8ho 3 місяці тому

    Muja