কাঠফুলা খেতি পদ্ধতি | কাঠফুলাৰ খেতি কেনেকৈ কৰে ? Mushroom Cultivation In Assam | Kathfula Kheti
Вставка
- Опубліковано 1 жов 2024
- ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ডিমাকুছিৰ এগৰাকী প্ৰতিষ্ঠিত কাঠফুলা খেতিয়ক হৈছে মিলন বসুমতাৰী । তেখেতৰ কাঠফুলা খেতিৰ গোটেইখিনি তথ্য এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে ।
কাঠফুলা খেতি কেনেকৈ কৰে আৰু কিমান খৰচ হয়, চৰকাৰী সা-সুবিধা, লাভালাভৰ সবিশেষ ভিডিঅ'টোত পাব ।
Your Queries -
mushroom kheti
mushroom kheti kenekoi kore
mushroom kheti assamese
mushroom assamese
mushroom cultivation in assam
mushroom seeds assam
assam mushroom farm
assam mushroom kheti
assamese mushroom
কাঠফুলা খেতি পদ্ধতি
কাঠফুলা খেতি
কাঠফুলা কেনেকৈ বনাই
#mushroom
#mushroomkheti
#কাঠফুলা
#কাঠফুলাখেতি
#mushroomkhetiassam
#mushroomcultivationinassam
#mushroomfarminginassam
Thanks for watching 🙏
Nambar to diyanai je
+91 78960 83190
Please give me your contact number., moiu mushroom kheti korim vabisu,mur ghar udalguri
ওচৰৰ কৃষি বিভাগৰ কাৰ্য্যালয়ত যোগাযোগ কৰক ।
Khua sun nki baidew
bikri kot koribo pari janabo neki. Moi bikri koribo pora ny
Apnr ghr kt
Darrang . Namkhala
7002788541 - Koushtabh Moni Nath, Dimakuchi.. contact kori lobo.. ekhete ghy t suply kore
@@AbhiPriya-Assam ok
Dibrugarh t krisu bkrir babe contact no dibo nki 😊
Local market paisene
বহুত ভাল লাগিল অভিজিৎ বৌৰ ধুনীয়া পৰিবেশন লগতে কাঠফুলা খেতিয়ক গৰাকী ৰ অভিজ্ঞতা শুনি উপকৃত হ’লো৷
ধন্যবাদ
🙏
Im interested
Good job brother
Very nice video ❤
বজাৰ কত আছে, বিক্ৰী কত কৰিম?
ঘৰৰ পৰা লৈ যায়।
Great
খেৰটো সিজাই ললে বেছি ভাল হয়
Nice
Nice
❤❤❤❤
ভাল লাগিল
ভাল লাগিল, কাঠ ফুলা খাই মই ভাল পাও,
Plz contact no dibo ne
7896083190
খেৰ কটা মেচিনটো ক'ত পাম জনাব চোন।
জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰক ।
Spawntu kenekoi pam?
ওচৰৰ কৃষি বিভাগৰ কাৰ্য্যালয়ত যোগাযোগ কৰক।
Indiamart pabo