নামঘৰ মুছিলে কি ফল পায় জগত বণিয়া

Поділитися
Вставка
  • Опубліковано 12 січ 2025

КОМЕНТАРІ • 885

  • @sunilsarmasunilsarma67
    @sunilsarmasunilsarma67 Рік тому +12

    কৃষ প্ৰভূ

  • @ChantumoniBora-li1zp
    @ChantumoniBora-li1zp Рік тому +10

    Bouht dhuniyakoi vangoni Kori goise Dai bohut Val moust enteligen,.Thankful

  • @parthadutta8101
    @parthadutta8101 Рік тому +7

    Bohut vaal lagil.....Narayan Narayan

  • @sewalisaikia5816
    @sewalisaikia5816 Рік тому +4

    Pronam jonaisu prabhu

  • @dilipkumardas7722
    @dilipkumardas7722 Рік тому +27

    হৃদখন চাফা হৈ গল 'হে হৰী 'আপোনাৰ সুন্দৰ বাণীয়ে 'মোৰ জীৱনটো যেন সদা পৰিস্কাৰ কৰি ৰাখে এইয়াই প্ৰাৰ্থনা 'কৌটি বাৰ""""""কৃষ্ণ' কৃষ্ণ 'হবি 'হৰি""""

  • @nishitarajbongshi-cf7sq
    @nishitarajbongshi-cf7sq Рік тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @1234lakhya
    @1234lakhya Рік тому +3

    ভাল লাগিলে

  • @purnimagogoimaina1078
    @purnimagogoimaina1078 7 місяців тому +17

    কৃষ্ণ কৃষ্ণ❣️🙏🙏 প্ৰভূ ভাগৱতৰ কাহিনী শুনি খুবেই ভাল লাগিল🙏

  • @KrishnaHazarika-cx9jv
    @KrishnaHazarika-cx9jv Рік тому +5

    শ্ৰৱণ কৰি আপ্লুত হ'লোঁ।

  • @manjurajkonwar2807
    @manjurajkonwar2807 Рік тому +17

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ কৃপাত আমি অভাজনে কৃষ্ণৰ কথা শুনিবলৈ পায় নিজকে ধন্য মানিছো প্ৰণাম ও সেৱা গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ 🙏🙏 কৃষ্ণ ।

  • @northeastrhinosridersclubp780
    @northeastrhinosridersclubp780 Рік тому +2

    Bohut vl lagil

  • @B.K938
    @B.K938 Рік тому +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏আপোনাক ভগৱানে ভালে ৰাখক🙏🙏🙏

  • @pranayborah2003
    @pranayborah2003 Рік тому +14

    জীৱনত প্ৰথম বাৰৰ কাৰণে ভাগৱতৰ জ্ঞান লাভ কৰিলোঁ৷আৰু ইয়াতকৈ সুন্দৰ সুন্দৰ পাঠৰ জ্ঞান পাই থাকিম বুলি আশা কৰিলোঁ

  • @mamanideka4369
    @mamanideka4369 Рік тому +5

    🙏 ও নমো ভগৱতে বাসুদেৱায় 🙏 জয় গুৰু শঙ্কৰ 🙏 7.07.2023.

  • @hiramanitalukdar9918
    @hiramanitalukdar9918 Рік тому +2

    Bohut val lagil

  • @polkakati9020
    @polkakati9020 Рік тому +4

    হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, হৰে ৰাম হৰে ৰাম, ৰাম ৰাম হৰে হৰে। সুন্দৰ বাখ্যা।

  • @nobinborah8327
    @nobinborah8327 Рік тому +2

    অতি মনোৰম হৈছে। 🙏

  • @MilanDas-yy7tg
    @MilanDas-yy7tg Рік тому +3

    ভাষা নাই বুজাব কিমান শান্তি লাগিছে মনটো

  • @hemantamahanta5578
    @hemantamahanta5578 Рік тому +2

    কৃষ্ণ কৃষ্ণ‌ ‌‌‌‌ সুন্দৰ ভাঙনি ‌‌

  • @bimanhazarika4625
    @bimanhazarika4625 Рік тому +4

    কৃষ্ণ কৃষ্ণ বাপ , আপোনাৰ শ্ৰীমূখে ভাগৱত ব্যাখ্যা শুনি বহু নতুন কথা জানিব পাৰিলো । ঈশ্বৰে আপোনাক সু স্বাস্থ্য বান কৰি থাকক । আপোনাৰ দ্বাৰা আমি আৰু বহু পাব লগা আছে । আপোনাৰ দিয়াৰ ক্ষমতা আছে । সেই ক্ষমতা সকলোৰে নাথাকে। আমি আশা কৰিলোঁ। কৃষ্ণ সেৱা নিবেদিছো।

  • @dharmanath4455
    @dharmanath4455 Рік тому +1

    Bohut bohut val lagile ❤❤❤

  • @RobiSenchuwa-xx5tm
    @RobiSenchuwa-xx5tm Рік тому +5

    কৃষ্ণ কৃষ্ণ বাপ অমৃত ৱাণী শুনি আত্মাই বহুত তৃপ্তি পালে। আপোনালৈ সেৱা নিবেদিলো।

  • @debengogoi9035
    @debengogoi9035 7 місяців тому

    সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে, 😊

  • @arth3155
    @arth3155 Рік тому +2

    বহুত আধ্যাত্মিক আলোচনা শুনিলো। ইয়াতকৈ অমূল্য বাণী আজিলৈকে শুনা নাই। বৰ ভাল লাগিল।।
    কৃষ্ণ ৰাম।।

  • @RunuBora-s2x
    @RunuBora-s2x 10 місяців тому +3

    কৃষ্ণ কৃষ্ণ আপোনাৰ ভাঙনিয়ে অন্তৰ্ চুই গৈছে।
    🙏🙏🙏

  • @buluborah4646
    @buluborah4646 Рік тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰনাম। জনাইছো। কৃষ্ণ

  • @kamaldas-k2r
    @kamaldas-k2r 9 місяців тому +2

    ৰাম কৃষ্ণ বাপ আপোনাৰ পৰা অকণমান অমৃত পালোঁ হয় কিন্তু বহুত দেৰিকৈ পালোঁ আপোনাক অন্তৰ পৰা সেৱা কৃষ্ণ বাপ 🙏

  • @dipikagoswami8922
    @dipikagoswami8922 Рік тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @muhidharsaikiaastra5677
    @muhidharsaikiaastra5677 Рік тому +1

    কৃষ্ণ কৃষ্ণ,বৰ ধুনীয়া কথা জানিব পাৰিলো

  • @A_B_Gamerz8660
    @A_B_Gamerz8660 6 місяців тому +1

    কৃষ্ণ হৰি 🙏

  • @ALIPBORA
    @ALIPBORA Рік тому +2

    Hundor Bani bohut val lagil

  • @hasleema.k.a.bhaukal6140
    @hasleema.k.a.bhaukal6140 Рік тому +1

    কৃষ্ণ কৃষ্ণ বঢ়িয়াকৈ বুজাইছে প্ৰভূ ।

  • @bidyabotideka7375
    @bidyabotideka7375 9 місяців тому +16

    কৃষ্ণ বাপ আতা আপুনি ধুনীয়াকৈ ভাগৱত ভাঙনি কৰে , আপুনি সকলোৰে মন পৱিত্ৰ কৰিলে,,,, কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏🙏🙏

  • @shyamolprachuryaphukon8804
    @shyamolprachuryaphukon8804 7 місяців тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃপাময় 🙏🙏🙏

  • @dhrubasarma6595
    @dhrubasarma6595 Рік тому +5

    Om shree Vishnu nomoh bhagobote bashudebaya nomoh.

  • @RangiliHazarika
    @RangiliHazarika Рік тому +2

    Bhute Val lagisa🙏🙏🙏🙏🙏🙏🙏🙏🏻🇮🇳🥰😍🤩

  • @joonbaishya6172
    @joonbaishya6172 Рік тому +6

    কৃষ্ণ হৰি ৰাম নাৰায়ণ প্রভূ দয়াময় কৰুণাসাগৰ দৈৱকীনন্দনৰ জয়🙏🙏🙏

  • @RunuBora-s2x
    @RunuBora-s2x 9 місяців тому +2

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ মহা ভাগৱতৰ অমৃতময় কথাই হৃদয় চুই গৈছে 🙏🙏🙏🙏🙏 ভাগৱতৰ ভাঙনি সকলোৱে শুনাটো অতিক প্ৰয়োজন 😂 তেতিয়া অজ্ঞানতা মনৰ পৰা আতঁৰি থাকিব 😂😂

  • @karunasaikia2370
    @karunasaikia2370 Рік тому

    বৰ ভাল লাগিল।

  • @prafullamedhi56
    @prafullamedhi56 6 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃপা কৰা প্ৰভু

  • @SabaKharia-gq5ee
    @SabaKharia-gq5ee 7 місяців тому +2

    Jai shree Krishna🙏🙏radhe radhe

  • @gautamdas5705
    @gautamdas5705 Рік тому +3

    শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ 🙏🙏🙏❤

  • @utjaldutta4075
    @utjaldutta4075 Рік тому +6

    কৃষ্ণ-------এওঁ ৰাজীবৰ দেওতা নয়নে বাৰু, ভাল লাগিল ❤

  • @sanowarabegum4481
    @sanowarabegum4481 Рік тому +1

    Kathabor khuni bor bhal lagil

  • @DebojitHazarika-m3f
    @DebojitHazarika-m3f 11 місяців тому +3

    কৃষ্ণ ❤️ কৃষ্ণ ❤️ কৃষ্ণ ❤️🙏🙏

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas 8 місяців тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🌻🌾🌷 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী মদ্ভাগৱত 🙏🌻🌾🌷 সেৱা নিবেদিছু বাপ আপোনাৰ বহুমূলীয়া ভাগৱতৰ শুনি ধন্য হলো 🙏🙏🙏🙏🙏

  • @TamenNarzary
    @TamenNarzary 4 місяці тому +2

    জয় বোৰাই বাথৌ ।বাপ ধন্য ধন্য ধন্য ধন্যবাদ,খোলোমবায়।

  • @HariprashadHari-z7v
    @HariprashadHari-z7v Рік тому +1

    শুনি ভাল লাগিল

  • @121nojurbilboniaawcujanima7
    @121nojurbilboniaawcujanima7 Рік тому +6

    কৃষ্ণ কৃষ্ণ। প্ৰভু আপোনাৰ বাখ্যা শুনি ভাল লাগিল কৃষ্ণ। ।

  • @Bakijghhngvcf
    @Bakijghhngvcf Рік тому +1

    Krishna krishan bar vall lagil

  • @keshavkalita-xe1ov
    @keshavkalita-xe1ov Рік тому +2

    কৃষ্ণ কৃষ্ণ। সেৱাভাগী জনালো বাপ ।

  • @RJrekhacreation
    @RJrekhacreation Рік тому +17

    কৃষ্ণ কৃষ্ণ বাপজন 🙏 আজি তিনি দিন মান আগতে ম‌ই ধৃতৰাষ্ট্ৰ অন্ধ হোৱাৰ কাহিনীটো শুনিছিলো , কিন্তু আজি আপোনাৰ ব্যাখ্যা শুনি আপ্লুত হলো ।

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 Рік тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম প্ৰভু বহুত নজনা কথা জানিলো

  • @chinugogoi5411
    @chinugogoi5411 Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ কৃষ্ণ

  • @pankajgayan1615
    @pankajgayan1615 Рік тому +1

    Jai Shree Krishna

  • @apurbakalita1968
    @apurbakalita1968 7 місяців тому +1

    Krishan Krishan ❤❤❤

  • @pulenbarman4763
    @pulenbarman4763 Рік тому +8

    ইমান ধুনীয়াকৈ বুজাই বহুত বেছি ভাল লাগিল🙏🙏🙏

  • @pradipgogoi3182
    @pradipgogoi3182 Рік тому +4

    সুন্দৰ বাপ । আপোনাৰ ভাগৱতৰ বাখ্যা শুনি। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @binitabarman4661
    @binitabarman4661 Рік тому +4

    হে প্রভু বহুত ভাল লাগিল শুনি আপোনা সবাৰো ওচৰত সতকৌটি প্রনাম❤❤

  • @thunukalita6191
    @thunukalita6191 Рік тому +3

    Nomo Vagowobote shree krishnay vasudevaay nomo

  • @pakghorthefoodhub7059
    @pakghorthefoodhub7059 5 місяців тому +1

    Krishna Krishna probhu dayamoy kripa koriba 🙏🙏

  • @NayanjyotiPhukon-h6q
    @NayanjyotiPhukon-h6q Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ ।

  • @bibhadas2370
    @bibhadas2370 Рік тому +11

    কৃষ্ণ।।। প্ৰভুৱে মোৰ ভক্তিৰ বলত নিজেই এইবোৰ আতৰাই দিলে। মোৰ জীৱনৰ বাল্যকালৰ পৰা আৰম্ভ কৰি যৌৱন কালছোৱা লৈকে অজ্ঞান আন্ধাৰত ডুবি আছিলো কিন্তু প্ৰভুৱে মোক মুক্তি দিলে। কৃষ্ণ কৃষ্ণ।🙏

  • @dndeb3576
    @dndeb3576 Рік тому +4

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা এই অভাজনেও যেন বাপ জনাই দিয়া আৰ্দশৰ অধিকাৰী হব পাৰো

  • @mousumichetia2317
    @mousumichetia2317 Рік тому +1

    Bohut Val kotha janibo parilu .Krishna Krishna 🙏

  • @porashjyotineog5984
    @porashjyotineog5984 Рік тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤❤

  • @SantiBaruah-yk8vi
    @SantiBaruah-yk8vi 7 місяців тому +3

    Krishna krishno

  • @abmonty7274
    @abmonty7274 Рік тому +31

    প্ৰভুজনা ঈশ্বৰ কৃষ্ণ ইমান কৃপালো দয়ালো মই মাত্ৰ ১০ মিনিট সময় ঈশ্বৰক কান্দি কান্দি কাতৰ প্ৰাৰ্থনা কৰিছিলো প্ৰভু মোৰ পৰা এই তেজ মিশ্ৰিত অখাদ্য বোৰৰ প্ৰতি থকা লোভটো নাইকিয়া কৰি দিয়া আচৰিত কৰি প্ৰভুয়ে সেই সময়ৰ পৰাই লৈ গ'ল প্ৰভুৰ প্ৰতি একান্ত বিশ্বাস লাগিব কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

    • @UtpalKalita888
      @UtpalKalita888 Рік тому

      Vegetarian t koi Vegan besi bhal. Vegan bure Gakhir o nakhai

  • @dipranjanboruah778
    @dipranjanboruah778 Рік тому +1

    হচাকৈ বহুত ভাল লাগীল 🙂

  • @jumandeka3437
    @jumandeka3437 4 місяці тому

    বহুত ভাল লাগিল,অতি সুন্দৰ, শুনিব পায় নিজকে ধন্য মানিছো অন্তৰৰ বহুত বহুত সেৱা জনাইছো, কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @BubulChutia-w2d
    @BubulChutia-w2d Рік тому +1

    Krishna baap bhut hundor

  • @durgarongpipi5886
    @durgarongpipi5886 8 місяців тому +1

    Joi Shree krishna

  • @Dipaliphukan-wt1su
    @Dipaliphukan-wt1su 7 місяців тому +5

    ❤montu bohut val lagil huni aru bohut najana katha janilu❤krishna probhu❤

  • @NomitaDas-s9i
    @NomitaDas-s9i 6 місяців тому +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম শুনি ভাল লাগিল

  • @harisaikia4600
    @harisaikia4600 Рік тому +1

    অতি মূল্যৱান ব্যাখ্যা, সেৱা জনাইছো, কৃষ্ণ

  • @Paranjyotikalita6032
    @Paranjyotikalita6032 Рік тому +1

    কৃষ্ণ কৃষ্ণ গোবিন্দ প্ৰভু সুন্দৰ ব্যাখ্যা শুনিবলৈ পাইছো ।

  • @rinagogoi8486
    @rinagogoi8486 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @bhabenphukan-l5g
    @bhabenphukan-l5g Рік тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @minatideka7551
    @minatideka7551 Рік тому +1

    ঔঁম নমঃ ভগৱতে বাসুদেবায়🙏🙏🙏

  • @hiramanibhatta923
    @hiramanibhatta923 Рік тому +1

    প্ৰভূ মন শীতল পৰি গ'ল । ধন্যবাদ ।

  • @KrishnamoniDoley-i5m
    @KrishnamoniDoley-i5m Рік тому +9

    কৃষ্ণ সন্ধিয়াৰ ভাগত আনুষ্ঠান ভাগিত দেখা পায় ।প্ৰভূ জনাক এভাগি সেৱা নিবেদিছো।কলিৰ অৱধাৰি প্ৰভু এনেকৈ ব্যাখ্য কৰিলে দিলে উতি আহাযূৱ যূৱতীৰ গুৰু ধৰ্মত আগবাঢ়ি আহিৱ কৃষ্ণ।জয় গুৰু শষ্কৰ।

  • @borchapori-2eastgolaghatic535
    @borchapori-2eastgolaghatic535 Рік тому +1

    Krishna Krishna 🙏🙏🙏

  • @DipikaBorgohain-x9h
    @DipikaBorgohain-x9h 5 місяців тому +1

    Krishna Krishna Krishna 🙏🙏🙏

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ___ব্যাখ্যাৰে কৃপাধন্য হ'লোঁ। সেৱা নিবেদিলোঁ।

  • @lulugogoi6060
    @lulugogoi6060 Рік тому +1

    ওঁম নমোঃ ভাগৱতে বাসুদেৱায়

  • @miradas6385
    @miradas6385 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেৱা জনালোঁ

  • @nirmalchangmai-kz5rd
    @nirmalchangmai-kz5rd Рік тому +1

    ৰাম কৃষ্ণ হৰি প্ৰণাম জনাইছোঁ আপোনাৰ ব্যাখ্যা শুনি আনন্দিত হৈছোঁ

  • @kalpadas5723
    @kalpadas5723 Рік тому +3

    ৰাম কৃষ্ণ ❤

  • @junubora4426
    @junubora4426 Рік тому +1

    🙏🙏🙏 কৃষ্ণ প্ৰভূ

  • @nobonitaborah6746
    @nobonitaborah6746 Рік тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ বহুত নজনা কথা জানিব পাৰিলো।

  • @JunmoniJunmonimohan-k9k
    @JunmoniJunmonimohan-k9k Рік тому +1

    ইমান সুন্দৰ শুনি ভাল লাগিল কৃষ্ণ

  • @bharatisaikia2059
    @bharatisaikia2059 Рік тому +1

    Krishna krishna 👏👏👏

  • @n20pranjit42
    @n20pranjit42 Рік тому +1

    Val lagil

  • @samarjitdasvlogs1049
    @samarjitdasvlogs1049 Рік тому +2

    Bhal lagil

  • @supriyagogoichetia8821
    @supriyagogoichetia8821 Рік тому +10

    সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ 🙏🙏

  • @babulborah5253
    @babulborah5253 Рік тому +2

    কৃষ্ণ , মহাভাগৱত ।

  • @saralabaruah5084
    @saralabaruah5084 Рік тому +1

    Krisna krisna ❤

  • @mompirimpivlogs1848
    @mompirimpivlogs1848 Рік тому +1

    Bor sundor

  • @lukumailekharu1022
    @lukumailekharu1022 Рік тому +2

    অতি সুন্দৰ বাখ্যা. কৃষ্ণ কৃষ্ণ বাপ

  • @dharitrichoudhury5551
    @dharitrichoudhury5551 Рік тому +2

    ইমান সুন্দৰ ব্যাখ্যা আজিলৈকে শুনা নাছিলো