🚨 কংগ্ৰেছ ক্ষমতালৈ আহিলে অৰুণোদয় বন্ধ কৰিম! ভূপেন বৰা! || Atanu Bhuyan || Satya

Поділитися
Вставка
  • Опубліковано 18 вер 2024
  • 👉🏻 হিতাধীকাৰীৰ বিৰোধীতা কৰা কংগ্ৰেছে সৃষ্টি কৰিব হিতাধীকাৰী!
    👉🏻 কংগ্ৰেছে হিতাধীকাৰীক দিব মাহিলী ৩ হাজাৰ টকা!

КОМЕНТАРІ • 44

  • @hiranmayedeka2520
    @hiranmayedeka2520 10 годин тому +3

    ভুপেন বৰাৰ কংগ্ৰেছৰ চৰকাৰ চিয়াৰ খন তুলুং ভুলুং হৈ আছে। ভুপেন বৰাৰ পোকৰৰে সৰিয়হ নোসোমাই কিন্ত ভুপেন বৰাৰ হাৰি হাৰি মৰে। তথাপিও ভুপেন বৰাৰ বমফুটা কবলৈ এৰা নাই। জয় জয় আমাৰ অসমৰ জনতাৰ মৰমৰ মুখ্য হিমন্ত বিশ্ব শৰ্মা জনতাৰ ❤❤❤❤❤❤❤❤❤❤❤ হিমন্ত বিশ্ব শৰ্মা আ জীৱন জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ

    • @monsingmaslai
      @monsingmaslai 6 годин тому

      Bhpen bora nohoi o open uddin hoke nohk hokolu khula khuli koi😂😂😂

  • @apurbadas8142
    @apurbadas8142 7 годин тому +5

    কংগ্ৰেছ মিঞাৰ কতি চেলেকা চৰকাৰ। অসমৰ ৰাইজে সকলো বুজিছে। কোনেও সিহতক ভোট নিদিয়ে , চৰকাৰ ক'ৰ পৰা বনাব।

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te 6 годин тому +1

    কংগ্ৰেছে ন লক্ষী আঁচনি জৰিয়তে তিনি হাজাৰ কৈ দিব ।সাৰদা আৰু লুইবাজা কেলেংকাৰীৰ পৰা বচোৱাৰ কাৰনে এইবোৰ টোপ দিছে হিমন্তই ।

  • @PJKGaming6339
    @PJKGaming6339 11 годин тому +5

    Bhupen bora khata khat😂😂😂

  • @user-zb4nm9qk1r
    @user-zb4nm9qk1r 11 годин тому +3

    ঐ ভূপেন ওঠত তেল গছত কঠাল।

  • @youtubetv9392
    @youtubetv9392 9 годин тому +2

    অৰুণোদয় কাম নাই মানুহকে ধগি মানুহকে টকা দিছে মূৰ্খ অসমীয়া মানুহে এইবোৰ বুজি পোৱা নাই
    অৰুণোদয় দিয়াতকৈ বস্তু বোৰৰ কৰ দাম কমাই দিলেই মানুহ ভাল হ'ল হেঁতেন উদাহৰণ দৰব ওপৰত কৰ খাদ্য বস্তু দাইলৰ ওপৰত কৰ কাপোৰ ওপৰত কৰ চাবচোন ওপৰত কৰ

    • @deepaksarmah3490
      @deepaksarmah3490 9 годин тому

      Tai economics study Kariba lagiba.

    • @ghanashyamborah1063
      @ghanashyamborah1063 8 годин тому

      Right.

    • @KESHABCHANDRASAIKIA-b5z
      @KESHABCHANDRASAIKIA-b5z 6 годин тому

      গোটেই অসমীয়া মানুহখিনি যদি মূৰ্খ হয় তেন্তে আপুনি ও আপোনাৰ পৰিয়াল বৰ্গ কি হ'ব ডাঙৰীয়া। আমি খেতিয়ক মানুহ , ধান, সৰিয়হ (বগা/ৰঙা), মাহ, তিল, শাক-পাচলী এইবিলাক ঘৰুৱা ভাবেই উৎপাদন কৰি খাও। আমি যদি প্ৰত্যেকেই বজাৰ খন যদি নিজৰ ঘৰতেই তৈয়াৰ কৰিবলৈ চেষ্টা কৰো, এই যে মূল্য বৃদ্ধি, কৰ কাতল আদিৰ প্ৰভাৱ ইমান কৈ নপৰিলহেতেন। মানুহ স্বাভিমান হ'ব লাগে।

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 5 годин тому

    পুণৰ কংগ্ৰেছ অসদত আহিলে খিলঞ্জীয়া বুলি শব্দই অসমত নাথাকিব ৷

  • @rimirabha7181
    @rimirabha7181 9 годин тому +1

    ভুপেন বৰা লাচ লাগে আমাৰ

  • @BIRAJBORAH-nr8xw
    @BIRAJBORAH-nr8xw 4 години тому

    বিগত দিনত নিৰ্বাচনৰ আগে আগে বহুত টকাৰ মুল্যৰ আচঁনিৰ কথা কয়, পিছত সেইবোৰ ফফৌ ফফৌ......

  • @abanidas6895
    @abanidas6895 8 годин тому +1

    জয় শ্ৰীৰাম।

  • @dipjyotibarman2837
    @dipjyotibarman2837 9 годин тому

    মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ হৈছে যদি আদালতৰ জাননী কিয় আহি আছে

  • @gonjanboruah6988
    @gonjanboruah6988 7 годин тому

    চাৰ কঙগেৰচৰ দিনত আগতে কলপতৰু আচনি কোনে পাইছিল। আপুনি জানেনে আপোনাৰ মানুহকহে দিছিল। আমি এদিনো কলপতৰু নাই পোৱা মহাশয়।

  • @surjyaboro
    @surjyaboro 7 годин тому

    Bhupen borar kotha suni lage lagi jay

  • @abumdshajahan9717
    @abumdshajahan9717 10 годин тому +1

    Pro BJP Channel

  • @xoxoxo4567
    @xoxoxo4567 9 годин тому

    Aahok kela congress laga hoise, poisa d sakori khumabo parim 😂

  • @gakuldas7619
    @gakuldas7619 3 години тому

    Yes

  • @raajlimbuenter10mentvlog21
    @raajlimbuenter10mentvlog21 5 годин тому

    Be neutral Atanu da...

  • @Dawn2factHindi
    @Dawn2factHindi 5 годин тому

    Bhupen bora....Kam nai Atanu Sir..........Eeidal e enei boki thake ............haribo buli Jane je ....heikrne olp bok bokoni logaise 😂😂.....Vupen Borah 👎👎👎 ..

  • @rajumani1160
    @rajumani1160 6 годин тому

    Kam nai bjp zindabad

  • @gajennath2296
    @gajennath2296 7 годин тому

    Bhupen borah.tur.tinihajar.lakhimi.khan.miake.dibi.

  • @anupamcooking6383
    @anupamcooking6383 4 години тому

    Aku dibo nalage apuni goi Sai ahibo

  • @karunakalita3524
    @karunakalita3524 6 годин тому

    BJP zindabad

  • @deepaksarmah3490
    @deepaksarmah3490 9 годин тому

    Bhupen ! Bahut dur!

  • @JaanBora-f7u
    @JaanBora-f7u 6 годин тому

    Bhupen boraar xopuntu suwa

  • @PapuDas-bl4ot
    @PapuDas-bl4ot 7 годин тому

    কাম নাই ফটুবা

  • @sirinsiddika1452
    @sirinsiddika1452 9 годин тому

    Atonu bhuia hoise Himonto bishow shorma r wife Riniki bhuia sharmar dodaek. Kheikaronetu Atonu bhuiai bjp r bikhoa valketu kobo kotnu aru congress r bikhoa val ke kobo🙂

  • @ghanashyamborah1063
    @ghanashyamborah1063 8 годин тому

    "Hobo chali bulba bap teha guchibo manar hantap" ",gachat kathal uthat tel naou khaura chell bell". "Ahok Barisha katak pat roi ja bhinihi khai ja bhat" like that statement of Bhupen Bora in front of the Media also same in respect of schemes as published ,when they will come to power.

  • @subashronghang8
    @subashronghang8 9 годин тому

    Apuni Karnataka goise neki

  • @barshagogoibarshagogoi3302
    @barshagogoibarshagogoi3302 4 години тому

    😂😂😂😂😂

  • @FatimaJichan
    @FatimaJichan 6 годин тому

    cong ru kejriwale free dile modi e koi revri......atiya ?😂😂