Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
গৌৰৱ গগৈৰ নেতৃত্বত ৰাইজৰ সম্পূৰ্ণ সমৰ্থন আছে। কাৰণ গৌৰৱ গগৈৰ স্থিতি,ভাষণ আৰু লক্ষ্য অতি জনপ্ৰিয়।
এই যোগ দান চলি থাকিব কিন্তু যোগ দান নোহোৱা ঠাইটো ওলোটা হব পাৰে। কিয়নো ৰাইজে ব্যক্তি জন চাইহে ভোট প্ৰদান কৰিব।
নলবাৰীত আমি অৰুণোদয় পাবাৰ কাৰণেহে সদস্য ভৰ্তি হৈছো ভোটৰ গেৰান্তি নাই
আমাৰ শোণিতপুৰৰ আশে-পাশে কংগ্ৰেছ কৰ্মীবোৰৰ ম’বাইল নম্বৰ লৈছে কিন্ত কৈছোঁ আমাৰ মানুহেটো কেতিয়াও ভোট নিদিয়ে,চিৰন্তন সত্য ৷ কিন্ত আমি আমাৰ মানুহ জুৰ-জুলুম কৰি বি-জে-পিত যোগদান কৰাটো বেয়া পোৱা নাই তাত বহু কাৰণ আছে ? সময় হলে কোৱা হ’ব ৷
তপন গগৈয়ে আমাৰ ইয়াত ৰাজহুৱাকৈ ৰঙ্গমঞ্চৰ ষ্টেজ নিৰ্মাণৰ বাবে টকা দিম বুলি কৈ ৰাইজক ঠগিলে ৷
প্ৰকৃত আমি বিজেপি সকলে এতিয়ালৈকে একো সুবিধা পোৱা নাই।
যোৰহাটত এতিয়া অলপ অসুবিধা হব,যিহেতু তপন গগৈ ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত নামঘৰত ৫০০০/ কৈ টকা দিছিল ,নিৰ্বাচনৰ আগত কিন্তু নামঘৰ বোৰ ৰ অৱস্থা কেনে আছে খবৰ লব সময় নাছিল।লগতে কিছুমান সৰু সৰু মদাহী লৰা ক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।
Aamiu BJP r poraulam buli vabi aasu kiynu 2014 pashat bastur Dam 5 Guna veshi hol atiya aami kenekoi salim
মিছ কল সদস্যৰ সংখ্যাই পৰিমাণ টো হে বঢ়াবা।
যোৰহাট লোকসভা সমষ্টিৰ ক'তো বি জে পিয়ে আশা নকৰাই ভাল । ইয়াত চাউল উকলিল আৰু ।
অসমৰ অৰ্থনিতীৰ অবস্থা একেবাৰে শোচনীয় ।অসমত আচনিৰ পোহাৰ মেলি ভোটৰ যি লালসা গঢ়িছে ই হয়তু সপোন হৈ ৰব ।যিহেতু অসম এতিয়া দুখীয়া ৰাজ্যৰ ভিতৰত পঞ্চম স্থানত ।বিজেপিত ভোট দি আকৌ জুলুকা জোলোকে পানী নাখাও দেই ।
তপন ফিউজ হৈ গল।
বিশ্বত ১০গৰাকী নিকা আৰু দক্ষ সাহসী নেতৃত্বৰ ভিতৰত গৌৰৱ গগৈ নামথাকিব।
😅গৌৰৱ গগৈৰ লগত তপন গগৈক তুলনা কৰা মানে আকাশত চাং পতা কথা ।
অৰোনোদয় আৰু গছ পুলি ৰোৱা পইচা পাব বুলিহে বহুু ঠাইত অতিপি বিচাৰি লৈচে.
যোগদান কৰক,ভাত খাব নালাগে,
Gourov Gogoi is Great ❤❤
Moi ane hoisu vote dibar Babe nhoi...
একে ধৰণৰ কথাবোৰ বাৰে বাৰে কৈ থাকিব নালাগে, সময় নষ্ট কৰি লাভ নাই, বাতৰি irritation হোৱা উচিত নহয়
Tapan Gaurabar lagat tulana nahay
Gaurav Gogoi deotake ki krile Jorhat bakhir karane Badanar bangkhadar manuh hay
Prokit b.j.p hadhaso eku pua nai.
Gaurav Gogoi Jorhat Sivsagar manuhe janibo lage je Tarun Gogoi dangoriya ki krile ba Hiteswar Saikia dangariai ki krisile bhabibo lage asom andolan hamayat ki karisile Ahom manuhak biswas karibo nuwari
Jorhat aru Sivasarot prakrit Akhomiya ase bhal lagil
Jorhat Sivsagar manuhe miyak bhal pai hei karne ane abstha
Dublicat hodyasa
3rd class media
Balar news
Morake kiyo mari ashe
PaidNewsMohodoya

বিশ্বত ১০গৰাকী নিকা আৰু দক্ষ সাহসী নেতৃত্বৰ ভিতৰত গৌৰৱ গগৈ নাম
থাকিব।
😅গৌৰৱ গগৈৰ লগত তপন গগৈক তুলনা কৰা মানে আকাশত চাং পতা কথা ।
অৰোনোদয় আৰু গছ পুলি ৰোৱা পইচা পাব বুলিহে বহুু ঠাইত অতিপি বিচাৰি লৈচে.
যোগদান কৰক,ভাত খাব নালাগে,
Gourov Gogoi is Great ❤❤
Moi ane hoisu vote dibar Babe nhoi...
একে ধৰণৰ কথাবোৰ বাৰে বাৰে কৈ থাকিব নালাগে, সময় নষ্ট কৰি লাভ নাই, বাতৰি irritation হোৱা উচিত নহয়
Tapan Gaurabar lagat tulana nahay
Gaurav Gogoi deotake ki krile Jorhat bakhir karane Badanar bangkhadar manuh hay
Prokit b.j.p hadhaso eku pua nai.
Gaurav Gogoi Jorhat Sivsagar manuhe janibo lage je Tarun Gogoi dangoriya ki krile ba Hiteswar Saikia dangariai ki krisile bhabibo lage asom andolan hamayat ki karisile Ahom manuhak biswas karibo nuwari
Jorhat aru Sivasarot prakrit Akhomiya ase bhal lagil
Jorhat Sivsagar manuhe miyak bhal pai hei karne ane abstha
Dublicat hodyasa
3rd class media
Balar news
Morake kiyo mari ashe
Paid
News
Mohodoya