Thank you ma'am, Anekua xahoxikota kam kora mnuhk govt. r falor pora award dibo lage aru tewok jate kunew personally action lobo nuware tar babe protection dibo lage.. Eyr porinotit jate blgew anekua kam koriboloi encourage hoi, tetia amr society r pora corruption bur naikia hobo. . Ajikali mnuhe nije nijor rights burr bixoye jane, so mat matibo lage injustice hua dekhile. In Short, Modern era t camera i hoise vogobnr ata obotar...Ata biswash ase Ami ji koru vogobne dekhi thake, thik xeimote aji kali camerai dekhi thake so xokoluwe kiba kam kora agt vogobne sai ase buli mnt rokha tu utsit, tetia kunu ketiaw bipodot nopore.. Xomoj xusaru rupe porisalitoo hoi thakibo..
সাহসী আৰু ভাল কাম কৰিছে বাইদেউ, ধন্যবাদ...!
বাইদেউ গৰাকী সাহস দেখি বহুত ভাল লাগিল ধন্যবাদ বাইদেউ 🙏 আপোনাৰ দৰে সাহসী সকলো মহিলা হব লাগে ❤
Ki hahokh sba koribo lga ana kam
মহিলাগৰাকীয়ে অতি ভাল কাম কৰিছে। ধন্যবাদ
বহুত ভাল কাম কৰিলে বাইদেউ 🙏
বাইদেউগৰাকীক বহুত ধন্যবাদ লগতে যিজনে ভিডিঅ’টো কৰিছিল তেখেতকো অশেষ ধন্যবাদ ৷ নহ’লে কিমানবা এনে ঘটনা লুকাই থাকে ৷
খুব ভাল কাম কৰিলে বাইদেউ❤
বাইদেউ খুব ভাল কথা কৈছে। এনেকুৱা কৰিলে হে থিক হ'ব অসমৰ পুলিচ ৰ গুন্দাগিৰী
Aponi right koise ma'am..🙏👍👍
আপোনাক ধন্যবাদ বাইদেউ।
চাকৰিৰ পৰা একেবাৰে বিদাই দিব লাগে
Thank you ma'am,
Anekua xahoxikota kam kora mnuhk govt. r falor pora award dibo lage aru tewok jate kunew personally action lobo nuware tar babe protection dibo lage..
Eyr porinotit jate blgew anekua kam koriboloi encourage hoi, tetia amr society r pora corruption bur naikia hobo. .
Ajikali mnuhe nije nijor rights burr bixoye jane, so mat matibo lage injustice hua dekhile.
In Short, Modern era t camera i hoise vogobnr ata obotar...Ata biswash ase Ami ji koru vogobne dekhi thake, thik xeimote aji kali camerai dekhi thake so xokoluwe kiba kam kora agt vogobne sai ase buli mnt rokha tu utsit, tetia kunu ketiaw bipodot nopore.. Xomoj xusaru rupe porisalitoo hoi thakibo..
ভাল কাম কৰিছে বাইদেউ ❤
এই বিলাকে কষ্ট কৰি চাকৰি লোৱা নাই পইচা দি চাকৰি লৈছে
শিক্ষকক V R S দিম বুলি কোৱা আমাৰ মামাই এইবিলাকক ও খেদি দিয়ক নহলে চৰকাৰৰ ও বদনাম হব
100% thik kotha koise madam jonie.
এই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জনক বহিস্কাৰ কৰা উচিত
thik koise .
নিলম্বিত কৰিলে কি হ'ব। "
আধা দৰমাহ পাই থাকিব। "
বহি বহি খাই থাকিব। 🤔🤪
😂😂😂
অ চি বিলাক তেনেকুৱায়ে নেকি মইওঁ এটা কথাত ভুক্তভোগী পাৱাৰটো লৈ সিহঁতেই যেন ৰজা তেনে দেখুৱাই বহুত বদমাছ
সুন্দৰ কথা কৈছে খুৰিয়ে
বাইদেউ গৰাকীৰ কথাত সহমত !
এনে বিষয়াক SP office বা DGP office ত স্থায়ীভাৱে Clerical postত ৰাখিব লাগে। চকুত সাধাৰণতে ধৰা নপৰা ধৰনৰ মানসিক ৰোগৰ গৰাকী হ'ব পাৰে এওঁলোক। এই বৃত্তিত নিযুক্তিৰ পূৰ্বে বিতং মানসিক পৰীক্ষা হ'ব লাগে। চাকৰি কালতো নিয়মীয়াকৈ এনে পৰীক্ষা হৈ থাকিব লাগে।সুসভ্য উন্নত দেশবোৰত এনে ব্যৱস্থা আছে। সৌভাগ্য যে লোকচক্ষুত ধৰা পৰিল। অনবৰতে আগ্নেয়াস্ত্ৰ লৈ ফুৰা এইসকলে কেতিয়াবা ডাঙৰ ঘটনা ঘটাই দিব পাৰে কোনো নথকা অৱস্থাত। কিছুমান মানসিক ৰোগী অতি খঙাল প্ৰকৃতিৰ,Short tempered কিন্তু একেবাৰে Intelligent নহয়। এইটো বৃত্তিত এইবোৰ গুন আশা কৰা নাযায়। মানসিক ৰোগৰ চিকাৰ হোৱা পুলিচ বিষয়াই ধৃত লোকক বৈজ্ঞানিক জেৰা কৰি সত্য উদ্ঘাটন কৰিব নোৱাৰে। হয়তো মাৰপিত কৰি কথা উলিয়াবলৈ যাওঁতে আচল কথা তল পৰি যায় আৰু অপৰাধী হাঁহি হাঁহি হেলাৰঙে সাৰি যায়।---এবছৰমান পূৰ্বে মোৰ ঘৰত চুৰি হৈছিল। পুলিচে ধৰি অনাজনক নিৰ্দিষ্ট ১০টা প্ৰশ্ন কৰাহ'লেই চোৰ জালত ফাচ খাই গ'ল হেঁতেন। কিন্তু কি কৰিব ? মনৰ দুখত "পুলিচ আৰু অংক" নাম দি প্ৰবন্ধ এটাকে লিখি পেলালো।
তইয়ে জইন কৰি লচোন পুলিচত । ফাল্টু প্ৰবন্ধ লিখাতকৈ কেচ লিখিব পাৰিবি😂😂😂
@@qwcgrtyiopzx6xc 32 metres running pass koribo lagibo je aage...😂😂😂
Kudos to her for speaking up and acting responsibly.
Thank You Madam you are all Right
Thik kotha koise baido, we must protest, we must stand against injustice.
উচিত বিচাৰ হব লাগে OC জনৰ ওপৰত
Good man 👍👍👍
Salute 👏
Brave woman proud of her every one should be as strong as her
Brave women
Thank you bydo.... welcome done.....
বাইদেউ ভাল কাম কৰিছে।
Ma'am joni a bhut dhuniyake koise❤❤❤
Police জনক চাকৰি dismiss কৰি দিব লাগে। আমাক ভক্ষক পুলিচ নালাগে। জই আই অসম।
Baideo apunar nisinake hokolue sinta korok buli vabu apunak pronam jonaisu
Ok aponi bhal katha koise❤
Baideu apuni thik koìse
baidew bohut bhal kam korise apuni😊
Baideku bht dhoinnobad
Honourble cm of assam may take stringent action.suspension is not sollution.
এইজন পুলিচ ৰূপত দানবীয়। পুলিচ বিভাগৰ পৰা বিদায় দিয়ক মামা। এইজনৰ পৰা ভৱিষ্যতে আৰু বিপদ হব জনসাধৰ। বাইদেউ আপোনাক ধন্যবাদ ইমান খিনি সাহস দেখুৱাৰ বাবে।
হয় এইবোৰৰ চাকৰি যাব লাগে
Thank you Baideu...❤
Baideuk salute aro pronaam jonalu🙏🙏🙏
দোষীৰ শাস্তি কঠোৰ ৰ পৰা কঠোৰতম হোৱাতো বিচাৰিছো আৰু লগতে দোষীয়ে যেন ছাত্ৰ জনৰ লগতে ছাত্ৰ সমাজৰ আগত ক্ষমা খোজক। তাৰোপৰি তেওঁৰ মাতৃৰ সন্মুখত ক্ষমা খোজাতো বাঞ্ছা কৰো যিহেতু এইগৰাকী মহিলাই অকলশৰেই পিতৃৰ লগত থাকি কিমান কষ্টৰে সন্তানক মানুহ কৰিবলৈ পঠিয়াইছে সেই সন্তানক দানৱৰূপী officer জনে নিৰ্মম ভাৱে প্ৰহাৰ কৰা দৃশ্যবোৰ সহ্য কৰাতো চাগে কোনো হৃদয়ৱান লোকৰ কাম্য নহয়। ঘটনাৰ কাষেৰে নিৰ্বিকাৰ ভাৱে পাৰ হৈ যোৱা লোক সকলক আমি ধিক্কাৰ দিছো লগতেই বাইদেউৰ কৰ্মক শলাগ লৈছো। জয় হওক নম্ৰ ,ভদ্ৰ,জ্ঞানী ছাত্র জ্ঞানদীপৰ।
👍👍👍👍👍👍👍👍👍 good madam, bahut police guwahati t aneke nijor dadagiri dekhai.
বাইদেউয়ে একেবাৰে সঁচা কথা কৈছে এনেকোৱা OC নিলম্বন কৰায়ে ভাল তেতিয়াহে কিছু কথা বুজি পাব।
You have done a very good job. Big Thank you❤
এনেকুৱা দুই-এজন আৰক্ষী বিষয়াৰ বাবে গোটেই বিভাগটোৱে জগৰীয়া হৈ আছে। আৰক্ষী বিষয়া হল বুলিয়েই যধে মধে মানুহক মাৰপিট কৰিবলৈ অধিকাৰ দিয়া নাই। আৰক্ষী হিচাপে তেওঁলোকক জনসাধাৰণৰ সুৰক্ষাৰ বাবে কিছু ক্ষমতা অৰ্পণ কৰিছে। সেই বুলি ৰাস্তাত যধে মধে মাৰপিট কৰাৰ ক্ষমতা কোনে দিলে? উচ্চ শিক্ষিত আৰক্ষী বিষয়া এজনে ৰাস্তাত যধে মধে যদি মানুহক মাৰপিট কৰে তেন্তে আজি জনসাধাৰণৰ সুৰক্ষা ক'ত?ডেলিভাৰী কাম কৰা লৰা-ছোৱালীবোৰে নিজৰ পৰিয়ালটোক সকাহ দিবৰ বাবে দিনে নিশাই কাম কৰি আছে । পৰিয়ালৰ আৰ্থিক অৱস্থাৰ ভাল নোহোৱাৰ বাবেও বহুতো লৰা-ছোৱালীয়ে পঢ়া বাদ দি কাম কৰিব লগা হৈছে। এনেকুৱা আৰক্ষী বিষয়াই হয়-নহয় প্ৰহাৰ কৰাৰ অধিকাৰ ক'ত পালে? চাকৰিৰ পৰা নিলম্বনে নহয় উচিত শাস্তি দিয়ক কিয়নো দুদিনমান পিছত আকৌ এনেকৈ অন্য মানুহক হাৰাশাস্তি কৰিব।
Thik kotha koise baideooo
Khub sundor kotha koise
ৰাইজেই থিক কৰিব পাৰে এনেকুৱা পুলিচবোৰক,
Suspended nohoi TERMINATE koribo lage😢
বহুত ভাল কাম কৰিলে বাইদেউ
Salute baideok 👍👍
What she said is right 👍
Bht vl lagil
Salute baideu
Salute Baideu
GOOD. PLEASE HANDOVER HIM TO CM SIR.
Khub bhal kam karise
Bohut val kam korise baideu,🙏🙏🙏 aei OC tuk sakri pora borkhast korib lage boss kotha xeh
Good mam 👍
We are really appreciating your efforts.
It's time to raise your voice otherwise they will even take away your right to speech
Very good
Hats off for her bravery...
Ai jonk homeguard bonai dibo lage.....
2 টা important কথা
Video jadi নাথাকিলে হয় কি হলে হয়
আৰু থানাত বা কি কৰে বাকী বিলাকৰ লগত
B
Thanku apunak
Well done ma'am
Good 💪💯
Thank you mam❤
Dhoinyabad baideu... aponar vaal hok
100% Right.
Thank you dgp sir this man should be barkhast from service suspension is to mild a punishment for him
Policer কমিছন
বন্ধ হব লাগে
Well done madam
Good mam salute you 👍👍👍
selute baidew apunak❤❤❤
Good hosa kotha koise baideu apuni ehotok nilmbon koratu utsit
বাইদেউ❤
পুলিচ বিষয়া জনে south ৰ movie বেছি কৈ চাই চাগে 😅😂😂
Anekua manuh hejar jonor majot ajon pwa jai, apunar dore xahokhi manuh xomaj khonor bbe bht prayojon
Akdom val kotha koise baidu
Police r dore johara nai a duniyat
Yes😅
Ekdom
Thanks ma'am
thanku mam
Goood .....
Bhargav borborak OCr pora hawaldar bonai dibo Lage. Dhonyobad 🙏
Good job madam , i must appreciate
Thank you mam.
Tarmison korib lage❤❤
আমি এই বোৰ police চক গুৰুত্বপূৰ্ণ হিছাপে নেছাওয়ে
Gud step
মেইন আকাৰ লগত ভাল হব লাগিব নহলে ইমান দম কেনেকৈ দেখাই সদায়
People fear to go to police station even if they are not culprit because such type of incidents create havoc into the mind of the people.
❤ right good baidao
val kotha koisa bid...
Right
bohot bhal kam korisa Baidu