Kosur pator pani Assamese zikir jari song Indian Music,Saiful Islam Prem....
Вставка
- Опубліковано 3 жов 2024
- "Assamese zikir Bulbul Hussain zikir Assamese ghazal Assamese Islamic song Assamese traditional song zikir in Assamese অসমীয়া জিকিৰ বুলবুল হুছেইনৰ জিকিৰ Asom...
Assamese Zikir, Hazarat billal, Bulbul Hussain"Kosur pator pani, Assamese zikir jari song.assames gojol. Assam,Assamese,7002390021,7086510080,Saiful Islam - Розваги
ৰমজান মাহ উপলক্ষে মই এটা নতুন ভিডিঅ'বনাইছো Bengali Language-ত আশা ৰাখিলোঁ সকলোৱে Videoটো চাব 👇👇👇
ua-cam.com/video/pL5nHyLMUWw/v-deo.html
And My Facebook Page Link 👇👇👇
facebook.com/profile.php?id=100088729316669&mibextid=ZbWKwL
😊😊😊😊😊
Aapko
@@habibllaboss3912 a lot to do the needful ee we www indian the needful and 😂 6:41
0
Pp
জয়কৃষ্ণ গুৰু প্রভূ সেৱা জনাইছো সুন্দৰ হৈছে আৰু মই জিকিৰ শুনিভালপাও ঈশ্বৰে কৃপা কৰক🙏
মোৰ নিচিনা যিজনে এই জিকিৰ টো মাজে মাজেই শুনিবলৈ আহে।লাইক দি জনাই দিৱ মোৰ নিচিনা কোন কোন আহা।
❤️❤️❤️
বৈষ্ণৱ সংস্কৃতি ৰ দিহানাম ,ভক্তি মূলক গীত , দেহবিচাৰৰ গীত দৰেই জিকিৰ । সকলো ঈশ্বৰ ৰেই গুণ গৰিমা গৈ ঈশ্বৰ ৰ ওচৰত চৰণাপৰ্ণ হোৱা হয় । আমি ভাবো জিকিৰ আৰু বৈষ্ণৱ সংস্কৃতি ৰ গীত বোৰত কোনো প্ৰভেদ নাই 🙏
এই জিকিৰ বৰ হিন্দু মুছলিম সকলোৱে চাব লগে বুলি মই ভাবো। কাৰণ এই জিকিৰ বোৰ চালে মনৰ বেয়া ভেদ ভাৱ গুচি যায়।। আৰু মন টো পৰিষ্কাৰ হয়।।।। 💞💞💞💞💞💞💞💞💞💞💞
লগতে হিন্দু ভাই সকললৈ দুৰ্গা পূজা হিয়া ভৰা সুবেশ্চা থাকিল 💞💞💞💞💞💞💞
Masallah 🤲🏻
@@yesminhussain7610 umm
Yes, thanks
Yes, thanks
B̤h̤ṳt̤ a̤g̤i̤e̤ p̤r̤a̤i̤ k̤h̤ṳn̤i̤ a̤h̤i̤s̤ṳ r̤e̤d̤i̤o̤t̤
খুব সুন্দৰ মোৰ খুবেই প্ৰিয় আজান ফকীৰৰ সৃষ্ট জিকিৰ-জাৰি !
Thank you
মই মাজে মাজে শুনী থাকো এই জীকির জারী।মনত বহুত সুখর অনুভব হয়।
Thanks
Subhanallh dhuniya jikir ❤❤❤❤❤👏👏👏
Moi Jetiyae Ei Gan Tu Khunu Tetiyae Mor Chokur Pora Pani Ulai Jay Very Nice Song 2024 T Kune Kune Khuni Asa Like Kora
সত্যি অনেক সুন্দর জিকির টু। সাবান আল্লাহ ❤❤
Thanks
Khub hundor ki dhuniya bhashare bujabo nuwari
Thanks
এই জিকিৰ টি সচাকৈ কিমান মধুময় । যিয়ে এই জিকিৰ শুনিব সচাকৈ আখেৰাতৰ কথা মণত পেলাব। ধন্যবাদ।
Thanks
Masha Allah heart touching zikir,bohut dunia
Thanks
@@Saiful_Mix_Creationwelcome dear bro
Gunto khob val lagise 👍🏿👍🏿👍🏿👍🏿🌸🌸🌸🌸🙏🙏🙏🙏 allah houkbar
ধুনীয়া জিকিৰ জাৰী ।
Thanks
বহুত ভাল লাগিল সোনী ধুনীয়া জিকিৰ
বুল বুল হুছেইন ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ থাকিল ।
Thanks
দুমাহ পিছত শুনিলোঁ গানটো আকৌ ভাল লাগে অৰ্থ থকা জিকিৰ....masallah
বহুত সুন্দৰ পৰিবেশন. চকু পানী ওলাই যায়
Oti hundor
Thanks
বৰগীত আৰু জিকিৰ মোৰ অতি প্ৰিয়। মই হিন্দু যদিও আজান পীৰ মোৰ বাবে শংকৰ গুৰুৰ সমান।
Aru apuni class 10t pohe nau?
Moi 12th pass
Oh, 👍
@@mrfactman8311 further nopohile?
@@hirokjyotichakraborty9838 Oh
Alhamdulillah very nice
সুন্দৰ
Thanks
Hundor zikir tu
Thanks
Bohut dhuniya zikir ,aji Eid aru mor abba Amar logot first time naii 😭😭😭
Mor Abba o nai amma o nai
Nice জিকিৰ
সুৰীয়া জিকিৰ....nice.
Khub Moja lagisee sai
বৰ ভাল লাগিল। জিকিৰ শুনি এনেয়েও আগৰ পৰাই বহুত ভাল পাওঁ। জাতি-ধৰ্মৰ উৰ্দ্ধত আৰু গভীৰ চিন্তা দৰ্শনৰ বোল সনা এই জিকিৰবোৰ আমাৰ জাতীয় জীৱনৰ এক পৰম সম্পদ। আগলৈও এনে গীতৰ বাবে অপেক্ষা কৰিলো।
Thanks
Khub sundor ekta zikir
Thanks
জীৱন❤️ সছাই দুদিনীয়া🥺🥺অতি সুন্দৰ💯 হৈছে 🥰 জিকিৰ
Thanks
Bohut val lagile hai
Thanks
Very nice jikir
Inshaallah. Bohut. Dhuniya zikir
Nice bhai
Nice 👌👌👌
অন্তৰ চুই যোৱা গীত
Thanks
Atte hundar jikiir
অন্তৰ স্পৰ্শা ,আপ্লুত হলো। গায়কী,অভিনয় সকলোৱেইসুন্দৰ হৈছে।
Thanks
Kimanjje bhal lage
ধন্যবাদ আগুবাই যোবা আগুবাই যোবা আগুবাই যোবা ধন্যবাদ
জিকিৰ অসমৰ সম্পদ । জিকিৰ ভাল পাওঁ । শুনি এলাহ নালাগে । বৰ ধুনীয়া কৈ গাইছে । অভিনয় বৰ সুন্দৰ । 🎉🎉🎉
Thanks
Bohut sunder
Thanks
Mozah jikir
𝒜𝒮ℋ𝒜𝒦 𝒜ℒℐ
Mashallah
❤ bahut bahut val lage jikir xoni
Thanks
Mashallah heart touching zikir old is gold
Thanks
Thanks
Aak dam mastttttt aasa koi bhi zikir nhi bana sakta hai aak dam one number 🎉🎉🎉🎉🎉🎉❤❤❤❤
Thanks
ধন্যবাদ আগুবাই যোবা আগুবাই যোবা ধন্যবাদ ধন্যবাদ
Thanks
Mjja lagise
Nice zikir
Thanks
Nice jikir heart touching
Nice jikir
Thanks
সুন্দৰ কণ্ঠ নিগৰাইছে। ভাল লাগিছে শুনি।❤
Thanks
Very 3 Sweet n cute and nice zikir.
Nice song
Allah Amen dua kori aro vlo koire jani gahan vlo koire gaiyo
Thanks
বাহ বাহ চমৎকার কথা ও সুর 😢😢😢
Thanks
Masha Allah
Hosai bhut val lagil ❤
Thanks
Mozzar video
Moy jikir onek val paw jikir hunile mor purono kotha monot pore
বৰ সুন্দৰ
বহু ধুনীয়া জিকিৰ
Thanks
On of the best jikir. i like this jikir
সঁচাকৈ আপ্লুত হল জিকিৰটো শুনি। বৰ ভাল লাগিল।
Thanks
Amin amin
Hi
@@akhtargamingyt8543 Hi Boro
Tammmm❤
Thanks
So nice 👌👌jikir
অতি সুন্দৰ জিকিৰ
Nic
Hi
Mashallah 🌹 👌 ❤️
Thanks
My favourite jikir 😘😇
Nice. Jikir. Heart. Touching. ❤❤❤❤❤❤❤❤❤
Thanks
Mashallah ❤
Vl lgi
অতি ধুনীয়া জিকিৰ।
Thanks
Khub sunder hoiso
Thanks
Lot of Thanks,mr.bulbul hussain for jikir nice song and tune,😮
খুব সুন্দর একটি জিকির।
Mashallah ❤️❤️ khub sundor lagche I love you
Thanks
Amar jibon... dudiniya jibon.. love you guys.. thanks for this beautiful creation..
Yes, thank you so much
P
Mashallah bohot dunya hoisay.
Nace jikir
Bahut.sundar.git.aru.bahut.dukh.lagise.
Beautiful zikir i love zikir eid mubarak 2022
Val lagil ❤😊😊😊😊😊😊😊
Thanks
Nice bro ❤️
Khup Dhunia and SundarHoiche
Masha Allah nice jikir
জিকিৰ মোৰ বৰ প্রিয়।
আজিকালি ইউটিবৰ বাহিৰে কতো নুশুনাই হলো। আগতে সকলো স্কুলৰ ফানচনতেই শুনিছিলোঁ।
Mashallah ❤❤❤khup khup balo laglo shotti ❤❤❤
Thanks
Mashallah,,,khub Val lagil ganto,,,,
Bahut val lagil
Thanks
Wonderful zikir
bhut val lagisa😢😢 😔😔
Thanks
I love you জিকিৰ গীত
Mur bht priyo jikir ❤
Thanks
Beautiful song
জিকিৰ অসমীয়াৰ এক অমূল্য সম্পদ।। আমি সকলোৱে আহৰণ কৰি মিলা প্ৰিতিৰে থাকিব লাগে
মই বহুত বাৰ চালোঁ
Thanks